জুবিনৰ প্ৰশ্ন- বিহু ৰাইজে পাতে, তুমি ক’বলৈ কোন?
HTML-код
- Опубликовано: 8 фев 2025
- ▶️জুবিনৰ প্ৰশ্ন- বিহু ৰাইজে পাতে, তুমি ক’বলৈ কোন? এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিছে জুবিন গাৰ্গে।
Follow Us On
FACEBOOK - / nktvne
INSTAGRAM - / nktv.ne
TWITTER - / nktvne
SHARECHAT- sharechat.com/...
KOO - www.kooapp.com...
RUclips - / @nktvplus
জুবিন দাক কোনে কোনে Support কৰিছে plz 👍 থুকি যাওক
ধন্যবাদ জুবিন গাৰ্গ।সঁচা কথা সাংস্কৃতিক জগত খন জুবিনৰহে।
বিহু অসমীয়া ৰাইজৰ, গতিকে বিহু অসমীয়া ৰাইজৰ মাজতে থাকিবলৈ দিয়াটো ভাল, মুখ্যমন্ত্রীয়ে সকলো কথাতে সোমাব নালাগে ভাল নেদেখি। সুন্দৰ কথা কৈছে জয় জুৱিন দা❤❤জয় আই অসম✊✊
মূখ্যমন্ত্ৰী 'হৈ সৰগত থকা যেন লাগিছে চাগে
@@chandrakantachetiachandra369 hosa kotha kole
Hahaha..
Nijoke USA president bhavise sage😁
Bihu no ke toka he lage
জয় জুবিন দা সাংস্কৃতিক জগতক চাবলৈ তুমি আছা
ruclips.net/video/IyqfuKvYg3k/видео.html
জয় জুবিন দা ।আপুনি আমাক জীয়াই থাকিবলৈ সাহস আৰু পেৰনা সদাই দি যাৱ ।যাতে কোনো ধৰণৰ ধুমুহাইও আমাৰ পকৃতিৰ তথা আইমাতৃৰ ৰূপ সলাব নোৱাৰে ।
প্ৰেৰণা, সদায়, যাব, প্ৰকৃতিৰ
Good Dada
ruclips.net/video/IyqfuKvYg3k/видео.html
ৰাজ্যৰ উন্নয়নমূলক কামত আগবাঢ়িব নোৱাৰি এইবিলাক ফাল্টু❤️ ক্থাত মাথা মাৰিছে।
*ৰাইজেই ৰজা❤️ৰাইজে যি সিদ্ধান্ত লব সেয়াই সঠিক সিদ্ধান্ত🙏জুবিন দা শুদ্ধ*
জুবিন দা সঁচা কথা কৈছে jai zubeen da ❤️❤️ I love you zubeen da
নালাগে সেই চৰকাৰে দিয়া টকা। বিহু কি চৰকাৰৰ পৰা নোলোৱাকৈ পাতিব নোৱাৰে নেকি। জয় জুবিন দা।
জুবিনৰ কথাত একমত ❤
Hoi jubin da
Himanto kun hoi koboloi
Um
@@abdulsathar5313 cm hoi haitu najano
মূৰ্খ মন্ত্ৰী 😅
চৰকাৰ ক ভয় নকৰা দাদা জনেই হল এইজন।
😝😝 চৰকাৰ ৰ লগত মিলি ভকত এই জন
@@bitulnath557 CAA ahile junglet jam kuajn nhoi janu . CAA namot hadharon jonotak bipod pelai atia nimat j kio
থ কেলা । ই এক number হাৰামি হয়
Jubeen Sarkar pora Toka loi thake etu janane
ভয় নকৰা টো অহংকাৰী।
জয় zubben দা🙏🙏 তেখেত অসমৰ মুখ্য মন্ত্ৰী হে, অভিভাৱক নহয়,,, গতিকে ৰাইজে যিমান দিন পাতে ৰাইজৰ কথা 🥀🥀🥀
সকলোতেই তোমালোকে মাত নামাতিবা৷ চৰকাৰৰ কাম ৰাজ্য চলোৱাৰ, এইবোৰ আমাৰ বিহু৷ মন গলে বছৰটো পাতিম৷
Tenehale manuhak luti Kya free t ata gaan Gaye nki singer a gaok abasar free t thike ase feree t nalage km se km poisat gaok
@@NivaanFFOfficial Manuhok luti kune khai ase,Politician keitai ne singer keitai bro 1500 tokia vokto hole nhbo main ktha t mat matibo lagibo
@@nituraazkashyap8502 moja bro
@@nituraazkashyap8502 Mai sarkarar Paisa kuno Dina puwa ni Mai to nije sarkarar birudh karu bt ji haitu Val napao to aitu o vl papao bihu Amar sankri Hy Ami nijeo palan kribo paru kabak Paisa khuwai Kiya
@@NivaanFFOfficial Sawk bihu ami nije o palon kribo paru thik ase but ei je musicians khini teo luke ei Bihu time khini le roi nthake janu,bihu program t kiba ata income kribo ! Bht a to sarkari sakori nkre no poisa pai thkibo sarkaror
ছমাহ বিহু পাতা আৰু ছমাহ আন্দোলন কৰা আমাৰ বেপৰোৱা মানসিকতা এৰিবৰ হ'ল।
গোটেই ব'হাগৰ মাহটো আমি বিহু পাতি আহিছো আৰু প্ৰতিবাৰে পাতি থাকিম✊🏻
ছাত্ৰ-ছাত্ৰীয়ে বহাগ মাহৰ শেষৰ পোন্ধৰ-বিশটা দিনো পঢ়া-শুনা কৰি ডাঙৰ মানুহ হব নালাগে নেকি ? বিহু পাতিলেতো তেওঁলোকে মন সামৰিব নোৱাৰি চাবলৈ যাবই ! পইচা পাই থকা শিল্পী সকলে মাহ জুৰি বিহু থাকিলেও তাত বাধা দিয়াৰ আশা ক্ষীণ ৷ কৰ্মব্যস্ত মানুহ আৰু ছাত্ৰ-ছাত্ৰী আদিৰ সময়ৰ কথা ভবাৰ প্ৰয়োজন নাই জানো ?
@@sashibhatta5198 bosrr kaidinmn nphrile ako nhi diya... Ru bihukhn ata jegat a hoi nathake nhi j tar provab phrat pribo jot hbo tare student khini a khai dina nphe tar pis dina olp vagr mari next dinar pohat lagi jai ako kbo ahise dangr mahnu hbo nuare bule.
@@sashibhatta5198 bihut he akol porhe neki basrs baki 11 mah ki bl kri thake kotha kabole ahise
Ai mahote toka pesot ni
@@sashibhatta5198 ai oi kotha koise,,,, lora sowaliye nijor daitoyo nije palon korile hol,,, bihu patile buliye saboli jabo lagibo buli likha nai,,,, lora sowaliye jodi nijor mon toke sombhalibo noware khihot aku kene ke dangor manuh hobo,,,,, so bihu e karo poha khunat ako khoti nokore kebol nijor montur kotha....
Yess Zubeen Da,you are absolutely right..jar ji kam heibur valke koribo lage👍👍👍
Zubeen da is great ❣️❣️
Yes bro
ruclips.net/video/IyqfuKvYg3k/видео.html
Good.. Mojaa
সত্য মানেই জুবিন দা❤❤❤
🤣🤣🤣🤣🤣
সত্য মানুহ নহয় ও। কা আন্দোলনৰ নামত যি কৰিলে জুবিন দাই তেতিয়াই চিনি পালোঁ ডাঙৰীয়া ক
U have to clear ur mind to know zubin da. 👆
Misa kotha.
ruclips.net/video/IyqfuKvYg3k/видео.html
তেওঁ ৰাইজে পতা মুখ্যমন্ত্ৰী। গতিকে তেওঁ কব পাৰে, বুজিলে জুবিন দা
I love you zubeen mama ❤️
গাড়ী পৰা মন্ত্রী ডাঙৰীয়াই হে চান্দা তুলি আছে,বিহু 7দিন কিন্তু মোদী জন্মদিন 20 দিন
Moja desa right
বিহু অসমীয়াই পাতিব
সিদ্ধান্ত লোৱা
অধিকাৰ ৰাইজৰ।
অৱশ্যে
জন্মদিন দহ
দিন পাতিব
নালাগে।
জুবিন দা ঠিক কথা কৈছে ।।।মন্ত্ৰীয়ে কোন হয় সংস্কৃতি ক কেনে কয় পাতিম ।ৰাজ্য জি দিছিছিন লব আমি মনিম।।।জাই আই অসম।।।
Long live Zubeen Da.
Thank you cmsir. Your opinion is good. You
সত্য কথা কৈছে জুবিন দা।
জয় আই জুবিন দা
জয় জুবিন দা ❣️
ধন্যবাদ।
Next Level Zubeen Da
🌱🌿
... singi rasong 🙏🌱🌿
Hundor kotha koise..jitu juktikhongoto buli moi vabu...love you zubeen daa
Cm আজি আছে কালি নাই কিন্তু জুবিন গাৰ্গ সদায় আছে🙏🏽
Hoi tu bihu sorkare napate raije patibo tar kobole sorkare nii tar poisare bihu pati see neki ? Tekhetor kotha kunu huniboi nalage zubinda Joi apunak bohut Val pau I love you zubeen da
জুবিন দাই ঠিকে কয ,,, ৰাইজৰ হে বিহু ,, জয় জুবিন দা 🙏💖
অসমীয়াৰ ৰোমান্তিক নৃত্য-গান প্ৰেমীকৰ হিয়াৰ আমঠু জুবিন গাৰ্গে বিহুমঞ্চ অনুষ্ঠিত কৰা সন্দৰ্ভত চৰকাৰী নীতি-নিৰ্দেশনা, আহ্বানক ভেঙুচালি সুচক মন্তব্য প্ৰদান কৰাটো তেনেই স্বাভাৱিক। কাৰণ তেখেতৰ শিশুসুলভ মনটোত স্বাৰ্থজনিত কথা লুকাই আছে। তাতে আকৌ অসমৰ অৱস্থাটো ৰজা নাইকিয়া প্ৰজা, ৰাখোন নাইকিয়া গৰু আৰু ঢাকোন নাইকিয়া চৰুৰ দৰে।🙏
সকলোৰে স্বাৰ্থ আছে। আপোনাৰো আছে আৰু মোৰো আছে। নিজৰ ৰাস্তাত নিজে চলি আছে।
সকলোতে চৰকাৰী নিৰ্দেশনা নচলে।
মূল কথাটো এয়ে যে, কৰ্মৰ মূল্য বুজা মানুহে কৰ্মব্যস্ত হৈ থাকিবই লাগিব, ৰাইজৰ নিজৰ উৎসৱ বুলি আমি বিহু উপভোগ কৰিব লাগিবই আৰু আমাৰ ছাত্ৰ-ছাত্ৰী সকলে বছৰ জুৰি পঢ়া-শুনাত ব্যস্ত হৈয়ো থাকিব লাগিব ৷ সময়ৰো অপচয় হব নালাগে, বিহুও বাদ পৰিব নালাগে ৷
Really
জুৱিন দা মানেই জুই❣️
কেবল মানুহৰ মাতটো মৌ মিঠা হয় গান গায় মানুহক মোহিত কৰিলে নহয় বুজিচা। কেবল জুবিন ৰ গানে আমাক খোৱোৱা পিন্ধোৱা নাই নহয়।।
@@shyamolirabha9533 হব ইমান জ্ঞান দিব নালাগে আপুনি খোৱা পিন্ধাৰ কথা কোৱা নাই নহয় ইয়াত😏
ঠিক কথা কলে জুবিন দা
এনেকৈয়ে এদিন শেষ কৰি পেলাব।
জয় আই অসম। জয় জুবিন দা।
ধন্যবাদ জুবিনদালৈ থিকে কৈছে চৰকাৰে কিছুমান লবনলগা বোজা কি কাৰনত লৈছ তেওলোকে নিজৰ কামত গুৰুত্ব দিয়ক
অসমীয়া জাতিৰ অভিভাৱক বুলি ভাৱিবলৈ আপুনি কোন???? উজনিত ৰাইজে গছ তলৰ বিহু পাতো ১৮ দিন ১৯ দিন লৈকে । অসমীয়া জাতিৰ আয়ুস ৰেখা চেনেহৰ ৰঙালী বিহু । মন্ত্ৰী মণ্ডলৰ মুৰব্বীহে আপুনি । বচ সিমানতে থাকক, এটা জাতিৰ কৃষ্টি সংস্কৃতিৰ লগত খেলা কৰিবলৈ অধিকাৰ আপোনাৰ নাই । প্ৰধানমন্ত্ৰীৰ জন্মদিন ২০ দিনলৈ পাতক দেশ আগুৱাই যাব
CM hoi murr uprt uthise bor besi hoise mamar..
নাই নাই জুবিন মামাৰ কথা আমাৰ তিনিচুকীয়া ডিব্ৰুগড়ত মৰাণত নচলে
@@user-db4hy5sv5s dibrugarh,,, tinsukiya,,, moran tohotor neki moi aru beleg karobar buli Bhabisilu..
@@user-db4hy5sv5s oi kun hoi toi sutmarini kla Bangladesh madercod
@@heroalom9147 কেলা মাঠা ভাঙি দিম ছেট। জুবিনে ইয়াত বিহু গাব নাজানি বহু বাৰ খেদা খাইছে। মামা জনজাতি সম্প্ৰদায়ৰ মানুহৰ ওচৰত নাহেই কেলা। গেদা ফেদা অঞ্চলত যায়। ত ই কেলা কৰ বাংলা দেশী ছুদুভাই।
Absolutely right. It's is the freedom person freedom speech.
আমাৰ অতিতৰ সংস্কৃতি আমি ৰক্ষা কৰিযাম বিহু বোলি এটা সাহায্য ৰ প্ৰয়োজন নাই ।
অতীত, বুলি
❣️জুবিন দা আপোনাৰ কথাত আমি সকলো একমত ।
Right
এই বিহু সন্দৰ্ভত এনেকুৱা এটা উত্তৰে বিচাৰিছিলো জয় জুবিন দা✊
Zubeen dai akdom thik kotha koise 👍👍👍👍
জয় জুবিন দা ❤️❤️ জুবিন দা মানেই জনসমুদ্ৰ 🤞❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
You are great zubeen da🤟👍👍👍 love you 😘😘
জুবিন দা অসমৰ সাংস্কৃতিক জগত যুৱ প্ৰজন্মৰ ভাগবান বুলি কোৱা হয় , তেওঁৰ কাম ৰাজনীতি নাই , তেওঁ সদায় ৰাইজৰ বাবে কাম কৰে , তেওঁ জন গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী অসমৰ বিখ্যাত গায়ক বুলিলে জুবিন গাৰ্গ কোৱা হয় , অসমীয়াৰ ৰাইজৰ হৈ যদি বিনা স্বাৰ্থত মাট মটা বক্তি জন বুলি যদি কোৱা হয় সেই জন হল হিয়াৰ আমথো জুবিন দা , বাকী মন্ত্ৰী বিধায়ক এই বিলাক নিজৰ স্বাৰ্থত কাম কৰি আহিছে , সাংস্কৃতিক জগত মন্ত্ৰী বিধায়ক মাট নামাটাই বহুত ভাল , আজি দুই বছৰ কৰুনা বুলি কৈ সাংস্কৃতিক জগত খনত জড়িত থকা বক্তি সকলৰ কোঙা কৰি পেলাইছে , এই খন চৰকাৰে , বৰ্তমান এতিয়া অসম কৰুনা নাই , পৌৰসভাৰ ভোট চলি আছে এতিয়া ডাঙৰ ডাঙৰ মন্ত্ৰী বিধায়ক মিটিং সভা অনুষ্ঠিত হ'লে কৰুনা নাহে , সাংস্কৃতিক সন্ধিয়া অনুস্থিত হলে কৰুনা আহে , এই মন্ত্ৰী বিধায়ক নিয়ম , সেইবাবে জুবিন দা কৈ য়ে সাংস্কৃতিক জগত মই আছো, গতিকে আপোনালোক ৰাজ্যৰ উন্নতি কাম কৰক , সাংস্কৃতিক দিশত চাব নালাগে , বহুত কথা কৈছে জুবিন দা তুমি জুই ,
অসমত বিহু পাতিবই অসমীয়া ই। বজাৰত চান্দা তুলি সকলোৱে বিহু নাপাতে।।চান্দা তুলি পতা বজাৰৰ বিহু এদিন কমি গলেও।আমাৰ পথাৰৰ বিহু সদায় জীয়াই থাকিব। তাত কোনো ৰাজনৈতিক নেতাৰ হকা বাধা নচলিব। এইটোও সচাঁ কথা পথাৰত বিহু সদায় চলিবলৈ হলে আমি অসমীয়া সকলে পথাৰৰ মাটি অনাঅসমীয়া ক বেচি চহৰমুখী হব নালাগিব। বৰ্তমান সময়ত আমি দেখা পাইছো যে অসমীয়া ৰ মাটি পথাৰত থকা বহুতে বেছি আছে, চহৰমুখী হৈছে।
Right bro khtm hoi goise pother naikia hobo ru. Pisot Saul kini khbo loga hobo belek rajyor pora Saul anibo lagibo sorkare ru Saul or dam bahi jabo. Bihu patiboloi jega naikia hoi jabo ru
এতিয়া বিহু কেতিয়া পাতিব সেইয়া কি অসমৰ CM আহি নিৰ্ধাৰণ কৰিব ? Power a matha t dhorise .
Well said.💪💪👊👊
বিহু কেতিযা পাতিব প্ৰকৃতিয়ে ক'ব ।
মৰাণ হয়। ৰাতিবিহু পাতিমেই। লাগি লে দুমাহৰ হক কবলৈ নাই।।,❤️
"হওক" হ'ব বানানটো
জয় জুবিন দা ❤️
জুবিন দাৰ কথাষাৰৰ মই সন্মত 💯।
বিহু মেইন জয় জুবিন দা
Great 👍
Thank you jubin da
বহু তৰ্ক বিতৰ্ক হল জীয়াই থকাৰ সময়ত জুবিন দাদাক All Assam Culture secretary হোৱাতো বিচাৰো আৰু ৰাইজে মতামত আগবঢ়াই যেন
Good reply by a responsible man
😂😂😂
Balor mantri
I like u jubin da❤️
Great Zubeen daa 🔥🔥
জুবিন দাই সদায় চিধা কথা কয় সদায় আছু আপুনাৰ লগত Love you jubenda🥰🥰🥰
Zubeen daa you are right 👍❤️
একেবাৰেই সচা কথা কৈছে জুবিন দাই
Love you Zubeen da
Right kotha koise Zubeen daa ❤️❤️❤️1.5 lakh ki bihu hoi nky 15 Lakh diyok
জয় আই অসম,,আমি জুবিনদাৰ লগত সদায়ে থাকিম,,,🙏🙏🙏
জুবিন দাদা মোৰ কাৰণে ভগৱান 🙏
😂😂😂😂😂
বিহু ৰাইজে পাতে তুমি কবলৈ কোন mja disa Zubin da ❤️🤟
Right 💯 legendary singer♥️
Love zubeen da❤❤❤
ধন্যবাদ জুবিন দা
বিহুত পলিটিক্স নকৰিবা মামা 🙏
জয় জুবিন দা ✊
সেইকাৰনে জুবিন সদাই জুবিন❤❤❤❤❤❤❤❤❤❤❤❤
Jai Zubeen da
জুবিন দা মতে মই একমত👍👍👍👍👍
Zubeen da op ❤❤
❤❤❤❤❤❤❤
Joy zubeen Da ❤️❤️
We always agree with you Zubeen Daa 👍👍👍👍👍
Zubeen da ....U r right
Zinda bad jubin da💘💘💘💘💘💘💘💘💘💘💘💘💘💘💘💘💘💘💘
This is Zubeen Da 💚
#Heartbeat#Loveyou
Jubin Daa ❤️❤️❤️
জয় জুৱিন দা জয় আইয় অসম🙏🙏🙏
Jai ho jubeen da
Zubeen daa jui
OUTSTANDING 🔥🔥🔥
জয় জুবিন দা ❤🔥
Joi zubeen da❤
Love you zubeen da ❣️❣️🌍
জুবিন ৰ কথাত মইয়ো একমত আছো জয় জুবিন দা
I support Zubeen Da❤️lotz of love
অসমৰ স্বনামধন্য স্বয়ম্ভূ মহাপুৰুজনাই নিজৰ মন্ত্ৰীসকলক লেকাম লগাই চৰাই ফুৰোৱাৰ নিচিনাকৈ অসমৰ ৰাইজৰ অনুভূতিকো লেকাম লগাবলৈ চেষ্টা কৰি আছেনেকি বাৰু........😢
বিহু আমাৰ, আমাৰ কথা কিমান দিন পালন কৰোঁ।
Zubin da nijor Mota Sola lov da
বিহু বিহুৱেই ,বিয়াৰ Reception নহয় ,নহয় ।পূৱাৰ পৰা ৰাতি11টা লৈকে আৰু ।Thanks to JUBIN GARAGE.
Nice dada 👍👍