তিতা কেৰেলাৰ উপযুক্ত যত্নৰ ফল (Results of Proper Nurturing of Bitter Melon )

Поделиться
HTML-код
  • Опубликовано: 7 янв 2025

Комментарии • 47

  • @mantudas7796
    @mantudas7796 2 месяца назад

    ভাল লাগিছে

  • @Biswajit-b1j
    @Biswajit-b1j Месяц назад +1

    ভাল জাত এটাৰ নাম কব‌চোন দদাইদেউ Flipkart ত পাম নাই

    • @borahskitchengarden2487
      @borahskitchengarden2487  Месяц назад

      Kalash companyৰ F1 hybrid লগাব পাৰে। মন্তব্যৰ বাবে ধন্যবাদ।

  • @mridulkalita2940
    @mridulkalita2940 Год назад

    অতি উত্তম

  • @Nijara
    @Nijara Год назад

    Oti উত্তম

    • @borahskitchengarden2487
      @borahskitchengarden2487  Год назад

      অনুপ্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ

  • @JOYRCM-rm2ks
    @JOYRCM-rm2ks Год назад

    1:46

  • @dhanjitabarman9457
    @dhanjitabarman9457 Год назад

    Thank. You. Sir

  • @shantonudutta4292
    @shantonudutta4292 9 месяцев назад +1

    Dada Nim oil tu kot puwa jabo jonabosun,,

    • @borahskitchengarden2487
      @borahskitchengarden2487  9 месяцев назад

      নাৰ্চাৰী দোকানত পোৱা যায়। ধন্যবাদ।

    • @banashrikalita8092
      @banashrikalita8092 6 месяцев назад

      jattu name ki janaba aru bariisha habane

    • @borahskitchengarden2487
      @borahskitchengarden2487  6 месяцев назад

      @@banashrikalita8092 জনা শুনা source ৰ পৰা বেছিকৈ লগা গছৰ আলু সংগ্ৰহ কৰি ৰুব লাগে।আমি তেনেকৈয়ে
      ৰুইছো। বিশ্বাসযোগ্য নাৰ্চাৰীতো ভাল জাতৰ আলু পাব পাৰে।ভাতকেৰেলা বাৰিষাৰে পাচলি। ধন্যবাদ।

  • @ashimsaikia9120
    @ashimsaikia9120 10 месяцев назад

    Nice

  • @PureBliss8
    @PureBliss8 Год назад

    ভাল জাত কেনেকৈ চিনি পাম

    • @borahskitchengarden2487
      @borahskitchengarden2487  Год назад

      নিৰ্ভৰযোগ্য নাৰ্চাৰী দোকানৰ পৰা ল'ব লাগে। ধন্যবাদ।

    • @PureBliss8
      @PureBliss8 Год назад

      ধন্যবাদ দাদা

  • @nivaranideka1183
    @nivaranideka1183 Год назад

    Neem tel tu kot pam jonabosun.

    • @borahskitchengarden2487
      @borahskitchengarden2487  Год назад

      নিমতেল ডাঙৰ নাৰ্চাৰী দোকানত পাব। ধন্যবাদ।

  • @gourabasmr6338
    @gourabasmr6338 5 месяцев назад

    দাদা তিতাকেৰেলা জাত টো না
    ম কি হয়

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 месяцев назад

      @@gourabasmr6338 হাইব্ৰিড জাত আছিল।Kalash company ৰ। ধন্যবাদ।

  • @DineshChandraDas-uc7xy
    @DineshChandraDas-uc7xy 4 месяца назад

    তিতা কেৰেলাৰ খেতি কোন মাহত কৰা হয় জনাব।

    • @borahskitchengarden2487
      @borahskitchengarden2487  4 месяца назад

      তিতা কেৰেলাৰ খেতি ওখ মাটিত এতিয়াও লগাব পাৰে। তেতিয়া কাতি আঘোণত ফচল পাব। বাৰিষাৰ বাবে December/জানুৱাৰীত গুটি দিব। কেৱল ভাল জাতৰ গুটি ল'ব। তেতিয়া ভাল ফচল পাব। ধন্যবাদ।

  • @najrulislam-yn3go
    @najrulislam-yn3go 3 месяца назад

    দাদা, তিতা কেৰেলাৰ খেতি অক্টোবৰ মাহত কৰিব পাৰিনে

    • @borahskitchengarden2487
      @borahskitchengarden2487  3 месяца назад

      কৰিব পাৰি। ভাল আৰু উন্নত সচৰ গুটি ব্যৱহাৰ কৰিব লাগিব। ধন্যবাদ।

  • @sumisharma1022
    @sumisharma1022 Год назад

    কি জাতৰ লম গুটি বোৰ

    • @borahskitchengarden2487
      @borahskitchengarden2487  Год назад

      ডাঙৰ নাৰ্চাৰী দোকানত গৈ কলে ভাল জাতৰ গুটি দিব। বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ গুটি পোৱা যায়। ভাল জাতৰ গুটিৰ দাম অলপ বেছি হয়। ধন্যবাদ।

  • @PranjitPhukon-ct4gz
    @PranjitPhukon-ct4gz 8 месяцев назад

    আপুনি কি জাতৰ বীজ ক্ৰই কৰিছিল তিতা কেৰেলাৰ জনাব নেকি

  • @JOYRCM-rm2ks
    @JOYRCM-rm2ks Год назад

    ফুল সৰি যায় ফল লগাৰ আগত

    • @borahskitchengarden2487
      @borahskitchengarden2487  Год назад

      পুৰুষ ফুল সৰি যায়, স্ত্ৰীপুষ্প কলিবোৰ সৈতে ওলাই। ভাল জাতৰ হ'লে সাৰিব নলাগেচোন। খাদ্যৰ অভাৱ হ'ব পাৰে। শুকান গোবৰ আৰু সৰিয়হৰ খলিহৈ মিহলাই গুৰিৰ পৰা অলপ দূৰত ঘূৰণীয়াকৈ লোৰ খান্দি দিব পাৰে। ধন্যবাদ।

    • @JOYRCM-rm2ks
      @JOYRCM-rm2ks Год назад

      @@borahskitchengarden2487
      পাত বিলাক ভালে

  • @RajkumarSahani-j9r
    @RajkumarSahani-j9r 3 месяца назад

    September mahot kujator kerela hobo

    • @borahskitchengarden2487
      @borahskitchengarden2487  3 месяца назад

      কেৰেলাৰ ভাল জাত বিশ্বাসযোগ্য নাৰ্চাৰীৰ পৰা আনি লগালে যিকোনো মাহতে লাগিব। মন্তব্যৰ বাবে ধন্যবাদ।

  • @gourabasmr6338
    @gourabasmr6338 5 месяцев назад

    পটল তাপত কৰিব পাৰি নেকি কব

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 месяцев назад

      @@gourabasmr6338 পটল বস্তা বা টাবত কৰিব পাৰি। কিন্তু আকাৰ ডাঙৰ হ'ব লাগিব। কাৰণ ই স্থায়ী খেতি। ধন্যবাদ।

  • @sanjeevhazarika998
    @sanjeevhazarika998 10 месяцев назад

    আপোনাৰ ম'বাইল নম্বৰটো জনাব নেকি

    • @borahskitchengarden2487
      @borahskitchengarden2487  10 месяцев назад

      RUclips ত mobile number দিয়াটো অসুবিধা।face book ত Benudhar Borah ত message কৰিব। তেতিয়া দিব পাৰিম। ধন্যবাদ।

    • @sanjeevhazarika998
      @sanjeevhazarika998 10 месяцев назад

      মই মেচেজ পঠাইছোঁ

    • @borahskitchengarden2487
      @borahskitchengarden2487  10 месяцев назад

      @@sanjeevhazarika998 মোৰ face book ত message অহা নাই।