- Видео 20
- Просмотров 216 907
Humanity is the last hope
Индия
Добавлен 16 апр 2015
Who will cry when I die
আজি "JSS" ৰ শ্ৰদ্ধাৰ হিমাশ্ৰী আৰু মুস্তাক দুয়োৰে আমাৰ ঘৰলৈ আগমন , আমাৰ সৌভাগ্য ।
আজি "JSS" ৰ শ্ৰদ্ধাৰ হিমাশ্ৰী আৰু মুস্তাক দুয়োৰে আমাৰ ঘৰলৈ আগমন ঘটিল , সেয়া আমাৰ পৰিয়ালৰ সৌভাগ্য । দুয়ো আমাৰ সমগ্ৰ পৰিয়ালটোৰ পৰিস্থিতি আৰু ৰাইজে কৰা সহায়ৰ বুজ লোৱাৰ উপৰি তেওঁলোকে চেনেলটোত মোৰ ভিডিঅটো প্ৰকাশৰ পাছত দৰ্শকৰ সঁহাৰিৰ বাবে ইউটিউবৰ পৰা লাভ কৰা ধন ৰাশি মোক দিয়ে। আৰু সকলোতকৈ বেছি ভাল লগা কথা আছিল এয়ে যে তেওঁলোকে ইউটিউব চেনেলৰ আৰম্ভণি কৰাৰ পৰা আজিলৈকে হিমাশ্ৰীয়ে তেওঁৰ ষ্টুডিঅত সাক্ষাৎ কৰা অতিথিসকলৰ ভিতৰত , তেওঁৰ মাক - দেউতাক আৰু মুস্তাকৰ সৈতে একেলগে কাৰোবাৰ গৃহলৈ যোৱা আমাৰ ঘৰ খনেই প্ৰথম , সেয়ে নিজকে সৌৱাগ্যবান বুলি ভাবিছোঁ।
তাৰ এটা চমু ভিডিঅ আপোনালোকক আগবঢ়ালোঁ।
তাৰ এটা চমু ভিডিঅ আপোনালোকক আগবঢ়ালোঁ।
Просмотров: 57 356
Видео
#আজি সঁচাকৈ এটা #বিশেষ #দিন আমাৰ সকলোৰে বাবে
Просмотров 8 тыс.14 дней назад
আজি সঁচাকৈ এটা বিশেষ দিন আমাৰ সকলোৰে বাবে কাৰণ , #পণ্ডিত #জৱাহৰলাল #নেহেৰুদেৱৰ #পবিত্ৰ #জন্মদিৱস , #বিশিষ্ট #সাহিত্যিক #মামণি #ৰয়ছম #গোস্বামী #বাইদেউৰ আজি #পবিত্ৰ #জন্মদিৱস আৰু #আজিৰপৰা #আৰম্ভ হৈছে #অসমৰ #বহু #স্থানত #ভগৱান #কৃষ্ণৰ #লীলাময় #ৰাস #মহোৎসৱৰ ।
#মহামানবৰ #সমাধিস্থলীলৈ আহি তেওঁৰ চৰণত সেৱা জাচিলো, আজিৰ এই পবিত্ৰ দিনতে এটা নতুন কামত নিয়োজিত হৈ
Просмотров 23 тыс.21 день назад
আজিৰ এই পবিত্ৰ দিনতে এটা নতুন কামত নিয়োজিত হৈ মহামানবৰ সমাধিস্থলীলৈ আহি তেওঁৰ চৰণত সেৱা জাচিলো । আজিৰ এই দিনটোতে অসমে কি হেৰুৱাইছিল তাক দুনাই কোৱাৰ প্ৰয়োজন নাই। কিন্তু এক মহান অনুষ্ঠানৰ জানো অন্ত কাহানিবা হয় ! আজি এই চিৰ জাগ্ৰত স্থানলৈ আহি সেই অমৰ আত্মাৰ চৰণত সেৱা জনাই শক্তি বিছাৰিলো নিজৰ জীৱন যুদ্ধত অৱতীৰ্ণ হবৰ বাবে।
🙏#দিপাৱলীৰ শুভকামনা, #মোৰ কথা যিদৰে বুজিলে , সেইদৰে পাৰিলে মাত মাতিব নোৱাৰা #কলপুলিৰ কথাও ভাবক চোন🙏
Просмотров 28 тыс.28 дней назад
🙏#সকলোকে #দিপাৱলীৰ শুভ কামনা আৰু ভক্তিভৰা সেৱা জনাইছোঁ , #মোৰ কথা যিদৰে বুজিলে , সেইদৰে পাৰিলে মাত মাতিব নোৱাৰা #কলপুলিৰ কথাও ভাবক চোন🙏
"মানুহে মানুহৰ বাবে" এই মহান উক্তিৰে মোৰ প্ৰথম ভিডিঅৰ জৰিয়তে অসমবাসী ৰাইজক জনাইছোঁ ভক্তিভৰা সেৱা
Просмотров 50 тыс.Месяц назад
" মানুহে মানুহৰ বাবে " - এই প্ৰেৰণাদায়ক বাক্যশাৰীৰে মোৰ প্ৰথম ভিডিঅৰ জৰিয়তে সকলো অসমবাসী ৰাইজক জনাইছোঁ ভক্তিভৰা সেৱা
ৰাসৰ দুটি জনপ্ৰিয় গীত #বৃন্দাবনতে অ' #কৃষ্ণ উপজিলে #Rasspecial song #Brindabonote #krishna upojile
Просмотров 6 тыс.Год назад
ৰাসৰ দুটি জনপ্ৰিয় গীত #বৃন্দাবনতে অ" #কৃষ্ণ উপজিলে #Raas special song #Brindabonote krishna kanai #krishna upojile
সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভ কামনা জনালোঁ
Просмотров 3,1 тыс.Год назад
সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভ কামনা জনালোঁ
#জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম #স্বভিমানী জাতীয় চেতনা #অসমীয়াৰ সংজ্ঞা
Просмотров 1,5 тыс.Год назад
অসমৰ জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। এই সমাধিৰ কাষত থিয় হৈ মোৰ মনত সদায় খুন্দিয়াই থকা কিছু উপলব্ধি আপোনালোকলৈ আগবঢ়ালোঁ। অনুগ্ৰহ কৰি কথা কব নাজানি কৰা ভুল বোৰ ক্ষমা কৰিব আৰু অনুভৱৰ সাৰাংশ বুজিবলৈ চেষ্টা কৰিব বুলি আশা ৰাখিলোঁ। জয় আই অসম 🙏🏻
#সংঘাত চিনেমা খনৰ নিৰ্মাতা প্ৰাণজিৎ দা আৰু মাইনাৰ সৈতে কিছু স্মৃতিমধুৰ মূহুৰ্ত
Просмотров 677Год назад
#সংঘাত চিনেমা খনৰ নিৰ্মাতা প্ৰাণজিৎ দা আৰু মাইনাৰ সৈতে কিছু স্মৃতিমধুৰ মূহুৰ্ত
৪০০ বছৰীয়া লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে কিছু অনুভৱ
Просмотров 1,7 тыс.2 года назад
৪০০ বছৰীয়া লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে কিছু অনুভৱ
#কৃষ্ণৰ ৰূপত অৰ্জুন
Просмотров 4842 года назад
বহুদিন বিৰতিৰ পিছত আপোনালোকলৈ এটা নতুন ভিডিঅ লৈ আহিছোঁ। কৃষ্ণৰ ভাওঁ দিয়া জন মোৰ ভণি জোঁৱাই , নাম - অৰ্জুন। গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাৰ এই মহান তথা সৰ্বশ্ৰেষ্ঠ চৰিত্ৰ ভাগত অভিনয় অৰ্জুনৰ এইয়াই প্ৰথম । অনিচ্ছাকৃত ভাবে অথবা অজানিতে হোৱা ভুল ত্ৰুটি সমূহ বিজ্ঞ জনে উনুকিয়াই দিব আৰু ন শিকাৰু জনক ভাওনাত আগলৈ আৰু ভাল কৈ অভিনয় কৰি যাবলৈ প্ৰেৰণা দিব বুলি আশাৰে এই ভিডিঅ টো আগবঢ়ালোঁ। লগতে উক্ত ভাওনা ভা...
মইনাপৰীয়া নামঘৰৰ প্ৰাংগনলৈ পবিত্ৰ ভাদ মাহত গৈ কিছু উপলব্ধি
Просмотров 1,3 тыс.3 года назад
মইনাপৰীয়া নামঘৰৰ প্ৰাংগনলৈ পবিত্ৰ ভাদ মাহত গৈ কিছু উপলব্ধি
#Special party with my #special friends at a #secial place on a very #special day
Просмотров 2,7 тыс.3 года назад
#Special party with my #special friends at a #secial place on a very #special day
এইবাৰ পৱিত্ৰ ভাদ মাহত আপুনি ঢেকীয়াখোৱা বৰনামঘৰৰ#অক্ষয় বন্তি দৰ্শন কৰিবলৈ আহিব পাৰিবনে নাই জানো আহক
Просмотров 3,9 тыс.3 года назад
এইবাৰ পৱিত্ৰ ভাদ মাহত আপুনি ঢেকীয়াখোৱা বৰনামঘৰৰ#অক্ষয় বন্তি দৰ্শন কৰিবলৈ আহিব পাৰিবনে নাই জানো আহক
এটি সম্ভাৱনাময় কণ্ঠৰ গৰাকী ভাইটি আকাশৰ সৈতে কিছু মুহূৰ্ত্ত আৰু কেইটিমান জনপ্ৰিয় গীতৰ গুঞ্জন
Просмотров 8843 года назад
এটি সম্ভাৱনাময় কণ্ঠৰ গৰাকী ভাইটি আকাশৰ সৈতে কিছু মুহূৰ্ত্ত আৰু কেইটিমান জনপ্ৰিয় গীতৰ গুঞ্জন
Val lagil dada
❤❤❤❤❤
❤❤
Hoi video bonawk ami nisoy sam
আগলৈ ভাল হওক । আগবাঢ়ি যাওঁক ।
ভাল লাগিল।
ধন্যবাদ জনাইছোঁ আপোনাক 🙏
Himashree bak ketiya o pahori najabo. Hoi2 bak bhogobane apunar sohay koribo pothaise
New subscriber holu dai golaghatr pora
নমস্কাৰ, আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বিভিন্ন জন শুভাকাংক্ষীৰ পৰামৰ্শ শিৰত লৈ ইউটিউব চেনেল টোৰ পৰাও কিবা এটা উপাৰ্জন হব পাৰে বুলি ভাবিয়েই আপোনালোকৰ আশীৰ্বাদত চেনেল টো আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিছোঁ। ভাল কিবা কিবি নিশ্চয় দি থাকিবলৈ চেষ্টা কৰিম । ভুল বোৰ আঙুলিয়াই দি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ।
Horukoi kiba ata hohay korisu val din nissoy ahib ❤
🙏ঈশ্বৰে মঙ্গল কৰক।
বহুত ধন্যবাদ জনাইছোঁ আপোনাক। আশীৰ্বাদ কৰিব 🙏
❤
Mustak kun
Mustak JSS or organiser , manager sob hoi . Teu e channel tu operation and maintenance sai
Dhoijyare aaguai jua.
Nissoy, akhirbad koribo 🙏
ভাল লাগিল
Bohut dhonyobad jonaisu apunak 🙏
Himashree bahut Val Kam karisa
Himashree r hoi moi e dhonyobad jonaisu apunak 🙏
হিমা শী। ধন্যবাদ ধন্যবাদ ধন্যবাদ
❤❤❤
❤🙏❤
ভাল লাগিছে আগুৱাই ভগৱান আছে ❤
হয়, ধন্যবাদ জনাইছোঁ আপোনাক। আশীৰ্বাদ কৰিব।
ভগৱানে আপোনাৰ পৰিয়ালটো মঙ্গল কৰক
আপোনাক ধন্যবাদ জনাইছোঁ, সদায় এইদৰে আশীৰ্বাদ কৰিব। আপোনালোকো কুশলে থাকক তাৰেই প্ৰাৰ্থনা জনাইছোঁ 🙏।
ভাল হ ওক সকলো ভালে থাকক । কাৰণ মানুহে পোনপ্ৰথমে সহায় কৰিব পৰা একমাত্ৰ উপায় তো হৈছে ভগবানৰ ওচৰত তেওঁৰ বাবে কিবা এটা ভাল বিচৰা, সকলোৱে তাকেই বিচাৰিলে ।তাৰ বাবে ধন্যবাদ 🎉
আপোনাৰ এই কথা টো মোৰ মনৰ কথা। মই এতিয়া লৈকে যিমান ফোন কল পাইছোঁ প্ৰায় প্ৰতি জনেই আশীৰ্বাদ দিছে আৰু কৈছে যে তেওঁলোকে মোৰ এই বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে। সেইয়া মোৰ বাবে কম ডাঙৰ সৌভাগ্য নে বাৰু। মই ভুল কৰিছিলোঁ সঁচা , কিন্তু এতিয়া মোৰ নিজকে সৌভাগ্যবান যেন লাগে কাৰণ গোটেই অসমতে মোৰ ভালৰ বাবে বাঞ্চা কৰা এটা বহুত ডাঙৰ পৰিয়াল পালোঁ মই । সকলোৰে ওচৰত মই কৃতজ্ঞ।
পুলি টো পেলাই নিদি ক্ষাৰ বনালেই হয় দেখোন
ভগৱানে কুশলে ৰাখক ❤
Bhut bhut vl lagil
Bohut bohut dhonyobad jonaisu apunak 🙏
ভাল লাগিছে ।❤❤❤
বহুত বহুত ধন্যবাদ জনাইছোঁ 🙏🙏🙏
আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।❤
Vale thakok
Akhirbad koribo 🙏 apunaluku vale thakok taarei prarthona jonaisu
Jai sri Ram ji 🙏 Jai sri Hanuman ji 🙏
❤❤
❤🙏❤
Hodai valei thakok dada
Apunar sualijoni bht morom loga ..so cute baby..❤❤❤
আপোনাক অশেষ ধন্যবাদ জনাইছোঁ, ছোৱালী জনীক আশীৰ্বাদ কৰিব। আপোনালোকো সদায় ভালে থাকক তাৰেই প্ৰাৰ্থনা জনাইছোঁ।
Dhoijo aru atmo biwash neheruabo somoie sob fale dorja bondho korileu bhagabane kintu efale khula rakhe....... Aji apunk eneke dekhi bohut vl lagise........ From tezpur
Video to sai bohut val lagil
বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক 🙏
Val hobo
ধন্যবাদ জনাইছোঁ আপোনাক
Bor val lagil dada..apunar val houk.
Bohut dhonyobad jonaisu, hoday akhirbaad koribo 🙏🙏
Good
Vale thakk dada vogbane vale rakhok xokoluk..
Apunak bahut bahut dhanyawad jonaisu , hoday akhirbaad koribo. Apunaluku vale thakok tarei prarthona jonaisu.
Good bless you
Thank you so much for your wishes 🙏🙏
Vhl lagil video too sy
Best dada help Kariba para nai beya napa ba aji vedeo sai Val lagil
Eku nai , apuni muk je atleast eta text korise , video tu sai respond korise that's a lot to me honestly
Dada apunak kotha ata xudhu plz vul nubujibo.ji kaijon man manuhy apunak dhar bur khuji bor basikoi amoni kora buli koicil .atiau tanykoi kunubai amoni kory nki.
হয়, আপুনি সোধাত অলপো বেয়া পোৱা নাই মই, কাৰণ বেয়া পোৱাৰ প্ৰস্নই নাহে। মোক এতিয়া বেয়া ব্যৱহাৰ কোনেও কৰা নাই বৰ্ত্তমান , মাথোঁ যিদৰে পাৰোঁ ধাৰ বোৰ মাৰিবলৈ কৈছে।
বহুত ভাল লাগিলে আপুনাৰ কথা বিলাক শুনি 🎉 এনেকৈ আগুৱাই যোৱা
বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক, আশীৰ্বাদ কৰিব যাতে এই কঠিন সময় পাৰ হয়।
সদায় ভালে থাকক।
আপুনাৰ মনৰ ভাব বিলাক সোনকালে পুৰন হয় জেন
আপুনাৰ মনৰ ভাব বিলাক সোনকালে পুৰন হয় জেন
🙏🏽🙏🏽🙏🏽🪔🪔🪔😭😭😭
🙏🙏🙏🙏🙏🙏🙏
বহুত বহুত ভাল লাগিল দাদা . আগুয়াই যাওক সদায়. 👌👌
আপোনাক বহুত ধন্যবাদ জনাইছোঁ, সদায় এইদৰে আশীৰ্বাদ কৰিব। আপোনালোকো কুশলে থাকক তাৰেই প্ৰাৰ্থনা জনাইছোঁ 🙏।
সুন্দৰ
God bless you .
Thank you so much for your blessings 🙏🙏🙏
❤❤❤❤❤
❤🙏❤🙏❤
Good 👍
Bhogwan ase xokolokhini dukh bor atori jabo adin