মুখ্যমন্ত্ৰী-পত্নীৰ ব্যক্তিগত ইংৰাজী বিদ্যালয়: ৰজাৰ ঘৰৰ পৰাই চৰকাৰী বিদ্যালয় ধ্বংসৰ আখৰা নেকি?

Поделиться
HTML-код
  • Опубликовано: 1 ноя 2024

Комментарии • 292

  • @sankargoswami4570
    @sankargoswami4570 2 года назад +85

    মুখ্যমন্ত্ৰী চৰকাৰী মন্ত্ৰী নে প্ৰাইভেট মুখ্যমন্ত্ৰী। অসমৰ আটাইতকৈ ধুৰন্ধৰ মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা।ৰাইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অন্ধ ভক্ত বি জে পি বিধায়ক আৰু অসম দৰদী এ জি পি দলৰ নেতা সকলক লগত লৈ অসম খন বিক্ৰী কৰিব ওলাইছে।কুকুৰ নেজ তেল মালিচ কৰিলেও চিধা নহয়।হিমন্ত বিশ্ব শৰ্মা ভণ্ড পূজাৰী। মিছা প্ৰলোভন দিয়া আৰু চৰকাৰী সম্পত্তি আত্মসাত কৰা হৈছে তেওঁৰ কাম। ৰাইজে তেঁওৰ পৰা কিবা উন্নয়ন নেপায়। তেওঁৰ আগৰ ৰাজনৈতিক ইতিহাস চালে সকলো ওলায় আহে।

  • @bkp9774
    @bkp9774 5 месяцев назад

    অসম খন আৰু অসমীয়া জাতি হেমন্ত, ৰিকিনিৰ পৈত্ৰিক সম্পত্তি।

  • @anuborphukon40
    @anuborphukon40 2 года назад +37

    হিমন্ত বিশ্বশমা আৰু ৰিণিকী শমা ভূঞা ওপৰত চিবিআই তদন্ত কৰিব নোৱাৰেণে ইমান অন্যায় চলিথাকিলেও আইনৰ বিষেশগ্য সকলৰ চকুত নপৰেনে এটোহে ডাঙৰ কথা হিমন্তই এই সকলকো কিনিপেলালে নেকী সবানন্দ শ্লগান আছিল জাতি মাটি ভেটি ৰক্ষা কৰা কথা শুনি শুনি আমনি লাগিছিল এতিয়া কিহৈছে উত্তৰ দিয়ক

    • @bimalbaishya3703
      @bimalbaishya3703 2 года назад

      CBI tu baad diya o. Amar major kisumane a mori pelabo mamak beyake kole.

    • @amaljyotiborah8420
      @amaljyotiborah8420 2 года назад

      Kiya karib jhumala babai amar manuh burak burbak banabahe jane Sarada ,aru je ki kelengkari thik nai ami vote di raja banai lutibale disu.

    • @tmff4973
      @tmff4973 2 года назад

      Hero bupai axomiya ajone ha shcool khulise apunar mote bamgladesi ajone khulibo lagisil

  • @mantudas3746
    @mantudas3746 2 года назад +1

    মহাশয় আপোনাৰ বক্তব্য এশ শতাংশ শুদ্ধ এইবো বিদ্যাল নে বানিজ্যিক কেন্দ্ৰ

  • @vikramborgohain1910
    @vikramborgohain1910 2 года назад +53

    মুখ্যমন্ত্ৰীৰ চকী খনো গেলাই পেলালে,,,,,,,ক্ষমতাৰ অপব্যৱহাৰ,,,,মুখ্যমন্ত্ৰীৰ চকী খনৰ কোনো অৰ্থ নাইকিয়া হৈ থাকিলে,,,

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 2 года назад +3

    ইহঁতে অসমখন শেষ কৰিহে এৰিব।অন্ধ সমৰ্থক সকলে হাত তালি মাৰি থাকক।

  • @minudey7657
    @minudey7657 2 года назад +1

    ৰিণিকি বাইদেউ সকলো মানুহ আপোনাৰ নিচিনা ধনী নহয় সেই কাৰণে দামী স্কুলত পঢ়াটো নিবিচাৰো দুখীয়াৰ কাৰনে চৰকাৰী য়ে ভাল কাৰণ কংগ্ৰেছত দুখীয়াৰ কথা ভাবিছিল 🙏🙏🙏

  • @nightridingking847
    @nightridingking847 2 года назад +1

    moja korise mamai

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Год назад

    চৰকাৰখনো প্রাইভেট কৰিলে নিশ্চয় দেশৰ বহুত উন্নতি হব। বৰ্তমান দিনত ধনেই ধৰ্মৰ মূল, ধন নহলে যাই জাতি কুল। যিয়ে চৰকাৰী টকা আত্মসাত কৰিব পাৰিব সেই জনেহে এই স্কুলত পঢ়াব পাৰিব।

  • @arjun-roadtrip5289
    @arjun-roadtrip5289 Год назад

    Hoi right

  • @buddhadevray5643
    @buddhadevray5643 2 года назад +1

    চিন্তা নাই অসম খন আমেৰিকা হব গৈ আছে
    দুদিন পিছত নিজৰ ভাষাৰ অস্তিত্ব নোহোৱা হৈ যাব
    চব টকাৰ খেল

  • @ukimu9855
    @ukimu9855 2 года назад +10

    এই পলিচি অকল চৰকাৰী স্কুল ধ্বংস‌ই নহয়। চৰকাৰী হস্পিটেলকে ধৰি সকলো ৰাজহুৱা খণ্ডৰ বিভিন্ন উদ্যোগবোৰৰ বিভিন্ন অজুহাত দেখুৱাই বন্ধ কৰি দি তথা ধবংস যজ্ঞ কৰি নিজৰ নিজৰ ব্যক্তিগত খণ্ডৰ বিভাগবোৰৰ ব্যৱসায়বোৰ যাতে লাভৰ মুখ দেখা পায়। আজি চৰকাৰী হস্পিটেলত ঔষধ নাই। ঔষধ যোগান ভালদৰে নধৰে। ৰোগীয়ে বাহিৰৰ পৰা সকলো কিনিব লাগে। চৰকাৰে এইবোৰ ইচ্ছা কৰিয়ে যোগান নধৰে। কাৰণ, চৰকাৰী হস্পিটেলত সকলো সুবিধা পালে নেতাহঁতৰ নিজৰ নিজৰ নাৰ্চিংহোমৰ ব্যৱসায়বোৰ যদি বন্ধ হৈ যায় । সেই লৈ আমাৰ নেতা মন্ত্ৰীবোৰ তৎপৰ।
    সেইকাৰণে ৰাজহুৱা খণ্ডৰ সম্পত্তিবোৰ এটা এটাকৈ বেচি বা একেবাৰে ধ্বংস কৰি নিজৰ ব্যৱসায়ৰ বাট মোকলাই আহিছে।
    তাকে আমাৰ দেশৰ এচাম মূৰ নোহোৱা যধামূৰ্খ‌ই নেতাবোৰৰ ফটা লেকচাৰবোৰকে সঁচা বুলি চকুমুদি সমৰ্থন কৰে।

  • @rajubora3485
    @rajubora3485 2 года назад +34

    টকা বোৰ কত পাইছে ?
    অসম খন ধ্বংসাত্মক দিশত গৈ আছে ।
    আৰু কিমান টকা লাগে ?

  • @bhanumatinath3624
    @bhanumatinath3624 2 года назад +2

    অসমীয়া ৰাইজ সজাগ নহলে অসম ৰসাতলে যাব ।

  • @arupkumarchakrabartty4106
    @arupkumarchakrabartty4106 2 года назад

    চৰকাৰী বিদ্যালয়ত পঢ়া ফকতীয়া- দুখীয়া নিচলা আসমীয়া কৈইটাই মামাৰ ইচকুলত নপঢ়ে ।

  • @jahangirmondal3354
    @jahangirmondal3354 Год назад

    Greatest identity of Assam in lndia

  • @hariprasadgowala5282
    @hariprasadgowala5282 2 года назад

    অখিল দা ভাল কথা কৈছে

  • @sibaprasadbora01
    @sibaprasadbora01 2 года назад

    এই মাটিত যদিএটা কম্পিনী হল হয় দুখিয়া মানুহ অলপ সবল হলহয়।কাৰন ধনী মানুহৰ ল'ৰা ছোৱালী য়ে বাহিৰতোপঢ়িব পাৰিলে হয়। এই কথাষাৰ কোৱা বাবে পুলিচ লগাই জেলত নিদিব।

  • @r.7833
    @r.7833 2 года назад +5

    অসমৰে আনন্দ ।। আকৌ লাগে সবা্নন্দ

  • @munborah1098
    @munborah1098 2 года назад +1

    হিমন্ত বিশ্ব মাথা হয় বুজিছা ।

  • @devdaddymx3781
    @devdaddymx3781 2 года назад

    Highly satisfied

  • @atulmurari4955
    @atulmurari4955 2 года назад +1

    এওঁৰ দৰে মানুহক ভোট দিয়াই বৰ ডাঙৰ ভুল হৈছে

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 2 года назад +11

    ই চোৰ -দগাবাজৰ ভোটেৰে অসমৰ মাননীয় মুখ্য মন্ত্ৰীৰ আসনখন লৈ অসম বাসীক যি পয়মাল কৰিছে তাৰ প্ৰতিবাদ ৰোধ কৰিবলৈ ই কেৱল আৰক্ষীত নিয়োগ বঢ়াইছে ! এইয়া বৃটিছ শাসনতকৈও কঠোৰতম!!

  • @JOHN_T123
    @JOHN_T123 2 года назад +4

    দীৰ্ঘকালৰ বাবে Himanta biswasharma ডাঙৰীয়াই শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । বিদ্যালয়ৰ অবস্থা তেওঁৰ কালৰ পৰাই এনে হৈ আহিছে।

  • @himadrikalita6913
    @himadrikalita6913 2 года назад +1

    BJP PRIVATE LIMITED INDIA (BPLI)

  • @rupagogoi5317
    @rupagogoi5317 2 года назад

    বুদ্ধ ডেকাবৰুৱা আৰু দিবাকৰ বৰুৱা অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়তহে পঢ়া l

  • @utpalvlogs2654
    @utpalvlogs2654 2 года назад +9

    সৰ্বা দা পুনৰ মুখ্যমন্ত্ৰী হোৱাতো বিচাৰো

    • @babulbarua1153
      @babulbarua1153 4 месяца назад

      Sarbananda dangariyay CAA andolonat asomiyar oporat guli chalaise manat ase ne dangariya.bhabi chano chon

  • @nomikonwar6739
    @nomikonwar6739 2 года назад

    100%hocha kotha

  • @taradihingia2545
    @taradihingia2545 2 года назад +34

    চক্ৰধ্বজ সিংহই অসমীয়া ভাষা ৰাজভাষা কৰিলে। নৰনাৰায়ণ ৰজাই শংকৰদেৱৰ ধৰ্ম ৰাজধৰ্ম কৰিলে। শংকৰদেৱে অসমীয়া ভাষা অজৰ ‍‌- অমৰ কৰিলে। তেনে ভাষা হেয় কৰাজন অসমৰ কুলাংগাৰ‌ সন্তান।

  • @rinadutta7598
    @rinadutta7598 2 года назад

    মূখ্যমন্ত্ৰী গৰাকী কি মাধ্যমত শিক্ষা গ্ৰহণ কৰিছিল তেখেতক সকলোৱে প্ৰশ্ন কৰক।

  • @dvlog7550
    @dvlog7550 2 года назад

    kejriwal sir... jindabad

  • @utpaldeka5628
    @utpaldeka5628 2 года назад

    CBI enquiry haba lage.

  • @rupjyotisharma9159
    @rupjyotisharma9159 2 года назад

    জনপ্ৰিয়তাই মূৰত ধৰিলে এনে বোৰ বদনামে গজালি মেলে ।

  • @Updatepoint95
    @Updatepoint95 2 года назад +17

    ৰাইজে পৰৱৰ্তী নিৰ্বাচনত এখেতেক ভাল ফলাফল দিব ।

  • @nabajyotisaloi3728
    @nabajyotisaloi3728 2 года назад +23

    CBI enquiry hbo lag

  • @rajkumarlagachu2026
    @rajkumarlagachu2026 2 года назад +1

    ধন্য হিমন্ত !আৰু আগুৱাই যোৱা ।অসমৰ শিক্ষা ব্যৱস্থা আৰু বাৰুকৈয়ে উন্নত হ'ব।

  • @debojitdutta5652
    @debojitdutta5652 2 года назад +1

    Apsc ৰ পৰা আসমীয়া ভাষা নাইকিয়া কৰিলে । লাহে লাহে অসমীয়া ভাষাও শেষ হব এদিন ।

  • @babulali3856
    @babulali3856 2 года назад +37

    কি হব সকলোৱে ইংৰাজী জানি ? নিজৰ মাতৃভাষাটো চিৰদিনৰ বাবে হেৰাই যাব ! ৰনজন গগৈ কোন মাধ্যমত পঢ়ি ইমান ডাঙৰ মানুহ হল ? মেধাবি ছাত্ৰ‌ ছাত্ৰী সকল যিকোনো মাধ্যমতে মেধাবি হয় ।

    • @iamwhatiam8261
      @iamwhatiam8261 2 года назад +1

      আপুনিহে ইংৰাজী টু বাদেই অসমীয়াও নিশিকিলে। ৰঞ্জন শব্দটো লিখিব নাজানিলে....

    • @parashdeka2223
      @parashdeka2223 2 года назад +10

      @@iamwhatiam8261 পিছে মই নাজানিলোঁ ইংৰাজী টু নে টো হব লাগে। জনাব মহাশয়

    • @iamwhatiam8261
      @iamwhatiam8261 2 года назад +1

      @@parashdeka2223 Mahakhoi, moi akhamiya bhakhar bidagdha pandit nahoi, bhakha andulan kariu nahoi, heihe bhul hoise....Aapunaluk je bhakha andular guri dharuta, aapunalukar bhul hubha naapai....heihe jonalu...murnu aru ki....

    • @bm_brishnupriyacommunity5518
      @bm_brishnupriyacommunity5518 2 года назад

      Babul... don't provoke others ...

  • @rajkumarpegu1942
    @rajkumarpegu1942 2 года назад

    BJP চৰকাৰে কিছুমান চৰকাৰী স্কুল বন্ধ কৰাৰ বাবে বহুতো ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰিলে আৰু তেনেদৰেই চৰকাৰী স্কুল বন্ধহৈ গৈ থাকিলে অনাগত দিন বোৰত ল'ৰা ছোৱালী 100 কি:মি: দূৰৈত পঢ়া-শুনা কৰিব লাগিব আৰু এইখন চৰকাৰ কেৱল ধনীকে ধনী কৰাৰ চৰকাৰ আৰু দুখীয়া ৰাইজৰ নামত কেৱল বিনামূলীয়া চাউল ,অৰুণোদয় আঁচনিৰ টকা দি দায়িত্ব সামৰিব বিচাৰিছে এই আঁচনিবোৰৰ টকাও দুখীয়া ৰাইজে শান্তিৰে পোৱা নাই ।

  • @bimalbaishya3703
    @bimalbaishya3703 2 года назад

    Atiya poisa lage matro.

  • @aruntelenga4643
    @aruntelenga4643 2 года назад

    Aam Aadmi party 👍👍👍👍

  • @runumeeborah4417
    @runumeeborah4417 2 года назад

    ৬০ বিঘা মাটিৰ নামত বেমাৰ হে পুহিছে।দূনীতি মানুহ হে ৰাজ নীতি কৰিবলৈ যায়।ৰাইজে তুলি দিলে আৰু ননমা হ'ল।চোৰৰ বুদ্ধি সৰহ ।টকাৰে তেওঁ লোকে চোলা চিলাইপিনধক আৰু কি কম পিন্ধক।

  • @prodipborah8794
    @prodipborah8794 2 года назад

    Vote for kejriwal

  • @bidyutboruah3284
    @bidyutboruah3284 2 года назад

    Hukhon korise mama Mamie 🙏

  • @barnalibhuyan1634
    @barnalibhuyan1634 2 года назад

    ধুৰনদৰ

  • @mirjubora3651
    @mirjubora3651 2 года назад +7

    চগাৰ পাখি কিয় গজে সকলোৱে নিশ্চয় জানে

  • @jitendrabarman6577
    @jitendrabarman6577 2 года назад +6

    এতিয়া ক’ব পাৰিবনে ঘৈণীজনীৰ পিছত কিয় ইমান লাগি থাকে বুলি ৷

  • @angarajgautam759
    @angarajgautam759 2 года назад +1

    Hbs the scamstar

  • @j.deducation667
    @j.deducation667 2 года назад

    Aibur karatkai jdi naokatat akhan goverment college banale haiii

  • @starprinters3810
    @starprinters3810 2 года назад +7

    CM Sir. Sab pando kori dila BJP dangar badnam

  • @babitatalukdar8541
    @babitatalukdar8541 Год назад

    Assam sesh habaloi goi ase.

  • @runumeeborah4417
    @runumeeborah4417 2 года назад

    ৬০ বিঘা মাটি মৰিলে খৰি দিবলৈও নালাগে।

  • @rajurn.videos4206
    @rajurn.videos4206 2 года назад +1

    ইমান টকা কয় পালে।

  • @gogoi2499
    @gogoi2499 2 года назад +1

    Hojak hobo hol.

  • @hridayrabha8706
    @hridayrabha8706 2 года назад

    DASING CM BHARAT Mohesh babur south movie khon dekhabo loga hoise axomor montry keitak

  • @rv7787
    @rv7787 2 года назад

    Bhal kotha. Modern school holae ,Amar state or sunam.
    Eayat ako Gov School or kotha kor pora ahil

  • @Bg22224
    @Bg22224 2 года назад +3

    এতিয়া বিধায়ক সকলে সেইখন বিদ্যালয়লৈ দান বৰঙনি আগবঢ়ালে হয় আৰু৷ ঠেলাঅলা, ৰিক্সাৱলাৰ লৰাছোৱালীয়ে পঢ়িবলৈ খুলিছে

  • @pallabborah2846
    @pallabborah2846 2 года назад +11

    Himanta biswa sharma the hidden business man behind a politican.

  • @purbakantabarman431
    @purbakantabarman431 2 года назад +5

    অসমখনক বিদেশীৰ ওচৰত লীজত দি বহি থাকক । পাৰিলে মূখ্য মন্ত্ৰী য়ে নিজৰ নামত আধা ৰাখক।

  • @rakeshbrahma7281
    @rakeshbrahma7281 2 года назад

    Cbi inquiry hobo lage .cm hatao assam basao 100%

  • @mrinaldas3417
    @mrinaldas3417 2 года назад +1

    Atiya kot gol BJP vokto keita

  • @rgrg5472
    @rgrg5472 2 года назад +4

    জাতিৰ আগত ঈশ্বৰে যেন এওঁলোকৰ দিহা কৰে !

  • @rantuburagohain5674
    @rantuburagohain5674 2 года назад

    A Mksudu tu mri thakila hoi

  • @ibrajvlogs
    @ibrajvlogs 2 года назад +2

    Didn't expect from ex education minister and current cm

  • @hafijurrahman2885
    @hafijurrahman2885 2 года назад

    Impressive BJP

  • @ajitkumarsharma4318
    @ajitkumarsharma4318 2 года назад

    News nathakila g t nokobo

  • @anjalirajbongshi5840
    @anjalirajbongshi5840 2 года назад +2

    Himanta i poisa mara kosopali 2026 lov besi hosi

  • @hariprasadgowala5282
    @hariprasadgowala5282 2 года назад

    তাক খেদিবলৈ হল

  • @kidsentertainmentcars2462
    @kidsentertainmentcars2462 2 года назад

    Sarkari school bhangi diok Assam sarkar aru Delhi sarkare government school valke bonai ase

  • @karanpator2207
    @karanpator2207 2 года назад

    Val hoisa

  • @k.d1845
    @k.d1845 2 года назад

    Aibaar vote napai....

  • @bijenswargiary4447
    @bijenswargiary4447 2 года назад +32

    Our political leaders and rulers have many things to learn from the education Minister of Delhi

    • @middleclassfamily9130
      @middleclassfamily9130 2 года назад +2

      Right

    • @purbakantabarman431
      @purbakantabarman431 2 года назад

      সছা কৈ আদৰ্শ চৰকাৰ । আপ এইবাৰেই আহিব লাগে । এই ছদ্মবেশ ধাৰী ভণ্ড পাৰ্টীৰ চৰকাৰক অসমৰ পৰা উৎখাত কৰক।

    • @himadrikalita6913
      @himadrikalita6913 2 года назад

      PhD doesn't matter,, useless

    • @budhaphulkonwar3326
      @budhaphulkonwar3326 2 года назад

      I want to go when a person unable do what he do than he say anythings.

  • @dbasumatary2802
    @dbasumatary2802 2 года назад

    Hobo hobo CBI edin na eedin hobo bortaman etiya bhal din choli ase na

  • @rajlk1706
    @rajlk1706 2 года назад +4

    Nijor sarthot sorkar solise xadharon nagrikr dukh durdokhak jolanjoli dse

  • @YogaTherapyAssam
    @YogaTherapyAssam 2 года назад +3

    অতি সুন্দৰ কথা 👍💯💥
    মুখ্যমন্ত্ৰী মহোদয়ক প্ৰণাম জনালোঁ 🙏🙏🙏।।।

  • @DipakRoy-dt1wg
    @DipakRoy-dt1wg 2 года назад

    Kichudin agate mukhyamantria nije keichi, lahe lahe charkari schoolbor bole nohoa haba.chinta krak atia

  • @Miduldutta
    @Miduldutta 2 года назад +16

    আপোনি অকল এই বোৰে কৰিব জানিলে আৰু,, এইয়া কি অসমৰ উন্নয়ন নেকি ,,, কিবা ধৰণৰ মানুহ হে আপোনি,,,

  • @dborah2370
    @dborah2370 2 года назад +1

    এইবোৰ আৱেগিক খবৰ দি লাভ নাই৷তহতৰ লৰা ছোৱালীবোৰ কত পঢ়া শুনা কৰিছে বাৰু সাংবাদিক মহাশয়৷আৰু আজিকালি নিজে নাখায় লৰাছোৱালীক বেচৰকাৰীত পঢ়াই অ ৷

    • @mikealpran5697
      @mikealpran5697 2 года назад +1

      Andhabhakat

    • @alokdutta5907
      @alokdutta5907 2 года назад

      ১৫০০ টকীয়া অন্ধভক্তই তহঁতি নিজেই হিমন্তৰ ঘৈণীয়েকৰ স্কুলত তহঁতৰ নিজৰ লৰা-ছোৱালীক তাত পঢ়াবলৈ পাৰিবি জানো ? তহঁতৰ নিজৰ পকৰত দম আছে জানো ?

  • @joyantadas6644
    @joyantadas6644 2 года назад

    Selut sir

  • @asomiaasom6008
    @asomiaasom6008 2 года назад

    অসমীয়াক লুতিপুতি জনতাৰ ধন কুক্ষিগত কৰা দুৰ্নীতি কেলেংকাৰীৰ সম্ৰাট দাগী অপৰাধী হিমন্ত বিশ্ব শৰ্মাৰ দৰে শক্তিশালী ক্ষমতাশালী ব্যক্তিক শাস্তি দিব পৰা আইন ভাৰতৰ আইনত থকা হলে আজি কাৰাগাৰত থাকিল হেঁতেন আন আন অপৰাধীৰ দৰে ।স্বাধীন ভাৰতৰ স্বাধীন সংবিধানত শোষণকাৰী দুৰ্নীতি কেলেংকাৰী সম্ৰাট দাগী অপৰাধী হিমন্ত বিশ্ব শৰ্মাক আৰু তেনে নেতা মন্ত্ৰীক শাস্তি দিব পৰা শক্তিশালী আঈন নথকাটো নাগৰিকৰ বাবে অতি দুৰ্ভাগ্যজনক ।

  • @nareswarpator9247
    @nareswarpator9247 2 года назад +1

    B.j.p voktto bur kot gol... Etia mukhor mat nai... Eku comments nai... 😀😀😀😂😂😂😂😂

  • @rupalibhuyan8075
    @rupalibhuyan8075 2 года назад

    টকাই মেইন ন?

  • @mukthangbasumatari3770
    @mukthangbasumatari3770 2 года назад

    Khu mogojur lokhyon nohoi....

  • @chandramapathak3629
    @chandramapathak3629 2 года назад +4

    Muthote where did Mrs hbs get such big amount of money from?nothing it's business, she along with c m & few members of bjp,is trying to start business, Hbs will never think for improvement of people of Assam, people of Assam do have brains to think.very sad for Assam

  • @daspiglets1866
    @daspiglets1866 2 года назад +3

    Upsc ত বোলে অসমীয়াত প্ৰশ্ন কাকত হ'ব🤣🤣মানে অসমৰ দাবিত।এইবাৰৰ পৰা মই আমেৰিকাত গলেওঁ অসমীয়াত কথা পাতিম🤣🤣

  • @brightingstars4450
    @brightingstars4450 2 года назад

    Thik kotha koise Akhil gogoi siree ami aji dukhiyaa burhe morisu vai

  • @zibonroy764
    @zibonroy764 2 года назад +2

    Money is EVEry..........

  • @nilamamuchahari7162
    @nilamamuchahari7162 2 года назад

    Aku ebar Modi Sorkr.......

    • @alokdutta5907
      @alokdutta5907 2 года назад

      আকৌ এবাৰ দালালৰ চৰকাৰ দূৰৰ পৰাই নমস্কাৰ ।

  • @ranudevi6930
    @ranudevi6930 2 года назад +2

    ব্যনদা নহয়। বোন্দা বুলি নামাকরন হব। লাগে

  • @kashyap2919
    @kashyap2919 2 года назад

    Bussiness main baki maro guli

  • @birinchikonwar3683
    @birinchikonwar3683 2 года назад

    যোৰ জাৰ মোলোক তাৰ | যি মন জায় তাকে কৰিছে | সেই কাৰনে গাদি লৈছে .চল কৰি

  • @julhaz3336
    @julhaz3336 2 года назад +1

    Now, Assam's students dropout will be increased due to trouble in understanding English in preliminary stage like poor people.

  • @satyenborgohain5683
    @satyenborgohain5683 2 года назад +2

    এচাম মন্ত্ৰী বিধায়কৰ অশুভ চিন্তাৰ ফল এয়া ।

  • @probinkumarkakati6151
    @probinkumarkakati6151 2 года назад +6

    বহুত কথা কম বুলি কব নোৱাৰো কাৰন আইনখন বওমান ৰাইজৰ হাতত নাই ।বওমান ডাঙৰ ডাঙৰ নেতা মন্তী বিলাকৰ হাতত আছে । থোৰটে কব পাৰি ৰাইজৰ মাজত চান্দাতোলা দালাল নাই

  • @jitendrabarman6577
    @jitendrabarman6577 2 года назад +1

    কংস মামা ৷

  • @Dutta516
    @Dutta516 2 года назад

    Balor sarkar

  • @babulbarua1153
    @babulbarua1153 4 месяца назад

    Amiyeto tekhetok cm banaicho gatike etiya asomor dhangsholila chai thako ahok ami sokolowe.akou ebar sharma sarkar.

  • @mridullsonowal6835
    @mridullsonowal6835 2 года назад

    Sorkari shcold bandho kori dibo lage. karon l p chcolor mastor bilake klas nokore .moi ajon dukhia manuh. kiyo privet chcolot dibologia hoise .

  • @gogoiready6853
    @gogoiready6853 2 года назад

    Ami aji u poradhin....

  • @tarunpayeng260
    @tarunpayeng260 2 года назад +1

    Bjp go back