Это видео недоступно.
Сожалеем об этом.

Duliajan|| Kamalabari Namghar@jyotimoi

Поделиться
HTML-код
  • Опубликовано: 5 сен 2022
  • #pranjitgogoi #ভাগৱতপাঠ #pranjalprotimborah

Комментарии • 691

  • @prasantapathak8503
    @prasantapathak8503 Год назад +5

    কৃষ্ণ প্রভূজনা।

  • @binandabaishya9035
    @binandabaishya9035 Год назад +3

    Krishana krishana

  • @brianbrownie709
    @brianbrownie709 Год назад +4

    Krishna doyamoy prob hu 🙏🙏🙏

  • @jadumonikarmakar516
    @jadumonikarmakar516 Год назад +3

    Krishna baap...hundor baikha...joi guru honkor

  • @assambhaktivideo3600
    @assambhaktivideo3600 Год назад +5

    কৃষ্ণ প্ৰভু মোক দয়া কৰা

  • @maniknamasudra2134
    @maniknamasudra2134 Год назад +6

    শতকৌতি প্ৰনাম প্ৰভু আপোনালে কৃষ্ণ

    • @bikasdass3566
      @bikasdass3566 Год назад

      বৰ ধুনীয়া হৈচে

  • @dipakhazarika5395
    @dipakhazarika5395 Год назад +3

    কৃষ্ণ 🙏🙏🙏

  • @Editer_bk11
    @Editer_bk11 Год назад +3

    Ram kisna 🙏✍️

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 Год назад +2

    Krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @zuxyreact
    @zuxyreact 6 дней назад

    কৃষ্ণ‌ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏

  • @rebatithakuria7977
    @rebatithakuria7977 Год назад +3

    বৰ ভাল লাগিল কৃষ্ণ

  • @Satyajitdas35678
    @Satyajitdas35678 7 месяцев назад +2

    কৃষ্ণ
    🎉👏🎉

  • @purabihazarika7906
    @purabihazarika7906 Год назад +7

    কৃষ্ণ কৃষ্ণ প্রভূ🙏🙏🙏 কিয় নাজানো প্রভূ আপোনাৰ দ্বাৰা ঈশ্বৰৰ গুণানুকীর্তন শুনি চকুপানী ওলাই গ'ল🙏🙏🙏

  • @Miduldutta
    @Miduldutta Год назад +15

    ইমান ধুনীয়া অৰ্থ
    জয়য়য়য়য়য়য়য় শ্ৰীৰামমমমমমমমমমমমমমমমমমমমমমম 🙏🙏🙏
    জয় গৰু শংকৰ জয় গুৰু শংকৰ জয় গুৰু শংকৰ

  • @mukunda3780
    @mukunda3780 Год назад +3

    Bor val lagil sai

  • @barnalideka7356
    @barnalideka7356 Год назад +4

    সুন্দৰ ভাগৱত পাঠ

  • @juribora7587
    @juribora7587 Год назад +8

    বৰ সুন্দৰ কথা কৈছে ।ভাল লাগিল।

  • @tolanboruah389
    @tolanboruah389 Год назад +4

    সুন্দৰ প্ৰাণজিত বাপ

  • @bhabitrabha4683
    @bhabitrabha4683 Год назад +6

    Krishna Krishna Krishna 🙏🙏🙏

  • @kishorhaloi5563
    @kishorhaloi5563 Год назад +3

    কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ

  • @krishnalikakoti7638
    @krishnalikakoti7638 Год назад +6

    কৃষ্ণ প্ৰভু ।ভাল লাগিছে শুনি

  • @puspasaha221
    @puspasaha221 Год назад +3

    সুন্দৰকৈ বুজাই দিয়াটো দিছে কৃষ্ণ কৃষ্ণ

  • @bijoyloxmigogoi3326
    @bijoyloxmigogoi3326 Год назад +2

    Kristi krisno

  • @abhabora679
    @abhabora679 Год назад +3

    কৃষ্ণ 🙏

  • @skalita3262
    @skalita3262 Год назад +3

    অ বাপ ইমান সুনদৰ

  • @beautydutta8091
    @beautydutta8091 Год назад +6

    বহুত সুন্দৰ বাখ্যা শুনি সুখী পালো।

  • @minotishortschannel9453
    @minotishortschannel9453 Год назад +3

    krishna krishna bhokot boieshnab hokol🙏🙏🙏

  • @user-my2ke1gg8h
    @user-my2ke1gg8h Год назад +3

    Krishna krishna Bap, Sundar, oti sundar krishna.

  • @namitakonwar2153
    @namitakonwar2153 Год назад +3

    কৃষ্ণ অতি সুন্দৰ বাপ।

  • @sasadharrajbangshi3321
    @sasadharrajbangshi3321 Год назад +4

    Krishna krishna 🙏💗❤️❤️❤️

  • @mintutalukdar9619
    @mintutalukdar9619 Год назад +2

    Oti. Khundor.

  • @LoLgamerzz306
    @LoLgamerzz306 Год назад +3

    সুন্দৰ ব্যাখ্যা ,কৃষ্ণ

  • @monujborah4496
    @monujborah4496 Год назад +3

    কৃষ্ণ ৰাম।অতি সুন্দৰ বাখ্যা

  • @jibonchetia4157
    @jibonchetia4157 Год назад +9

    ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি। আপোনাৰ ওচৰত সদাই থাকিব নাপাও হেইহে মবাল দাৰা আপোনাক মই মোৰ আমাৰ পৰম গুৰু মানিলো । আৰু মৰমেৰে নোৱাৰিলেও খং ৰে হলেও মোৰ পাপি আতমাক শিষ্য বুলি লৱ পাৰিবনে গুৰুডদেউ ৰাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @purnimadas7779
    @purnimadas7779 Год назад +2

    🙏🙏Krishna krishna🙏🙏

  • @monujkumargogoi2013
    @monujkumargogoi2013 Год назад +17

    🙏🙏🙏🙏🙏🙏🌺❤️❤️ কৃষ্ণ, কৃষ্ণ বাপ আপোনাৰ লগতে তাত উপস্থিত আটাইৰে চৰনত মোৰ কোটি কোটি ভক্তি ভৰা সেৱা জনালো ❤️❤️ কৃষ্ণ,❤️❤️ ঈশ্বৰে সকলোকে কুশলে ৰাখক ❤️❤️🙏🙏🙏🙏🙏🙏🙏

  • @boruahboruah7660
    @boruahboruah7660 Год назад +2

    Krishna Krishna Krishna ❤❤❤

  • @user-gi3go6qq7m
    @user-gi3go6qq7m 8 месяцев назад +1

    Excellent analysist bhagabat bythe Gogoi bap it is god giveted his lifes.Krishna

  • @ajoynagbonshi6795
    @ajoynagbonshi6795 Год назад +2

    ওঁ নমো ভগৱতে বাসু দেৱায়

  • @upakhisivam5568
    @upakhisivam5568 Год назад +6

    কৃষ্ণ প্ৰভূ তযু চৰণত প্ৰণাম জনালো কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @Ridipaxom
    @Ridipaxom Год назад +3

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনাইছো

  • @saratmedhi3923
    @saratmedhi3923 Год назад +5

    বাপ কৃষ্ণ সেৱা নিবেদন কৰিছোঁ, । বহুত ভাল লাগিছে, ভক্তি তত্ত্ব, ঈশ্বৰ তত্ত্ কথাৰ জ্ঞান লাভ হ'ল । কৃষ্ণ

  • @kamaleshwarnath9824
    @kamaleshwarnath9824 Год назад +4

    🙏Krishna ati xundar 🙏

  • @animamedhi4924
    @animamedhi4924 Год назад +3

    কৃষ্ণ প্ৰভু প্ৰানাম ।

  • @taralanath3876
    @taralanath3876 Год назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম

  • @nitulbarman1446
    @nitulbarman1446 Год назад +2

    🙏🙏🙏🙏🙏🙏🙏JAI KRISHNA PRABHU🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @thunukalita6191
    @thunukalita6191 Год назад +2

    Xuni val lage krishna kotha. Hore krishana 🙏🙏

  • @nomunomu4661
    @nomunomu4661 Год назад +4

    Om shri krishnai guru Dhananjay nomo namah

  • @nabjitdas1702
    @nabjitdas1702 Год назад +1

    Joy guru sonkordev pronam

  • @daduldas1643
    @daduldas1643 Год назад +2

    কৃষ্ণ কৃষ্ণ

  • @jyotismitaborah4762
    @jyotismitaborah4762 Год назад +3

    কৃষ্ণ,বাপ ভক্তি ভৰা সেৱা নিবেদিছো ৷

  • @prabinsaloi7541
    @prabinsaloi7541 Год назад +2

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি

  • @prafullalahakar2456
    @prafullalahakar2456 11 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @monnilimofficial5274
    @monnilimofficial5274 Год назад +2

    Krishna krishna...🙏🙏🙏

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 Год назад +7

    Krishna 🙏 bap ,oti sundor, এজন বাপে কৈছে oh hori oh Ram, দেউতাকে উথা বুলি কয়, পুতেকে বহা বুলি কব নেকি , ক বুলি কলে খ বুলি কব নেকি নামঘৰৰ বাপ জনে বুজাই কলে ভাল হয় Krishna 🙏 প্ৰভু

    • @user-mk9iw6fy4c
      @user-mk9iw6fy4c Год назад

      বহা উঠা বিপৰীত কথা । হৰি ৰাম বিপৰীত নেকি ?বুজিব নালাগে আপোনাৰ দৰে ১৯৩০ চনৰ পিচৰখিনিয়ে । ১৯৩০ লৈকে কেনেকৈ চলিছিল ? গুৰুজনাৰ দিনৰ পৰা ১৯৩০ চনতহে শুদ্ধ হলহি নহয় ?গুৰুজনাতকৈও ওপৰত এইসকল !

  • @jimudgogoi1334
    @jimudgogoi1334 Год назад +16

    প্ৰভূ জনাই ও হৰি ও ৰাম পৰমাথিক তত্ত্বতো বুজাই দিয়া হ'লে সমস্ত বাব বান্ধৱ সকলৰে তত্ত্ব ভাগ জনাৰ সুবিধা হ'ল হেঁতেন বুলি আমি অনুভৱ কৰিছু।

    • @jyotishdeori979
      @jyotishdeori979 Год назад +1

      হয় প্ৰভু জনাই বুজাই দিয়া হ'লে ভাল পালোঁহেঁতেন ।

    • @jyotishdeori979
      @jyotishdeori979 Год назад

      হয় প্ৰভু জনাই বুজাই দিয়া হলে ভাল পালোঁহেঁতেন ।

    • @kanikatamuli6294
      @kanikatamuli6294 Год назад

      Hoi...bujai dile Val palo heten.. Krishna

    • @cmsharma3896
      @cmsharma3896 Год назад

      @@kanikatamuli6294 hoi ni

    • @hiteshdas7174
      @hiteshdas7174 3 месяца назад

      হয় বুজাই দিলে আমিও ভাল পালোঁ হেঁতেন কৃষ্ণ কৃষ্ণ ।

  • @harensaikia204
    @harensaikia204 Год назад +2

    Baap bahut hukh paisu huni apunar byakha huni .god bless you baap

  • @Parthagogoi3473
    @Parthagogoi3473 Год назад +4

    বৰ সুন্দৰ ব্যাখ্যা কৰিলে প্ৰভু।

  • @mohansaikia9000
    @mohansaikia9000 Год назад +6

    অতি যোগ্য হৈছে ।

  • @saralabaruah5084
    @saralabaruah5084 Год назад +3

    Krisna gokhai🙏🙏🙏🙏

  • @junumech653
    @junumech653 Год назад +4

    কৃষ্ণ 🙏🙏বহুত বহুত সুন্দৰ প্ৰভূ জনা চৰণ দাখিৰ সেৱা গ্ৰহণকৰিব প্ৰভূ কৃষ্ণ 🙏🙏🙏কৃষ্ণশংকৰ কৃষ্ণ 🙏🙏বাপ কৃষ্ণ

  • @kishortalukdar6963
    @kishortalukdar6963 Год назад +6

    কৃষ্ণ বাপ।বৰ অমৃত পান কৰিলোঁ।সুন্দৰ সাৱলীল ব্যাখ্যা

  • @nijumonidas8401
    @nijumonidas8401 Год назад +2

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @kalpanabordoloi2707
    @kalpanabordoloi2707 Год назад +2

    Joi sri krisna radhe radhe

  • @jayasaharia5055
    @jayasaharia5055 Год назад +1

    কৃষ্ণ কৃষ্ণ । প্ৰণাম ণ্ৰভু ।

  • @rintuhazarika9373
    @rintuhazarika9373 Год назад +2

    Krishna Krishna

  • @upasonaborah9133
    @upasonaborah9133 Год назад +5

    কৃষ্ণ প্ৰভু🙏

  • @prafullakonwar4169
    @prafullakonwar4169 Год назад +2

    Aaji khub bhal lagil e dhanyawad

  • @PD-gj7ot
    @PD-gj7ot Год назад +2

    Krishna Krishna Krishna 🙏

  • @dhirajsaikia5934
    @dhirajsaikia5934 Год назад +1

    অ হৰি, অ ৰাম

  • @dipaliray5259
    @dipaliray5259 Год назад +2

    Pronam bapjon🙏🙏

  • @amitabhbharali3322
    @amitabhbharali3322 Год назад +5

    বৰ সুন্দৰ হৈছে বাপজনা ।।

  • @prafullabora5386
    @prafullabora5386 Год назад +4

    জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ । সেৱা আৰু প্রণিপাত গ্রহন কৰিব

  • @gopalpagag5310
    @gopalpagag5310 Год назад +3

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ

  • @sabitriboruah4411
    @sabitriboruah4411 Год назад +8

    কৃষ্ণ ,প্ৰভুজনাই ইমান সুন্দৰকৈ ব্যাখ্যা কৰে ভাবি আচৰিত হৈছো । নিশ্চয় কোনোবা জন্মৰ তপস্যা লব্ধ ভাগ্যৰ বলতহে ইমান সুন্দৰ পাৰদৰ্শিতা লাভ কৰিছে , কৃষ্ণ 🙏

  • @BojenBaruah-st5wz
    @BojenBaruah-st5wz Год назад +2

    Krishna🙏🙏🙏🙏

  • @mridulaboruah6200
    @mridulaboruah6200 Год назад +3

    Krishna baap🙏🙏 apunar kothabur hunile huni thakib mon jay.. Apunar hu saystho kamona krilu

  • @manojkumardeka9983
    @manojkumardeka9983 Год назад +4

    কৃষ্ণৰ চৰণে লৈলো শৰণ

  • @KDnews608
    @KDnews608 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @user-hs4lv3ns2s
    @user-hs4lv3ns2s 4 месяца назад

    কৃষ্ণ কৃষ্ণ বাপ প্ৰণাম জনাইছো ❤

  • @aditisaikia9547
    @aditisaikia9547 Год назад +2

    Krishna krishna

  • @manjubarman1855
    @manjubarman1855 Год назад +13

    ভগৱন্তক পইচাৰ লগত তুলনা কৰিলে।আৰু ইমান দাম্ভিক ভাৱে কৈছে শুনিবলৈ বেয়া পালোঁ।ভক্ত হলে বিনয়ী হ'ব লাগে।কৃষ্ণ!🙏

  • @labanyagogoi5728
    @labanyagogoi5728 Год назад +3

    কৃষ্ণ কৃষ্ণ পৰম আহ্লাদিত হ'লো ।

  • @jibonbordoloi6284
    @jibonbordoloi6284 Год назад +16

    প্ৰাণজিৎ বাপ ,আপোনাসৱক জ্যোতিময় চেনেলৰ যোগেদি কি বুলি ধন্যবাদ জনাম , এই অভাজনৰ ক'বলৈ ভাষা নাই। বয়সত আপোনাসৱৰ বহুত কম , আপোনাসবে বহুত জেষ্ঠ লোকৰ প্ৰশ্ন উত্তৰ দিব লগা হয় । গতিকে আমি অভাজনে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ । হে প্ৰভু , প্ৰাণজিৎ বাপ জনাক দীঘায়ু কৰি আৰু আধ্যাত্মিক জ্ঞান দিয়া । বৰ্তমান সমাজৰ এনে বহু লোক আছে যি সকলো জানে , কিন্তু নকয় কিয় নকয় নাজানো । গতিকে বাপলৈ আমাৰ অনুৰুধ অলপ সাৱধান হ'ব । এটি সৰু উদাহৰণ দাঙি ধৰিছো ভুল হ'লে ক্ষমা কৰিব, বৰ্তমান সমাজত কোনো এজন লোকৰ মৃত্যু হ'লে তেখেতৰ কাজ কৰ্ম ২ দিন কৰা হয় । প্ৰথম দিনা নাম-প্ৰসঙ্গ দ্বিতীয় দিনা ভোজ-ভাত ( যি সকলে মাছ ব্যৱহাৰ কৰে ) । ভোজ-ভাতৰ দিনা যদি একাদশী বা অমাবস্যা তিথি হয় তেন্তে সেই দিনা নাপাতি পিছৰ দিনা ভোজ-ভাত পাতে । কিন্তু সমাজৰ বহু লোকে আজি কি তিথি বুলি শুধিলে নাজানে। নিজৰ ঘৰত মাছ মাংস খাওতে তিথিৰ কথা মনলৈ নাহে

  • @arsanabora5747
    @arsanabora5747 Год назад +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ, জয় গুৰু শঙ্কৰ 🙏🙏🙏

  • @kalpanahazarika7631
    @kalpanahazarika7631 Год назад +3

    ৰাম ৰাম প্ৰণাম সমষ্ট বাপ আই আৰু শ্ৰদ্ধাৰপ্ৰভু।

  • @trithathengal1177
    @trithathengal1177 Год назад +3

    কৃষ্ণ বাপ বহুত সুন্দৰ কৈ বুজাই দিছে ধন্যবাদ

  • @babulalbhaiti345
    @babulalbhaiti345 Год назад +5

    JOY BHAGWAT GEETA JOY SRI KRISHNA GURU

  • @anupomphukon7757
    @anupomphukon7757 Год назад +7

    আপোনা কথাবোৰ শুনি ভাল লাগে,🙏🙏🙏

  • @RahulDas-ll1of
    @RahulDas-ll1of Год назад +4

    কৃষ্ণ কৃষ্ণ ঈশ্বৰৰ প্ৰভূ

  • @manuranjanchetia6867
    @manuranjanchetia6867 Год назад +2

    কৃষ্ণ বাপজন

  • @GNath631
    @GNath631 Год назад +3

    Krishna 🙏🏻🙏🏻🙏🏻🙏🏻

  • @summirabha7495
    @summirabha7495 Год назад +2

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @Trishul12345
    @Trishul12345 Год назад +3

    কৃষ্ণ কৃষ্ণ মাধৱ 🙏🙏

  • @munmihazarika779
    @munmihazarika779 Год назад +6

    বহুত ভাল লাগিল।
    সএাধিকাৰ বাপজনাই কোৱা অ হৰি অ ৰাম ৰ ওপৰত বক্তব্য আগবঢ়োৱা বাপজনাৰ লগত মই একমত। হয় বাপজনাই বৰ সুন্দৰ বক্তব্য ৰাখিছে। তেখেতৰ বক্তব্য চিৰন্তন সত্য। কৃষ্ণ।

  • @manujkumarnath8728
    @manujkumarnath8728 Год назад +2

    Krishno Apuna ji bhoktir bani khunilu moi khosakoi aji khub anondit.krishno.

  • @bollywoodsongo7583
    @bollywoodsongo7583 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনা ❤🙏🙏🙏🙏🙏

  • @rulennath7538
    @rulennath7538 Год назад +25

    কৃষ্ণ কৃষ্ণ , জয় গুৰু শঙ্কৰ । গগৈ বাপজনক সেৱা জনালোঁ । কৃষ্ণ , বাপ আপুনি সিজন বাপক কি পৰমাৰ্থিক তত্ব আছে ভাঙি দিবলৈ অনুৰোধ কৰিব লাগিছিল । এনেকৈ ঢাক চাল মাৰি এই কৰ্ম কাণ্ডি সকলে এক শৰণ ধৰ্মত বিধি পঠালি দি আহিছে । একো নাই , থকা হ'লে এই সুবিধা পাওতে তত্ত্বটো প্ৰথম প্ৰকাশ কৰিব পাৰিলেহেতেন । সমাজক বুজাবহে লাগে , ঢাকিব কিয় লাগে , এইটো তু একো গুপনীয় মন্ত্ৰ নহয় । জয় গুৰু শঙ্কৰ । জয় গুৰু শঙ্কৰ । জয় গুৰু শঙ্কৰ ।।।।।।

    • @user-pc4pd6ff9p
      @user-pc4pd6ff9p Год назад +7

      জয় গুৰু শংকৰ ।
      প্ৰসংগ কৰোতাজনৰ মুখত এনে দাম্ভিক কথা শোভা নাপায় ।

    • @anasuyakonwar8400
      @anasuyakonwar8400 Год назад +1

      @@user-pc4pd6ff9p হয়

    • @biswajitbaruah3564
      @biswajitbaruah3564 Год назад +1

      Gukhai brahman bilak karma kandir mastar, bhagabanak puwar pathere amak jaba nidie, teu bujai nidie pranjit pabhuk janaba diba lagisil kio daman kari thale.

    • @ranjanborah8190
      @ranjanborah8190 Год назад +2

      কৃষ্ণ বাপ, সেই বাপ জনাই বুজাই দিব লাগে বুলি ভাবি সেই বিষয় বস্তুৰ পৰা আতৰি থাকিলে... কি পৰমাৰ্থিক অৰ্থ আছে বুজাই দিয়া হলে ভাল পালোঁ হয়....

    • @janmonichetia2479
      @janmonichetia2479 Год назад +1

      @@ranjanborah8190 সঁচা কথা , কমলাবাৰীৰ বাপ জনাৰ কথাত বহুত অহংকাৰ দেখা পোৱা গ'ল । সেই দিনা একেবাৰে ৰাম আৰু ৰাৱনক দেখা দৰেহে লাগিল ।

  • @yogajinikalita4754
    @yogajinikalita4754 Год назад +6

    অ হৰি --- অ ৰাম ৰ তত্ত্বটো জানিবৰ মন।

  • @lohitdeka2404
    @lohitdeka2404 Год назад +2

    Krishna ram