Bisaru Jei Moi || SIMANTA SHEKHAR || Official song || new song

Поделиться
HTML-код
  • Опубликовано: 13 окт 2022
  • Lyrics & composition- Anup Barua
    music - Poran Borkotoky ( Juju)
    Mixing & mastering by - Ibson Lal Barua
  • ВидеоклипыВидеоклипы

Комментарии • 630

  • @SimantaShekhar
    @SimantaShekhar  Год назад +320

    This song is dedicated to those who have just fallen in love with someone and can’t express the feelings . Just send this link to your loved one and make him/her listen . ❤
    Statutory advice - please use headphones to get the real sound effect .

  • @digantasmoments8240
    @digantasmoments8240 Год назад +140

    ৰাজনীতিত অভিসাপ; গানৰ জগতত আশীৰ্বাদ 🌼

  • @mr.bairagi9342
    @mr.bairagi9342 Год назад +91

    আপোনাৰ আগৰ গানবোৰ শুণিয়েই প্ৰতি ৰাতি পাৰ হয়, ইমান আবেগ ঢালি গোৱা আছে 🙂💙 বহুদিনৰ মূৰত আগৰ সীমান্ত দাক, সেই সুৰক বিচাৰি পাই বৰ সন্তুষ্টি পালো 😘💜

    • @rajubaruah9888
      @rajubaruah9888 Год назад +6

      Atu mur khura a likhisa gan Tu Anup baruah ako borigoan Or......... Moi Rick

    • @mr.bairagi9342
      @mr.bairagi9342 Год назад +3

      @@rajubaruah9888 proud of him 😍😍

    • @islamuddinahmed6717
      @islamuddinahmed6717 Год назад +1

      Nice 👌👌👌🏻👌

  • @hirokjyotibhuyan169
    @hirokjyotibhuyan169 Год назад +65

    আপুনি ৰাজনীতিত সোমাই নিজকে বৰবাদ কৰি আছে। ভাল ভাল গান বনাওক। আপোনাৰ কন্ঠতো বহুত ধুনীয়া। ৰাজনীতি বাদ দিয়ক। আপোনাৰ আগৰ ভাল ভাল গানবোৰ আজিও শুনো আমি। এই গানটোৱে হৃদয় চুই গৈছে ❤️

  • @bastavpatar
    @bastavpatar Год назад +61

    সঁচা কথা কবলৈ গলে জুবিনদাৰ পাছতে প্রিয় শিল্পী আছিল আপুনি। যোৰহাটত এবাৰ আপোনাৰ প্ৰগ্ৰেম চাবলৈ ৮ কিঃমিঃ খোজ কাঢ়ি গৈছিলোঁ।
    সেই সীমান্ত দা আজি
    "দাদা তই কোনফালে হেৰোৱালি বাট হেৰুৱালি অস্তিত্ব"

  • @bijubijoychetriofficial5439
    @bijubijoychetriofficial5439 Год назад +62

    তাহানিৰ সীমান্ত দাক আকৌ বিচাৰি পালোঁ 🥰 সদায়ে এনেদৰে আপোনাৰ গীত শুনি থাকিব বিচাৰো 🙏🙏love you bro🥰

  • @bharatpjbhuyan7350
    @bharatpjbhuyan7350 Год назад +23

    কলিজা কঁপাই কৈছে অ গীত টোৱে মোৰ প্ৰিয়জন সদায় সীমান্ত দা🥰😘

  • @user-cp3br5ql2t
    @user-cp3br5ql2t Год назад +23

    নীসংগতা+মাজৰাতি+বিছনা+headphone+এইটো song+প্ৰিয়জনৰ স্মৃতিৰ কিছু অনুভৱ।❣️🥺

  • @prodipgogoi8086
    @prodipgogoi8086 Год назад +56

    মোৰ ধাৰণাত এনে কণ্ঠত এনেদৰে গান গোৱা আৰু দ্বিতীয় জন নোলাব অসমত❤️❤️ এনে গান বোৰ শুনিলে গভীৰতাৰ পৰা গভীৰতালৈ সোমাই যাও ❤️❤️

    • @bhaskarmusicofficial8878
      @bhaskarmusicofficial8878 Год назад

      Zubeen garg kun pise🤔

    • @prodipgogoi8086
      @prodipgogoi8086 Год назад +1

      @@bhaskarmusicofficial8878 zubeen hodai zubeen a teor nixina ditiyo jn ny..moy ai2 koixu jj simantor kisumm ane gan ase jiburt teor Dore kontho ane dbo nuare....jodi pare kun jone kun2 gan Parise muk proman diya

    • @bhaskarmusicofficial8878
      @bhaskarmusicofficial8878 Год назад

      @@prodipgogoi8086 xokolu manuhire kontho ake nki

    • @bhaskarmusicofficial8878
      @bhaskarmusicofficial8878 Год назад

      @@prodipgogoi8086 hahi utha kotha kole o apuni 😂😂😂

    • @chiranjeevsaikia7007
      @chiranjeevsaikia7007 Год назад

      @@bhaskarmusicofficial8878 simanta daa, Zubeen da nhoi......both have thr own skills and melody. Singer ajon a nai assam t

  • @jayashreehazarikaofficial538
    @jayashreehazarikaofficial538 Год назад +66

    "প্ৰথম বৰষুণ", " বহু ৰাতি শুব পৰা নাই", "মোৰ বাবে" ....... সেই দিনবোৰলৈ মনত পৰি গৈছে। বহু দিনৰ আগলৈ যেন ঘূৰি গৈছো এনেকুৱা 𝙛𝙚𝙚𝙡 হৈছে। 🍂🍂
    আমি এইজন সীমান্ত শেখৰক বিচাৰোঁ ❤

  • @ExplorewithSamir123
    @ExplorewithSamir123 Год назад +27

    আপোনাৰ এই সুন্দৰ কণ্ঠত মোৰ দেহত থকা প্রতি দাল শিৰাই খাৰ পাই উঠে । মোৰ আপোনাৰ গীতবোৰ খুবেই প্রিয়।

  • @dibyahazarika7621
    @dibyahazarika7621 Год назад +21

    ৰাজনীতিৰ গোন্ধ থকা মাতটো শুনিবলৈ বেয়া লাগিছিল কিন্তু আজি আগৰ মাত টো ঘূৰি আহিছে....ঘূৰি আহক এই সুৰৰ সৈতে..গানৰ জগত খনত আপোনাৰ প্ৰয়োজন আছে...please come back

  • @palashbhuyan1503
    @palashbhuyan1503 Год назад +5

    অন্তৰ আত্মাৰ পৰা ভালপোৱা প্ৰিয়জন😍
    হৃদয় চুই গৈছে গানটোৱে🥰😘
    আকৌ আগৰ সীমান্ত দা হৈ আমাৰ মাজলৈ ঘূৰি আহক ৰাজনীতি ত্যাগ কৰি😍😘

  • @Gitasree204
    @Gitasree204 Год назад +4

    আপোনাৰ এইটো গানে যেন হৃদয় চুই গৈছে প্ৰত্যেক ৰাতিপুৱাই মই এই গানটো শুনো 😌💗😊 এনেকুৱা আৰু নতুন নতুন গান আমাক আগবঢ়াই যাওক 💓 tq u simanta daa❣️

  • @bishnunath.
    @bishnunath. Год назад +3

    অনুপ দা আপুনি ইমান ধুনীয়া কৈ লিখিব শব্দবোৰ বিচাৰি কত পাই প্ৰতিটো শব্দই হৃদয় চুই গৈছে বুজাব নোৱাৰোঁ যে কিদৰে বুজাম শব্দহীন এবাৰ শুনা ৰ পাছত। আৰু সীমান্ত দা ৰ কণ্ঠ ত উফ্ ,,,,,,, স্পিচলেচ।
    সদাই কামনা কৰোঁ আপোনা লোক কুশলে থাকক ভগবানৰ ওচৰত পাৰ্থনা জনালোঁ।

  • @abhoyborah0739
    @abhoyborah0739 Год назад +25

    বহুত ভাল পাও ঔ তাইক। হৃদয় খুলি কোৱাৰ সাহস কন আজিলৈকে গোটাব পৰা নাই। দুটা বছৰ কেৱল তাইৰ মৰমলগা মুখখন চাই থাকোতেই পাৰ হৈ গ'ল গমেই নাপালো। আৰু মাত্ৰ এটা বছৰ আছে, ভাবি পোৱা নাই কি কৰো। ভয় লাগে কিজানি মোৰ কথাত তাই খং কৰে। তাই খঙাল মুখখন মই কোনোপ্ৰকাৰে চাব নোৱাৰো। মই নিবিচাৰো মোৰ কথাৰ বাবে তাইৰ মিচিকিয়াই থকা মুখখন মৰহি যাওক। কিন্তু মোৰ তাইৰ প্ৰতি থকা ভাবনাবোৰৰ কি হব?

  • @risharisha2986
    @risharisha2986 Год назад +5

    আপোনাৰ গানে তেজৰ প্ৰতিটো শিৰত বৈ গৈছে 🥺💝 হেৰাই যোৱা জনক বিচাৰি পাওঁ আপোনাৰ গানত🥺❤️ আপোনাৰ গানেই একমাত্ৰ সাৰথি মোৰ

  • @aruprajofficial4921
    @aruprajofficial4921 Год назад +10

    We don't want to miss this magical romantic voice. Plz come back to music industry. Simanta Daa.❤❤

  • @rahulchakraborty5779
    @rahulchakraborty5779 Год назад +12

    Sir yours sweetest of sweet voice enters into heart like the heavenly melody of flute.... Stay blessed and make us feel mesmerised with yours heavenly voice.... 😊

  • @satabdipachani2519
    @satabdipachani2519 Год назад +8

    After "Loi jua ekebare" now this song will be a hit too. Perfect combination of Anup Baruah's lyrics, composition and Simanta shekar's voice. 👌👌🤩 Always proud of you Biju ma..🎊🎊

  • @rimaborah7208
    @rimaborah7208 10 месяцев назад +3

    দাদা তুমি আকৈ ঘুৰি আহা গানৰ মাজলৈ ❤❤❤❤

  • @mithingaboro1886
    @mithingaboro1886 Год назад +1

    Zubeenor pisot simanta da.... Bht bht val lage apunar voice. Ane dore notun notun dhunia dhunia gitere amam surprice kori thakok.

  • @naitikkumarvlogs
    @naitikkumarvlogs Год назад +5

    আপুনি সংগীতলৈ উভতি আহক দাদা। ভাল লাগিল বহু দিনৰ পিছত এটি ভাল লগা গান❤️

  • @Sanjib_Creation
    @Sanjib_Creation Год назад +13

    পখিলা, অপ্সৰাৰ সময়ৰ সীমান্ত দা জনক আকৌ "বিচাৰো যে মই" ৰ মাজত বিচাৰি পোৱা যেন লাগিল💫

  • @panchanankofficial6969
    @panchanankofficial6969 6 месяцев назад +1

    প্ৰথম ভালপোৱালৈ মনত পৰি গ'ল,, really hearts touching

  • @Youarerahul
    @Youarerahul Год назад +4

    নোহোৱা চাগে, পাগল পাগল মোৰ দৰে.... ❤️❤️ Love you Simanta da

  • @rajeshcharo7370
    @rajeshcharo7370 Год назад +12

    আপোনাৰ প্ৰথম এলবাম উৰুঙা উৰুঙা মন টো লৈ মনত পৰিলে দাদা আপুনি গান গায় থাকিব আপোনাৰ গান ভাল লাগে ❤️❤️❤️

  • @dipanjal
    @dipanjal Год назад +2

    He is back old Simanta Shekhar.
    I proud of you.👍

  • @dipankarsaikia8693
    @dipankarsaikia8693 Год назад +4

    এটি দশক পূৰ্বে গীত সমূহত যি মাদকতা বিচাৰি পাইছিলো । আজি যেন তাৰেই উমান পাও এই গীত টোৰ মাজেৰে🥰

  • @NB-vlogs.
    @NB-vlogs. Год назад +1

    Simanta da 😊ki kom ar mukhor vakha nai kobo🥲🥰 bohu dinor murot apunar aru ata hundor git hunibo palu❤️....akha koru git2 khokoluye akuyali lobo😍
    Simanta dar karone ata Like kora sobe🙏❤️

  • @parthaprotimbora2881
    @parthaprotimbora2881 Год назад +1

    Anup Baruah eman dhunia Lyrics and Composition...heartfelt thanks to You from core of my heart♥️♥️♥️

  • @BrofromASSAM
    @BrofromASSAM 9 месяцев назад +2

    চিঞৰি চিঞৰি গাব মন জাই.....
    নোহোৱা চাগে পাগল পাগল মোৰ দৰে☺️☺️☺️

  • @Rita_Borah
    @Rita_Borah 2 месяца назад

    কি এক আৱেগভৰা কণ্ঠ তোমাৰ। অভিভূত হৈ ৰও।

  • @rimaborah7208
    @rimaborah7208 10 месяцев назад +2

    মনৰ পৰা বহুত ভাল পাওঁ তোমাক ❤❤❤

  • @dipankarparashar5761
    @dipankarparashar5761 Год назад +2

    Uff , Dada ki kom.. apuanr ene gan r karone wait kori asilu.. words and voice ♥️

  • @mriduplabonnath09876
    @mriduplabonnath09876 Год назад +5

    এইজন মানুহ কৰবাত হেৰাই গৈছিল...lovely❤️

  • @simashreetalukdar3095
    @simashreetalukdar3095 Год назад +2

    Wow... after a long time...apunar gaan huniboloi palu...val lgil dada.anekoi gaai thkibo...apunar -Loi joa akebareai gantu Mur bhut prio❤️

  • @rakibzayn4855
    @rakibzayn4855 Год назад +1

    মোৰ মনৰ feelingটো এই গানৰ লগত হুবহু মিল থকা বিচাৰি পালোঁ Love 💕 from chirang

  • @nibashdutta6599
    @nibashdutta6599 Год назад +2

    দাদা আপোনাৰ পৰা বহুত বিচাৰো আপোনাৰ মাতত এক সুকীয়া স্থান আছে বিচাৰো আপুনি আমাক সুন্দৰ সুন্দৰ গান উপহাৰ দি যাব আগলে

  • @__priyankagudu__858
    @__priyankagudu__858 Год назад +10

    আপোনাৰ মাতত এনেকুৱা গান শুনিলে মোৰ মনটো এক বুজাব নোৱাৰা অনুভৱ হয়❤️....... আৰু এনেকুৱা বহুত গান আছে আপোনাৰ যিবোৰ মোৰ ভান লাগে 🥰

  • @gauravphookanmusical1226
    @gauravphookanmusical1226 Год назад +144

    Bro you seriously need to be back to the music scene ... Please come back ! Please

    • @ashimanuraag96
      @ashimanuraag96 Год назад +8

      Teu ketiyau aai khetorr pora atori juwai nasil 💙teuk log pale nissoi koi bujibo teu kori thoka kam bur j kiman proujonio teu hodai prio asile hodai robo 💕

    • @jibanjindabad1m779
      @jibanjindabad1m779 Год назад +1

      ya come back plz brother

    • @User12414
      @User12414 Год назад +2

      Rajniti t kiman poisa..ganot poisa ghota kosto lyrics likha,tune milua

    • @user-lq8kc6no8r
      @user-lq8kc6no8r 2 месяца назад

      Music industry hbw

  • @krishnamelang4742
    @krishnamelang4742 24 дня назад

    ভাল লাগিল বহুদিনৰ মূৰত ভাল গান এটা উপহাৰ দিয়া বাবে❤

  • @bishwajitkalita7126
    @bishwajitkalita7126 Год назад +1

    বুকুখনত ধুমুহা হৈ যায়, আজিলে ৫০ বাৰ শুনিলো

  • @pallabtaye9290
    @pallabtaye9290 Год назад +5

    অপেক্ষা মাথোঁ তুমি ঘূৰি অহালৈ ❤️🥺

  • @dutta22
    @dutta22 Год назад +7

    *old shekhar is back* ❤️🔥👐

  • @barshadakua6192
    @barshadakua6192 Год назад +2

    Uffff lyrics. Voice 💕💕💕💕💕💕 can't explain

  • @pras_tuti
    @pras_tuti Год назад +5

    Masterpiece ❤️
    Feel it this song 🥺❤️

  • @anuragborah2407
    @anuragborah2407 Год назад +1

    বতাহত ভাহি অহা প্ৰতিটো সময় এতিয়া তুমি তুমি লাগে,।
    বৰষুণৰ প্ৰতিটো টোপালেই এটি এটি সপোন হৈ পৰে,..
    দুচকু যেতিয়া নিমাত হৈ পৰে,তেতিয়া হৃদয়ে মোৰ উজাগৰে ৰয়,।
    ভাৱনা হৈ আউলী বাউলী,
    উৰা মাৰে যেন অচীন দেশলৈ,
    তোমাৰ সতে আকৌ এবাৰ সপোন ৰচিবলৈ,....!!
    ... kashyap ❤️

  • @kapilbordoloi8814
    @kapilbordoloi8814 Год назад

    One of the next level song......
    Nuhuwa huwa sage pagol pagol mur dare bisaruje moi tumak,,,,,......
    Loi juwa ekebare part 2 ....❤️❤️❤️❤️🥀🌹🌹🌹

  • @dipansugayan5567
    @dipansugayan5567 Год назад

    Simanta da .. apuni gaan t ki hoi kothare bujabo nuaru … amar bhal loga bur … naikia kori najabo … xodai d thakok amak ebur gaan ♥️ May u shine till eternity ♥️

  • @trgentertainment1930
    @trgentertainment1930 Год назад +3

    গানটোৰ প্ৰায়বোৰ কথাই মোৰ লগত মিলি গৈছে 🙂, এতিয়ালৈকে কেইবাৰ শুনিলো ঠিক নাই। মজা সীমান্ত দা 👍।

  • @uniquefeature8305
    @uniquefeature8305 Год назад

    Bht val.lagil.agor simanta sekhor jon akw palu jen lagise.plz continue korok ai jatra❤️❤️❤️❤️❤️

  • @tanushyamdowarah9211
    @tanushyamdowarah9211 Год назад +2

    সুন্দৰ ,বহু দিনৰ পিছত নতুন গান এটা শুনিবলৈ পালোঁ।

  • @imhere1613
    @imhere1613 Год назад +2

    Emn dhuniya.. lv u simanta da 🥺❣️

  • @sangitrabha3374
    @sangitrabha3374 Год назад +3

    বহুত বহুত ধুনীয়া গীত ভাল লাগিছে গান ❤️❤️ দাদা

  • @PurnanandraBordoloi
    @PurnanandraBordoloi Месяц назад

    Jikunu ganot feel dibo pora singeror vitorot simanta sekhar love you dada ❤❤

  • @prasen2673
    @prasen2673 Год назад

    Thank you Simanta daa💕💕 Eman val gaan logot sundor voice ot Monot tu khubei val lagil.. thanks thanks

  • @amarmedhi5277
    @amarmedhi5277 Год назад +1

    What a extraordinary deep voice Simanta , keep it up

  • @KANDARPAMUSIC
    @KANDARPAMUSIC Год назад +1

    Emosonal hoi golu.. 🥺
    Love you Simanta Da.. 💕

  • @madhuqueen3077
    @madhuqueen3077 Год назад +2

    বহুতে Simanta দাক বিভিন্ন দিশত সমালোচনা কৰিব বিচাৰিলেও তেওঁৰ কন্ঠক লৈ সমালোচনা কৰিব নোৱাৰে। Simanta দা মোৰ সদায় প্ৰিয় শিল্পী হিচাপে থাকিব 🙏❤️❤️❤️❤️❤️❤️💞💞💞💞😘😘🔥🔥🔥💞💞💞💞💞

  • @parthaphukan7139
    @parthaphukan7139 Год назад +2

    For decades his song is so melodiois.All the best dada

  • @diparya7576
    @diparya7576 Год назад

    ভাষা বোৰে মন চুই গৈছে, so beautiful song ❤️💝

  • @arupgogoi5157
    @arupgogoi5157 Год назад +3

    বহুত সুন্দৰ হৈছে দাদা❤️❤️❤️

  • @dipankarparashar5761
    @dipankarparashar5761 Год назад

    Assamese melody Field is secure bcz of you ..Simanta da ... Again and again huni asu... Gan2 ♥️♥️♥️

  • @Bhadreswar0509
    @Bhadreswar0509 Год назад

    Zubeen Dar Pisot Apunar Sthaan Mur Hridoyot, Axomor Homppod Apuni. ♥️♥️♥️

  • @himangshutalukdarlyrical5170
    @himangshutalukdarlyrical5170 Год назад

    Apuni je akebare gaan r majt xumai jauk..emn dhuniya voice...emn dhuniya lyrics..emn dhuniya composition 🤍🤍😁

  • @dimpiranisaikia8780
    @dimpiranisaikia8780 Год назад

    Uff xunilei Jen xunie thakim ene vab hoi😍😌 melody king😌...ei voice tu xunie premot poribole xikilu❤️

  • @rulideka6859
    @rulideka6859 Год назад +1

    Voice 🔥💓All time fvrt simanta daa❤️❤️❤️

  • @rojebrahma8836
    @rojebrahma8836 Год назад +1

    I can't get over of this song 😩 I just loved it. I can listen this song again and again ❤️

  • @dibyajyotigogoi6060
    @dibyajyotigogoi6060 Год назад +1

    “Mur babe Tumi” ajiu mur bohut priyo. Apunar pora aitu genre r gaan bisaru Dada.

  • @gaonliyatelent6617
    @gaonliyatelent6617 Год назад

    Wow romantic song Simanta da apunak abar log pabo mon asil

  • @abhijitdeka6901
    @abhijitdeka6901 Год назад +1

    উফ কি সুন্দৰ মৰম লগা গীত।সীমান্ত দা আপুনি গীত গাব সোণ।।🌼🌼♥️♥️

  • @Jashodamedhi
    @Jashodamedhi 8 месяцев назад

    Apunar song's aji imn ke hunisu o😢❤, 1tar pisot 1ta koi ufff💔💘

  • @AchiniBoruah
    @AchiniBoruah Год назад

    Sad song ৰ best singer সিমান্ত দা । নিসংগতাৰ লগৰী

  • @nayanmonisaikia3232
    @nayanmonisaikia3232 Год назад +1

    Melody king 👑 ...kiman Bisaru je apunak Sangeet jogotot akou kholokonir sristi korok

  • @touristlovernjbodo
    @touristlovernjbodo Год назад +4

    মোৰ মন যায় কিবা এটা ক'বলে
    কিন্তু কি কম,,, ভাষা নাই ভালপৱো বোৰ বুজাবলে,,, I love you

  • @juridas-ln2gu
    @juridas-ln2gu Год назад

    Apunar gn bor bhut vl lge....ai gn tu moi dine rati suni thakileu hepah nopolay.

  • @bhabojan
    @bhabojan Год назад +1

    আবেগ ভৰা এই কণ্ঠ কাৰোৰে মাজত বিচাৰি নাপাওঁ । আপোনাৰ প্ৰতিটো গানেই অতিকে প্রিয় মোৰ । আশাৰে বাট চাই ৰলো আপোনাৰ নতুন সৃষ্টিলৈ ।

  • @realasticworld12
    @realasticworld12 Год назад

    উফ!! ককাই❤️

  • @manasprotimdutta5245
    @manasprotimdutta5245 Год назад +1

    দাদা আপুনি পলিটিক্স কৰাতকৈ সংগীত জগতলৈ উভতি আহক।।। অপূৰ্ব কণ্ঠ আপোনাৰ।। নতুন নতুন গান শুনি থাকিব বিচাৰোঁ আপোনাৰ কণ্ঠত।।।

  • @sofiurrahman6859
    @sofiurrahman6859 Год назад +2

    You are my favorite singer...love you dada❣️❣️❣️❣️

  • @dipankarsonowal4900
    @dipankarsonowal4900 Год назад

    Hoisa koi bohut bohut morom loga gaan 🥺❣️

  • @prabalpatar7400
    @prabalpatar7400 Год назад

    কন্ঠত ইমান আৱেগ আপোনাৰ বাদে আন কোনেও ঢালিবলৈ সহজে নোৱাৰে হয়তু । আপোনাৰ কন্ঠৰ পাগল মই ❤❤❤❤

  • @unmona7880
    @unmona7880 Год назад +1

    ❤️ touching song💥💥.....love from #Dibrugarh

  • @nayansaikia9459
    @nayansaikia9459 Год назад

    Hosai dada gan2 bhut vl lgise...so Lovely song.....mur frvrt song...

  • @Mrjeet-hb8cp
    @Mrjeet-hb8cp Год назад

    Wow so nice song 👌 I like & god bless you simanta da

  • @jyotishburagohain9147
    @jyotishburagohain9147 Год назад

    সৰুতে শুনিছিলো লৈ যোৱা - অনিতা ৰ সেই গানকেইটা CD খন আছে। এতিয়াও ৷ লগত ৷ ৰজনীগন্ধা ' ভাল লাগে ৷ অপসৰা ৷ আকৌ শুনিলো আজি এই গানটো ৷ নাজানো সচাই ভাল লাগিছে।

  • @Kartikkalita95
    @Kartikkalita95 27 дней назад

    Melody king ❤ জুবিন দাৰ পিছতেই সিমান্ত শেখৰ

  • @kampitabordoloi3986
    @kampitabordoloi3986 4 месяца назад +1

    gaan tuye khosai mur buku kopai goise bohut dukh lagise😢 xuni valu lagise❤

  • @bantisvlogs2540
    @bantisvlogs2540 Год назад

    Bohut bohut dhunia gantu mon sui gl akha kru agntak dint aru vl gan hunibo pam buli,bohut agor din bur mont pori gl gantu huni 🙏

  • @durlovsonowal1231
    @durlovsonowal1231 Год назад +1

    গানবোৰ ভাল লাগে ৰাজনীতিৰ মেৰপাকত পৰি জা তা কৈ থাকিলে দেখিবলৈ মন নোযোৱা হৈ যায় এনেকৈয়ে থাকক চোন গায়ক সীমান্তশেষৰ হৈয়ে

  • @hazarikap6643
    @hazarikap6643 Год назад

    My all-time favourite simanta sekhar..his voice ufff.......aeta aeta word like beji....bukut khuse...

  • @roonsonowal6097
    @roonsonowal6097 Год назад

    Mojj song bohut val lage oo❤️❤️❤️❤️

  • @dborchetia6386
    @dborchetia6386 Год назад

    Hosai bohut val lagil huni 🥰

  • @biswajitbaruah.9777
    @biswajitbaruah.9777 Год назад +2

    গীতটি শুনি সোন 💖 তুমালৈ বহুত মনত পৰিছে,, কুশলে থাকা সুখী হোৱা ।। 😌

  • @RinkuRiyan905
    @RinkuRiyan905 6 месяцев назад

    মই আপোনাৰ গীতৰ বহুত❤ ডাঙৰ অনুৰাগী সীমান্ত দা এনেকুৱা গীত বিচাৰো তোমাৰ পৰা সদায়

  • @e-pathsala4901
    @e-pathsala4901 Год назад +3

    পুনৰ গানৰ মাজত উভতি আহক দাদা।

  • @user-pc4fc8yn9g
    @user-pc4fc8yn9g Год назад

    মজা লাগিছে বহূত ধন্যবাদ

  • @Saurajittalukdar
    @Saurajittalukdar Год назад +1

    Nice...what a voice 😵💚

  • @ahadulislamkhan9648
    @ahadulislamkhan9648 Год назад

    Ki khobor dhada mojah sog👌