তদন্তৰ নামত কি কৰিছে লখিমপুৰ আৰক্ষীয়ে ?

Поделиться
HTML-код
  • Опубликовано: 19 окт 2024

Комментарии • 31

  • @NRJ19888
    @NRJ19888 3 месяца назад +21

    আৰক্ষী কেতিয়াও নিশা নহয়.......এইজন CM নহয় এইজন আনৰ চকী ক যুৰ কৰি কাঢ়ি লৈ অসমখনক শেষ কৰিব লৈছে

    • @Loveassam8364
      @Loveassam8364 3 месяца назад +1

      Ekdom Mur monor kotha koise apuni 👍

    • @tileswaryein1295
      @tileswaryein1295 3 месяца назад

      তৃতীয় পক্ষৰ লগত জড়িত থকা থকা সকলোবোৰক একেলগে মুখা-মুখীকৈ জেৰা কৰিলেহে আচল চেহেৰাটো ওলাই আহিব।

    • @tileswaryein1295
      @tileswaryein1295 3 месяца назад

      ৮০ লাখ টকাটো কাৰ কাৰ পৰা লোৱা হৈছিল , এই টকাৰ কমিচনৰ অংশিদাৰ কোন কোন আছে গোস্বামীৰ মুখৰ পৰা ওলিয়াব পাৰিবনে ? ছিঃ-আজি-কালি মানুহৰ বিবেকবোৰ ইমান তললৈ যাব বুলি ভবা নিছিলো। আচলতে দুৰ্বল হলে গচকি মাৰে, সবল হলে আবতি ধৰে। আনকি কোনো ব্যক্তিয়ে কমেণ্ট দিব নিবিচাৰে, প্ৰতিবাদ কৰিব নিবিচাৰে অসহায় মানুহক সহায় কৰিব নিবিচাৰে এইয়াই সোণৰ অসম।

  • @ThakursingBorkola-eq4jv
    @ThakursingBorkola-eq4jv 3 месяца назад +1

    Jay

  • @rekibulhussain2876
    @rekibulhussain2876 3 месяца назад +5

    এই ঘটনাত বিজেপি চৰকাৰৰ বৰ মুৰীয়া জৰিত আছে

  • @probingogoi9774
    @probingogoi9774 3 месяца назад +7

    জয়ন্ত গোস্বামী সেই সময়ত কাৰাগাৰত সোমাই আছিল। বোধহয় সেই কাৰণেই জেৰা কৰিব পৰা নাই। যিকিনহওক আৰক্ষী সম্পূৰ্ণ বিফল হৈছে।

  • @parag_gogoi
    @parag_gogoi 3 месяца назад +8

    পুলিচ আৰু জয়ন্ত গোস্বামীৰ দৰে মানুহৰ কান্ধত বন্দুক থৈ মন্ত্ৰী - বিধায়কে আচল কামটো কৰি আছে। জল জীৱনৰ মিছনৰ বৃহৎ ধন এইবাৰ নিৰ্বাচনত ব্যৱহাৰ হৈছে। নহ'লে CM, Public Health Minister, Lakhimpur MLA, MP ৰ সক্ৰিয়তা কিয় আমি দেখা পোৱা নাই?

  • @akashchoudhury8630
    @akashchoudhury8630 3 месяца назад +12

    আৰক্ষী গাত একো দুখ নাই
    আৰক্ষীয়ে মূৰ্খ মন্ত্ৰীৰ নিৰ্দেশ মতে হে কাম কৰি আছে। ৰাজ্যখনৰ মূৰ্খ মন্ত্ৰী যেতিয়া হিজৰা হয় তেতিয়া তদন্ত এনেকুৱাই হয়।

  • @JugalRay-vi5xn
    @JugalRay-vi5xn 3 месяца назад +1

    ২০২৬ ত হেমন্ত বিশ্ব শৰ্মা ৰাজ কৰিৱ নোৱাৰে যদি ঢকুৱাখনা সমস্যা টো সমাধান কৰিৱ নোৱাৰে😅😅😅

  • @TarunPayeng
    @TarunPayeng 3 месяца назад +2

    Bjpr dinot mutote ৰৌ ভৰালী মাছক ধৰিব নোৱাৰে,,,সৰু সৰু পুতি মাছ ধৰি শেষ কৰি দিয়ে,,junmoni ৰাভা ,,akuhe uliyabnuwarile

  • @SanjibSaikia-z3s
    @SanjibSaikia-z3s 3 месяца назад

    Right

  • @Loveassam8364
    @Loveassam8364 3 месяца назад +1

    চৰকাৰ আৰু পুলিছে চব জানে,, ওপৰৰ নিৰ্দেশত পুলিছে নাটক কৰি গৈ আছে । আৰে CM কোন,, ৰাইজে এতিয়া সকলো বুজি পাইছে

  • @janardanbora2803
    @janardanbora2803 3 месяца назад +6

    অসম আৰক্ষীয়ে ভাল নাটক খন আৰম্ভ কৰি দিছিল কিন্তু😅😅😅

  • @hemkantaborah7434
    @hemkantaborah7434 3 месяца назад +1

    পৰাগ দাসৰ হত্যাকাণ্ড, জোনমণিৰ হত্যাকাণ্ড, সুনীল-জাহাংগীৰৰ হত্যাকাণ্ডৰ কিছু কিছু মিল আছে।

  • @BijitBorah-vg7vj
    @BijitBorah-vg7vj 3 месяца назад +4

    নাটক ৰচনা কৰিছে আৰক্ষীয়ে।

  • @AtulBorah-gh8up
    @AtulBorah-gh8up 3 месяца назад +1

    জাহিংগিৰ কত গল ।কিজানি এই জনেই সুনিল গৈগৈৰ মৃতদেহ কাৰোবাৰ পৰা ধন ৈল কৰবাদ পলাই থকা নাইটো ?

  • @joychandra6254
    @joychandra6254 3 месяца назад +1

    Commission

  • @Anilbora-d8e
    @Anilbora-d8e 3 месяца назад +3

    Kam nai . Sunil nohoi dairek mama jorito asejen lagise.

  • @hemkantaborah7434
    @hemkantaborah7434 3 месяца назад

    গুপ্ত হত্যা বহুত হৈছে।

  • @mukulbaruah1833
    @mukulbaruah1833 3 месяца назад +1

    Dekh totha Axom t ata u Monubadi,Brahmonbadi, jatibadi, khapradaik jehdai maratmak khontrukhbadi thakaloike khilonjia Obc,St,Sc samaje ketia u nyai nepai.

  • @joychandra6254
    @joychandra6254 3 месяца назад

    Adoi nepai bhadoi ane hoi buli bhabu

  • @SaifilHq
    @SaifilHq 3 месяца назад

    Gereptar nakore kiwo porial tok kiwo

  • @Ramraj13333
    @Ramraj13333 3 месяца назад +1

    সাংবাদিক সকলে লাগি আছে কাৰণে পুলিচে অলপ লাগি আছে এদিন গৈ সকলো মাৰ পৰিব result একো নোলাব বুলি ভাবো । জয়ন্ত গোস্বামী আজি লৈকৈ তদন্ত নহা টোৰ কি আছে ৰাইজে বুজি পাইছে

  • @joychandra6254
    @joychandra6254 3 месяца назад

    Ajahart jyonta goswami nam ache

  • @jogengohainbaruah959
    @jogengohainbaruah959 3 месяца назад

    DNA reportr katha khar ajihe kole bhal dare reportere

  • @mukulbaruah1833
    @mukulbaruah1833 3 месяца назад

    Sukaan Baah sepi rokh uliua manuhr haot sarkar thakile Axomr raije aru sepon khaba. Nayik Goonr abhab thaka manuhr hatot sarkar thakile kune nyai diba.

  • @krishnokachari7913
    @krishnokachari7913 3 месяца назад +2

    Dhui kela...bad de aru aibilak Enei misake Natok kori thokatkoi 😅😅😅 26 din bad de...kela Bosor bosor hoi golew aku nulai😅😅 aru jiman G korilew lastot goi Rejalt Big 0, Aluguti ulabo 😅😅 aru kela Eyat jiman CID aru CBI ahilew aku Ghenta dal koribo nuare 😅😅 Junmoni Rabha dore hbo sai thak.... Rejalt Koni guti ulabo...😅😅