বৰগীত কাক বোলে। (Borgeet)। প্ৰথম বৰগীত কোনটো। বৰগীতৰ সংখ্যা, বৈশিষ্ট্য আৰু অন্যান্য।

Поделиться
HTML-код
  • Опубликовано: 19 окт 2024
  • বৰগীত কাক বোলে? #অসমীয়া #বৰগীতৰ সংখ্যা

Комментарии • 39

  • @tapantalukdara4982
    @tapantalukdara4982 5 месяцев назад +1

    কৃষ্ণ কৃষ্ণ জয় গুৰু শঙ্কৰ

    • @sriborah
      @sriborah  5 месяцев назад

      কৃষ্ণ 🙏
      কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম।

  • @probinasonowal1610
    @probinasonowal1610 3 месяца назад +1

    বহুত ভাল লাগিল শুনি।

    • @sriborah
      @sriborah  3 месяца назад

      আন্তৰিকতাৰে ধন্যবাদ জনালো কৃষ্ণ 🙏🙏

  • @CRYPTOTRADERAxom
    @CRYPTOTRADERAxom 10 дней назад

    I am watching For adre..👍👍

  • @ranjandas1158
    @ranjandas1158 5 месяцев назад +1

    সেৱা জনালো ।অতি প্ৰয়োজনীয় ,দৰকাৰী তত্ব কথা আপুনি জনাইছে ।নিশ্চয় প্ৰয়োজনবোধ কৰা সকলৰ বাবে ভাল হ'ব ।যদিহে আকৌ কোনো এজনে বিষয়বোৰ বিৰ্তকৃত ৰুপলৈ লৈ নাযায় ।

    • @sriborah
      @sriborah  5 месяцев назад

      কৃষ্ণ বাপ 🙏। হয় হয়।
      সত্য তথ্যত বিতৰ্ক কৰিও বিশেষ ফল নাপাব।

  • @RonjuMoniDevi
    @RonjuMoniDevi 25 дней назад

    very nide🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤❤❤❤

  • @chinmoyebaruah2098
    @chinmoyebaruah2098 3 месяца назад +1

    বৰগীতৰ বিষয়ে ইমান সুন্দৰ বিৱৰণ আগবঢ়ালে শুনি পৰম সন্তোষ পালো। ইমান সুন্দৰ কৈ কেইবাটাও দিশৰ বিষয়ে অৱগত হ'লো। আগলৈও এনে তত্ত্ব গধুৰ আলোচনা আপোনাৰ পৰা জানিবলৈ পালে আনন্দিত হম।

    • @sriborah
      @sriborah  3 месяца назад

      বহু বহু ধন্যবাদ। নিশ্চয় প্ৰয়াস কৰিম ☺️☺️

  • @jatindas4577
    @jatindas4577 5 месяцев назад +1

    জানিবলৈ অতি আগ্ৰহেৰে বাট চাই ৰলো।

    • @sriborah
      @sriborah  5 месяцев назад

      কোনটো বিষয় ? জনাবচোন

  • @Radhika-x6h
    @Radhika-x6h 3 месяца назад +1

    Xunder bakhya kushle thakak aagli

    • @sriborah
      @sriborah  3 месяца назад

      ধন্যবাদ। আপোনাৰ আশীৰ্বাদৰ বাবে কৃতজ্ঞ হ'লো
      কৃষ্ণ 🙏

  • @brajendranathdutta3075
    @brajendranathdutta3075 5 месяцев назад +1

    ভাল লাগিল।পৰবৰ্তী সময়ত আৰু অধিক বিশ্লেষনাত্মক হলে ভাল হয়!

    • @sriborah
      @sriborah  5 месяцев назад

      ধন্যবাদ। নিশ্চয় প্ৰয়াস কৰিম।

  • @sakia1555
    @sakia1555 4 месяца назад

    ভাল লাগিল

    • @sriborah
      @sriborah  4 месяца назад

      ধন্যবাদ 🙏

  • @ziaurrahman3943
    @ziaurrahman3943 Месяц назад

    Tumar bisleshontu xosaye val lagil aru agoloi xei bishoye bisleshon koriba buli asha thakil,

    • @sriborah
      @sriborah  Месяц назад

      আন্তৰিকতাৰে ধন্যবাদ জনালো। আপোনালোকৰ মন্তব্যত আগ্ৰহী হ'ম।

  • @rudrakantaborah410
    @rudrakantaborah410 6 месяцев назад +1

    শ্ৰদ্ধাৰ বাপ জন বৰগীতৰ বিষয়ে আপুনি দিয়া তত্ত্ব গধূৰ ভাষা শুনি সন্তোষ পালো বৰগীতৰ বিষয়ে বাকী থকা কথাখিনি পিছত সময় সাপেক্ষে শুনিবলৈ পাম বুলি আশা ৰাখিলো কৃষ্ণ ❤

    • @sriborah
      @sriborah  5 месяцев назад

      ধন্যবাদ বাপ ঈশ্বৰ। আপোনালোকৰ আশীৰ্বাদত সোনকালে দিয়াৰ প্ৰয়াস কৰিম।🙏🙏

  • @digenchandradas
    @digenchandradas 4 дня назад

    Apunar bakhya suni bor bhal lagila. Apni aru bakhta koribo.

  • @jiyashribora7697
    @jiyashribora7697 6 месяцев назад +1

    Val lagile sir..

    • @sriborah
      @sriborah  2 месяца назад

      ধন্যবাদ তোমালৈ

  • @RajbongshiBorah
    @RajbongshiBorah 6 месяцев назад +1

    ভাল লাগিলে। একেটা video তে কেইবাটাও কথা শিকিবলৈ পালো।

    • @manjudas2349
      @manjudas2349 6 месяцев назад

      Good

    • @sriborah
      @sriborah  2 месяца назад

      ধন্যবাদ কৃষ্ণ 🙏

  • @jayantachetia4488
    @jayantachetia4488 5 месяцев назад +1

    সুন্দৰ ব্যাখ্যা এনে সময়ত ভক্তি তত্ব প্ৰচাৰ হওক নহ'লে কি ছু নাস্তিক এ ভগৱান নমনা হৈছে

    • @sriborah
      @sriborah  5 месяцев назад

      কৃষ্ণ বাপ 🙏।
      কোনোবা সময়ত কথাটো ভাবিব লগা হৈছে।

  • @KamalSaikia-j6u
    @KamalSaikia-j6u 5 месяцев назад +1

    Val lagile video xuni pabitra

    • @sriborah
      @sriborah  2 месяца назад

      ধন্যবাদ 🙏 কৃষ্ণ

  • @rulisaikia
    @rulisaikia 5 месяцев назад +1

    Bor val lagile...
    Kothabur apuni Details bujai die.. Thankyou.. Ru new topic etat video sabole pam buli axa korilu..

    • @sriborah
      @sriborah  5 месяцев назад

      Thank you 🙏

  • @ytmaxgaming1542
    @ytmaxgaming1542 4 месяца назад +1

    আপোনাৰ পৰা আৰু বহু কথা জানিবলৈ ইছুক ।

    • @sriborah
      @sriborah  4 месяца назад

      Comment কৰি জনাব। নিজৰ সাধ্য অনুসৰি চেষ্টা কৰিম।

  • @Nipen671
    @Nipen671 День назад

    কম সময়ত বৰগীতৰ বিষয়ে বহুখিনি কথায়েই জানিলোঁ ।আমাৰ দৰে ন-শিকাৰোৰ বাবে কথাখিনি অতিব প্ৰয়োজনিয় । আগলৈ আশা কৰিলোঁ ।

  • @dipakborah8184
    @dipakborah8184 5 месяцев назад +2

    কৃষ্ণ

    • @sriborah
      @sriborah  2 месяца назад

      কৃষ্ণ 🙏