মুখ্যমন্ত্ৰী-পত্নীৰ ব্যক্তিগত ইংৰাজী বিদ্যালয়: ৰজাৰ ঘৰৰ পৰাই চৰকাৰী বিদ্যালয় ধ্বংসৰ আখৰা নেকি?

Поделиться
HTML-код
  • Опубликовано: 5 сен 2024
  • মুখ্যমন্ত্ৰী-পত্নীৰ ব্যক্তিগত আন্তঃৰাষ্ট্ৰীয় ইংৰাজী বিদ্যালয় মুকলি!
    ৰজাৰ ঘৰৰ ভিতৰৰ পৰাই চৰকাৰী বিদ্যালয় ধ্বংসৰ আখৰা চলিছে নেকি?
    ৰিক্সাৱালা-ঠেলাৱলাৰ পুত্ৰই বিনামূলীয়াকৈ অধ্যয়ণ কৰাৰ সুযোগ পাব নে?
    নে লাখপতি-কোটিপতিৰ বাবেহে এই ব্যক্তিগত খণ্ডৰ ইংৰাজী বিদ্যালয়?
    মাধ্যম বিতৰ্ক, চৰকাৰী বিদ্যালয়ৰ ডেক্স-বেঞ্চ ক্ৰয় কৰিবলৈ চৰকাৰৰ পুঁজিৰ অভাৱৰ সময়তে মুখ্যমন্ত্ৰী-পত্নীৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়
    ৰাজনৈতিক দল, সচেতন মহলৰ লগতে সামাজিক মাধ্যমত এইখন বিদ্যালয়ক লৈ তুমুল চৰ্চা
    #HimantaBiswaSarma #RinikiBhuyanSarma #RanojPegu #VandyaInternationalSchool
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - / nenownews
    Twitter - / nenownews
    Instagram - / nenownews

Комментарии • 293