"মানুহে মানুহৰ বাবে" এই মহান উক্তিৰে মোৰ প্ৰথম ভিডিঅৰ জৰিয়তে অসমবাসী ৰাইজক জনাইছোঁ ভক্তিভৰা সেৱা

Поделиться
HTML-код
  • Опубликовано: 1 дек 2024

Комментарии • 407

  • @papuoxomia555
    @papuoxomia555  Месяц назад +53

    নমস্কাৰ জনাইছো প্ৰতিজন ভাৰ্চুৱেল পৃথিৱীৰ আত্মীয়ক। আপোনালোক কুশলে থাকক। আপোনালোকে দিয়া প্ৰতিটো বাৰ্তা (msg) , প্ৰতিটো সাহস , প্ৰতিটো সহাঁৰি মোৰ বাবে প্ৰেৰণা , শক্তি আৰু আশীৰ্বাদ । প্ৰতিজনকে ব্যক্তিগত ভাৱে মেচেজৰ উত্তৰ দিব নোৱাৰি মই দুঃখিত। ক্ষমা কৰিব। আপোনালোক মোৰ প্ৰকৃত পৰিয়াল । আশীৰ্বাদ কৰিব যাতে জীৱনৰ এই কঠিন সময় খিনি পাৰ হৈ আগুৱাই যাব পাৰোঁ। ময়ো প্ৰাথনা জনাইছোঁ যাতে আপোনালোক প্ৰতিজন সদায় কুশলে থাকে , সুখী হৈ থাকে, স্বাস্থ্যবান হৈ থাকে তাৰেই আশাৰে 🙏🙏🙏

    • @vlogs3057
      @vlogs3057 Месяц назад +1

      Subscribe kori disu dada

    • @vlogs3057
      @vlogs3057 Месяц назад +1

      Video di thakibo

    • @rupamonigohain2440
      @rupamonigohain2440 Месяц назад +1

      Horu koi kiba eata disu apunar mukhor hahi to dekhi bahut val lagise

    • @chandanagogoi2299
      @chandanagogoi2299 Месяц назад +2

      আপোনাৰ পৰিয়ালৰ চকুত সদায় সুখৰ চকুপানী বৈ যাৱক।

    • @pranaliboruah6940
      @pranaliboruah6940 Месяц назад +1

      @@papuoxomia555 প্ৰথম দিনা আপোনাৰ ভিডিঅ' শেষলৈকে চাইছো। আপোনাৰ কথাবোৰে আবেগিক কৰি তুলিলে চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলোঁ সঁচাকৈ। মানুহৰ জীৱনত ধুমুহা কেতিয়া আহে কোনোৱে নাজানে। আপুনিও তাৰ ব্যতিক্ৰম নহ'ল। আপোনাৰ অদম্য সাহসৰ বাবে আজি আপোনাৰ হাঁহি দেখিবলৈ পাইছোঁ ভাল লাগিল। ভগৱানে সদায় কুশলে ৰাখক আপোনাৰ লগতে পৰিয়ালটি। আগবাঢ়ি যাওক ভগৱানক সাক্ষী কৰি জীৱনৰ জটিলতাক পৰাভূত কৰি। শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

  • @IndiraGayan-q3t
    @IndiraGayan-q3t Месяц назад +15

    ভগৱানে পৰীক্ষা ললে আৰু পৰীক্ষাত আপোনি উৰ্ত্তীণ হ'ল। এতিয়াৰ পৰা ভগৱানৰ নাম লৈ কামত আগবাঢ়ক , ভগৱানে সহায় কৰিব। হীমালৈ বহুত বহুত ধন্যবাদ।

  • @Abirajkhowa
    @Abirajkhowa 19 дней назад +1

    Mustaq & Himashree... God bless both of u

  • @himalikadas6470
    @himalikadas6470 Месяц назад +28

    শুদ্ধ মনৰ মানুহ আপুনি সেয়ে ভগৱানে আপোনাক সহায় কৰিছে ।আপোনাৰ মুখত হাঁহি দেখি মনটো ভাল লাগিছে।আাশাকৰো সোনকালেই আপুনি এই বিপদৰপৰা পৰিত্ৰাণ পাওঁক ।

  • @cryptoeclectic2606
    @cryptoeclectic2606 22 дня назад +1

    Love you dada...apuni bohut val manuh. Bhul korise but emaan dhunia k sikar korise ❤
    God bless..sobe 10, 20 toka k diok

  • @henakausar3629
    @henakausar3629 27 дней назад +1

    Bohut inspiration paisu. Apunar pora bohut xhikilu .God bless you😊

  • @binaghosh9472
    @binaghosh9472 27 дней назад

    Rohit shrama

  • @pranabpegu-c5z
    @pranabpegu-c5z 20 дней назад +1

    um namae heb❤❤❤❤❤❤❤

  • @PurnimaGogoi-w6e
    @PurnimaGogoi-w6e 23 дня назад +1

    ভগৱানে পৰীক্ষা লয় দাদা । এতিয়া আপুনি ভগৱানক পালে গতিকে পাহৰি নাযাব। ভগৱান সদায় সত্যতে থাকে । ভালে থাকক আগবাঢ়ি যাওক সফল হওক♥️♥️♥️🙏🙏🙏

  • @sumitrarabha7040
    @sumitrarabha7040 22 дня назад +1

    Dhanyawad , aponar mukhar hahi ghuri ahil

  • @jayshrimedhi8367
    @jayshrimedhi8367 Месяц назад +2

    Apunar jibontu xundar houk dada, God bless you

  • @chayansaikia3913
    @chayansaikia3913 Месяц назад +3

    Apunar bohut bohut bohut Val houk

  • @gitasaikiabora4260
    @gitasaikiabora4260 Месяц назад +1

    Bhal lagil kathakhini jani

  • @runuchetia1658
    @runuchetia1658 23 дня назад +1

    All the best ♥️♥️♥️

  • @dailygirindrablogsassames6200
    @dailygirindrablogsassames6200 27 дней назад

    Apunar val houk dada

  • @mintusaikia9444
    @mintusaikia9444 Месяц назад +1

    Val houk apunar.....God bless you

  • @depachetia3362
    @depachetia3362 28 дней назад +2

    ভগৱান অতি প্ৰিয়জনক বেচিকৈ দুখ দিয়ে। ভগৱান ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ল।আগুৱাই যাওক তাৰে কামনা কৰিলোঁ ।

  • @MarjinaBegum-w9i
    @MarjinaBegum-w9i Месяц назад

    Bhut val lagise apuner hahito dekhi agoloi val dore agbarhi jobo

  • @popysaikia833
    @popysaikia833 Месяц назад +2

    Val lagil moi u dewtar poisai pohi asu kin2 bohut nuarilew swali joni namot kiba eta potham ..val din ahibo vogoban ase vagi noporibo 🙏🙏🙏🙏🙏

  • @rajashreebhattacharjee5014
    @rajashreebhattacharjee5014 Месяц назад

    Val lagil Apunar mukhot hahi dekhi🎉🎉🎉

  • @Ritarajkumari440
    @Ritarajkumari440 Месяц назад +7

    আপোনাক এইদৰে দেখি বহুত ভাল লাগিল.. আপুনি আৰু আপোনাৰ পৰিয়ালটো সদায় ভালে থাকক 🙏🙏

  • @kasturib6008
    @kasturib6008 Месяц назад

    Apuni hahise je khub val lagise dekhi❤❤❤kandute khubei dukh lagisile.. apuni asolote ketiyau vogowanor usorot jogoriya hua nai babei vogowane aunak xohai korise❤apunar val houk,suali joni val manuh houk ru apunar ghor khon apuni vobar dore apunar maa ru potnir xoite dhuniyakoi akou xojai lobo pare jate tarei kamona korilu❤❤❤

  • @chinuthengal2493
    @chinuthengal2493 Месяц назад +2

    Manuhe manuhor babe....🙏🏻🙏🏻JOY AAI ASOM🙏🏻

  • @BikuDamo
    @BikuDamo Месяц назад +1

    ❤❤

  • @gaoliyabwarimaina
    @gaoliyabwarimaina 23 дня назад +1

    দাদা আপোনাৰ মুখত হাঁহি দেখি বহুত ভাল লাগিছ

  • @neelimabaruah6947
    @neelimabaruah6947 26 дней назад

    ভাল লাগিল

  • @babyborahazarika4153
    @babyborahazarika4153 Месяц назад +2

    Bahut besi bhal lagil dada apunar mukhor hanhe dekhi hodai anekoi dekhi paw jate

  • @padmabora7538
    @padmabora7538 Месяц назад

    Val houk apunar... Vogban ase val manuhr lgt valei hob hoitu dudin deri hob pare...

  • @kamlshdevi1813
    @kamlshdevi1813 Месяц назад +1

    ❤❤❤ happy dhanteresa.or dewali mobarak ho.❤❤❤

  • @Alimajahan786
    @Alimajahan786 25 дней назад +3

    আপুনি সৰ্বপ্ৰথম ভগৱানক ধন্যবাদ দিয়ক। কাৰণ আপুনি কৈছিল যে মোৰ এটা প্ৰাৰ্থনা আছে মই সদায়েই কৰো সেইয়া সম্ভৱ হল এই ৰাস্তা দেখাই দিলে মই মুছলিম হয় আমাকো এনেকৈ দেখাই দিয়ে। বাকী সকলোৱে ভগৱান ৰূপী মানৱ মানুহজনক হাঁহি ঘূৰাই আনিলে মই ইমান কান্দিলো দেখি ভাল লাগিছে Bank acc no tu dibosun

    • @papuoxomia555
      @papuoxomia555  25 дней назад +1

      সঁচাকৈ ঈশ্বৰক শত কৌটি প্ৰণাম জনাইছোঁ, তেওঁ যে মোক শক্তি দিলে নিজৰ ভুল খিনি খুলি কৈ জীয়াই থাকিবলৈ। মোৰ জীয়াই থকাৰ হেঁপাহ একেবাৰে শেষ হৈ গৈছিল। কিন্তু এতিয়া জীয়াই থকাৰ সাহস পাইছোঁ। মোৰ দৰে কিছুমান ভুল বেলেগ কোনেও নকৰক যাতে তাৰ বাবে মোৰ জীৱনৰ এই দশা বোৰ সতৰ্কবাণী হওঁক। ঈশ্বৰ আছে পৃথিৱীত। মই হিন্দু বা আপুনি মুছলিম এইয়া আমাৰ সংজ্ঞা। এই বিশ্বব্ৰহ্মাণ্ড চলোৱা অনন্ত শক্তিৰ অধিকাৰী এজনেই । সেইবাবে সকলোকে তেওঁ তেজৰ ৰং একে দিছে । সকলোকে চকু , কান, নাক, জিভা, হাত, ভৰি ইত্যাদি দেহৰ সকলো অংগ একেদৰে দিছে । আমি মাথোঁ সেই অনন্ত শক্তিৰ নাম আৰু আৰাধনাৰ পদ্ধতি নিজ ৰুচিমতে সলাই লৈছোঁ । এইবোৰ ভাবিব গলে বৰ তত্ত্ব গধূৰ বিষয় , এইবোৰত কিবা এটা লিখাৰ মোৰ দৰে নিশকতীয়া অল্পমতিৰ শক্তি নাই । মাত্ৰ মই এটাই জানো - মই আপোনালোকৰ আশীৰ্বাদত নতুন জীৱন পোৱাৰ দৰে হৈছে। গতিকে মোৰ এই নতুন জীৱনত আপোনালোক অৰ্থাৎ নৰেশ্বৰেই ঈশ্বৰ। সেৱা জনাইছোঁ আপোনালোকক।

    • @Alimajahan786
      @Alimajahan786 25 дней назад

      @papuoxomia555 👍👍👍

  • @tridipkumardutta118
    @tridipkumardutta118 Месяц назад

    Proud of you-----UNLESS A LIFE IS NOT LIVED FOR OUTHERS , IT IS NOT WARTHWHILE--------MATHER TERESA

  • @jadabkalita1526
    @jadabkalita1526 20 дней назад +1

    ঈশ্বৰে মঙ্গল কৰক তাৰে কামনা কৰিলোঁ।

  • @surabhiboro-f8g
    @surabhiboro-f8g Месяц назад

    Aponar val hok dada bhogobanr osorot prarthana korisu👏

  • @namitakumar75
    @namitakumar75 26 дней назад

    dada apuni Khukale mukto houk tare kamona vogobanr usrt🙏🙏

  • @srofficial423
    @srofficial423 Месяц назад

    Val houk.....aguai jawk dada......God bless you

  • @NitulBora-s7f
    @NitulBora-s7f 27 дней назад

    Ag brahi jaok.dada❤

  • @NabanitaBaishyahazarika
    @NabanitaBaishyahazarika Месяц назад +2

    Apunar homuh pariyal vale thakok god bless you

  • @urmibora3416
    @urmibora3416 Месяц назад +5

    আপুনি আৰু আপোনাৰ লগতে যাতে পৰিয়ালৰ সকলো সদস্য ভালে থাকে ভগৱানৰ ওচৰত তাকেই কামনা কৰিলোঁ❤

  • @anupomaboruah8699
    @anupomaboruah8699 Месяц назад +1

    Andharar pasot pohar ahe apuni bishwas rakhisilje promanto paleje vl lag God bless you

  • @nitirajkhowa6521
    @nitirajkhowa6521 Месяц назад +5

    তেওঁৰ কথা বিলাক বৰ সুন্দৰকৈ উপস্থাপন কৰিছে, ধন্যবাদ থাকিল আপোনালৈ । আৰু হিমাশী তুমি সঁচাকৈয়ে ভাল কাম কৰিলা, তোমাৰ ভিডিঅ'সদায় চাও।❤❤❤❤

  • @rekhamonirajkonwar1890
    @rekhamonirajkonwar1890 Месяц назад +5

    Apunar bhal howk

  • @Ranudeka-w9o
    @Ranudeka-w9o Месяц назад

    khosai dujonke dhonyabad.logote poromada apunar sundor haituloi khodai happy hoi thakok.from baihata chariali.

  • @anuradhabarman6961
    @anuradhabarman6961 Месяц назад +2

    Dada apunak monor pora doinobad disu je apuni bohut vhal disision lole❤❤❤

  • @yamachang6243
    @yamachang6243 Месяц назад

    Val howk apunar..amio hamorthyo anuhori kiba ata disu

  • @renuteli3818
    @renuteli3818 Месяц назад +6

    তুমি মহান মানুহ । তুমি দুয়ো জনকে চিনাকি কৰি পাহৰি নোযোৱাৰ এটা মত দেখুৱালা তাৰ বাবে তোমাক মহান বুলি কলো । উপকাৰীক কেতিয়াও অজগৰ হৈ নাখাবা ।

  • @tutumonikalita3259
    @tutumonikalita3259 Месяц назад

    Vll a thakok dada❤

  • @indrajit8854
    @indrajit8854 Месяц назад +18

    প্ৰথম ভিদিঅটোত আপোনাৰ কথাবোৰ শুনি বহুত চকুপানী ওলাইছিল সচাঁ কথাবোৰ লুকুৱাই নাৰাখি যে কৈ দিলে বহুত ভাল কৰিলে। পাৰিলো হলে যদি দিব সহায় কৰিব তেনেকোৱা লাগিছিল। আজি আপোনাৰ হাঁহি ভৰা মুখখন দেখি ভাল লাগিছে। বৌজনী আৰু মাইনাজনীলৈ মৰম যাচিলোঁ ।

  • @PallabiPrince
    @PallabiPrince Месяц назад +4

    দাদা আপোনাৰ হাঁহিতো দেখি ভাল লাগিল । আপুনি উদ্ধাৰ হওঁক তাকেই কামনা কৰিছো 🙏 ভগৱানে ভাল কৰক । আৰু আপোনাৰ দৰে হয়তো আৰু বহুত মানুহ আছে যি সকলে ইমান সাহসৰে আপোনাৰ দৰে আহি ইমান খোলাকৈ ক'ব নোৱাৰে , ভগৱানে তেখেত সকলোকে সহায় কৰক 🙏🙏

  • @sahilrahman4144
    @sahilrahman4144 Месяц назад

    O dada apunar hahi tu daki bhut bhut Val lagise o dada

  • @tutumanibarman5384
    @tutumanibarman5384 Месяц назад

    First videotu sai bohut dukh lagisil kintu jowakalir dekhi bohut besi val lagile ❤❤❤

  • @ChondroProvadeuri
    @ChondroProvadeuri 27 дней назад

    Apunar val houk...

  • @bikashbora3105
    @bikashbora3105 27 дней назад +1

    ভগৱানে অতি প্ৰিয় জনক কেতিয়াবা দুখ আৰু কেতিয়াবা শোষ দি প্ৰমাণ চাই কাৰ কিমান ধʼজ্য আছে।
    এতিয়া বৰ্তমান আপোনাৰ মোখত যে সাহি বিৰিঙি পৰিছে এইটোৱে দাঙৰ কথা।
    আপোনাৰ পৰিয়ালৰ সকলোকে ভগৱানে যাতে কোষলে ৰাখে তাকে কামনা কৰিছোঁ।।

  • @AnjumoniDutta-r6t
    @AnjumoniDutta-r6t 24 дня назад

    Val,lagesa

  • @bidyuthazarikaranthali3551
    @bidyuthazarikaranthali3551 Месяц назад

    Dada vle thakok... ❤❤❤❤❤ami asu.... Hodai asu.. From nagaon

  • @dideruddinahmed8615
    @dideruddinahmed8615 Месяц назад

    Papu da,jindegi ki yehi reet hai
    Har ke baad hi jeet hai
    Aaj gam hai 😢😢😢to kal hai khushi😂😂😂😂
    Always keep smiling

  • @DimbuNath-r2t
    @DimbuNath-r2t Месяц назад

    Val lagil

  • @bibekthakur671
    @bibekthakur671 Месяц назад +2

    God bless you always bro.

  • @sapnalitalukdar144
    @sapnalitalukdar144 Месяц назад

    Bor val lagile. Aguwai jauk

  • @ChitraranjanChutia-f1i
    @ChitraranjanChutia-f1i Месяц назад

    Life is jindabad ❤❤❤ dada no tension problem soboi thke wait kork val hb ❤❤❤❤

  • @jharnasarma6177
    @jharnasarma6177 Месяц назад +3

    Bhut besi bhl lagise apunak aneke dekhi

  • @pakghorthefoodhub7059
    @pakghorthefoodhub7059 Месяц назад +1

    God bless you 🎉🎉❤❤❤🙏🙏

  • @sailenjyotikakati7141
    @sailenjyotikakati7141 22 дня назад +1

    Nice video

  • @gunajitbarman2066
    @gunajitbarman2066 Месяц назад +3

    Apunak Happy dekhi bahut val lagile Dada... Apuni Hanuman baba k mana korok sun kali Tuesday kali r prai apuni Hanuman chalisa path kra korok sun apunar sob problem Baba r uporot Ari diyok Babai sob problem solve kri dbo... Bagheshwar Dham sarkar video sabo sun....Jai Bajrangbali ❤❤❤

  • @pridulmonibora114
    @pridulmonibora114 Месяц назад

    Apunar video tu ajeha palu bohut dukh palu hohai korebo nuwara babayou. Dukheto karon muru obosta bohut Baya . Tothapeu apunak asebad jonisu aguwaie jiboloi. God bless your family.

  • @dhrubajyotidas4142
    @dhrubajyotidas4142 Месяц назад

    Apunar Val hok tare kamona korisu dada bhogobane apunak aru apunar poriyal tik hodai vale rakhok

  • @rishadas1030
    @rishadas1030 Месяц назад

    Val houk apunar

  • @mamubegum6826
    @mamubegum6826 Месяц назад

    Bohut val lagil vediotu Sai apunar agor vediotu Sai Mur soku Pani ki ja ulaisil Mane ki Kom atiya olop hokah pua dakhi Mur montu hanti paisu apunar agoloi aru val hok take dua🤲korisu

  • @RunimaSarmah
    @RunimaSarmah Месяц назад

    Apunar val howok.

  • @paharidas4795
    @paharidas4795 26 дней назад

    Agor dore hahi thakok mur hahokhi dadajon

  • @subhagyanrock3297
    @subhagyanrock3297 Месяц назад

    Himashree kori juwa vl kam ,aru dada apuni vl manuh hohai korok apunak bow joni aru maina joni aru maa vale thakok takei kamona korilu

  • @RimjimSaikia-n7s
    @RimjimSaikia-n7s Месяц назад +1

    Dada val hobo apunar Vala Thakok

  • @topandas9171
    @topandas9171 Месяц назад

    God bless you kokai❤

  • @minakshisaharia8798
    @minakshisaharia8798 Месяц назад

    Apuner mukhat hahi dekhi vl lagil dada.

  • @LakshmiRabha-o5o
    @LakshmiRabha-o5o Месяц назад

    Apunar utjol bhobishot o ujoli thakok,, hodai hahi thakok apunak arthik khohay koribo nowarile o comments, aru follow korilu, moi ajoni durvogiya nari hoy,, apunak khohay hat ag borabo nowarilu,,, tar babe moi dokhito, bhaiti ,tumar utjol bhobishot kamona roilo

  • @prasantadutta6131
    @prasantadutta6131 Месяц назад

    God bless you 🙏 thank you so much Himakshi

  • @KHOWANG-BOY
    @KHOWANG-BOY Месяц назад

    Hoderi vla hoko Dada ❤❤

  • @niruburagohain3594
    @niruburagohain3594 Месяц назад

    Xundar video ❤

  • @rqueenproduction8788
    @rqueenproduction8788 Месяц назад

    God Bless You Brother 🎉🎉🎉🎉🎉Huruke Kiba Ata Hohai Koresu Dada

  • @indiragogoi7094
    @indiragogoi7094 Месяц назад

    .. God bless you brother. Moi help korim.

  • @swapnasvlogs9445
    @swapnasvlogs9445 Месяц назад +2

    Aponi aru ag barhi jauk dada

  • @jodgaming297
    @jodgaming297 Месяц назад

    Val lagil dada

  • @swapnalisaikia7063
    @swapnalisaikia7063 Месяц назад +2

    আপোনাক ভগৱানে এনে এখন মুখ দিলে যাৰ সহায়ত আপুনি নিজৰ সমস্যাৰ সৈতে অসমীয়াৰ হৃদয়ত ঠাই সব পাৰিলে। লগতে এনে এটা মন দিলে যাৰ বাবে আপুনি সমস্যা ৰ পৰা পলাব নোৱাৰিলে। আৰ্থিক সহায় কৰিব পৰা নাই যদিও আশীর্বাদ সদায় থাকিব। ভগৱান আপোনাৰ লগত আছে আগ বাঢ়ক সফল হবই।

  • @sujukigogoihazarika4299
    @sujukigogoihazarika4299 Месяц назад +1

    Val howk apunar poriyaltur

  • @mrnitulboss1834
    @mrnitulboss1834 Месяц назад

    Vlogs bone juwa ji para teke dexuwa eman vl vl contain nohole hobu ami support korim

  • @nanditaborah8117
    @nanditaborah8117 Месяц назад

    Bhal houk apunar

  • @debajani100rightchamua8
    @debajani100rightchamua8 Месяц назад

    Pratitu problem o re solution thake dada.Aapunar dhajya aaru xahoxok bhut dhanyawad.vale thakok . Suwali jonik Val manuh korok

  • @nijoradeuri1712
    @nijoradeuri1712 Месяц назад +2

    Bhal hok tumar

  • @deepsikhadasmaina1049
    @deepsikhadasmaina1049 Месяц назад

    Dada khub xundaor akou abar jibn tu dhuniya koi solai jaok manuhor a vul hoi vul sikar kra manuh khub kom kintu apuni ajon val monor manuh jonor vul sikar krise so xeiye koisu val hb aponar aru lgte poriyaltir o love from barpeta 🙏

  • @rukminiDevi-fw9gu
    @rukminiDevi-fw9gu Месяц назад

    Aponak happy dekhi khub val lagil de

  • @dalbirgogoi8307
    @dalbirgogoi8307 Месяц назад

    Apunaluk hodai kukhole thakok takai kamona korisu .

  • @BinaGohain-un2ot
    @BinaGohain-un2ot Месяц назад

    Himakshi bht bht dhonyobad jonalu

  • @priyankasaikia5302
    @priyankasaikia5302 Месяц назад +1

    🙏🙏🙏 ভালে থাকক 🙏🙏🙏

  • @RituBora-p2g
    @RituBora-p2g Месяц назад

    Apuni vl how dada

  • @SangitaboruahSangitaboruah-j9l
    @SangitaboruahSangitaboruah-j9l Месяц назад +6

    বহুত ভাল লাগিল আপোনাৰ হাঁহিটো দেখি সকলো বিপদৰ পৰা মুক্তি পায় যেন তাকে আশা কৰিছো। শিৱসাগৰ

  • @binitagogoichetia2900
    @binitagogoichetia2900 Месяц назад

    Proti khujot sinta kori soliba. Proobhu vogo ontok logot loi thakibba ashirwad thakil tumaloi

  • @SumiDevi-sd1fv
    @SumiDevi-sd1fv 24 дня назад +1

    Nice

  • @Bharativloge
    @Bharativloge Месяц назад

    ভাল লাগিছে দে আপোনাৰ কথা শুনি

  • @Danirojasfc6
    @Danirojasfc6 Месяц назад +8

    পলমকৈ হলেও
    সত্যৰ সদায়েই জয়। 😊

  • @aratigohain5885
    @aratigohain5885 Месяц назад

    সত্যৰ সদায় জয়।ভগৱান দয়াৰ সাগৰ।আপোনাৰ মঙগল হওঁক দা দা

  • @unstuckseemaslife4982
    @unstuckseemaslife4982 Месяц назад +1

    Vl hwk apunr and family r