নামঘৰৰ নজনা কথা|| Namghar - all about||
HTML-код
- Опубликовано: 7 фев 2025
- নামঘৰৰ নজনা কথা|| Namghar - all about||
নামঘৰ অসমীয়া লোকসকলৰ নাম-কীৰ্তন কৰা উপাসনা ঘৰ বা প্ৰাৰ্থনা গৃহ। শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ
ধৰ্ম প্ৰচাৰৰ অৰ্থে প্ৰথম বাৰৰ কাৰণে নামঘৰৰ প্ৰতিষ্ঠা কৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন
কৰা নৱ-বৈষ্ণৱ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান দুটিৰ এটি হৈছে নামঘৰ আৰু আনটি হৈছে সত্ৰ। নামঘৰ আছিল
শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থল। শ্ৰীমন্ত শংকৰদেৱেই প্ৰথমে নগাঁৱৰ বৰদোৱা (বটদ্ৰৱা) ত নামঘৰ
প্ৰতিষ্ঠা কৰিছিল। ক্ৰমে অসমৰ সৰ্বত্ৰতে তেখেতৰ আদৰ্শৰে নামঘৰ গঢ় লৈ উঠে।
নামঘৰত সাধাৰণতে চাৰিটা প্ৰধান অংশ বা ঘৰ থাকে-
1. নামঘৰ বা কীৰ্তন ঘৰ,
2. মণিকূট,
3. ছোঁ ঘৰ আৰু
4. বাটচ’ৰা।
বৰ ধুনীয়া হৈছে 🙏🙏
Krishna Krishna Ram Ram ❤❤❤❤
val lagele
Thank you.
নামত বিহুনাচৰ ভঙ্গীমা কিয়?
এই বিষয়ে মই নাজানোঁ৷ পাঠক দুগৰাকীও বাহিৰৰ পৰা আমন্ত্ৰন কৰি অনা হৈছিল৷
অসমীয়া সমাজৰ নামকীৰ্ত্তন,দহাত চন্দ্ৰ তাপৰ চাৰিটা খুটাত কলগছ ,খেজুৰ পাত ,কুহিয়াৰ গছ,দেওবাহ কিয় ব্যৱহাৰ কৰা হয়?
নামঘৰত কিয় চন্দ্ৰতাপ বস্তু ৱ্যৱহাৰ কৰা হয়?
নামঘৰত চন্দ্ৰতাপ ব্যৱহাৰ কৰা হয় যাতে শীতলতা আৰু শান্তিৰ বাবে৷ চন্দ্ৰৰ পোহৰ শীতল আৰু স্নিগ্ধ ৷ এই পোহৰ ধৰ্মীয় আকৰ্ষণত ব্যৱহাৰ কৰাৰ পিছত এক ধৰণৰ শীতলতা আৰু শান্তি প্ৰকাশ কৰে। চন্দ্ৰতাপৰ সৈতে এক শুদ্ধতা আৰু পৱিত্ৰতা জড়িত হৈ থাকে৷
বগা ফুল চাট পিন্ধা জনৰ নাচনটো একে বাবে ভাল নালাগিল। বিহু নেকি হৰি নামত এই দৰে নাচিবলৈ।ছি ছি ্্্্্।
এই বিষয়ে মই নাজানোঁ৷ পাঠক দুগৰাকীও বাহিৰৰ পৰা আমন্ত্ৰন কৰি অনা হৈছিল৷ আমাৰফালে মই এনে নৃত্য দেখা নাই৷