মোৰ মৰমৰ জোনমণি চিকুণ তোমাৰ | কন্ঠ- অনুপম শইকীয়া,নিতুমণি বড়া | সোণালী ২০০০| বিহুগীত | সোণ প্ৰডাকচন
HTML-код
- Опубликовано: 4 май 2021
- ***Song Collected, Video Edited & Uploaded by:- Swapnil Anjan Borah (Soan)
🙏🏻🙏🏻🙏🏻এটি সুমধুৰ বিহুগীত🙏🏻🙏🏻🙏🏻
গীত - মোৰ মৰমৰ জোনমণি চিকুণ তোমাৰ
এলবাম- সোণালী ২০০০ (সোণ প্ৰডাকচন)
প্ৰযোজক/পৰিচালক- সোমনাথ বড়া ওজা
কন্ঠ- অনুপম শইকীয়া,নিতুমণি বড়া
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
গীত কথা/সুৰ- অৰুণ গগৈ
সহ কন্ঠ - পঙ্কজ শইকীয়া, গিৰিন্দ্ৰ শইকীয়া, হেমন্ত ভূঞা, বসন্ত নিবিড়, বৰ্ণালী কলিতা, তৰালি শৰ্মা
ঢোল- সোমনাথ বড়া ওজা,স্বৰ্গীয় প্ৰসেন বৰা, জিতেন বৰা, গকুল মহন্ত, স্বপ্নীল অঞ্জন বড়া
গগণা,পেঁপা - সোমনাথ বড়া ওজা
বাঁহী- পৰমেশ্বৰ বসুমতাৰী, কৈলাস ৰাভা
তাল-নলিন বৰা
কি-বৰ্ড- ডনী হাজৰিকা, ভদ্রকান্ত দাস
সংগীত বাণীবন্ধন - Studio Dwija Chitra, Studio Music Makers
Recorded, Mixed & Mastered- Jitu Sharma, Kiran Bora
Thanks to Bhaba (Studio Dwija Chitra) for hospitality.
CAUTION:- © Copyright of this video and song is strictly reserved to Soan Productions, Somnath Borah (Oja) and Swapnil Anjan Borah. Uploading this video without legal permissions in any media platforms will not be tolerated and strict actions will be taken according to the section 13 of Copyright Act 1957.
#AnupamSaikia #NitumoniBorah #Sonali2000 #SoanProductions #SwapnilAnjanBorah #Aryanz_Pixelography
Hope everyone enjoys the video.... Like it... Share it... Subscribe to my channel😊🙏🏻🙏🏻🙏🏻
Subscribe my new You Tube Channel "Swapnil Aryanz Pixelography" Link👇🏻👇🏻👇🏻
/ @swapnilaryanzpixelogr...
To follow me in Facebook:-
/ swapnilanjan.borah
Official Facebook Page-
/ 212104595551052
To follow me in Instagram:-
/ swapnil_aryanofficial
/ swaataryan - Видеоклипы
গীতটো ৰিলিজ হৈছিল 2000 চনত।সেই সময়ত দুৰন্ত প্ৰেমিক।কিন্তু মোৰ প্ৰেম বিচছেদ হৈছিল সেই সময়ত।তেতিয়াৰ পৰাই ভাল পাও আৰু বিচাৰি ফুৰিছিলোঁ।
মোৰোও একেই অৱস্থা হৈছিল দেই
Val lagil
Same to you 😢😢
মই শুনি বহুত ভাল পাইছোঁ। মোৰ লগত মিলিছে কথাখিনি।। বৰ্তমান সময়ত 2024
গাঁৱৰ বিহুত এইটো গান নহলে বিহুয়ে নহয়.... মই Class 5 মানত থাকোতে শুনা গান.... আকৌ ইমান বছৰৰ মূৰত শুনা পাম বুলি ভবাই নাছিলো... ইমান আপুৰুগীয়া গীতবোৰ আকৌ এবাৰ আমাক শুনিব দিয়াৰ বাবে আপোনাক/আপোনালোকলৈ অশেষ ধন্যবাদ...🙏
অনুপম দা আপুনা গান বুৰ বহু ভাল লাগে
Gaan to khuni amoni nalage atiya like 100bar hunilu
Gavoru dinot...gaor husori logot ai geetr bahir hurot khub nasilu...amar dinor...jonopriyo geet...hunibo pai..anondo palu...dhonyabad
সুন্দৰ লাগিছে । আগৰ বিহু লে মনত পৰিছে ।আপোনালোকৰ গানবোৰ মোৰ পিয়ৰ গান
বহুত সুন্দৰ,, কিছু অতীতলৈ গুছি গলোঁ,,
Bohut bohut dhanyabaad. bohut dinar para ae gaan2 bichari poa nachilo. Thanks, Thanks Thanks and another..
বহুত বছৰৰ পিছত গানটো পুনৰ শুনিলো বহুত বহুত ভাল লাগিল।
নিভাঁজ সুৰ সংগীত কথা শুৱলা বিহু গীত শুনিবলে পোৱাৰ বাবে বহুত ভাল লাগিল
সুন্দৰ। মই আগতে নুশুনা গান বহুত পাইছো.... বৰ ভাল লাগিছে
বাঁহীৰ সুৰত থকা গীত টিও দিব দেই,, ব্ৰহ্ম পুত্ৰ ইপাৰে তুমি থাকা থাকা উজনী অসমত,,, শীৰ্ষক গীতটি
Anekua geet Mur priyo
Super-duper hit song
সুন্দৰ ।
অতি সুন্দৰ দেই
moja lagil
Bisari aasilu gaan2 paigolu tq bro
Hosakoiye Mur bohut val lage ai gan bilak❤❤❤❤❤❤
Nyc song
Woww😍
Bhai moi bohut hukhi,, otit ghurai pua jen lagise,,,,, 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Mur val loga bihu gaan tu❤❤❤❤❤❤❤
বৰ মধুৰ সময়ৰ গীত আছিল মোৰ বাবে। ধন্যবাদ জ্ঞাপন কৰিলোঁ আকৌ মনত পৰিছে এই গীতটো শুনি
বহুত দিনৰ পাছত পালোঁ
Iman dhuniya gaan bur apuni kot pai o dada
Aru suwali jni kune gaise likhiboi sestra kribo sun dada i love you dada ❤️
Suali joni nitumoni borah . Humnath ujar potni
বগলী সূতা পোকুৱা সূতা আনি দিম মই মইনা জান
এই গান টো আছে যদি দিব সোণ
Bisarifura gan ata hunuar babe Dhanyabad, Love from Pranjal, Titabor
হৃদয় চুই যোৱা বিহু গীত। আন্তৰিক শুভেচ্ছা জনালোঁ।🙏
Moja mur monot pore vl puwa dinoloi jaan oi Jaan kolija fati goise
বহুত.ধুনীয়.গান.অতীতৰ.গানৰ.লগত.আজি.কালি.গানৰ.কোনো.গানৰ.অথ.নাই.❤❤❤❤❤❤
Hundor....
Lot's of thank you ❤️❤️❤️Bihu mur pran ❤️
এইবোৰ গীত শুনি বহুত ভাল লাগে, আৰু দিবচোন এনেকুৱা গীত বোৰ
nice song
Bihu ❤❤❤❤❤
Beautiful bihu song ♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️
Beautifull Bihu song ❤❤❤❤❤❤❤❤❤❤❤❤
Vl lagil hosai gan to huni moi 1st hunisu
Sweet sweeeet so sweeeeeet song
❤❤❤ ki je hundor oooo
Need all the songs together in one🙏🏻
Upcoming... Very soon👍🏻
নীল আকাশত উৰা মাৰে গংগা চিলনী গীতটো দিবচোন plz
Ai gantu bisai bisari puwa nay
সুন্দৰ ❤❤❤❤
Mon vori gol
❤❤ সুন্দৰ লাগিল
Eaky poribekh nice
বৰ সুন্দৰ লাগিছে
Bohut val lage mor purni bihu geet
nil akakhot ura mare gonga siloni gan2 dibo plz dada
বহুত দিন বিচাৰি আছিলো অ।কিমান যে ভাল লাগিছে আজি শুনিবলৈ পাই।পিয়াহত পানী পোৱাৰ দৰেই লাগিছে।বহুত বহুত ধন্যবাদ।যিমানেই পুৰণি গীত আছে গোটেই বিলাক দি দিব।
Bohut val lagil de huni ....merapani
@@bitusaikia7853 mojja lage eitu gaan huni
Ouuff🔥
❤️❤️❤️
❤
এনেই কিবা গাৰটু পিৰপিৰায় জায় এই বোৰ গান শুনিলে
1996r hori naam dibo sun
Gantut mur boohutt smitri humai ase o
Ai gan aji kalir ganor logt tulana nahay
নীল আকাশত উৰা মাৰে গঙ্গা চিলনী গীত টো দিবচোন।।
কি কম আৰু অতীতৰ কথা
Bohut dinor agor kothaloi monat pori gol😂😂😂😂😂😂
MOI HOSAKOI KANDI GOISO O DINA NATH TIKHARIAL .
MO AJI IMAN BOSARAR MORAT BISARI PALO BAHOT 2 DH...... BAD. DINA NATH TIKHARIAL DIBRU .. H NACHANI.
Hunali 96 ganbur dibo sun
Hate Mali Mali Nash oi Hunali gun to diba sun.
Dada paharimoina r song kaita dib so anupam dar
Pahari Moina tu amar Soan Productions r cassette nasile... Gotike aami belegor cassette r geet upload koribole onumoti napaam... Dukhitto... Iyat kebol Soan Productions r cassette buror geet he upload kora hobo karon eitu Soan Productions r official RUclips channel hoi... Dhonyobad
@@SoanProductionsOfficial ok
@@SoanProductionsOfficial কুলিৰ কোমল মাত দীঘলীয়া বাট কলৈ যোৱা ভন্টি তুমি লগাই যোৱা মাত বিহুটো কোনখন কেচেতৰ হয় ???
Dada krishnamoni chutiar dhoni ghoroloi biya dile o khun sorupa joutukot lagibo dhone hune akhupa a oi jaan oi dhonere jukhila muk pliz ase Jodi diboson
বহুত দিনৰ মূৰত শুনিলোঁ,বহুত ভাল লাগিল।
❤❤❤