Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
আইঐ মজা
আজৈ, মজ্জা 👌👌
মই অনিতা দাস বৰগোহাঁই এই বিহু নামটো আৰু ফটো খন দিয়া বাবে আপোনালোকক বহুত মৰম ধন্যবাদ জনালো ।
@@anitadasborgohain7151, স্বাগতম জনাইছোঁ বাইদেউ.। আপুনি বৰ্ত্তমান ক'ত থাকে.? Contact কৰিব চোন, বহুত কথা পাতিব লগা আছে. facebook.com/jadu.saikia?mibextid=ZbWKwL
Mojja
পুৰণি স্মৃতি ভাহি আহিল আইঐ কলিজা❤❤❤❤
সুন্দৰ সঁচাই বহুত ভাল লাগিল
কবলৈ ভাষা নাই বহুত সুন্দৰ
junmoni bohagore abeli asilu je umali geet to ase jodi plzzzz
আছে নে দাদা
চাব লাগিব, চেষ্টা কৰিম ।
@@puranibihugita jodi ase plzzzzzz diyak na uplod
@@jitenartcentremerapanipain1477আছে আছে, কেছেটটো পাইছো । convert কৰি আজি দি আছো।
দিলো। " জোনমণি বহাগৰে আবেলি.... "
বহুত মৰম লগা কথাবোৰ
বহুত বছৰ মূৰত শুনিলো ভাল লাগি গল মনতো ❤
মজা ❤ এইয়াহে বিহু। ভাল লাগিল দাদা। এই কেছেটৰে "ব্ৰহ্মপুত্ৰৰ সিটো পাৰে শুনা সমনিয়া বাৰি খনি পাতিলো কৰি মোহনীয়া " কন্ঠ বিমান বৰুৱা দা । পাৰিলে আপলোড দিবচোন। ধন্যবাদ ।
প্ৰথমতে মূল্যবান মন্তব্যৰ বাবে অশেষ ধন্যবাদ জনালোঁ। এই কেছেটটোত নাই সেইটো বিহুগীত ।ইয়াত থকা বিহুগীত সমূহ :-1. জোনে ঐ জোনালী...2. জোৰ জোৰ মলয়া.. 3. ঐ নাচনী সঁচাকৈ ক'বানে... 4. ইমান মৰম কিয় লাগে... 5. সোনালী ৰাতি ৰচিম.... 6. গোটেই অসম জুৰিলে... 7. নাচনী মৰম লাগে... মুঠ ৭ টা আছে । তথাপি মই চেষ্টা কৰিম চোন বাৰু " ব্ৰহ্মপুত্ৰৰ সিটো পাৰে...." বিহুগীতটো ।
@@puranibihugita পাহৰিছো দাদা, বহু দিনৰ আগতেই শুনা যে। তথাপিও চেষ্টা কৰি চাবচোন। আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।
@@puranibihugita 6 number গীতটো দিব পাৰিলে
@@Music20163 অ'কে, দিয়া হ'ব নিশ্চয়।
@@dhrubajyotigogoi518, ধন্যবাদ ধন্যবাদ।বহুত দিন মানে বছৰ হ'ল পাহৰাতোৱেই স্বাভাৱিক।
❤❤❤❤❤❤❤
Huna sun gitimoni Mure monor kothati Bohagote tumak moi biya patimKijanii krishna moni nathorAi bihu git ase nkiiPlzzz
চাব লাগিব, কোন খন কেছেটৰ আছিল জানা নেকি ?
অ'জুৰিমাই তোমৰ প্ৰেম সাগৰত দিলাদুবাই,দুবি দুবি নাপালো পাৰে জুৰিমাই আগৰ মৰম চেনেহ দিবা ঘোৰাই।এই গানতো আছে দিব চোন দাদা।
@@JituDutta-h9e বিচাৰি আছো। কোন কেছেটৰ জানা নেকি.?
@@puranibihugita মইও পাহৰিলো ২০০০চনৰ আগে পাছে পছোৱা কেছেতৰ আছিল নিকি।
কৃষ্ণমণি নাথৰ,,, দিখৌ নৈ হিপাৰত ধাননি পথাৰত তুমি ধান দাইছিলা, হাপুলৰ কিনাৰত নাওয়ে নাই যাবলৈ বঠা নাই বাব লৈ গীত টো আপলোড কৰিব চোন
❤❤❤❤❤😂😂😂😂😂
Please sobe subscribe Kari diyak❤
অশেষ ধন্যবাদ জনালোঁ।
আইঐ মজা
আজৈ, মজ্জা 👌👌
মই অনিতা দাস বৰগোহাঁই এই বিহু নামটো আৰু ফটো খন দিয়া বাবে আপোনালোকক বহুত মৰম ধন্যবাদ জনালো ।
@@anitadasborgohain7151, স্বাগতম জনাইছোঁ বাইদেউ.। আপুনি বৰ্ত্তমান ক'ত থাকে.? Contact কৰিব চোন, বহুত কথা পাতিব লগা আছে. facebook.com/jadu.saikia?mibextid=ZbWKwL
Mojja
পুৰণি স্মৃতি ভাহি আহিল আইঐ কলিজা❤❤❤❤
সুন্দৰ সঁচাই বহুত ভাল লাগিল
কবলৈ ভাষা নাই বহুত সুন্দৰ
junmoni bohagore abeli asilu je umali geet to ase jodi plzzzz
আছে নে দাদা
চাব লাগিব, চেষ্টা কৰিম ।
@@puranibihugita jodi ase plzzzzzz diyak na uplod
@@jitenartcentremerapanipain1477আছে আছে, কেছেটটো পাইছো । convert কৰি আজি দি আছো।
দিলো। " জোনমণি বহাগৰে আবেলি.... "
বহুত মৰম লগা কথাবোৰ
বহুত বছৰ মূৰত শুনিলো ভাল লাগি গল মনতো ❤
মজা ❤ এইয়াহে বিহু। ভাল লাগিল দাদা। এই কেছেটৰে "ব্ৰহ্মপুত্ৰৰ সিটো পাৰে শুনা সমনিয়া বাৰি খনি পাতিলো কৰি মোহনীয়া " কন্ঠ বিমান বৰুৱা দা । পাৰিলে আপলোড দিবচোন। ধন্যবাদ ।
প্ৰথমতে মূল্যবান মন্তব্যৰ বাবে অশেষ ধন্যবাদ জনালোঁ।
এই কেছেটটোত নাই সেইটো বিহুগীত ।
ইয়াত থকা বিহুগীত সমূহ :-
1. জোনে ঐ জোনালী...
2. জোৰ জোৰ মলয়া..
3. ঐ নাচনী সঁচাকৈ ক'বানে...
4. ইমান মৰম কিয় লাগে...
5. সোনালী ৰাতি ৰচিম....
6. গোটেই অসম জুৰিলে...
7. নাচনী মৰম লাগে...
মুঠ ৭ টা আছে ।
তথাপি মই চেষ্টা কৰিম চোন বাৰু " ব্ৰহ্মপুত্ৰৰ সিটো পাৰে...." বিহুগীতটো ।
@@puranibihugita পাহৰিছো দাদা, বহু দিনৰ আগতেই শুনা যে। তথাপিও চেষ্টা কৰি চাবচোন। আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।
@@puranibihugita 6 number গীতটো দিব পাৰিলে
@@Music20163 অ'কে, দিয়া হ'ব নিশ্চয়।
@@dhrubajyotigogoi518, ধন্যবাদ ধন্যবাদ।
বহুত দিন মানে বছৰ হ'ল পাহৰাতোৱেই স্বাভাৱিক।
❤❤❤❤❤❤❤
Huna sun gitimoni
Mure monor kothati
Bohagote tumak moi biya patim
Kijanii krishna moni nathor
Ai bihu git ase nkii
Plzzz