আজি প্রথম দিনৰ কিছু ভাল লগা মুহূৰ্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ ।

Поделиться
HTML-код
  • Опубликовано: 10 фев 2025
  • 👉শংকৰদেৱ সংঘৰ ৯৪তম অধিবেশনৰ আজি প্রথম দিন ।
    👉অধিবেশন প্রথম দিনটোৰ বিশেষঃ কিছু মুহূৰ্ত ।
    👉মেলাত ওলাইছে কি ?

Комментарии • 61

  • @BishalKalita-
    @BishalKalita- 5 дней назад +2

    Hosai ভাল লাগিল দেই দাদা

  • @TultulDas-hs6ud
    @TultulDas-hs6ud 4 дня назад +1

    Jai Guru Sonkor 🙏🙏🌹

  • @bulbulbora-cw1el
    @bulbulbora-cw1el 4 дня назад +5

    ইংৰাজ চাহাব ভাল লাগিছে।আপোনাক বগৰীৰ মাজত কাউৰীৰ দৰে লাগিছে ।

  • @dcddipudeka431
    @dcddipudeka431 3 дня назад

    কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻জয় গুৰু শংকৰ

  • @ajantapathak192
    @ajantapathak192 4 дня назад

    কৃষ্ণ ❤ জয় গুৰু শ্ৰীমন্ত শঙ্কৰ। কৃষ্ণ ❤❤❤

  • @ajantapathak192
    @ajantapathak192 4 дня назад

    সঁচাকৈ ‌হৃদয় চুই গৈছে ❤❤❤

  • @Komal-nb1hs
    @Komal-nb1hs 4 дня назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ

  • @runjunborah7600
    @runjunborah7600 4 дня назад

    Joy guru Sankar ❤️❤️❤️

  • @dipenrajkhowa8785
    @dipenrajkhowa8785 5 дней назад +1

    কৃষ্ণ কৃষ্ণ

  • @SoulUnknown-jm2mh
    @SoulUnknown-jm2mh 3 дня назад

    Khishna jai guru sonkor

  • @malobikadutta2235
    @malobikadutta2235 4 дня назад +1

    জয় গুৰু শংকৰ

  • @JBPatar
    @JBPatar 4 дня назад

    Krishna 🙏

  • @PapariBora-i1o
    @PapariBora-i1o 5 дней назад

    Joi Shree Manta Sangha🙏

  • @ghanashyamborah1063
    @ghanashyamborah1063 5 дней назад +1

    Mr. N.N. Bora bhaiti thanks for Video. Watching from Khanapara,Guwahati.

  • @SaraswatiDigal-w4h
    @SaraswatiDigal-w4h 5 дней назад +1

    Jai guru sankar🙏🙏🙏

  • @LabonyaSaikia-vi3yc
    @LabonyaSaikia-vi3yc 4 дня назад

    Bhal lagisa

  • @ajitsaikia3338
    @ajitsaikia3338 5 дней назад +1

    joy srimonta sankordeve songa ki joy

  • @charudas947
    @charudas947 4 дня назад

    Second baikunthapuri yair porai satakoti pranamjonaicho krishna sankar guru

  • @animachutia950
    @animachutia950 День назад

    Jay guru sankar

  • @rupeswardas1834
    @rupeswardas1834 4 дня назад +1

    কৃষ্ণ কৃষ্ণ বাপ সমস্ত সকললৈ আন্তৰিক সেৱা

  • @kalpanadas4409
    @kalpanadas4409 4 дня назад +1

    কৃষ্ণ কৃষ্ণ বাপ আই সকলোকে সেৱা জনালো তেজপুৰৰ পৰা চালো ধন্যবাদ জ্ঞাপন কৰিছো ❤

  • @bimanborah4430
    @bimanborah4430 4 дня назад

    ❤❤krishna

  • @ArpanaDutta-g8f
    @ArpanaDutta-g8f 4 дня назад

    জয় গুৰু শংকৰ 🙏🙏🙏🙏

  • @malobikadutta2235
    @malobikadutta2235 4 дня назад +1

    খুব ভাল লাগিল vdo টি,,, জন্মান্ধ মানুহ জনৰ হৰি নাম শুনি আপ্লুত হলো , ইমান সুন্দৰ কণ্ঠ , তেওঁক উলিয়াই আনিব লাগে চেনেল বিলাকে ৰাইজৰ মাজলৈ,,, আৰু অধিবেশন লৈ যোৱা প্ৰতি জন আই বাপে তেওঁক যি অলপ পাৰে সহায় কৰক,, প্ৰতিজনে ১০ টকাকৈ দিলেও তেওঁ আৰ্থিক ভাৱে টনকিয়াল হব,,, তেঁওৰ প্ৰতিভাক সন্মান দিয়ক,,,,

  • @SumiBaishya-g6q
    @SumiBaishya-g6q 5 дней назад +1

    Krishna❤❤

  • @AmarendraDeka-s5g
    @AmarendraDeka-s5g 5 дней назад

    Krishana🙏🙏🙏

  • @Nibarondaa
    @Nibarondaa 4 дня назад

    কৃষ্ণ 🙏

  • @DipanjaliDhing-e9p
    @DipanjaliDhing-e9p 5 дней назад

    Krishna joy guru sangkaardeb

  • @manikrobidas2066
    @manikrobidas2066 5 дней назад +14

    🙏🙏🙏 কৃষ্ণ,,,ভাল লাগিলে দাদা 🙏🙏🙏

  • @punamjyotigogoihazarika7089
    @punamjyotigogoihazarika7089 5 дней назад

    🙏🙏🙏🙏🙏from Dibrugarh pora val lagise

  • @Hanuman-i8e
    @Hanuman-i8e 4 дня назад

    🙏🙏🙏🙏🙏

  • @ManashSaikia-r8t
    @ManashSaikia-r8t 4 дня назад

    🙏🙏🙏

  • @nitulbarman1446
    @nitulbarman1446 5 дней назад

    🙏🙏🙏
    JOY GURU
    🙏🙏

  • @runumeegogoi5870
    @runumeegogoi5870 5 дней назад +2

    Nice 🤗🤗🤗🤗🤗🤗❤️❤️❤️❤️❤️🤗🤗🤗

  • @NabinKachari
    @NabinKachari 4 дня назад +2

    বহুত বহুত সুন্দৰ পৰিৱেশ মনোমোহা দৃশ্য ভকত বৈষ্ণৱৰ মুখে মুখে হৰি নাম এৰালতলি পথাৰত দি তীয় বৈকুণ্ঠ পুৰিত সমস্ত বাপ আইয়ে নিজক পাহৰি ভক্তি ৰসত বুৰ গৈ সমস্তৰে লগত বিলিন হৈ গৈছে। এই অধিৱেশন ভাগি লৈ অহা সমস্ত জনৰে ওচৰত আমাৰ এই অভাজনৰ ফালৰপৰা ভক্তি যুক্ত সেৱা নিবেদিলো। জয় গুৰু শঙ্কৰ🙏🙏 কৃষ্ণ কৃষ্ণ🙏🙏

  • @ghanashyamborah1063
    @ghanashyamborah1063 5 дней назад +1

    Joy Guŕu Sankar.

  • @DipeeMedhi
    @DipeeMedhi 4 дня назад

    Krishna Krishna 🙏🪷🙏

  • @sonalitamuli1509
    @sonalitamuli1509 4 дня назад

    🙏🏻

  • @navajyotigogoi5082
    @navajyotigogoi5082 5 дней назад

    কৃষ্ণ...

  • @bikashgogoi4081
    @bikashgogoi4081 4 дня назад +1

    কৃষ্ণ কৃষ্ণ সকলো বাপ সমস্তলৈ ভক্তি ভৰা সেৱা জনাইছো।

  • @ArupSaikia-he1tn
    @ArupSaikia-he1tn 4 дня назад +1

    সৰ্বাংগীন সুন্দৰ পৰিৱেশৰ সাক্ষী জগতবাসী কিন্তু অলপ দুখ লাগিল আপোনাৰ সাজপাৰ দেখি..পৰৱৰ্তী সময়ত চেষ্টা কৰিব সাজযোৰ অনুষ্ঠানৰ লগত মিলাই পিন্ধীৱলৈ

  • @munmisaikia2298
    @munmisaikia2298 5 дней назад

    Krishna.

  • @JivanBaniya-k4t
    @JivanBaniya-k4t 4 дня назад

    অন্ধ ব্যক্তিজনে মিঃ বিটুৰ লগত লগ দিলেও হয়চোন তেওঁ এইসকল লোকৰ কাৰনে যথেষ্ট কাম কৰি আছে ৷

  • @DhonBora-k2u
    @DhonBora-k2u 5 дней назад +1

    আপুনি utube channel হে national media নহয়টো চুৰিয়া খন পিন্ধী ললে ভাল লাগিল হয়। কৃষ্ণ

  • @pbproduction_3604
    @pbproduction_3604 5 дней назад

    কৃষ,আপুনি জাতীয় সাজপাৰ যোৰ পৰিধান কৰা হ'লে আৰু ভাল লাগিল হয়।

  • @MohanSaikia-p8n
    @MohanSaikia-p8n 5 дней назад +1

    কৃষ্ণ,জয় গুৰু শঙ্কৰ। আপোনাৰ ভিডিঅ' প্ৰদৰ্শনৰ সুন্দৰ হৈছে। সম্পূৰ্ণ কাৰ্যসূচী ধাৰাবাহিক ভাৱে প্ৰচাৰ কৰিব। অধিৱেশন স্থলীত উপস্থিত হ'ব নোৱাৰা লোক সকলে ঘৰৰ পৰাই যাতে কাৰ্যসূচী সমূহ ভালদৰে দৰ্শনৰ সুবিধা লাভ কৰে। আপুনিও সোনকালেই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সঙ্গী হিচাবে অন্তৰ্ভুক্ত হ'লে ভাল লাগিব। আশা থাকিল। কৃষ্ণ।

    • @MohanSaikia-p8n
      @MohanSaikia-p8n 4 дня назад

      ভগৱন্তৰ কৃপা দৃষ্টি কামনা কৰিলোঁ।

  • @PutulKachari-vf6ox
    @PutulKachari-vf6ox 5 дней назад +1

    Krishna joi guru sankar

  • @debajitchetia1659
    @debajitchetia1659 5 дней назад

    ভাল লাগিল আপোনাৰ চেনেলৰ যোগেদি অধিবেশনৰ ভিডিঅ' বিবৰনি সহ দেখুওৱাৰ বাবে । পুনৰ দেখা পোৱাৰ আশাৰে * জয় গুৰু শংকৰ ।

  • @bijubharali8484
    @bijubharali8484 5 дней назад +2

    বৈকুণ্ঠপ্ৰয়াণৰ নাম গাব নালাগিছিল। শংকৰৰ নাম গোৱাহলে ভাল লাগিলহেতেন

  • @rajibkakati8729
    @rajibkakati8729 5 дней назад +1

    Tekhetok vagowane kukhale rakhe jen

  • @HirajyotiSaikia-x1v
    @HirajyotiSaikia-x1v 4 дня назад

    আপুনি ধুতি খন পিন্ধি অহা হেঁতেন আৰু বেছি ভাল লাগিলে হেঁতেন

  • @krishnabaishya4939
    @krishnabaishya4939 4 дня назад

    RUclips sorikon kot gol

  • @IradasIradas-t7i
    @IradasIradas-t7i 5 дней назад

    Kot hoise

  • @bulunirmolia4437
    @bulunirmolia4437 5 дней назад +1

    Odhibekhon dekhia babe dhoinybad

  • @LiliBharali-s7d
    @LiliBharali-s7d 5 дней назад +1

    RUclips sakole long pen Pindi kio gose beya lagise

  • @vestigejlteam9047
    @vestigejlteam9047 5 дней назад

    Thiodonga nki

  • @rububorah1996
    @rububorah1996 5 дней назад

    ধৰ্মীয় অনুষ্ঠানত গলে ধূতি খন পিন্ধিব লাগে তই ফেশ্বন দেখাব গৈছ