Jay Jay Shree Sita Ram 🌺🙏🌺 Jay Jay Shree Sita Ram 🌺🙏🌺 Dada khokolure val houk mongol houk khokolure babe parthana jonabo . Apunar Kalyan hok. Thank you
Moi axomiya khn pohu ratipua ru godhuli...xosake BHT Val lge montu....apunr 1st tv t pua interview prgm tu dekha video tu pora ye moi pohibo lolu.... Bohut hokah paisu dada🙏🙏 positive paisu Jen lagise....10/12 bosor kosto fol aji honumn salisa pohi paisu jen lagise.... Thank you dada
Moi aji honuman chalisha khon pohisilu..pohi utha pst heya ata koisu apunak msg ata dim honuman chalisha khn pohi dibole..aru tar pst you tube saisu apunar ai video tu...honuman ji hokti,❤❤
Jai Siya Ram 🕉️🚩🙏🏼❤ Jai Shree Mahabali Bajrangbali Hanuman Maharaj Ji ❤❤❤ Jai Maa Durga Devi 🕉️🙏🏼❤️ Jai Shree Bagheshwar Balaji Maharaj Ji 🕉️🚩🙏🏼❤️ Jai Shree Dada Guru Sanyasi Baba ki Jai Ho 🕉️🚩🙏🏼❤️ Jai Shree Mahakal Maharaj Ji 🕉️🔱🚩🙏🏼❤️ Jai Maa Manasha Devi 🕉️🙏🏼❤️ Jai Maa Baglamukhi 🕉️🙏🏼❤️
Bht bhal lagil dada...apuni bht Dhunia koi path krise..dada eta kotha kobo bisarim..bhul hle maaf kri dibo..moi korbaat hunisilu je last r pongtitut jot Tulshi daas sada Hari chera jitu line ase taat hodai tulshi daas r biporite hokolue nijor naam tu kobo lage buli hunisilu...Bea napabo dada kua r babe..moi nihkin manuh moi najanu bhal dre..korbaat hunisilu he matro..maaf kri dibo dada kuar krne...Jay Shree Ram..Jay Hanuman 🙏🙏
মই হনুমান চালিছা এইভাগ পঢ়োঁ: অসমীয়াত....
শ্ৰীগুৰু চৰণ পদ্ম স্মৰি মনে মনে।
কোটি বাৰ প্ৰণামোহো গুৰুৰ চৰণে॥
শ্ৰীৰাম চৰণপদ্ম কৰিয়া স্মৰণ।
চতুবৰ্গ ফল যেন লভো অনুক্ষন॥
বুদ্ধিহীন মই অতি পবন কুমাৰ।
গুচোৱা মনৰ ক্লেশ মনৰ বিকাৰ॥
জয় জয় হনুমান গুণৰ সাগৰ। ১
জয়হে কপীশ-প্ৰভু দয়াৰ আধাৰ॥
শ্ৰীৰামৰ দূত তুমি অতি বলবান।
অঞ্জনাৰ পুত্ৰ তুমি পবনসুত নাম॥ ২
মহাবীৰ ব্ৰজৰঙ্গী তুমি হনুমান।
কুমতি নাশিয়া কৰা সুমতি প্ৰদান॥ ৩
কাঞ্চন বৰণ তযু তুমি হে সুবেশ।
কৰ্ণত কুণ্ডল শোভে কুঁচি কুঁচি বেশ॥ ৪
ধ্বজা বজ্ৰ শোভা কৰে হস্তত তোমাৰ।
কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ॥ ৫
অপৰূপ বাহু তৱ পবন নন্দন।
মহাতেজ জ্যোতিৰূপ জগত বন্দন॥ ৬
বিদ্যাৱান গুণৱান তুমি হে চতুৰ।
শ্ৰীৰামচন্দ্ৰৰ কাৰ্যে তুমি হে আঁতুৰ॥ ৭
সৰ্বদা ৰামৰ আজ্ঞা কৰিছা পালন।
হৃদয়ত লৈ ৰাম সীতা ও লক্ষ্মণ॥ ৮
সূক্ষ্মৰূপ ধৰি তুমি লঙ্কা প্ৰবেশিলা।
বিকট ৰূপৰে লঙ্কা ধ্বংস কৰিলা॥ ৯
ভীমৰূপে কৰা তুমি অসুৰ সংহাৰ।
সৰ্বকাৰ্য্য সিদ্ধি দাতা শ্ৰীৰামচন্দ্ৰৰ॥ ১০
সঞ্জীবন আনি তুমি জীয়ালা লক্ষ্মণ।
ৰঘুবীৰ তাৰ বাবে আনন্দিত মন॥ ১১
ৰঘুনাথে দিলে তোমাক আলিঙ্গন দান।
দান কৰে ভাতৃ স্থান ভৰত সমান॥ ১২
ত্ৰিভুৱনে বিয়পিয় তযু যশ খ্যাতি।
এই বুলি আলিঙ্গন কৰে ৰঘুপতি॥ ১৩
সনক ব্ৰহ্মাদি যত দেৱ-মুনিগণ।
নাৰদ সাৰদ আদি দেৱ ঋষিগণ॥ ১৪
যমৰাজ কুবেৰ আৰু দিকপালগণ।
কবি কবিৰে যত ভৰা ত্ৰিভুৱন॥ ১৫
সুগ্ৰীৱৰ উপকাৰ তুমিয়ে কৰিলা।
ৰামৰ লগত মিলাই ৰাজপদ দিলা॥ ১৬
তোমাৰ মন্ত্ৰণা মানে বিভীষণ গণ।
হৈছিল ৰাৱণৰ ভয়ে কম্পমান॥ ১৭
সহস্ৰ যোজন ঊৰ্ধ্বে সূৰ্য্যদেৱে দেখে।
সুমধুৰ ফল বুলি ভাবে একে গ্ৰাসে॥ ১৮
জয় ৰাম বুলি তুমি অসীম সাগৰ।
পাৰ হৈ প্ৰবেশিলা লঙ্কাৰ ভিতৰ। ১৯
দুৰ্গম যতেক কৰ্ম আছে ত্ৰিভুবনে।
সুগম কৰিলা তুমি ’ৰাম-ৰাম’ গানে॥ ২০
শ্ৰীৰামৰ দ্বাৰৰক্ষী ৰামচন্দ্ৰৰ দ্বাৰে।
তযু অনুমতি বিনা সোমাব নোৱাৰে॥ ২১
শৰণ লইনু প্ৰভু আজি যে তোমাৰ।
ভৱ ভয়ে ৰক্ষা কৰা বিপদে আমাৰ॥ ২২
নিজ শক্তি নিজে প্ৰভু কৰা সম্বৰণ।
তোমাৰ হুঙ্কাৰতে কম্পে ত্ৰিভুৱন॥ ২৩
ভূত প্ৰেত পিশাচাদি আহিব নোৱাৰে।
মহাবীৰ তযু নাম সেই সদা ত্মৰে॥ ২৪
ৰোগ নাশ কৰা তুমি সৰ্বপীড়া হৰ।
মহাবীৰ তযু নাম স্মৰে নিৰন্তৰ॥ ২৫
সঙ্কটত হনুমানে ৰক্ষা কৰি যায়।
হনুৰ চৰণে ভক্তি ৰাখিব সদায়॥ ২৬
সৰ্বোপৰি ৰামচন্দ্ৰ তপস্বী ও ৰজা।
শ্ৰীৰামৰ শত্ৰুগণক তুমি দিলা মজা॥ ২৭
তোমাৰ চৰণে যেয়ে মন প্ৰাণ দিব।
জীৱনত সেইজনে সদা সুখ পাব॥ ২৮
প্ৰৱল প্ৰতাপ তযু হে বায়ু নন্দন।
তযু নামে উজ্জ্বলিব এই ত্ৰিভুবন॥
সাধু-সন্যাসীকো ৰক্ষা কৰা মতিমান।
শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণবান॥ ৩০
অষ্টসিদ্ধি নবসিদ্ধি কিবা যদি আছে।
সকলোই সিদ্ধি হয় তোমাৰে কৃপাতে॥ ৩১
তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ।
ৰামৰ তুমিয়ে দাস জানে সৰ্বজন॥ ৩২।
তোমাৰ ভজন কৰি লভিব ৰামক।
জনমে জনমে সেয়ে দুখ বিমোচক॥ ৩৩
অন্তকালে পাব তেওঁ ৰামৰ চৰণ।
এই সাৰ কথা শুনা সব ভক্তগণ॥ ৩৪
সকলো বিষয় ত্যাগি বোলা হনুমান।
হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান॥ ৩৫
সৰ্বদুখ আঁতৰিব সঙ্কটো কাটিব।
সেইজনে হনুমন্তক স্মৰণ কৰিব॥ ৩৬
জয় জয় জয় প্ৰভু জয় হনুমান।
তযু কৃপা বিনে মোৰ গতি নাই আন॥ ৩৭
যেইজনে শতবাৰ এই পাঠ কৰে।
সকলো অশান্তি তাৰ নাশ হৈ পৰে।।৩৮
হনুমান চালিশা যেয়ে সদা পাঠ কৰে।
সিদ্ধি লাভ কৰে আৰু বিপদত তৰে।।৩৯
তুলসীদাস সৰ্বদাই শ্ৰীহৰিৰ দাস।
মনৰমন্দিৰত প্ৰভু সদা কৰা বাস॥৪০
___ত্ৰিপদী____
পবন নন্দন সঙ্কট হৰণ
মঙ্গল মুৰুটি ৰূপ।
শ্ৰীৰাম লক্ষ্মণ জানকী ৰঞ্জন
তুমি হৃদয়ৰে ভূপ॥
পবন নন্দন প্ৰবল বিক্ৰম
ৰাম অনুগত অতি
চালিছা ইয়াতে সমাপ্ত কৰিছোঁ
পদে থাকে যেন মতি।।
Jai shree Ram 🙏 Jai Hanuman ji🙏moi bikh bemarot vugi asu bisonat pori thaku moi Mur xontantu bahut xaru ase mk xustho kri diya Prabhu 😭 🙏🙏🙏
jai shree ram❤️🙏jai bajrang bali🙏❤️
জয় শ্ৰী ৰাম জয় হনুমান বাবা
জয় শ্ৰী ৰাম জয় হনুমান 🙏🙏🙏
Jai Shree Ram 🙏
Very nice. Joi hanuman. Mur monor akhabur puron koriba probhu.
🌺🌼🌸🙏🙏🙏🙏জয় শ্ৰীৰাম !জয়প্ৰভু হনুমান!
জয় হনুমান জয় শ্ৰীৰাম প্ৰভু সময়ত যেন ভিডিঅ বিলাক পাও
বহুত বহুত ভাল লাগিছে আপুনি সুন্দৰকৈ হনুমান চালিছা পঢ়িছে বহুত ভাল লাগিছে
Bhut val lagil....bhut bhut dhanyawad janalu tumak🙏🙏🙏
জয় বজৰংবলী.. জয় শ্ৰী ৰাম....মইও বজৰংবলীৰ কৃপাত দৈনিক পাঠ কৰো....❤❤❤
Jai shri ram hanunman ji mur monor voi vab sinta vabona dur kori gute rati tuponi val dibo buli akha korilu jai shri ram
জয় শ্ৰী ৰাম জয় হনুমান বাবা মোৰ সংকট টো দূৰ কৰিব প্ৰভু
Joh,, sri, Ram joy hanuman❤❤❤❤❤❤❤❤
বহুত বহুত ভাল লাগিলে ম ই পাঠ কৰিলো আজি ম ই হনুমান মন্দিৰ ৰলৈ গলো পাঠ কৰি দেখোৱাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ
কৱন সো কাজ কঠিন জগ মাঁহি জৌ নাহি হৈ তাত তুম পাহি ।।
হে হনুমানযি এই জগতত এনেকুৱা কি কাম আছে যিটো কাম আপোনাৰ দ্বাৰা সম্ভৱ নহয় । আপোনাৰ জন্মই প্ৰভু শ্ৰী ৰামৰ বাবে হৈছে❤❤
Jai shree Ram Jai Hanuman
ধন্যবাদ ডাডা আপানালৈ বৰ সুন্দৰ ভিডিঅ আগ বঢালে ।
মোৰ বহোত টকা ধাৰ আছে আৰু মই এজন venture school শিক্ষক ২২ বছৰতকৈ বেছি বিনা বেতনে শিক্ষা প্ৰদান কৰিলো আজিপয্যন্ত দৰমহা নোপুুৱাকৈ শিক্ষকতা কৰি আছো৷ এনেকুৱা শিক্ষক অসমত বহোত আছে ৷সসকলোৱে যাতে দৰমহা তাৰহৈ প্ৰভুৰ উচৰত কবৰ বাবে
আপোনাৰ সৰল অনুৰুধ জনালো৷ হে প্ৰভু দয়া কৰেযেন৷
এটি ৭ মূখী ৰুদ্ৰাক্ষ ধাৰণ কৰক লগতে হনুমান চালিচা ভাগ দৈনিক এবাৰকৈ হলেও পঢ়ক....আপোনাৰ সমস্যা দূৰ হবই...
শুনি ভাল পালো । আমিও আপোনাৰ দৰে পঢ়িবলৈ চেষ্টা কৰিম । জয় শ্ৰীৰাম । ওম শ্ৰীহনুমতে পমঃ । 🙏🙏🙏🙏
Moi pohri asu hanuman chalisa dada..apuni mr babe hahuman babar osrt kripa krib sun mr jate bemar bur naikia hoi jy..sarir tu jate mr husta hy honkale🙏🙏🙏
Jay hanuman baba tumi mk kripa kra..mr ahuk bur dur kri dia pravu...🙏🙏🙏
বাবা তুমি পঢ়া খিনি শুনি লোক। আশীৰ্বাদ কৰা মইও বহত বেমাৰত ভূগি আছো কুমাৰ জৰিয়তে যেন আৰোগ্য হও।কুমাৰ দুখৰ কথা খিনি মনত দুখ লাগিল আৰু হনুমান চালিকা পঢ়ি উপকৃত হোৱা বুলি শুনি ভাল লাগিল।তুমাক বহুত বহুত ধন্যবাদ।জয় শ্ৰী ৰাম,জয় হনুমান
বহুত ভাল লাগিল 🙏 🙏 🙏 ❤❤❤
জয় শ্ৰী ৰাম🙏হনুমান দাদা শক্তি বল প্ৰদান কৰা 🙏কৃপা কৰক আমাক বাবা🙏ৰাম ৰাম 🙏
জয় শ্ৰীৰাম ,জয় শ্ৰীহনুমান🙏🏻🙏🏻
Hanuman chalisa + durga chalisa 💌🌸💎my daily routine🩵Jai Bajrangbali🧿Jai Maa Durga🌸
Jay shree ram jai hanuman ji
Jai Shree Ram.Jai Shree Hanuman 🙏🙏🙏🙏🙏🙏🙏💖💕💓💝💞
Thunk.you.bhuti.good
বহুত ভাল লাগিল শুনি
জয় হনুমান সদায়ে তোমাক স্মৰণ কৰো সদায়ে তুমি আমাক লগত আছা ,,জয় শ্ৰীৰাম❤❤
Dada pujar subhaisha jonalu .
Jai shree Ram .
Bhal lagil dada .
Jai shree Ram .
🙏🙏🙏🙏🙏জয় শ্ৰীমন্ত জয় হনুমান🙏🙏🙏🙏🙏🙏
Jay Jay Shree Sita Ram 🌺🙏🌺
Jay Jay Shree Sita Ram 🌺🙏🌺
Dada khokolure val houk mongol houk khokolure babe parthana jonabo . Apunar Kalyan hok. Thank you
Jai Shree Ram.. Jai Hanuman 🙏🙏🙏
সব সুখ লহৈ তুমহাৰী সৰণা |
তুম ৰক্ষক কাহৌ ডৰনা||
জয় শ্ৰী ৰাম জয় হনুনাম🙏
Bohut hahokh paisu .thankuuui so much...
দাদা পঢ়ি আছোঁ 11 দিনৰ বাবে আজি অষ্টম দিন। বহুত ভাল লাগিছে।
Same🥰
@@bhaskartalukdar9243 জয় শ্ৰী ৰাম ❤️
Same at time 4 to 4, 30
Jai shree Ram 🌹 🙏🏻 ❤️ Jai shree Hanuman ♥️ 🙏🏻 🌹 Kripa koriba xokluke xumoti diba Provu ❤🙏🏻🌹🙏🏻
Huni val lagil... Joi shri ram... 🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽
জয় হুনুমান জি জয়
জয় শ্ৰীৰাম জয় হনুমান 🙏🙏🙏🪔 ওম হম হনুমতে নমঃ 🙏🙏🙏
Bohut bohut Dhanyawad Dada❤
ধন্যবাদ। বহুত ভাল লাগিল।
Jai shree ram...jai bagrongboli...🙏🙏🙏
Bht vl lagil dhonyobad jonalu moi aji pohisilu
Jai Shree Ram 🙏🙏🙏🙏
Jai Bajrangbsli 🚩🚩🚩🚩
Om Ham Hanumate Namaha 🙏🙏🙏🚩🚩🚩
Jai Shree Ram
Jai Bajrangbali 🚩
Jai Neem Karoli Baba
Dada apunar video sai baahut val lage.monot utkhah pua jai
জয় শ্ৰীৰাম 🙏🙏🙏 জয় হনুমান সদায় কৃপা কৰিবা 🙏
Jai shree Ram Jai Jai hanuman jai baba neem karoli maharaj ki jai
Hanumn jii kripa kriba🙏🙏🙏🙏🙏
Jai Shree Ram... 🙏🏻
Jai Hanuman... 🙏🏻
Jai shree Ram
জয় সংকত মোচন হনুমান জী ৷
ময়ো হনুমান চালিছা পঢ়ো মোৰ জীৱনত বহুত দুখ আছে লৰা ৰো বহুত দুখ আপুনি প্ৰভু হনুমান যিৰ ওচৰত আমাৰ বাবেও প্ৰাৰ্থনা কৰিব মইও পঢ়ো 🙏
Moi axomiya khn pohu ratipua ru godhuli...xosake BHT Val lge montu....apunr 1st tv t pua interview prgm tu dekha video tu pora ye moi pohibo lolu.... Bohut hokah paisu dada🙏🙏 positive paisu Jen lagise....10/12 bosor kosto fol aji honumn salisa pohi paisu jen lagise.... Thank you dada
Jai hunuman ji🙏🙏🙏
Jai shree Ram.... Jai hanuman 🙏🙏🙏
Jay hunuman
জয় শ্ৰীৰাম দাদা আমাৰ লৰা দুজন তেও লোক বহুত খঙাল সেই বাবে মই হনুমান চালিচা পঢ়ি আছো আৰু আপোনীও যেন আশীৰ্বাদ দিয়ে যেন দুয়োজন লৰাৰে ভবিষ্যতৰ জীবন উজ্জ্বল হয় আৰু শ্রীহনুমান জীয়ে সহায় কৰে |
ভাল লাগিল 🙏 শুনি
Jai shree Ram ❤jai shree Ram ❤ Jai shree Ram ❤
Moi aji honuman chalisha khon pohisilu..pohi utha pst heya ata koisu apunak msg ata dim honuman chalisha khn pohi dibole..aru tar pst you tube saisu apunar ai video tu...honuman ji hokti,❤❤
জয় শ্ৰী ৰাম 🙏🙏
জয় শ্ৰী হনুমান🙏🙏
মই অসমীয়া হনুমান চালিচা খনহে পঢ়ো
পাৰে যদি মোক দিবছোন অসমীয়া চালিছা খন
🙏❤️❤️❤️ dhonyobad
জয় হনুমান জয় তুমি আমাক কৃপা কৰা
Jai shree Ram 🙏🏼🙏🏼🙏 jai shree Hanuman 🙏🏻 🙏🏻🙏🏼
Jai Shree Ram,Om Hanumate Namah..... Hua
Joi Shree Ram joi Hanuman 🌺🌺🌺🌺🌺🍎🙏🌿🙏🙏🌿🌿🍎
❤❤❤জয় হনুমান ❤❤❤ বজ্ৰ লং মেজিক বিগিন নাও
জয় শ্ৰী ৰাম 🙏🙏🙏
জয় বজৰংবলী 🙏🙏🙏
Jai hanuman ji,,jai shree ram
জয় শ্ৰী ৰাম ,জয় হনুমান জী 🙏🙏🙏
মই অসমীয়া হনুমান চালিছা খন পঢ়ো ..., শ্ৰী গুৰু চৰণ পদ্ম স্মৰি মনে মনে কোটি বাৰ প্ৰণাম গুৰুৰ চৰনে
মইও অসমীয়াতে পঢ়ো ।
মই ও অসমীয়া ত পঢ়োঁ । ৰাতিপুৱা মানে 9/ 10 তাত পঢ়োঁ ❤❤❤
Moiu ahomiyat pohi
Dada mur karone honuman salisha khun path kori dib
Jai shree Ram 🙏 Jai shree Hanuman 🙏
Thanks Jai shree Ram 🙏
Thanks Jai Baba Hanuman 🙏
মই শনি বাৰৰ পৰা পঢি আছো জয় শ্ৰী হুনুমান বাবা 🙏🏽🙏🏽
Jay shree Ram jay bajrangbali baba kripa koriba pravu 🙏🏼🙏🏼🙏🏼
জয় শ্ৰী ৰাম জয় হনুমান
জয় হনুমান🙏🙏 জয় বজৰংবালি 🙏🙏
জয় শ্ৰীৰাম কৃপা কৰিবা 🙏🙏🙏🙏🙏
Jai shree Ram 🙏🙏🙏
Jay shree ram jai hanuman 🙏🙏 🙏
Moio pori asu dada apuni mor babe hunumanor asort prathona jonabo.sun.mor.ata kes lagise binadokhote.dise jate.moi.. mor kestu.jitibo paru ba uddhar hob.paru eyar karone apuni xeoya lobo dada joy hunuman🙏🙏
Jay shree ram Jay hanuman ji Jay bagshwari dham Jay up saronamy 1.000 Bar pranam Jay shree ram
জয় হনুমান জয় শ্ৰী ৰাম 🙏🏽🙏🏽🙏🏽
Jai shree Ram.jai Hanuman 🙏🙏🙏🚩
Jai shree Ram, Jai Bozorongboli, Jai Pobonputra honuman 🙏
অতি সুন্দৰ
Jai Bajarang bali 🙏🌺🙏🌺🙏🌺🙏🌺🙏🌺🙏🌺🙏🌺🙏🌺🙏🌺🙏🌺🙏🌺
jai hu u man .jai Sri ram
Jai Shree Ram...Jai Hanuman🙏
আপোনাক প্ৰণাম জনাইছো 🙏আৰ্শীবাদ কৰিব 🙏জয় শ্ৰীৰাম জয় হনুমান🙏🙏🙏
ভাল লাগিল।
Jai shree Ram Jai hunuman❤
Joi Bajrang boli🙏🏻🙏🏻🙏🏻
Jai Siya Ram 🕉️🚩🙏🏼❤ Jai Shree Mahabali Bajrangbali Hanuman Maharaj Ji ❤❤❤ Jai Maa Durga Devi 🕉️🙏🏼❤️ Jai Shree Bagheshwar Balaji Maharaj Ji 🕉️🚩🙏🏼❤️ Jai Shree Dada Guru Sanyasi Baba ki Jai Ho 🕉️🚩🙏🏼❤️ Jai Shree Mahakal Maharaj Ji 🕉️🔱🚩🙏🏼❤️ Jai Maa Manasha Devi 🕉️🙏🏼❤️ Jai Maa Baglamukhi 🕉️🙏🏼❤️
জয় শ্ৰী ৰাম
Jai shree Ram,jai hanuman
Jai shree Ram🙏 Jai Bajrangbali🙏🙏🙏
Bht bhal lagil dada...apuni bht Dhunia koi path krise..dada eta kotha kobo bisarim..bhul hle maaf kri dibo..moi korbaat hunisilu je last r pongtitut jot Tulshi daas sada Hari chera jitu line ase taat hodai tulshi daas r biporite hokolue nijor naam tu kobo lage buli hunisilu...Bea napabo dada kua r babe..moi nihkin manuh moi najanu bhal dre..korbaat hunisilu he matro..maaf kri dibo dada kuar krne...Jay Shree Ram..Jay Hanuman 🙏🙏