কৃষ্ণ কৃষ্ণ বাপজনা ইমান সুন্দৰকৈ মথূৰা যশোৱা আৰু নন্দৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱাৰ পিছত নিজৰ শৰীৰতেই দেখোন সমস্ত বিশ্ব বিচাৰি পোৱা যায়।গতিকে ভিন্ন ভিন্ন প্ৰশ্নৰ উত্তৰো চাগৈ আমাৰ বোধেৰে প্ৰয়োজন নহব বুলি অনঙভৱ হয়।
কৃষ্ণ, বাপ-- সুন্দর উপস্থাপন। গুৰুজন বস্তু ৰ তত্ব আৰু ও হৰি ও ৰাম ৰ তত্ব ভেদে অৰ্থাৎ ৰুচিঅনুয়াই সোৱাদ পায় বাবে ও হৰি ও ৰাম ৰ তত্ব ও ভিন্ন ভিন্ন হয়-----কৃষ্ণ কৃষ্ণ কৃষ্ণ
Excellent analysist bhagabat bythe Gogoi bap it is god giveted his lifes.Krishna
🙏🙏Krishna krishna🙏🙏
🕉️ নমো নাৰায়ণ 🙏
Ati hundor kihno
কৃষ্ণ ,প্ৰভুজনাই ইমান সুন্দৰকৈ ব্যাখ্যা কৰে ভাবি আচৰিত হৈছো । নিশ্চয় কোনোবা জন্মৰ তপস্যা লব্ধ ভাগ্যৰ বলতহে ইমান সুন্দৰ পাৰদৰ্শিতা লাভ কৰিছে , কৃষ্ণ 🙏
Hundor
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ🙏🙏
ইমান ধুনীয়া অৰ্থ
জয়য়য়য়য়য়য়য় শ্ৰীৰামমমমমমমমমমমমমমমমমমমমমমম 🙏🙏🙏
জয় গৰু শংকৰ জয় গুৰু শংকৰ জয় গুৰু শংকৰ
Krishna krishna...🙏🙏🙏
কৃষ্ণ বাপজন
শতকৌতি প্ৰনাম প্ৰভু আপোনালে কৃষ্ণ
বৰ ধুনীয়া হৈচে
প্ৰাণজিৎ বাপ ,আপোনাসৱক জ্যোতিময় চেনেলৰ যোগেদি কি বুলি ধন্যবাদ জনাম , এই অভাজনৰ ক'বলৈ ভাষা নাই। বয়সত আপোনাসৱৰ বহুত কম , আপোনাসবে বহুত জেষ্ঠ লোকৰ প্ৰশ্ন উত্তৰ দিব লগা হয় । গতিকে আমি অভাজনে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ । হে প্ৰভু , প্ৰাণজিৎ বাপ জনাক দীঘায়ু কৰি আৰু আধ্যাত্মিক জ্ঞান দিয়া । বৰ্তমান সমাজৰ এনে বহু লোক আছে যি সকলো জানে , কিন্তু নকয় কিয় নকয় নাজানো । গতিকে বাপলৈ আমাৰ অনুৰুধ অলপ সাৱধান হ'ব । এটি সৰু উদাহৰণ দাঙি ধৰিছো ভুল হ'লে ক্ষমা কৰিব, বৰ্তমান সমাজত কোনো এজন লোকৰ মৃত্যু হ'লে তেখেতৰ কাজ কৰ্ম ২ দিন কৰা হয় । প্ৰথম দিনা নাম-প্ৰসঙ্গ দ্বিতীয় দিনা ভোজ-ভাত ( যি সকলে মাছ ব্যৱহাৰ কৰে ) । ভোজ-ভাতৰ দিনা যদি একাদশী বা অমাবস্যা তিথি হয় তেন্তে সেই দিনা নাপাতি পিছৰ দিনা ভোজ-ভাত পাতে । কিন্তু সমাজৰ বহু লোকে আজি কি তিথি বুলি শুধিলে নাজানে। নিজৰ ঘৰত মাছ মাংস খাওতে তিথিৰ কথা মনলৈ নাহে
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏
কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ
ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি। আপোনাৰ ওচৰত সদাই থাকিব নাপাও হেইহে মবাল দাৰা আপোনাক মই মোৰ আমাৰ পৰম গুৰু মানিলো । আৰু মৰমেৰে নোৱাৰিলেও খং ৰে হলেও মোৰ পাপি আতমাক শিষ্য বুলি লৱ পাৰিবনে গুৰুডদেউ ৰাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ
সুন্দৰকৈ বুজাই দিয়াটো দিছে কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏
🙏🙏🙏 Krishno krishno bap xumodhur Krishno 🙏🙏🙏
বৰ সুন্দৰ কথা কৈছে ।ভাল লাগিল।
অতি সুন্দৰ লাগিল প্ৰাণজিৎ বাপ,কবলৈ ভাষা নাই ইমান সুন্দৰ।প্ৰভু জনাৰ ওচৰত থকা অ হৰি কলে অ ৰাম ক'ব লগা তত্ত্ব ভাগ জনোৱা হ'লে ভাল আছিল সকলোৰে সুবিধা হ'ল হেঁতেন। যিহেতু অ হৰি কলে,অ হৰি কোৱা সকলে সেই তত্ত্ব নাই পোৱা বুলি তেওঁ কৈছে।
প্ৰভুজনাই সেই বিষয়ত পৰমাৰ্থিক তত্ত্ব আছে বুলি কৈ কিন্তু_প্ৰশ্নৰ যথাৱত উত্তৰ প্ৰদান নকৰিলে। আৰু তেখেতৰ মুখপদ্মহন্তে (!)বেকত হোৱা ..বাক কিন্তু যথাগত প্ৰকাশ হোৱা নাই যেন বোধহয় হৈছে।
0🎉😮😊
বাপ প্ৰথমে আপোনাক প্ৰণাম জনাইছোঁ । আপুনি প্ৰভু জনাক (অ হৰি অ ৰাম ) সম্বন্ধে সুধা প্ৰশ্ন টোৰ প্ৰভু দেৱে দাম্ভিকতাৰে দিয়া উত্তৰ যেন লাগিল । যুক্তি সন্মত ভাৱে নিৰ্মূহ বিশ্লেষণ দাঙি ধৰিলে সুখী হলো হয়।
আমিও মন কৰিছো,আঁচলতে কিয় বুজাই দিয়া নহ'ল বাৰু?
লগত পৰমাৰ্থিক তত্ত্ব আছে বুলি কৈ প্ৰভু জানিবলৈ দি প্ৰশ্নৰ যথাৱত উত্তৰ নিদিলে কিন্তু।
বাপজনাই সুধা প্ৰশ্নৰ উত্তৰভাগ নামাচায ই সাৱলীলভাবে প্ৰকাশ নকৰি দামভিকতাৰে কৰি অসমীয়া সংস্কৃতিৰ পৰিপনথি কাৰ্য্য কৰিছে।
হয় উত্তৰটো আমাৰো জানিবলৈ ইচ্ছা থাকিলে।
প্ৰভুজনাই বাপজনাৰ কথাখিনিৰ শেষ হবলৈ দি অকণমান নম্ৰ তাৰে কব পাৰিলেহেতেন।কথাত মাজতে উচাৎ মাৰি কোৱাত ভাল নাপালো।
কৃষ্ণ প্ৰভু মোক দয়া কৰা
ওঁ নমো ভগৱতে বাসু দেৱায়
কৃষ্ণ বাপ।বৰ অমৃত পান কৰিলোঁ।সুন্দৰ সাৱলীল ব্যাখ্যা
বাপ কৃষ্ণ সেৱা নিবেদন কৰিছোঁ, । বহুত ভাল লাগিছে, ভক্তি তত্ত্ব, ঈশ্বৰ তত্ত্ কথাৰ জ্ঞান লাভ হ'ল । কৃষ্ণ
বহুত সুন্দৰ বাখ্যা শুনি সুখী পালো।
ভগৱন্তক পইচাৰ লগত তুলনা কৰিলে।আৰু ইমান দাম্ভিক ভাৱে কৈছে শুনিবলৈ বেয়া পালোঁ।ভক্ত হলে বিনয়ী হ'ব লাগে।কৃষ্ণ!🙏
কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম
কৃষ্ণ কৃষ্ণ প্রভূ🙏🙏🙏 কিয় নাজানো প্রভূ আপোনাৰ দ্বাৰা ঈশ্বৰৰ গুণানুকীর্তন শুনি চকুপানী ওলাই গ'ল🙏🙏🙏
Krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
প্ৰভূ জনাই ও হৰি ও ৰাম পৰমাথিক তত্ত্বতো বুজাই দিয়া হ'লে সমস্ত বাব বান্ধৱ সকলৰে তত্ত্ব ভাগ জনাৰ সুবিধা হ'ল হেঁতেন বুলি আমি অনুভৱ কৰিছু।
হয় প্ৰভু জনাই বুজাই দিয়া হ'লে ভাল পালোঁহেঁতেন ।
হয় প্ৰভু জনাই বুজাই দিয়া হলে ভাল পালোঁহেঁতেন ।
Hoi...bujai dile Val palo heten.. Krishna
@@kanikatamuli6294 hoi ni
হয় বুজাই দিলে আমিও ভাল পালোঁ হেঁতেন কৃষ্ণ কৃষ্ণ ।
Krishna 🙏 bap ,oti sundor, এজন বাপে কৈছে oh hori oh Ram, দেউতাকে উথা বুলি কয়, পুতেকে বহা বুলি কব নেকি , ক বুলি কলে খ বুলি কব নেকি নামঘৰৰ বাপ জনে বুজাই কলে ভাল হয় Krishna 🙏 প্ৰভু
বহা উঠা বিপৰীত কথা । হৰি ৰাম বিপৰীত নেকি ?বুজিব নালাগে আপোনাৰ দৰে ১৯৩০ চনৰ পিচৰখিনিয়ে । ১৯৩০ লৈকে কেনেকৈ চলিছিল ? গুৰুজনাৰ দিনৰ পৰা ১৯৩০ চনতহে শুদ্ধ হলহি নহয় ?গুৰুজনাতকৈও ওপৰত এইসকল !
Xuni val lage krishna kotha. Hore krishana 🙏🙏
Ram kisna 🙏✍️
ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি
বহুত ভাল লাগিল।
সএাধিকাৰ বাপজনাই কোৱা অ হৰি অ ৰাম ৰ ওপৰত বক্তব্য আগবঢ়োৱা বাপজনাৰ লগত মই একমত। হয় বাপজনাই বৰ সুন্দৰ বক্তব্য ৰাখিছে। তেখেতৰ বক্তব্য চিৰন্তন সত্য। কৃষ্ণ।
কৃষ্ণ ৰাম।অতি সুন্দৰ বাখ্যা
কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ কৃষ্ণ কৃষ্ণ বাপজন।।
🙏🙏🙏🙏🙏🙏🌺❤️❤️ কৃষ্ণ, কৃষ্ণ বাপ আপোনাৰ লগতে তাত উপস্থিত আটাইৰে চৰনত মোৰ কোটি কোটি ভক্তি ভৰা সেৱা জনালো ❤️❤️ কৃষ্ণ,❤️❤️ ঈশ্বৰে সকলোকে কুশলে ৰাখক ❤️❤️🙏🙏🙏🙏🙏🙏🙏
krishno🌿🌼
বাপজন সুন্দৰ হৈছে আশীৰ্বাদ কৰিছো আগুৱাই যাওঁক
Krishna Krishna Krishna Ram Ram Ram ❤❤❤❤❤😊😊😊😊😊
কৃষ্ণ,বাপ ভক্তি ভৰা সেৱা নিবেদিছো ৷
জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ । সেৱা আৰু প্রণিপাত গ্রহন কৰিব
ৰাম ৰাম প্ৰণাম সমষ্ট বাপ আই আৰু শ্ৰদ্ধাৰপ্ৰভু।
Kristi krisno
কৃষ্ণ কৃষ্ণ মাধৱ 🙏🙏
কৃষ্ণ কৃষ্ণ । প্ৰণাম ণ্ৰভু ।
কৃষ্ণ প্ৰভু প্ৰানাম ।
কৃষ্ণ বাপ বহুত সুন্দৰ কৈ বুজাই দিছে ধন্যবাদ
কৃষ্ণ প্ৰভূ তযু চৰণত প্ৰণাম জনালো কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
Hii
খূউব সূনদৰ হৈছে। মই ইমান ওচৰতেই থাকিও যাব পৰা নাই বৰ দুখিত মই।🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾
কোনো কথা নাই যেতিয়াই সময় মিলে আহিব
কৃষ্ণ কৃষ্ণ পৰম আহ্লাদিত হ'লো ।
Krishna Krishna Krishna ❤❤❤
Krishna 🙏🙏🙏
Pronam jonalu
Xundor hoise provujon
কৃষ্ণ প্ৰভু ।ভাল লাগিছে শুনি
কৃষ্ণ অতি সুন্দৰ বাপ।
সুন্দৰ ব্যাখ্যা ,কৃষ্ণ
সুন্দৰ হৈছে আগলৈও আপোনাৰ পৰা এনেকৈ শুনি বলৈ পোৱাৰ আশা কৰিলো ।কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ ঈশ্বৰৰ প্ৰভূ
Joi sri krisna radhe radhe
কৃষ্ণ কৃষ্ণ সেৱা আগবঢ়ালো
কৃষ্ণ
🎉👏🎉
কৃষ্ণ 🙏🙏বহুত বহুত সুন্দৰ প্ৰভূ জনা চৰণ দাখিৰ সেৱা গ্ৰহণকৰিব প্ৰভূ কৃষ্ণ 🙏🙏🙏কৃষ্ণশংকৰ কৃষ্ণ 🙏🙏বাপ কৃষ্ণ
মৰাণ 2নং সৰু পথা ৰ ৰ পৰা আপোনালৈ ধন্য বাদ জা চিলো।ভাল লাগিল।
কৃষ্ণ কৃষ্ণ বাপজনা ইমান সুন্দৰকৈ মথূৰা যশোৱা আৰু নন্দৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱাৰ পিছত নিজৰ শৰীৰতেই দেখোন সমস্ত বিশ্ব বিচাৰি পোৱা যায়।গতিকে ভিন্ন ভিন্ন প্ৰশ্নৰ উত্তৰো চাগৈ আমাৰ বোধেৰে প্ৰয়োজন নহব বুলি অনঙভৱ হয়।
কৃষ্ণ প্ৰভু🙏
কৃষ্ণ গুৰু শংকৰ,, 🙏🙏 ভাল লাগিছে বাপ জনৰ ব্যাখ্যাৰ বিষয়বস্তু
Krishna Krishna Krishna 🙏🙏🙏
সুন্দৰ ভাগৱত পাঠ
সুন্দৰ প্ৰাণজিত বাপ
কৃষ্ণ, বাপ-- সুন্দর উপস্থাপন। গুৰুজন বস্তু ৰ তত্ব আৰু ও হৰি ও ৰাম ৰ তত্ব ভেদে অৰ্থাৎ ৰুচিঅনুয়াই সোৱাদ পায় বাবে ও হৰি ও ৰাম ৰ তত্ব ও ভিন্ন ভিন্ন হয়-----কৃষ্ণ কৃষ্ণ কৃষ্ণ
আপোনাৰ কথা বিলাক শুনিলে শুনি থাকিবলৈ মন যায়
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনাইছো
কৃষ্ণ বাপ আপোনাৰ শ্ৰী মুখ নিসৃত ভাগৱত পাঠ আৰু বাখ্যা শুনি নিজকে ধন্য মানিছো। ধাৰাবাহিক ভাৱে শ্ৰৱন কৰি আহিছোঁ। ভগৱন্তই আপোনাক কৃপা বৰিষণ কৰক কৃষ্ণ
কৃষ্ণ কৃষ্ণ , জয় গুৰু শঙ্কৰ । গগৈ বাপজনক সেৱা জনালোঁ । কৃষ্ণ , বাপ আপুনি সিজন বাপক কি পৰমাৰ্থিক তত্ব আছে ভাঙি দিবলৈ অনুৰোধ কৰিব লাগিছিল । এনেকৈ ঢাক চাল মাৰি এই কৰ্ম কাণ্ডি সকলে এক শৰণ ধৰ্মত বিধি পঠালি দি আহিছে । একো নাই , থকা হ'লে এই সুবিধা পাওতে তত্ত্বটো প্ৰথম প্ৰকাশ কৰিব পাৰিলেহেতেন । সমাজক বুজাবহে লাগে , ঢাকিব কিয় লাগে , এইটো তু একো গুপনীয় মন্ত্ৰ নহয় । জয় গুৰু শঙ্কৰ । জয় গুৰু শঙ্কৰ । জয় গুৰু শঙ্কৰ ।।।।।।
জয় গুৰু শংকৰ ।
প্ৰসংগ কৰোতাজনৰ মুখত এনে দাম্ভিক কথা শোভা নাপায় ।
@@GyangunjanSaikia হয়
Gukhai brahman bilak karma kandir mastar, bhagabanak puwar pathere amak jaba nidie, teu bujai nidie pranjit pabhuk janaba diba lagisil kio daman kari thale.
কৃষ্ণ বাপ, সেই বাপ জনাই বুজাই দিব লাগে বুলি ভাবি সেই বিষয় বস্তুৰ পৰা আতৰি থাকিলে... কি পৰমাৰ্থিক অৰ্থ আছে বুজাই দিয়া হলে ভাল পালোঁ হয়....
@@ranjanborah8190 সঁচা কথা , কমলাবাৰীৰ বাপ জনাৰ কথাত বহুত অহংকাৰ দেখা পোৱা গ'ল । সেই দিনা একেবাৰে ৰাম আৰু ৰাৱনক দেখা দৰেহে লাগিল ।
Krishna3 god bless you
Pronam bapjon🙏🙏
Krishna Krishna
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনা ❤🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ এই বৈকুণ্ঠ পুৰীত উপস্থিত থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলোকে এই দাসৰ পৰিয়ালবৰ্গই RUclipsযোগে ভক্তি ভৰা সেৱা নিবেদিছো। কৃষ্ণ কৃষ্ণ।
গুৰু দেৱ নাম ভকতৰ তত্ব বাপৰ মুখেৰে জানিব পাৰি বহুত ভাল লাগিল। ধন্যবাদ। কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
🙏কৃষ্ণ কৃষ্ণ বাপ জয় গুৰু শঙ্কৰৰ কৃষ্ণ কৃষ্ণ 🙏
🙏🙏🙏🙏🙏🙏🙏JAI KRISHNA PRABHU🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
🙏 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 🙏
বৰ সুন্দৰ ব্যাখ্যা কৰিলে প্ৰভু।
কৃষ্ণ বাপ জনা ভক্তি ভৰা সেৱা জনালোঁ।
Krishna krishna 🙏💗❤️❤️❤️
বৰ সুন্দৰ বাণীৰে বুজোৱা এই ধৰ্মৰ আলোচনা।
Krishna doyamoy prob hu 🙏🙏🙏
কৃষ্ণ প্রভূজনা।
Krisna gokhai🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভূ বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ ৰাম ৰাম
krishna krishna bhokot boieshnab hokol🙏🙏🙏
বৰ ভাল লাগিল কৃষ্ণ
বৰ সুন্দৰ হৈছে বাপজনা ।।
কৃষ্ণ কৃষ্ণ বাপ ।পৰম ধন্য হ'লো শ্ৰৱণ কৰি ।
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো ❤❤