🔥 মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিনাই দৰমহা বৃদ্ধিৰ ঘোষণা || Salary Increase || Assam Govt Employees

Поделиться
HTML-код
  • Опубликовано: 27 янв 2025

Комментарии • 309

  • @svcgauravduarah9549
    @svcgauravduarah9549 День назад +13

    অত্যন্ত সুন্দৰ চাৰ 🙏।PHE department অত 15 বছৰ (Total Sanitation Campaign,SBM G আৰু JJM)ধৰি এক্কেবাৰে কম পাৰিতোষিকত কাম কৰি থকা,(no any other allowance till date) কৰ্মচাৰী খিনিক নিয়মীয়াকৰণ কৰি দিয়াৰ প্ৰাৰ্থনা জনাইছো। অতি কষ্টত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে😢

  • @pramoddeka8984
    @pramoddeka8984 День назад +30

    Vote দিয়াৰ সময়টো আমি চিন্তা কৰিবৰ হ'ল। ভাগ ভাগ কৰিলে ভোট দিয়াৰ সময়টো ভাগ ভাগ হব

  • @rupamoniborah7464
    @rupamoniborah7464 День назад +28

    আজি আপোনাৰ এই অংগণৱাড়ী সকলৰ দৰমহা কথা ঘোষণা কৰা কথাত আমি নথৈ সুখী ৷আমি আজি দিনটোত যে আমাৰ কিবা এটা ঘোষণা কৰিব বুলি আশা কৰি আছিলো ৷আপোনাক আমি অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জনাইছো ৷

  • @junmonidutta3889
    @junmonidutta3889 14 часов назад +2

    বাতৰি তো শুনি মনতো সঁচাকৈয়ে বহুত ভাল লাগিছে দৰমহা বৃদ্ধি কৰা বাবে

  • @ConfusedCookingApron-cu6nc
    @ConfusedCookingApron-cu6nc День назад +4

    মাননীয় CM ছাৰ, আজিৰ তাৰিখত দৰমহা দিয়াৰ সিধান্ত লোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।

  • @MakhaniBuragohain
    @MakhaniBuragohain День назад +13

    অ্ংগবাদী দৰমহা বৃদ্ধিৰ কথা ক'লে কিন্তু কিমান হব সেই কথা নজনালে জনাই দিয়া হ'লে আৰু ভাল লাগিল হয় কেতিয়াৰ পৰা ধৰিব সেইয়াও নজনালে।

  • @MakanDeka-b6o
    @MakanDeka-b6o День назад +10

    Anganwader korme aru Helparar kthi senti korara kirane Tq sir ♥️♥️♥️♥️amk alp salbo porake darmhia tow deiok sir

  • @binuakuli134
    @binuakuli134 День назад +5

    ২০১৩ চনত প্ৰাদেশিকৰন কৰা শিক্ষক -কৰ্মচাৰীৰ সকলৰো নিযুক্তি প্ৰকৃয়া ২০০৫ চনৰ আগতেই আৰম্ভ হৈছিল।OPS কৰিব বুলি আশা ৰাখিলোঁ।We demand OPS

    • @জ্যোতি-দ৭ঢ
      @জ্যোতি-দ৭ঢ День назад

      পাচঁ বছৰীয়া ৰাইজৰ সেৱা সকলৰ পেঞ্চন বন্ধ কৰক। ৬০ বছৰ চাকৰি কৰা সকলক OPS ৰ অন্তৰ্ভুক্ত কৰক!!!

  • @UpenDeka-t9r
    @UpenDeka-t9r День назад +14

    Only OPS not NPS and UPS.Restore ops only.

  • @NijumoniBorah-f3o
    @NijumoniBorah-f3o День назад +2

    Thenk you sir kotha mote Kam hole hoi,

  • @rkv5194
    @rkv5194 День назад +5

    চাহ বাগিচাত কাম কৰা শ্ৰমিক সকলৰ দৰমহা বঢ়াব নোবাৰে bjp চৰকাৰে অকল ভূট লাগে আদিবাসীৰ পৰা

  • @NayanmoniGogoi-o5m
    @NayanmoniGogoi-o5m День назад +7

    Thank you sir ami anganwadi worker and helper hakal bhaut akhabadi hai asu......🙏🙏🙏🙏

  • @nripendeka5014
    @nripendeka5014 10 часов назад

    OPS পালেও গৌৰৱ , NPS পালেও গৌৰৱ ,, UPS ত 25 বছৰ চাকৰি কৰা কথাটো হে কৈছে ,, 25 বছৰতকৈ কমকৈ কৰা চাকৰিয়াল সকলৰ কি কি সুবিধাৰ পৰা বঞ্চিত হৈছে কব লাগিছিল ,, তেতিয়া জোলোঙা ৰ মেকুৰী ওলাই পৰিব ,,

  • @SPanging-sz
    @SPanging-sz День назад +7

    OPS Anibo Lage, Mathu OPS Sobotke Bhal, Oti Hunkale OPS Anibo Lage, Oti Hunkale, Please, CM sir,🙏

  • @RumaRaniDasRuma
    @RumaRaniDasRuma День назад +2

    Onek 2 dhannobad c.m. sir

  • @lohitrabha9422
    @lohitrabha9422 День назад +34

    নিদিয়া পৰ্যন্ত বিশ্বাস কৰিব নোৱাৰি

  • @mainulhoque9891
    @mainulhoque9891 День назад +4

    ছাৰ ঠিকাভিতিক শিক্ষা স্বেচ্ছাসেৱক সকলে ১০ পৰা ১৫ বছৰলৈকে একেৰাহে কাম কৰি থকা সকলৰ বাবে অলপ চিন্তা কৰক।।

  • @assamesesv3562
    @assamesesv3562 День назад +2

    Dhanyavaad mama

  • @lavatadas3871
    @lavatadas3871 12 часов назад +1

    Randhni সকলো 10,000 kori dibo lagy sar 🙏🙏🙏🙏🙏

  • @pearoditapearodita569
    @pearoditapearodita569 День назад +4

    অংগণবাদি মাননী বৃদ্ধি কৰিছে ভাল কথা আপোনাক ধন্যবাদ জনালো। কিন্তু যি কেই শ টকা বঢ়ালে সেইয়া টকাৰে ঘৰ চলিবলৈ নুজুৰে, বৰ বিশেষ যে নবঢ়াই সেইয়া আপোনাৰ কথাত বুজা জাই । অন্ততঃ কিমান শতাংখ দিব জনাব লাগিছিল । অংগনবাদি সকলক স্বাস্থ বিমা দিয়া বিবস্থা কৰে যেন । নহলে বেমাৰত অংগনবাদি সকলৰ বেমাৰ চাবলৈ টকা নাই

  • @lakhiphukan7841
    @lakhiphukan7841 День назад +1

    Very good sir❤

  • @GogoiPurnima
    @GogoiPurnima День назад +1

    সঁচাকৈ আমি অঙ্গনৱাদী কৰ্মীসকলে বহুত কষ্ট কৰি আমাৰ সেৱা বিলাক আগবঢ়াই আছো । আমাৰ দৰমহা বৃদ্ধি হ'লে আমি বহুত সকাহ পাম ।

  • @kamleswarrabha1995
    @kamleswarrabha1995 День назад +3

    সুন্দৰ সিদ্ধান্ত।

  • @asabuddinchoudhury-s3h
    @asabuddinchoudhury-s3h День назад +1

    Angonwadi kormi aru Asha kormir salary baranur babe onek donnobad sir

    • @tonibrahma2873
      @tonibrahma2873 2 часа назад

      Asha out income asa Delivery time candidate 500 1000 debalaga Logort Doctors 5,000 deba Laga Doctor pora asha pai exra comission delivery oprtion time 500 1000 comission aro ki laga

  • @abanidas6895
    @abanidas6895 День назад

    ধন্যবাদ জ্ঞাপন কৰিছো।

  • @anandidutta7331
    @anandidutta7331 День назад +3

    কি অলপ ১০০০ এহেজাৰ অতিৰিক্ত টকা সাহায্য দিয়া হৈছে ’? বুজিব পৰা নাই কিন্ত্ু চৰকাৰী গাওঁবুঢ়াক কোনো ধৰনৰ তেনে সাহায্য প্ৰদানৰ কথা উল্লেখ কৰা নেদেখিলো তেনে ক্ষেত্ৰত দেখা নাপালো চৰকাৰী গাওঁবুঢ়া বাগাওঁ প্ৰধানৰ ক্ষেত্ৰত কাগজপত্ৰ আৰু তেনে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ৰয়ৰ বাবদ কোনো৷ধৰণৰ সাহায্যৰ কথা ঘোষনা কথা নাপালো আনহাতে ৰাইজৰ পৰাএটকা পইছা লোৱাৰবাবদ বেআইনী কথা ব্যক্তৰ প্ৰচাৰ দেখিবলৈ পালো ই কেনে ধৰণৰ গনতন্ৰ ব্যৱস্হা া

  • @MeT-cg2hg
    @MeT-cg2hg День назад +3

    One nation, one pension.

  • @Spegu123
    @Spegu123 13 часов назад

    Good decision mama ❤

  • @redcherrysproduction5426
    @redcherrysproduction5426 День назад +4

    অ,হেৰি নহয়, অ এই চাকৰীয়ালৰ দৰমহা কম হৈছে বোলে? চতুৰ্থ বৰ্গ চাকৰিয়াল ,এলপি পণ্ডিত, লাঠিয়াল চিপাহী চকিদাৰ,পিয়ন এই বোৰ চাকৰিয়ালৰ দৰমহা ৭০/৮০ হেজাৰ টকা মাহে দৰমহা কম হৈছে , খোৱা বোৱাত কষ্ট হৈছে হেনো , এতিয়া পিছে কি কৰিবা বঢ়াই দিয়া আৰু দৰমহা ।হেৰি হ'ল কি বোলে এই ধাৰ লব নালাগে অ, এই আমি চাকৰী বিহীন বোৰ আছো নহয় দেউ , চিন্তা কৰিব নালাগে দেই আমাৰ পৰাই চুচি বাছি নি তেওঁলোকৰ দৰমহা বঢ়াই দিয়া । কাৰণ এই খন দৰিদ্ৰ দেশ ভাৰতৰ দৰিদ্ৰ ৰাজ্য অসম খন তুমি কিলা চুইজাৰলেণ্ড বা ছুইডেন বুলিহে ভাবি আছা হয়নে নহয় ? কিলা জধাযুক্ত বস্তু দেই ।

  • @DibitKonwar-x7x
    @DibitKonwar-x7x День назад +2

    Thank you c.m.sir

  • @rajibbora1813
    @rajibbora1813 День назад

    CM zindabad❤❤❤❤❤

  • @north-easttopchannelvlog1024
    @north-easttopchannelvlog1024 День назад +2

    Basic payor hi 50% debo ....total pay pora 50% nidiye ...that's means old pension is very good...no need for ups

  • @MonuwaraBegum-g6v
    @MonuwaraBegum-g6v День назад +1

    Thanks CM sir❤

  • @debokantabonia4384
    @debokantabonia4384 День назад

    Dhanyawad Mama 🎉🎉🎉🎉

  • @modhumitaboruah
    @modhumitaboruah День назад

    মায়া আপোনাৰ বাবে ধন্যবাদ জনাইছো নাহৰকটীয়াৰ পৰা

  • @priyadevi241
    @priyadevi241 День назад +1

    Thank you Sir

  • @tribhubansahu1911
    @tribhubansahu1911 22 часа назад

    অসম চাহ কৰ্মচাৰী সকলৰ PF ক লৈ কিয় হেতালি খেলিছে। আমাৰ চাহ কৰ্মচাৰী সকলৰ দৰমহা কম গতিকে অসম চৰকাৰে PF ক লৈ যি নতুন সিদ্ধান্ত লৈছে এইটো আমাক জীৱন্ত মৰাৰ বাহিৰে একো নহয়। আমাৰ দৰমহাৰ ওপৰত আগৰ পৰাই যেনেকৈ PF কাটি আছিলে তেনেকৈ থাকিবলৈ দিয়ক।

  • @prabinkumarbaro3382
    @prabinkumarbaro3382 День назад +1

    Good decision.
    ❤❤

  • @umeshjaan-mg3uc
    @umeshjaan-mg3uc День назад +1

    কৰ্মচাৰী সকলক কিতাপ কিনিবলৈ দৰমহা বৃদ্ধি কৰাৰ লগতে জাতীয় পোছাক কিনিবলৈ কো আৰু অলপ বঢ়াই দিব লাগে।😊😊😊

  • @PromilaSaikia-cu8bf
    @PromilaSaikia-cu8bf День назад

    Bahut happy sir

  • @SabitriBorahSabitri
    @SabitriBorahSabitri День назад +1

    Thanks

  • @MukutDeka-f8y
    @MukutDeka-f8y День назад

    NPS প্ৰৱৰ্ত্তন কৰি বাজপেয়ী মহোদয়ে কর্মচাৰী সমাজক অৱসৰী জীৱনত ভাতে মৰাৰ যি চক্রান্ত ৰছিলে সেই পাপব প্রায়চিত্র হিচাপে নৰেন্দ্র মোদী মহোদয়ৰ চৰকাৰে আনিব বিচৰা UPS ব্যৱস্থাই কিমান সকাহ দিব সেয়া সন্দেহৰ আৱৰ্তত | যদি UPS ব্যৱস্থাৰে কৰ্মচাৰী সমাজৰ অৱসৰী জীৱন সুৰক্ষিত কৰিব পাৰিব বুলি চৰকাৰে ভাবিছে তেনেহলে মন্ত্ৰী বিধায়ক আৰু সংসদ সকল প্রথমে এই ব্যৱস্থাৰ আওতালৈ আহিব লাগে | নিজে অধিক সুবিধা লৈ কণা হাহঁক পতান দিয়া কার্য চৰকাৰে কৰিব খুজিছে |

  • @sauravkalita8594
    @sauravkalita8594 День назад +2

    What about NHM employees sir??? They are the backbone of Assam's Health System.

  • @tonmoyborahsaikia2745
    @tonmoyborahsaikia2745 День назад

    ধন্যবাদ

  • @SeutiDas-n9e
    @SeutiDas-n9e День назад

    Akhekh dhonyobad mama amar ktha sinta kra babe

  • @মানস12
    @মানস12 День назад

    আপোনাৰ চৰকাৰে দিয়া ১০০০ টকাই এখন সাধাৰণ পৰিয়ালৰ বাবে এদিনৰ খৰজ নহয়। বস্তুৰ যিহে দাম।

  • @pankajchetia-wu3ll
    @pankajchetia-wu3ll День назад +1

    Joy hind sir...

  • @MahendraDohutia
    @MahendraDohutia День назад

    ভোটৰ বৰ টোপ।

  • @ranjitdeka9952
    @ranjitdeka9952 День назад +1

    Good step Honourable CM Sir.

  • @pinkuboro3104
    @pinkuboro3104 День назад +1

    We want only OPS sir

  • @RekhaDevi-rr9xk
    @RekhaDevi-rr9xk День назад

    Thanks Sir❤

  • @HafijurRahman-py6hw
    @HafijurRahman-py6hw 15 часов назад

    2021আৰু‌ 2022 প্ৰাদেশিকীকৰন হোৱা শিক্ষক কৰ্মচাৰী সকলৰ চাকুৰি নিয়মীয়া কৰনৰ কোনোৱে খবৰ নাই

  • @trailokyamohanbharati7111
    @trailokyamohanbharati7111 День назад

    মাননীয় মুখ্যমন্ত্ৰী মহোদয় চৰকাৰি ঠিকাভিওি আৰু fixd pay. কম্ কৰি থকা সকলোৰ বাবে এবাৰ ভাবক মহোদয়।

  • @manojmedhi8213
    @manojmedhi8213 День назад

    Best channel

  • @MayaBora-ix3vg
    @MayaBora-ix3vg День назад

    Thank you so much❤❤😂

  • @hemithmardi7543
    @hemithmardi7543 День назад +1

    Sir, We want only OPS. ❤

  • @tanushreeborah5046
    @tanushreeborah5046 День назад

    Thanku sir

  • @PallabiGogoi-lv5op
    @PallabiGogoi-lv5op День назад

    Great

  • @JahanaraBegum-q8c
    @JahanaraBegum-q8c День назад

    Mama jindabad. Ajibon kal CM hoie thakok. I am Aww.

  • @জ্যোতি-দ৭ঢ
    @জ্যোতি-দ৭ঢ День назад

    চাৰ বিহুৰ আগে আগে ঘোষণা কৰা গ্ৰেজুৱেত স্কেল আশ্বাস হৈয়ে থাকিবনে কাৰ্য্যকৰী কৰিব!!!

  • @atikarman7377
    @atikarman7377 День назад

    Thank you c m sir

  • @HorishDoley-pg7fg
    @HorishDoley-pg7fg День назад

    Honble CM Sir, Great job

  • @buludas8813
    @buludas8813 День назад +1

    Bhut din suni amni lagise sar

  • @SabitaKhakhlary-h9b
    @SabitaKhakhlary-h9b День назад

    Iam thank you.

  • @sikhahansepi4500
    @sikhahansepi4500 День назад

    Thank you mama

  • @maynulhoque2927
    @maynulhoque2927 День назад

    অকল আশ আৰু আশাই দি জাব সকলোখিনি একেলগে দিব ৰাইজ বেগটো ডাঙৰ কৰিবনাব লাগিব সৰু বেগ নহব কিন্ত |

  • @shiekhamin9
    @shiekhamin9 День назад +1

    অংগনা বা দী বন্ধ হব লাগে

  • @riturajbarman6128
    @riturajbarman6128 День назад

    26 karony ready vote dibo karony😅

  • @aithunshyam
    @aithunshyam 13 часов назад

    ২৫ বছৰ নোহোৱাবোৰ কি হব চাৰ একো নকলে যে?????!

  • @taropi9501
    @taropi9501 День назад +1

    Good

    • @Srijanath8495
      @Srijanath8495 День назад

      Ops lage amak r 20 years koribolage

  • @JaniBabyDas
    @JaniBabyDas День назад

    Thank

  • @omorfaruk5596
    @omorfaruk5596 День назад +1

    OPS t koi jdi UPS vl...tente ops kio krib lge..kothate gm puwa gl ups t koi OPS best..so we want OPS not ups

  • @hitartha9829
    @hitartha9829 День назад

    টিউটৰ সকলৰ জীৱন ধ্বংস কৰি পেলালে।

  • @RadhebalaRabhaBoro-er7hn
    @RadhebalaRabhaBoro-er7hn День назад

    Thank You Mama

  • @HemaChetia-vs4kk
    @HemaChetia-vs4kk 18 часов назад

    OPS LAGE baki jimqn bur ase heibur nalage

  • @AbdulHannan-vs3gr
    @AbdulHannan-vs3gr День назад

    Very good decision

  • @nabingogoi5441
    @nabingogoi5441 День назад +5

    Helth department r contractual worker khinir kotha nokoi kiyo

  • @PallabiPhukon-g4q
    @PallabiPhukon-g4q День назад +3

    বহুত কষ্ট দেখিছো আশা কৰ্মী সকলক😊

  • @me_ikramul.07
    @me_ikramul.07 День назад

    Great and best decision taken by govt❤

  • @bantineog6722
    @bantineog6722 День назад

    25 বছৰ নোহোৱা সকলৰ কি হ'ব? বিশেষকৈ 2013 চনৰ বিদ্যালয়ৰ শিক্ষক সকলৰ কি হ'ব ? সৰহ সংখ্যক শিক্ষকৰ বয়স 38 বছৰতকৈ বেছি আছিল। উপায় দিয়ক চাৰ কৰযোৰে অনুৰোধ জনালোঁ

  • @MasudAlom-rp2eu
    @MasudAlom-rp2eu День назад +1

    Nice mama ❤❤❤ dorma 18000 dibo lage mama

  • @jaantiger7475
    @jaantiger7475 23 часа назад

    I like it

  • @ijajul786
    @ijajul786 День назад

    টিউটৰক দৰমহা বঢ়াই দিব নোৱাৰে কিন্তু বাকীবোৰক সকলো দিব পাৰে ।চৰকাৰে টিঊটৰৰ কথা এবাৰ ভাবিব লাগে

  • @SimaDowerah
    @SimaDowerah День назад +1

    কোৰিয়াৰ কথা নকলে নেকি ৷ কথা কোৱা আৰু কাম কৰাৰ মাজত যাতে পাথক্য থাকিব নালাগে ৷ইলেকচন আহি আছে টোপ নহয়তো ৷

  • @1435g
    @1435g День назад

    Good News our cm sir

  • @mamonikalita8609
    @mamonikalita8609 10 часов назад

    35 Years Aww Bohut Kostore Korilu khali Haterei Bidayai Lobo Lagibo Hunkale Diyok Sir.

  • @Assamspride
    @Assamspride 10 часов назад

    Pnrd department contractual employees karame ako nokore .....kio nokore...amak alagi kio kori ase😢

  • @diptechtalk7116
    @diptechtalk7116 День назад +1

    সেৱা জনাইছো চাৰ

  • @MontuBorah-i8b
    @MontuBorah-i8b День назад +1

    Raize vote tu Eibar vabi sinti dile vaal hoi

  • @Rohit62837
    @Rohit62837 День назад +5

    কাম নহব মুখেৰে সব দিব পাৰি

  • @keentuber808
    @keentuber808 21 час назад

    NHM r eku nai..Block levelor aru tolor khini ki pai ase😢😢

  • @banajittalukdar5812
    @banajittalukdar5812 День назад

    🙏🙏👍👍👍

  • @assampolice6308
    @assampolice6308 День назад +1

    Only OPS lagibo respected sir

  • @amarjyotinath4630
    @amarjyotinath4630 День назад

    Government employees বোৰৰ এ ভাল আমাৰ আৰু একোএ ভাল নহব।

  • @anupomdowarah1381
    @anupomdowarah1381 День назад +1

    কথ আৰু কাম মিলন ঘটিলে নথৈ আনন্দ উপভোগ কৰিবলৈ আমি প্ৰস্তুত

  • @sabitapathak8258
    @sabitapathak8258 День назад

    We want only OPS

  • @goalpariya8630
    @goalpariya8630 День назад

    আমাৰ ২০১৩ চনৰ কৰ্মচাৰী সকলৰ কি হ'ব?

  • @p.h.spatiencehardworksucce4339
    @p.h.spatiencehardworksucce4339 16 часов назад

    UPS o kam nai....... dile ops diok....nhle salary pora 10% kata bondho korok...

  • @jyotibasumatary924
    @jyotibasumatary924 День назад

    Sir Dormohar kotha huni valei lagil...kintu oha November r mahr kotha kuwa huni olp beya lagil

  • @newhistoryofassam1632
    @newhistoryofassam1632 День назад +2

    Only OPS Chahiye