Abotoriya | Mousam Gogoi | Assamese Video Song

Поделиться
HTML-код
  • Опубликовано: 13 окт 2024
  • Abotoriya is a new romantic Assamese track with new taste and melody.
    Music arranged by Bablu sharma
    Lyrics, composed and sung by Mousam Gogoi
    Guitar: Naibedyaa Hazarika\
    Flute: Pradeep Deka
    Mixed and Mastered by Diganta Bordoloi
    Video directed by Anupam Bordoloi
    DOP: Prithiviraj Dutta
    Follow us on
    / mousam.gogoi.official

Комментарии • 1,3 тыс.

  • @tridipranjan8605
    @tridipranjan8605 7 месяцев назад +9

    কিয় বা কয় সঁচা প্ৰণয়
    হয় বুলি যুগমীয়া
    যদিহে হয় কিয়নো মই
    হৈ ৰলোঁ আজিও অকলশৰীয়া।।
    ❤❤❤❤

  • @samujjalgogoi3174
    @samujjalgogoi3174 8 месяцев назад +11

    আজি বহুদিনৰ মূৰত ১০ বাৰ মান শুনিলোঁ মৌচম দা। এতিয়া শুবলৈ লৈছোঁ,গাৰুটো লাহেকৈ তিতিবলৈ লৈছে।এনেকুৱা গান আৰু পাম বুলি আশা ৰাখিলোঁ আপোনাৰ পৰা দাদা❤

  • @pranay9753
    @pranay9753 2 года назад +14

    তাইৰ প্ৰীয় গান টো কিন্তু তাই এতিয়া এই ধৰাতেই নাই পুনৰ মনত পৰিল সেই class 9 ৰ কথা 🖤👀🌸

  • @Xagarikabora
    @Xagarikabora 2 года назад +12

    ইমান এটা ধুনীয়া গীত আমাক উপহাৰ দিয়াৰ বাবে ধন্যবাদ মৌচম দা৷গানটো যিমানেই শুনো সিমানেই গানটোৰ মাজত সোমাই গৈ থাকো❤️

  • @sankarjyotimedhi7575
    @sankarjyotimedhi7575 2 года назад +14

    মোৰ যি আছিল পৰিচয়, সেইয়াও তোমাৰেই হয়, তুমিহে মোৰ তোমাৰতো মই নহয়❤️

  • @nayankalita3996
    @nayankalita3996 2 года назад +10

    সজীৱ হ'বলৈ পাহৰি যায় সপোন আৰু স্মৃতিবোৰ, যেতিয়া মাজনিশা মৌচম দাৰ কণ্ঠত এই গানতো বাজি উঠে। তেতিয়া কেৱল হাতত মদৰ গিলাচতো আৰু চিগাৰেট তোৱে লগৰী হৈ পৰে…।

    • @mukulvlogs3376
      @mukulvlogs3376 2 года назад +1

      Hoi dei bro

    • @chanakyapatowary87
      @chanakyapatowary87 2 года назад +1

      প্ৰেমত ধোকা খোৱা যেন লাগিল কমেন্তটো পঢ়ি , বুজাত ভুলো হব পাৰে

  • @SRD231
    @SRD231 Год назад +12

    ৭ বছৰ কেনেকৈ নো পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলো। কিমান যে মধুৰ স্মৃতি জৰিত হৈ আছে গানটোৰ লগত। আজি 2022 টো গানটো প্ৰিয় হৈ আছে।

  • @nikumanipathak9746
    @nikumanipathak9746 2 года назад +7

    নিজান‌ ৰাতি কাণত headphone আৰু এই গানটো আৰু তেওঁৰ স্মৃতি উফ্ফ কিমান বেদনা অনুভৱ কৰিব নোৱাৰি 🥰🥰

  • @anupallahan7546
    @anupallahan7546 2 года назад +17

    গানটি বহুত বাৰ শুনিছোঁ। Ojantric ৰ পৰা আকৌ এবাৰ খুঁচৰিলো।

  • @pinkisaikia5417
    @pinkisaikia5417 2 года назад +8

    আজি অহা আবতৰীযা বৰষুণ জাকে আকৌ এই গানটিলৈ মনত পেলাই দিলে... এনেকুৱা আবতৰীযা বৰষুণত প্রিয়জনৰ লগত তিতি ফুৰা সেই দিনটো বহুত miss কৰিছো আজি ....কি যে সুন্দৰ আছিল সেই দিনবোৰ... যিটো এতিয়া অতীত আৰু সেই প্রিয়জনো...... 🙂💔

  • @bedantabikashborah9846
    @bedantabikashborah9846 2 года назад +6

    Ojantric💕💕Mousam Da🤩🤩

  • @priyampolachutia6179
    @priyampolachutia6179 5 лет назад +14

    কিয় বা কয় সচাঁ প্ৰনয় হয় বুলি যুগমীয়া...যদিহে হয় কিয়নো মই...হৈ ৰলো....!!! Ufffff...জুই একদম....💖

  • @upasanashivam1069
    @upasanashivam1069 Год назад +11

    ৭ বছৰ আগত শুনোতে বুজিয়েই পোৱা নাছিলোঁ now I felt this song 🙂

  • @kidsjiyasplay6374
    @kidsjiyasplay6374 2 года назад +7

    কিমান যে চালো! 💗💗💗

  • @jitukakati1590
    @jitukakati1590 Год назад +5

    অসম সাহিত্য সভাত আপোনাৰ গানটো ওপভোগ কৰিছিলো বৰ ভাল লাগিল ৷ এতিয়া ইয়াত শুনি আছো ৷ ধন্যবাদ ইমান ধুনীয়া গান উপহাৰ দিয়া বাবে ৷

  • @borshaborah4362
    @borshaborah4362 Год назад +7

    জীৱনৰ লগত মিলি যোৱা এটা গান।।শুনি থাকিলেও যেন হেপাহ নপলাব।। 💔

  • @pranabdas9481
    @pranabdas9481 2 года назад +7

    জীৱনৰে অভিনয়,
    বুজা- নুবুজাতে ৰয়।
    সচাঁ সচাঁ লগাবোৰ,
    মিছা হয়।
    💚🌻
    💚

  • @bcentertainment9463
    @bcentertainment9463 4 года назад +14

    মৌচুম দাৰ প্ৰতিটো গীতেই ৰসাল । মানুহৰ মাজত খাপ খোৱাব পৰা তেওঁৰ কণ্ঠও প্ৰতিটো শব্দই মানুহৰ মন চুই যায় । love u dada

  • @prakashbaruah3607
    @prakashbaruah3607 3 года назад +7

    প্ৰিয় গীতটো❤️।।মৌচুম দাৰ গীতবোৰত নোপোৱা কিবা বিচাৰি পাঁও❤️

  • @TechTubeZee
    @TechTubeZee 3 года назад +28

    কোনোবাই 2021 ত শুনি আছা ...

  • @dkmixmusical6962
    @dkmixmusical6962 4 года назад +11

    *মৌচম দা,,মই পল,,,,পাঠশালা ভবানীপূৰত আপোনাৰ লগত একেখন মঞ্চতে গীত গাব সূবিধা পাইছিলো কিছূদিন আগত।আপোনাক আৰু আপোনাৰ গীত specially আবতৰীয়া বহুত প্রিয় মোৰ । আকৌ এনেকুৱা গীত লাগে আমাক ।।।।THNX*

    • @ajoyray4419
      @ajoyray4419 4 года назад +3

      Nisoi ketiaba log pale gabo pariba Moy gan gao

  • @Dhun856
    @Dhun856 2 года назад +6

    যিমান শুনিলেও হেপাহ নপলাই 💕💕💕💕💕💕💕💕🔥🔥🔥

  • @ritudas3737
    @ritudas3737 2 года назад +8

    মৌচম গগৈৰ গানবোৰ সঁচায় বৰ ভাললগা...

  • @BabuJatzz
    @BabuJatzz 2 года назад +3

    Ojaantric❣️❣️
    Kokaideu bohut miss koru

  • @probinmorang8593
    @probinmorang8593 6 лет назад +5

    খুওব সুন্দৰ হৈছে গানতো । মৌচমৰ প্ৰতিতো গানৰ এটা বিশেষ ভাল লগা বৈশিষ্ট থাকে এই গানতোও একেই বিশেষ ভাবে বনোৱা গান ।💐💐💐💐

  • @Sweetypriya8414
    @Sweetypriya8414 3 года назад +6

    শুণি থাকিলেওঁ আকৌ মন যায় ।বহুত ভাল লাগে দাদা গানটো।

  • @JantuChetia
    @JantuChetia Год назад +4

    দাদা! মাজৰ অন্তৰা কিটা শুনিবলৈ কুৱেই সুন্দৰ হৈছে ।লগতে গানটো বৰ সুন্দৰ লাগিল।

  • @bhupengohain8714
    @bhupengohain8714 9 месяцев назад +7

    সদাই নতুন হৈ থাকিব এইবোৰ গান❤❤ বহুত প্ৰিয় গানটো ❤❤

  • @nibeditachetia3896
    @nibeditachetia3896 5 лет назад +5

    Dada 2mr ae2 gan Huni moi bhut bhut vl palu.aru vide2 Sai bhut vl puwa👌👌👌👌💖💖💖💖💖💖

  • @sibaniray1311
    @sibaniray1311 5 лет назад +6

    Bohu dinor murot aji gan tu sai bohut val lagil ......hanti palu ...dada thanks eman val gan amak diar babe.......

  • @SRlove6966
    @SRlove6966 7 месяцев назад +13

    2024 t konobai xonisa ne ❤❤

  • @nalbari2.025
    @nalbari2.025 Год назад +4

    কি ধুনীয়া সুৰ দাদা ৰ কিবা বেলেগ জাগাত লৈ গৈল tq dada 🙏🙏

  • @RabanDas-iv8dh
    @RabanDas-iv8dh 10 месяцев назад +4

    Sabo mon ase apunak. Beleg Gan aitu. Moi kin2 khai thaku. Mozaaaaa

  • @marulidharrabha8339
    @marulidharrabha8339 2 года назад +4

    মৌচম দাৰ গানত মোৰ প্ৰথম কমেন্ট,,,। এই গানটো শুনাৰ পাছত স্মৃতিৰ সেই সোনালী দিনবোৰৰ কথা মনত পৰি গ'ল আৰু দুচকুয়েদি দুধাৰি অশ্ৰু বৈ গ'ল । সুন্দৰ অভিনয়। চাই ভাল লাগিল।❤️❤️

  • @kousikKonwar
    @kousikKonwar 8 месяцев назад +7

    Ajiu huni Val lage gan tu❤

  • @UtpalSaikia-l9d
    @UtpalSaikia-l9d 7 месяцев назад +8

    Always swag 10-3-24 koi h Kia abhi 😊❤

  • @mainulhoque.7216
    @mainulhoque.7216 4 года назад +5

    কিয়বা কয় সঁচা প্ৰণয় হয় বুলি যুগমীয়া।।।যদিহে হয় সঁচা প্ৰণয়...... অন্তৰ চুই যোৱা শাৰী...গানটো শুনিলে শুনি থাকিবলৈ এই মন যায়..

  • @jogendranath6294
    @jogendranath6294 4 года назад +10

    ইমান ধুনীয়া গীত, বাৰে বাৰে শুনি থাকিলেও আমনি নেলাগে।

  • @বেদান্তনাথ
    @বেদান্তনাথ 2 года назад +6

    কিয় বা ক‌ই সচাঁ প্ৰণয় হয় বুলি যুগমীয়া
    যদিহে হয় কিয়নো ম‌ই হৈ ৰলো
    আজিও অকলশৰীয়া,,মিলি যায় কোনোবা এখিনিত☺️☺️

  • @rdutta3688
    @rdutta3688 5 лет назад +14

    দাদা এনেবোৰ গান আকৌ কৰক 🙏... প্ৰকৃত গানৰ হোৱাৰ পাও এনেবোৰ গানত ।

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 2 года назад +5

    সঁচাকৈ গীতটো 6 বছৰৰ পৰা শুনি আছো , গীতটো শুনিলে কিবা মন প্ৰান শান্তি পৰি যায় 🥀 আৰু আগলৈকেও কেতিয়াও গীতটো পাহৰিব নোৱাৰাে 😘

  • @pranabnath3642
    @pranabnath3642 4 года назад +11

    বহুত ধুনীয়া লাগে গানটো শুনি থাকিলেও হেপাহ নপলায়

  • @mamonidevi6616
    @mamonidevi6616 7 лет назад +6

    hrt touching song...gan to xunile bohutttttt ktha mnt pore💔

  • @lakhimidas22
    @lakhimidas22 8 месяцев назад +5

    I have listen this song when I was in class Eight(8)...... same feeling same emotions❤️🥺.. and this line"কিয় বা কয় সচা প্ৰণয় হয় বুলি যুগমীয়া, যদিহে হয় কিয়নো মই হৈ ৰলো আজিও অকলশৰীয়া".........🕊️

  • @sagarjyotibaruah3728
    @sagarjyotibaruah3728 4 года назад +7

    মৌচম দা আপুনি খুব দায়বদ্ধতাৰে সংগীত চৰ্চা কৰি আছে।সময়ে আপোনাক মূল্য দিব।

  • @MAINABLOGS2024
    @MAINABLOGS2024 10 месяцев назад +8

    Old is gold❤

  • @DeoriLife
    @DeoriLife 4 года назад +9

    Buhut dhuniya hoise😍in lobe wid diz song mausam da keep goin.....

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM 4 года назад +7

    Mousam Da bahut val lage o songtu...Apunak log puahe nai Moi Lakhimpurr Lara hoi jodiu Moi.

  • @EnajoriMultimedia
    @EnajoriMultimedia 5 лет назад +7

    অতি সুন্দৰ মৌচম দা

  • @khitishkalita4171
    @khitishkalita4171 3 года назад +3

    সচাকৈ মৌচম দাৰ গীতৰ কথা বোৰ মোৰ বৰ প্ৰিয় ❤️

  • @bipulrabha630
    @bipulrabha630 6 лет назад +8

    আৱতৰীয়া প্রণয়ৰে বানে তিৱালেহি মোক চকুৰে পতা,,,লেখত লবলগীয়া গান,,,শুনিলে শুনি থাকিবৰ মন যায়,,,

  • @dhanjit8823
    @dhanjit8823 2 года назад +4

    কিমান বাৰ সুনিলো হিচাপ নাই। সুন্দৰ গীত ❤️

  • @Jatinkaman807
    @Jatinkaman807 5 лет назад +7

    সুন্দৰ ভিডিঅ মৌচুম দা

  • @sanjibbora1789
    @sanjibbora1789 4 года назад +4

    Mousum da ,borhiya lagise o,god bless you

  • @KakaliDeka-zb3nr
    @KakaliDeka-zb3nr Год назад +6

    কিয়বা কয় সচা প্ৰণয় হয় বুলি যুগমীয়া
    যদিহে হয় কিয়নো মই হৈ ৰলো আজিও অকলশৰীয়া 😔

  • @nekiburzaman1736
    @nekiburzaman1736 5 лет назад +3

    Dada mor life t anekowa hoise Excellent song ❤️❤️

  • @hemantapathak6776
    @hemantapathak6776 Год назад +6

    অসমৰ চনু নিগম🙏🙏🙏❤️❤️❤️

  • @bobyborah28
    @bobyborah28 4 года назад +7

    অতি সুন্দৰ ।

  • @parinitabarman768
    @parinitabarman768 3 года назад +4

    Ufff ...dintut kimn xunu gan tu ..tothapiu kiba hepah a nopoly❤

  • @sibaniray1311
    @sibaniray1311 5 лет назад +2

    Aji aru 3 ber salu gan tu ......eman val lage .... Thanks mousom da

  • @kalyangogoi6750
    @kalyangogoi6750 2 года назад +4

    আবতৰীয়া মাজত আকৌ এবাৰ উভতি আবতৰীয়া।

  • @RinRinTinTin
    @RinRinTinTin 2 года назад +5

    Straight from ojantric... 😚

  • @mp6992
    @mp6992 4 года назад +10

    আজিও গানটো শুনো ইমান ভাল লাগে😍😍😍😍

  • @Ridipaxom
    @Ridipaxom 2 года назад +2

    After 5 years.....
    কি সুন্দৰ গীত..
    All time favorite ❤️

  • @devajanigogoi578
    @devajanigogoi578 3 года назад +6

    Mousum da আপোনাক আৰু আপোনাৰ গান মোৰ অতিকৈ প্ৰিয়

  • @KhagenChMedhi
    @KhagenChMedhi 3 года назад +3

    Mousam Gogoi, a gem of Assamese music industry ❤️

  • @ajoyborah4386
    @ajoyborah4386 5 лет назад +11

    বহুত বেছি ভাল লাগে গান টোৰ কথা আৰু সুৰ । সুন্দৰ কন্ঠ সুন্দৰ পৰিবেশন 👌👌 এখন ভঙা হৃদয় আৰু কিছুমান স্মৃতি ধৰি ৰাখিছে গানটোৰ মাজত 😘😘

  • @sasankamech2224
    @sasankamech2224 4 года назад +4

    ajiu hunu apunar ae gan tu 😍😍😍

  • @prokashboruah131
    @prokashboruah131 4 года назад +29

    প্রিয় শিল্পী ভিতৰত এইজন এজন ।
    2020 t kune kune xunisa plz like .

  • @LunaSaikia-i3o
    @LunaSaikia-i3o 26 дней назад +1

    ❤dhuniya lagise gantu dada apunr gan xunu bahut vl lage

  • @babulsaikia3240
    @babulsaikia3240 2 года назад +6

    আশা নকৰা ঘটনা ঘটি যায় কেতিয়াবা। 😪😪

  • @MokeshMech
    @MokeshMech Год назад +3

    Bohut dinor pasot honilu bor val lagil❤❤❤❤

  • @patkainews4519
    @patkainews4519 4 года назад +9

    মনমুহি নিয়া গীত।

  • @lunalahkar332
    @lunalahkar332 2 месяца назад +2

    hurt touching..... Sinaki hoi jetiya osina... Ki dore kou ei jatona.... & jibonore abhinay buja nubujate roi xosa xosa bur misa hoi..... & kio ba koi xosa pranay hoi buli jugomia....jodi he hoi kio nu moi hoi rolu ajiu akalxoriya 😊

  • @djkalita6981
    @djkalita6981 3 года назад +3

    Wow nice song ...mousam da... Apuni anekua and gaan aru likhak..

  • @CHazarikaChandan-vv7mj
    @CHazarikaChandan-vv7mj Год назад +2

    Mur aataitkoi bhal laga gan dada aitu....thnkas,,,aaguwai jaeok apuni (.nice sang.. .

  • @barnasvlog640
    @barnasvlog640 3 года назад +7

    Gaan Tu etya huni asu bohut dinor murot... Mur vaiti a bor val paisil aitu gaan, aru aaji xi amak ari gol🙂bohut monot porise babu tuloi

  • @sourobhdas4881
    @sourobhdas4881 2 года назад +3

    Mausam da.. Bahut val pau apunar geet xuni..ki je dorodi mou vora Apunar kantha..❤❤ Apunar protitu geet mur khub priya..💕💕 Love you Dada..💕💕❤

  • @JeherulIslam-nt6ex
    @JeherulIslam-nt6ex 3 месяца назад +4

    Finally aji mousum Dak sabo pam de amer iyat rabha divas r special guest invite korise nalbari," bongaon"

  • @Divyam2023-j2g
    @Divyam2023-j2g 5 лет назад +1

    Dhuniya.... Bhal lagese...... Apunar lyrics br always bhal lage....

  • @DulumaniDaimary
    @DulumaniDaimary 7 месяцев назад +6

    Ki moja gan mosmi da

  • @ইটোসিটোবহুতো-ঢ২ল

    Ajiu hunisu.....priyo dadajonor gan

  • @WZALLIN
    @WZALLIN 3 года назад +4

    Dada apunar notun gan ketiya koi pam .val lage bohut apunar voice ❤️❤️❤️

  • @bishwajitvlogs6931
    @bishwajitvlogs6931 2 года назад +2

    Iman dhuniya gaan khuni thakile khuni thakib mon jai ♥️♥️♥️♥️

  • @ajahersultana1024
    @ajahersultana1024 6 лет назад +5

    mi jatea song tu hunu soku pani ulai jai...really heart touchin song hoi.

  • @MrHasan-Assam
    @MrHasan-Assam 4 года назад +2

    Oti hundor....hosai vl lgl😍😍

  • @jogatbonia4666
    @jogatbonia4666 Год назад +5

    After 7year but same feeling this song is too good ❤

  • @mrdutta4374
    @mrdutta4374 2 года назад +2

    Bhut vl lga xuni thaku Maja mja ❤️

  • @oxomiyajiyori_youtubechann6046
    @oxomiyajiyori_youtubechann6046 4 года назад +5

    God bless you...kot ase atiya apuni...bohudin dekha ni🙏🙏🙏🙏🙏

  • @dipankardehingia4280
    @dipankardehingia4280 5 лет назад +1

    Bohut bohut bhal laga o gan tu katiaaba..........
    thank you mosom gogoi...........
    nice more song............

  • @sonuborah9099
    @sonuborah9099 Год назад +4

    moi jua kali fansionot apunak sabo goisilu. dhemaji public hell school or fildot. bohut val lagil

  • @nayankuch737
    @nayankuch737 5 лет назад +3

    Bohut bohut val lage apunar all song.....

  • @barnalibhuyan
    @barnalibhuyan 3 года назад +8

    সদায় প্রিয়. প্রতিটো গানেই অন্তৰ চুই যায় ❤

  • @neelgoutamhandique8329
    @neelgoutamhandique8329 5 лет назад +9

    All assame people waiting for your song mousum daa

  • @kasturikasarmah2368
    @kasturikasarmah2368 3 года назад +198

    After 5 year.....same feeling same emotions 😍

    • @neelimdas7746
      @neelimdas7746 2 года назад +2

      ruclips.net/channel/UC3N-JrVRPoXCDXzrA9-smUQ

    • @moon...632
      @moon...632 2 года назад +4

      Hosai ki vl lagesel agota ai gan bur atiyau ai bur gan vl lge kintu kio lahe lahe dada gan bur kom hit hbo dhorisa.

    • @miorahuldadaki7284
      @miorahuldadaki7284 2 года назад +1

      Pp

    • @rubuldas6409
      @rubuldas6409 2 года назад

      p

    • @gaganbaishya5070
      @gaganbaishya5070 3 месяца назад

      ¹1​@@neelimdas7746

  • @KalpajyotiDas-dv8ze
    @KalpajyotiDas-dv8ze 12 дней назад +2

    😮what a song 😍

  • @injamulhoque5707
    @injamulhoque5707 3 года назад +5

    Mousam Da writes most heart touching songs in Assamese. He is truly amazing and his songs are evergreen and touch the heart of people. I feel my pain in his songs.

  • @jaysreehazarika9301
    @jaysreehazarika9301 2 года назад +2

    Atiyau mon glei hunu💝emnei val paw❤

  • @bikashgogoi6293
    @bikashgogoi6293 Год назад +4

    আপোনাৰ গান বহুত বেছি ভাল লাগে ❤❤❤❤❤

  • @narayanpanika1116
    @narayanpanika1116 2 года назад +3

    Kio ba koi Hosa pronoy hoi buli jugomiya jdi he hoi kio nu moi hoi rolu ajiu oklxrya.... Is the heart touching lines