পঞ্জাব নহয় অসমত খেতি কৰি আপুনি কেনেকৈ হ’ব পাৰিব কোটিপতি?
HTML-код
- Опубликовано: 6 фев 2025
- ▶️ খেতি কৰিও কোটিপতি হ’ব পৰা যায়
▶️ অধিকাৰী হ’ব পৰা যায় বিলাসী বাহন, সপোনৰ ঘৰৰ
▶️ খেতি কৰি পঞ্জাব-হাৰিয়ানাত কোটিপতি অগণন কৃষক
▶️ মাৰ্ছিডিজ, অ’ডিৰ দৰে বিলাসী বাহন চলোৱা কৃষকৰ অভাৱ নাই
▶️ একেই পৰিৱেশ অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট আদিতো
▶️ অসমত তেনে কৃষকৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা
▶️ অৱশ্যে খেতি কৰিও কোটি টকা উপাৰ্জন কৰিছে অসমৰ কৃষকে
▶️ মাছ, অমিতা, ধান কি খেতি কৰা নাই তেওঁলোকে?
▶️ গাহৰি, হাঁহ-কুকুৰা পালন কৰিও কোটিপতি হৈছে বহুজন
▶️ আছে এনে বহু কৃষক যিসকলে সংস্থাপন দিছে শতাধিক লোকক
▶️ পঞ্জাব নহয় অসমত খেতি কৰি আপুনি কেনেকৈ হ’ব পাৰিব কোটিপতি?
▶️ অসমৰ মাটি কোটিপতি হ’ব পৰাকৈ কৃষকৰ বাবে উৰ্বৰা নহয় নেকি?
▶️ আজিৰ ‘দৰবাৰ’ত কেইজনমান কোটিপতি কৃষক
▶️ Consulting Editor প্ৰণয় বৰদলৈৰ অনুষ্ঠান ‘দৰবাৰ’