‘প্ৰাগ নিউজ’ত ‘মামা’ বনাম মামা; প্ৰশান্ত ৰাজগুৰুৰ ‘মেজমেল’ত জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্য
HTML-код
- Опубликовано: 5 фев 2025
- Watch the full clip to know more about this story.
#pragnews #mejmel #assam
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com
বৰ ভাল লগা অনুষ্ঠান । যুক্তি পূৰ্ন আলোচনা ।
Very good interview. The person is Speaking The truth.
ভাল লাগিল যুক্তিপূৰ্ণ আলোচনাটো ৷
দুয়োজনলৈ অশেষ ধন্যবাদ থাকিল
It is very admirable discussion .
Encourage this kind of people we need them to speak🗣 🙏
অৱসৰ হোৱাৰ কমেও তিনি বছৰলৈকে কোনো উচ্চ পৰ্য্যায়ৰ বিষয়াক নতুনকৈ চৰকাৰী দায়িত্বত নিযুক্তি দিব নালাগে। তেওঁ যিমানেই অপৰিহাৰ্য্য নহওক । কাৰণ অৱসৰ পোৱাৰ ঠিক আগে আগে এনেকুৱা কাম যাতে কৰিব নোৱাৰে, যেতিয়া নতুন নিযুক্তিত থাকি অৱসৰৰ আগৰ কিবা অপকৰ্ম বা পক্ষপাতিত্ব কৰিলে তেওঁ সুৰক্ষা লাভ নকৰে । তেতিয়াহে সকলোতে স্বস্হতা আশা কৰিব পৰা যাব ।
An unbiased rendezvous.
Truly significant and praiseworthy
Anil Bhatta Sir is a legal luminary who is like one of the strongest pillars of a just and disciplined society. This is a very informative and wonderful interview.😂
Sir is a living legend
মূল্য বোধৰ প্ৰচণ্ড অৱক্ষয় আৰু সুবিধাবাদী চৰিত্ৰৰ লোকেৰে যেতিয়া সমাজ খন ভৰি পৰিছে, গণতন্ত্ৰ প্ৰতিস্থা কৰা আৰু ৰক্ষা কৰাৰ নামত যি বোৰ নিকৃষ্ট ৰাজনৈতিক কুচকাৱাজ নৈমন্তিক ঘটনাত পৰিণত হৈছে সেই সময়ত নিজৰ জ্ঞাতি হলেও তেওঁৰ অনৈতিক ক্ৰিয়া কৰ্মক ৰাজহুৱাকৈ বিশ্লেষণ কৰা আৰু সমালোচনা কৰিবলৈ নৈতিক সাহস দেখুৱা বা দেখুৱাবলৈ কুণ্ঠা নকৰা শ্ৰীযুত অনিল কুমাৰ ভট্টাচাৰ্য্য ডাঙৰীয়া নিশ্চয় সন্মান আৰু আদৰ্শৰ এক উচ্চতম নিদৰ্শন।
আপোনালোক দুয়োজনলৈ অশেষ ধন্যবাদ 🙏🙏🙏
Good news
Right sir thank you so much 🎉
Yes guna utsav for school is atrocities on schools.
ড়াল লাগিল 47:37
Constitution is in doldrums due to BJP but courts are mere observers with supine submissions.
Respects Anil Sir❤❤❤
Rockstar as always
great personality
যদি কথা বিলাক খোলা খুলি কৈ ব্যক্ত কৰাত অসুবিধা হয় তেন্তে আধৰুৱা আলোচনাৰে ৰাইজক কি অৱগত কৰোৱাৰ ব্যৱস্থা আছে?
Very few people commenting. Judiciary and justice is juicer than literature. Something which can tour you from pond to ocean. My limited knowledge.....
ড়গবান, সদ
It seems protectors are becoming predators
P Rajguru sir my ata kathat kabaloi hale ,ain prastut kariye jatiya ain amannya kare tar mane bujiba lagiba . Eai khan sarkare nijake ataitkoi suprim pawar babhar kari Rus , chaina jane kuwa dashan sala baloi kara prayash matho . My bhabo .
হিমন্ত বিৰোধী খেৰকুতা জাবৰ যিমান আছে চব বিচাৰি খোচৰি যি মতলব আছে প্ৰচাৰ কৰক।
Jiman dui nombori aru jati birudhir Kam heiya besibhag himantar aru heibabe hosa kotha kole himantar kotha kobo loga hoi aru heibabe hosa kotha kua mane himanta birudhi