Gungun Kotha Moromor [ গুণগুণ -কথা মৰমৰ ] || Ep - 188 || 10.07.2024

Поделиться
HTML-код
  • Опубликовано: 5 сен 2024
  • Gungun a mega serial focuses on the issues of that class of society who survives on daily earned money. The serial depicts the difficult life of Gungun and her mother Padma. Gungun a girl who has big dreams in life but is often held back due to her family’s poverty and suppression at the hands of the cruel world.
    Follow Rengoni TV :-
    Facebook: / rengonitv
    RUclips: / rengonitv
    Instagram: / rengoni.tv
    Website: rengonitv.com/
    #rengonitv #entertainment #story #newserial #gungun #assameseviralvideo#RENGONITV #ENTERTAINMENT#RENGONITV #ENTERTAINMENT#RENGONITV #entertainmentchannel

Комментарии • 1 тыс.

  • @tulugogoi388
    @tulugogoi388 Месяц назад +868

    গুন গুন আৰু অধীৰথৰ ভাল পোৱা জয়ী হোৱাতো কোনে কোনে বিচাৰা 👍👍👍 কৰা। বাস্তৱত পদ্মাৰ দৰে কোনো মাতৃয়ে নহয় যেন 😭😭😭

  • @RajumoniRajumonidas
    @RajumoniRajumonidas Месяц назад +714

    অধীৰথলৈ দুখ লগা সকলে এটা 👍 কৰি দিব । 💔💔

    • @user-or4dg3rh5g
      @user-or4dg3rh5g Месяц назад +5

      Khklo make anekowa nkre val powa khusa hole mak deutake suwali biya dib lage 😭

  • @lavitadeori4071
    @lavitadeori4071 Месяц назад +1299

    আজি কালি পদ্মাক ভাল নোপোৱা বোৰে like এটা কৰা, মোৰ ভাল নলগা হ'ল 😢

    • @jyotimonigogoi7792
      @jyotimonigogoi7792 Месяц назад +7

      Same

    • @user-lm7cr3ex2d
      @user-lm7cr3ex2d Месяц назад

      Akdom harami podma

    • @satyajittalukdar1258
      @satyajittalukdar1258 Месяц назад +3

      P

    • @sangitabonia7418
      @sangitabonia7418 Месяц назад

      Bunori hoi tai kalaa

    • @RahulKonwar-xd2rx
      @RahulKonwar-xd2rx Месяц назад +17

      পদ্মাই লোভ কৰিছে আৰু খংত সিন্ধান্ত লৈছে সেই বাবে বেয়া পাইছোঁ ৷ গুণ গুণ আৰু অধিৰতে ভাল সিন্ধান্ত লৈছিল ৷ পদ্মাই ভূল কৰিছে 😢

  • @himanshudeka4879
    @himanshudeka4879 Месяц назад +521

    আজিৰ খন্দটি চাই কাৰ কাৰ চকু পানি ওলাইছে এটা লাইক কৰা ❤❤❤

  • @NityaThengal
    @NityaThengal Месяц назад +621

    অধিৰথৰ কাৰণে 1 টা like কৰি যোৱা ❤❤

    • @NityaThengal
      @NityaThengal Месяц назад +3

      Thenks you all friends 118 like ❤❤

    • @BarashaAmchi-xs3lw
      @BarashaAmchi-xs3lw Месяц назад +1

      Aji bohut dux lagise moi kandi pelaisu

  • @chayanikadhunu9522
    @chayanikadhunu9522 Месяц назад +71

    বহুত বেছি দুখ লাগিল আজি.......😭😭😭 গুণগুণৰ মাকৰ অহংকাৰৰ বাবেই ইমান বছৰৰ এটা মধুৰ প্ৰেমৰ সম্পৰ্ক শেষ হৈ গ'ল।😭😭😭

  • @user-yi8yh8kq5d
    @user-yi8yh8kq5d Месяц назад +52

    গুণ গুণ 👍❤❤অধিৰথ 👍❤❤ তোমালোকৰ অভিনয় ইমানেই ধুনীয়া হৈছে একেবাৰে সছা কাহিনী যেন লাগিছে ৰাইজক কন্দূৱাই দিলা

  • @biswajitdas7392
    @biswajitdas7392 Месяц назад +169

    গুন গুন কথা মৰমৰ কাৰ কাৰ প্ৰিয় 👍 কৰা।

  • @mamoniborah8809
    @mamoniborah8809 Месяц назад +61

    গুণগুণ আৰু অধিৰথলৈ আজি বহুত দুখ লাগিল । চকুপানী ৰখাব পৰা নাই। বহুত ভাল ছিৰিয়েল এখন উপভোগ কৰিবলৈ পায় নথৈ আনন্দিত হৈছো ধন্যবাদ।

  • @Dhruba_Jyoti__Nath___99
    @Dhruba_Jyoti__Nath___99 Месяц назад +36

    সঁচা ভাল পোৱা যে কেতিয়াবা ঘৰ মানুহ বাবে সফল নহয় তাৰ প্ৰমাণ পোৱা গল। বহুত দুখ লাগিল 🥺❤

  • @janmoni-moni604
    @janmoni-moni604 Месяц назад +132

    বৰ্তমান লৈ ছিৰিয়েল খন চাই এইটো বুজি উঠিলো যে প্ৰেমৰ প্ৰাপ্তি কেতিয়াবা যদি বিবাহ হয় কেতিয়াবা আকৌ ত্যাগ ... মইনা - দৰ্শন প্ৰাপ্তি উদাহৰণ বিবাহ আৰু গুণগুণ - অধিৰথ ত্যাগৰ উদাহৰণ... বহুত দুখ লাগিল আজি কিন্তু এইয়া ছিৰিয়েলৰ ৰূপত বাস্তৱ কাহিনী..❤ অধিৰথ গুণগুণ ❤

  • @ablyricssound9008
    @ablyricssound9008 Месяц назад +245

    কাহিনীটো লিখিছে যি জনে বহুত ভাবি চিন্তি লিখিছে দেই পণাম জনাইছোঁ আপোনাক । সঁচা কাহিনী হয় কিন্তু বহুত মানুহ আছে এনেকুৱা । জিকি নহওঁক মোৰ ভালপোৱা মনত পেলালে আজি😢। মইও এনেকুৱা এটা দিন পাৰ কৰি আহিছোঁ । খালি মাকে কৰা নাছিল ছোৱালী জনীয়ে হে কৰিছিল।

  • @JanmoniGogoi-876
    @JanmoniGogoi-876 Месяц назад +31

    Kune kune sai kandi goisa 😢😢😢 like ata kri juwa gungun aru adhiroth krne

  • @JayamoniBhuyan-yq1yf
    @JayamoniBhuyan-yq1yf Месяц назад +82

    ❤❤❤❤ gungun aru adhirath k val pua hokole eta like kori dibo ❤❤❤❤❤❤❤

  • @user-oq2hd7kt3v
    @user-oq2hd7kt3v Месяц назад +128

    পদ্মাই গুণ গুণ আৰু অধিৰথৰ সম্পর্কটো শেষ কৰি পেলালে। আজি চাই বহুত বেছি দুখ লাগিছে । গুণ গুণ আৰু অধিৰথৰ বিয়া খন হলে বহুত বেছি ভাল লাগিল হয়। ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

    • @ritamoniborah9180
      @ritamoniborah9180 Месяц назад +2

      সঁচা ভাল পোৱা এনে হব নোৱাৰে

  • @sunaliborah9555
    @sunaliborah9555 Месяц назад +76

    অধিৰথ কval puya hokola like kora😢

  • @Kaushik632
    @Kaushik632 Месяц назад +120

    গুণগুণ+ অধীৰথ= বিয়া❤❤❤❤
    নে কি কয় ৰাইজ?

  • @nogenkalita1136
    @nogenkalita1136 Месяц назад +17

    কোনে কোনে এই ধাৰাবাহিক খন এটা খণ্ডও miss নকৰাকৈ চাই like koribo 👇

  • @user-zz7mw3tb1l
    @user-zz7mw3tb1l Месяц назад +145

    আজি অধিৰ্থ দাৰ কন্দা দেখি মোৰো চকুপানী ওলাই গল 😢😢

  • @user-zg6he3rx1k
    @user-zg6he3rx1k Месяц назад +9

    হৃদয় চুই যোৱা অভিনয় ❤

  • @nilimadasdas9694
    @nilimadasdas9694 Месяц назад +108

    এক নম্বৰ হাৰামী পদ্মা

  • @deepanjalibaruah6224
    @deepanjalibaruah6224 Месяц назад +31

    আজিৰ খণ্ডটো চাই বহুত দুখ লাগিলে😢 অধিৰথৰ কাৰণে বেছি দুখ লাগিছে।😢পদ্মায়ে গুণগুণ নক বুজিয়ে নাপালে।

  • @NogenDutta-l6l
    @NogenDutta-l6l Месяц назад +75

    Gun ru anu biya nuhua kne kne bisara 😢 like kora

  • @PunimaBora-wx1lx
    @PunimaBora-wx1lx Месяц назад +12

    আজি কালি প দ্মাক ভাল নোপোৱা হৈছো আৰু অধীৰথৰ লগত তে বিয়া হব লাগিব😊 আৰু অধীৰথৰ লগত হোৱা কোনে বিছৰা লাইক কৰিবা😢😂

  • @dipakar7885
    @dipakar7885 Месяц назад +27

    ছিৰিয়েল খন চাই আজি বহুত দুঃখ লাগিল । কব নোৱাৰাকৈ দুচকুৰ চকুলোৰ নিগৰি আহিল । গুণগুণৰ মাক জনিয়ে লোৱা সিদ্ধান্তক ভাল নালাগিল । আৰু ডক্তৰ জনৰ অভিনয় ভাল নালাগিল ।

  • @jugamayabora479
    @jugamayabora479 Месяц назад +10

    ছিৰিয়েল খন চাই আজি বহুত দুঃখ লাগিল ছিৰিয়েল যে নহৈ সঁচা কাহিনী যেন লাগি চকুপানী ৰখাব নোৱাৰিলোঁ 😂😂 ।আকৌ এনেকুৱা এখন ছিৰিয়েল চাবলে পাম বুলি আশা থাকিল❤❤❤❤❤❤

  • @mainuboruah9223
    @mainuboruah9223 Месяц назад +16

    আৰম্ভণিৰে পৰা আজি পৰ্যন্ত চাই আহিছো সকলোৱে ইমান সুন্দৰ অভিনয়ৰ কৰিছে কবলৈ ভাষা নাই। ছিৰিয়েল খন শেষ হলে বহুত মিচ কৰিম 😂 কিন্তু আজি খন্দটো চাই বহুত দুখ লাগিল 😂সচা অন্তৰেৰে ভাল পোৱা এনেকোবাই নেকি। মানুহে কয় নহ‌য় বোলে বিধিয়ে দিলেও বিধাতাই নিদিয়ে এয়াই প্ৰমান।

  • @Brishtipegu280
    @Brishtipegu280 Месяц назад +12

    অদিৰথৰ নিচিনা বুজি পোৱা ল'ৰা আজি কালি কতো নাপায় 😢😢

  • @Surajtsk4851
    @Surajtsk4851 Месяц назад +20

    এনেকৈ দুটি মন তথা সঁচা প্ৰেম মিলন,সফল হব নিদিয়া ফলত এ এইবোৰ কাৰণে কিন্তু বহু নঘতিব লগা ঘটি যাই শেষত ইয়াৰ পৰিণাম ভুগিব লগা হয় আৰু সংসাৰ সুখৰ নহয় গৈ ফাট মেলি যাই সংসাৰ নহলে আধাতে সংসাৰ শেষ হৈ যায়।।বেছি স্বাৰ্থ লুভী,টকা লুভী,জেদ,কিছু ভুল সিদ্ধান্ত আনক বুজি নোপোৱা এইবোৰ ভাল নহয়, আনৰ ভাল পোৱাত মানুহ সোমাবই নালাগে বুলি এ ভাবো।।এইবোৰ বহু কাৰণত এনেকৈ প্ৰেম বিফল , অন্তৰ ভাঙি যোৱা ফলত যোৰ কৰি সংসাৰ পাতি দিয়া শেষ পৰিণতি বেয়া দিশলৈ গতি কৰে .....

    • @SewaliDas-xl6me
      @SewaliDas-xl6me Месяц назад

      Xasa kotha koisa, kisuman maak deutakor jedor krne ,duta lora suwalir jibon dhongkho kri pelai, aikhn serial r jorioyote o xeitu a proman kribo,aikhnr pora ontoto aitu akha kora nasilu,akou jen bortoman soli thka ghotona hoi jabo, maak deutak bore o utsah pabo mritur dhomki di blgr lgt biyat bohibo sesta korabo

  • @anearu7448
    @anearu7448 Месяц назад +22

    সঁচা কাহিনী যেন লাগিল। অভিনয় কথাতো কবই নালাগে ইমান ধুনীয়া হৈছে সকোলোৰে অভিনয়।

  • @mainanath4481
    @mainanath4481 Месяц назад +32

    আজি চাই কাৰ কাৰ চকু পানি উলালে লাইক কৰা ।😢😢❤❤

  • @DharmendraBorah-or9ps
    @DharmendraBorah-or9ps Месяц назад +13

    সচাঁ প্ৰেম সফল হ'বই,,,,

  • @user-jn3yu4dx9e
    @user-jn3yu4dx9e Месяц назад +17

    Mor logot Mili goisi ajir kahinitu 😢😢😢😢😢🥹🥹❤️❤️❤️❤️❤️💔💔💔

  • @user-jg7jd3xl8h
    @user-jg7jd3xl8h Месяц назад +80

    গুণগুণ চাই ভাল পোৱা সকলে লাইক কৰা ❤❤❤

  • @SleepyJumpingPuppy-jl8rw
    @SleepyJumpingPuppy-jl8rw Месяц назад +10

    গুণগুণ আৰু অধিৰতৰ সঁচা ভালপোৱাক নিমিষতে শেষ কৰি পেলালে পদ্মাৰ এটা ভুল সিদ্ধান্তয়।😢😢😢😢😢😢😢😢আজি খন্দটোৱে দুচকুৰ চকুলু নিগৰাই আনিলে।😢😢😢😢😢😢

  • @user-fr7zc3md8p
    @user-fr7zc3md8p Месяц назад +10

    পদ্মাৰ নিচিনা স্বাৰ্থপৰ মাক জীয়াই থকাকৈ মৰি যোৱাই ভাল

  • @dipuamfiassam7749
    @dipuamfiassam7749 Месяц назад +16

    Love from মৰিগাঁও আজি কিন্তু চকু পানী উলাৰে গৈছে কাৰ কাৰ হৈছে কমেনট like

  • @HarishRay-w9c
    @HarishRay-w9c Месяц назад +8

    ইমান আশাৰে ৰৈ আছিলো গুণগুণ আৰু অধীৰতৰ বিয়াখনলৈ

  • @bantideka823
    @bantideka823 Месяц назад +4

    সঁচাকৈ বৰ দুখ লাগিল কান্দি পেলালো ।অধিৰথৰ কাৰনে বৰ দুখ লাগিছে।পদ্মা ইমান স্বাৰ্থপৰ হ'ব নালাগে।

  • @PinkyGogoi-in7my
    @PinkyGogoi-in7my Месяц назад +4

    অধীৰথলৈ ভাল পোৱা বোৰে এটা 👍 কৰি দিয়া

  • @anearu7448
    @anearu7448 Месяц назад +25

    অধিৰথৰ বাবে বহুত বেছি দুখ লাগিছে। অধিৰথৰ কন্দা দেখি চকু পানী ওলাই গল।

  • @hemantadas6711
    @hemantadas6711 Месяц назад +20

    এয়াই জীৱন , মানুহক help কৰি কি পালে অধিৰথে! একো লাভ নাই কাৰোবাৰ পিছত বেছিকৈ লাগি বা সহায় কৰি 😢😢
    মাথো নিৰৱ আজি মাথোঁ নিৰৱ

  • @mousumiphukan639
    @mousumiphukan639 Месяц назад +3

    এক বুজাব নোৱাৰা অনুভূতি 🥺 এই কাহিনী বোৰ বাস্তৱ জীৱনত প্ৰায় হৈ আছে❤️🥺 ভুক্ত ভূগি জনেহে জানে এই সময়কন কিমান কষ্টকৰ। এটা বুজা চিৰজীৱন বুকুত কহিয়াই লৈ ফুৰিব লগা হয়।। তিনিটা জীৱন ধ্বংস হৈ যায় কেৱল এটা ভুল সিদ্ধান্তৰ বাবে🥺

  • @monuwarakhatoon3699
    @monuwarakhatoon3699 Месяц назад +7

    প্ৰত্যেকৰে অভিনয় বৰ সুন্দৰ হৈছে।❤❤❤

  • @BhagyasriKalita-f8i
    @BhagyasriKalita-f8i Месяц назад +27

    আজি কান্দি গৈছো,ইমান কষ্টৰ পাছতো যে গুণগুণ আৰু অধিৰথৰ দৰে বাস্তৱত হ'লে কোনোবা এজন আত্মহত্যা কৰিব যে খাটাং,বাকী দুজনৰো জীৱন টো আধৰুৱা হৈ ৰল, এনেকুৱা কাৰো লগতে নহয় যাতে😢

  • @tridipborthakur2765
    @tridipborthakur2765 Месяц назад +15

    সঁচা ভাল পোৱা বহুত দুখ লাগিল

  • @Karishmadeka_3366
    @Karishmadeka_3366 Месяц назад +6

    কেতিয়া কান্দি ললো গমকে নাপালোঁ ৰে,, 🥺🥺ধুনীয়া অভিনয়,, 🔥❤️❤️

  • @manikarabha1089
    @manikarabha1089 Месяц назад +2

    সঁচা কৈ বহুত বেছি দুখ লাগিল কান্দি দিলোঁ অধিৰধৰ বাবে আৰু যিটো গান দিছে নকন্দা কে থাকিব নোৱাৰিলোঁ 😭😭😭😭😭😭

  • @nabanath3471
    @nabanath3471 Месяц назад +5

    নাই নোৱাৰো দেই আৰু চাব বুকু খন বহুত বিখাই ও ❤❤❤❤

  • @Gitu502
    @Gitu502 Месяц назад +2

    কাহিনী টো এনেকুৱা হ'ব যে অনুৰাগে পিছত অথিৰথ আৰু গুণাগুণক মিল কৰি দিব।

  • @Karishma-ak
    @Karishma-ak Месяц назад +7

    Bohut besi beya lgil aji 😭😭😭😭emn dhuniya obhinoi jar babe kandhi lolu,,🥺😭nijor lgt jen hoise anekua tenekwa lgise....😭😭😭emn val pai o val puat jukib nuwarile .. adhiroth da aru gungun ba ❤❤❤ 😭😭😭

  • @nilimadasdas9694
    @nilimadasdas9694 Месяц назад +25

    কথাতে কয় মানুহে মাকে হেনো সন্তানৰ মুখখন দেখিলে সকলো গম পায় মইও পাওঁ ; কিন্তু পদ্মাৰ ক্ষেত্ৰত দেখোন ওলোটা ৷ জোৱাই ডক্টৰ লাগে নিজৰ স্বাৰ্থৰ বাবে ৷

    • @Kunjamohomdas
      @Kunjamohomdas Месяц назад

      হয় দেই😊😊

    • @RINKUxFFxYT
      @RINKUxFFxYT Месяц назад

      পদ্মা বহুত জেদী হয়, অহংকাৰী,ভিতৰী স্বাৰ্থপৰ হয় ,ডক্টৰ, আদি ডাক্টৰ নিচিনা বোৰ লাগে তাইক, লেবেল দিব লাগে যে,,,,

  • @pulomadas4191
    @pulomadas4191 Месяц назад +8

    গুণ গুণ আৰু অধিৰথ একেবাৰে সঁচা ঘটনা বহুত দুখ লাগিল-12.30 চাইছো

  • @NnoDas-xb9yt
    @NnoDas-xb9yt Месяц назад +10

    Adhirothole bohut bohut beya lgil 😢ai podma jonie xokolu xekh kori dile 😢 adhirothor aru gungunr biya hb lge plz😢❤

  • @user-fq9ge5gt1d
    @user-fq9ge5gt1d Месяц назад +6

    Bastob sobi. Bhal pua sobore hobo pare kintu bhal pua jon k nijor kori pboloi bhaigyo lagibo. Hei bhaigyo sobore nethake.. ekhomoi t smriti bhurei lgt thki jai..
    Aodhiroth aru gungun r biya khn bRu hekh r fale holeu huwatu bisaru❤

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw Месяц назад +37

    পদ্মা অহংকাৰী হল ডক্তৰৰ টকা দেখি পাগলী হল এই জনি মৰিলেই ভাল আছিল।

  • @Dipika1234-vm5ie
    @Dipika1234-vm5ie Месяц назад +56

    গুণ গুণ বাৰ অধিৰথ দাদা লগত বিয়া নহ'লে বেয়া লাগিব 😢

  • @sumongogoi1138
    @sumongogoi1138 Месяц назад +2

    গুণগুণ আৰু অধিৰথ দুটা কাল্পনিক চৰিত্ৰ যদিও তেওঁলোকৰ ভালপোৱা ত্যাগৰ কাৰণ হোৱাতো মনে নিবিচাৰে। আজি সচাঁকৈয়ে দুখ লাগি গ'ল 😢😢 চাই।। কাৰো জীৱনৰ লগতে এনেকুৱা নকৰক ভগৱানে..!

  • @rupjyotiborah3967
    @rupjyotiborah3967 Месяц назад +4

    কিমান যে কান্দিলো। মোৰ ক্ষেত্ৰতো এনেকুৱা কিছু হৈছিল। বহুত ভাল লাগিল।আকৌ বনাবা দেই এনেকুৱা চিৰিয়েল

  • @juribarmanmakeupartish
    @juribarmanmakeupartish Месяц назад +1

    আজিৰ খণ্ডটো চাই বহুত দূখ লাগিল ।ইমান ধুনীয়া কাহিনীটো।। 😢

  • @rekhaswargiary1954
    @rekhaswargiary1954 Месяц назад +8

    আজি .....মই প্ৰথম বাৰ কান্ধিছো এই চিৰিয়েল খন চাই । সচাঁ কৈ অধিৰথ আৰু গুণগুণৰ অভিনয় ভাল হোৱাৰ লগতে 😢অতি দোষ লগাও।

  • @kankananathmunu7293
    @kankananathmunu7293 Месяц назад +3

    Xosa ka aji sai bohut dukh lagisa o❤😭😭😭😭😭😭😭 bohut kandisu kuna kuna kandisa like kora 😭😭😭😭😭😭♥️🥺😭😭

  • @madhusmitasaikia-ks1re
    @madhusmitasaikia-ks1re Месяц назад +4

    গুণ গুণ এদাই হোৱাত কাৰ কাৰ বেয়া লাগিছে 😢
    কমেন্ত আৰু like এটা 😢

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 Месяц назад +6

    পদ্মাৰ দৰে স্বাৰ্থ পৰ মাক হব নালাগে। মিচাৰ উপৰি মিচা মাতিলে লগৰ কেইজনীক। ইয়াৰ ফল নিজে পাব

  • @palashboruah9447
    @palashboruah9447 Месяц назад +7

    Mur jibon tu anakuwai hol ajiu beya kotha ভাবিব পৰা নাই আৰু নোৱাৰিম নিকে

  • @altabvlogs
    @altabvlogs Месяц назад +2

    এইখন এখন বহুত বেছি ভাল লগা ধাৰাবাহিক gungun❤❤❤

  • @SmilingFreshwaterLake-yu8ri
    @SmilingFreshwaterLake-yu8ri Месяц назад +19

    Gun gun bar mak dekhibole mon nujuwa hol aru

  • @user-fx1fq8mm2p
    @user-fx1fq8mm2p Месяц назад +2

    Gun gun adhirot t kar kar Bea lgise 😢😢😢😢😢💔💔💔💔

  • @user-ot1ic4nl8i
    @user-ot1ic4nl8i Месяц назад +7

    Aji খণ্ড টো চাই কাৰ কাৰ চকু পানি ওলাইছে like ata kori jua

  • @KarinaKalita-xp7cl
    @KarinaKalita-xp7cl Месяц назад +51

    প্ৰেম মানেই প্ৰাপ্তি নহয়♡

  • @dipaphukan61
    @dipaphukan61 Месяц назад +6

    Adhirathe konda dekhi xosakoie bht dukh lagi gol sokupani oliai dile dei 🌸

  • @user-ep1jx1dg6i
    @user-ep1jx1dg6i Месяц назад +6

    Aie dharabahikhane xoklure heart ❤️ sui goise❤❤❤❤

  • @dipankarbordoloi4935
    @dipankarbordoloi4935 Месяц назад +14

    মোৰ বিশ্বাসৰ পৰা পৰা কৈছোঁ যে গুণ গুণ আৰু অধিৰথৰ বিয়া হোৱাতো খাটাং হয়টো ৰাইজক অলপ দুখ দিছে মনদিৰা বাই

  • @babychetia7837
    @babychetia7837 Месяц назад +2

    Very nice adhirot gun gun

  • @user-bz7ff2ie8i
    @user-bz7ff2ie8i Месяц назад +3

    সঁচা ভাল পোৱাৰ জয় হব য়ে মাথোঁ মাজ বাটত বহুত বাধা আহিব সেই বাধা অতিক্ৰম কৰি আগুৱাই জোৱাই সঁচা প্ৰেম। আজিৰ খণ্ডটো চাই কান্দি ললো বহুত দুখ লাগিল সঁচাই 😢😢

  • @GouriGogoi-ym6dl
    @GouriGogoi-ym6dl Месяц назад +4

    পদ্মা চৰিত্ৰটোৱে স্বাৰ্থপৰ মানুহৰ দৰে ব্যৱহাৰ কৰিছে।। স্বাৰ্থপৰ মানুহ বোৰেহে এনেকুৱা ব্যৱহাৰ কৰে।।।

  • @manuranjan2954
    @manuranjan2954 Месяц назад +13

    চব পদ্মাৰ কাৰণে হয় ছে😭😭🙏

  • @dipamaniray1176
    @dipamaniray1176 Месяц назад +2

    আজিৰ খণ্ডটি চাই বহুত দুখ লাগিছে । 😢 কিন্তু অধিৰত দা আৰু গুণ গুণ বাৰ বিয়া হবই ।

  • @karobisaikia3548
    @karobisaikia3548 Месяц назад +3

    Odhirothr কথাত বহুত চকুৰ পানী ৰখাৰ নোৱাৰিলোঁ gungune কিন্তু এইটো ভাল কাম নকৰিলে gungun bor fallto podmaak puwa hole থেকিছি marilu hoy aru হেইজনিক চাব মন নোযোৱা হল আৰু😭😭😭😭😭😭😭😭

  • @user-tg1hk2ig3i
    @user-tg1hk2ig3i Месяц назад +2

    Bohut kandilu ai episode tu sai... adhiratha loi bohut dux lagil😓

  • @rinikavlog130
    @rinikavlog130 Месяц назад +5

    Mur jinbon2 jen gungunor logot mili goise... Kiyo emn dukh o... Kandi goisu... Hoijyo koribo nuwara hoisu... Poti2 manuhr answer kandi kandi dibo mon jai... Kin2 kunua nubuje.. Aji homajot... Hkolua kewol suwali ba buwari jonik dukh dia.... Nuwari enekoi jibon kotabo noh gungun

  • @ytfather21
    @ytfather21 Месяц назад +1

    শেষৰ ফালে অলপ ব্যতিক্ৰমী হৈছে ।ঠিকেই ভাল লাগিছে।

  • @dipaphukan61
    @dipaphukan61 Месяц назад +6

    Gungunor babe aji bht dukh lagile oboseshot makor momotar osorot nijor Prem bisorjon dibo logia hol 💓

  • @Sunita-ve7ll
    @Sunita-ve7ll Месяц назад +2

    Konduai dila aji Adhiroth dada aruu Gungun baa e🥺🥺❤❤

  • @rima8948
    @rima8948 Месяц назад +8

    Moi o Kandi su adhirot dada mor bhht beya lage se 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @BabluAxom1709
    @BabluAxom1709 Месяц назад +2

    এনেকুৱা এটা খণ্ড দেখুৱালে চকুৰ পানী নিগৰি গল😭😭।please ধাৰাবাহিক খন সমাপ্ত নকৰিব।🙏

  • @rajurabha5826
    @rajurabha5826 Месяц назад +3

    Eman dinor vl powa aji Val powa vangi singi sur mar hoi gol 😢😢😭😭😭😭😭😭😭😭buhut beya lagi gol adhirot da

  • @rmk854
    @rmk854 Месяц назад +2

    Gan2 val lagisil o 😌 Adhirathe gungunr osorr pora atori ohar pisr gan2 ♥

  • @PurnimaRajkonwar-ko1cb
    @PurnimaRajkonwar-ko1cb Месяц назад +3

    আজি খণ্ড টো চাই বৰ দুখ লাগিল।

  • @rahulborah4054
    @rahulborah4054 Месяц назад +3

    এই সিদ্ধান্ত বাস্তৱ পৰিণাম ভায়াবহক হব, ইয়াৰ কাৰণ পদ্মা হব

  • @user-jd7zn8wu3q
    @user-jd7zn8wu3q Месяц назад +10

    পদ্মা খুড়ী টকাৰ লুভীয়া হৈ গুণগুণ বা আৰু অধি‌ৰথ দাদা মৰমবোৰ শেষ কৰিলে বহুত বেয়া পাইছো । আপুনি স্বাৰ্থপৰ হৈ গল কিয় এনেকুৱা কৰিলে । 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😔😔😔😔😔😔😔😔😔😔😔😔😔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @user-xi3lh3yx7o
    @user-xi3lh3yx7o Месяц назад +1

    আজি বহুত দুখ লাগিল আধিৰত আৰু গুণগুণ ক চাই 😢

  • @rinkubora6349
    @rinkubora6349 Месяц назад +3

    Excellent and Supper and very nice obhinoie Adhiroth and everybody.Xubhashyea jonalu next serialor baba.

  • @barnaliray8545
    @barnaliray8545 Месяц назад +1

    সঁচাকৈ মন চুই গ'ল🥺❤️

  • @pijutati338
    @pijutati338 Месяц назад +3

    পদ্মা অহংকাৰে মোৰত ধৰিছে এই অহংকাৰ পতন হ'ব এদিন। বাস্তৱতো এনে বহুত মানুহ আছে পদ্মা দৰে যিয়ে নিজৰ লৰা ছোৱালী সুখ নিবিচাৰে অকল নিজৰ সুখটোহে বিছাৰে।

  • @user-pf6xg8gp2g
    @user-pf6xg8gp2g Месяц назад +1

    Best acting hokolure

  • @porishmakbhorali6309
    @porishmakbhorali6309 Месяц назад +2

    পদ্মা জনী স্বাৰ্থ লোভি । দেখিব মন নেজাই

  • @dipokkachari6633
    @dipokkachari6633 Месяц назад +2

    Mojja

  • @villagerboy7281
    @villagerboy7281 Месяц назад +7

    সমাজত ঘটি থকা ঘটনা.... চকু পানী ধৰি ৰাখিব নোৱাৰিলো। সচা ভাল পোৱাৰ মিলন নহয় নেকি বাৰু...? গুনগুনৰ মাকক এটা কথা কও মানুহ ইমান স্বাৰ্থ পৰ হব নালাগে আপোনাৰ বিপদৰ সময়ত অধিৰথে আপোনাক বহুত সহায় কৰিছিল আনকি ড্ৰাগছ ব্যৱসায়িৰ লগত জৰিত হব লগা হৈছিল আপোনাৰ কাৰনে অধিৰথে ইমান কৰাৰ স্বত্তেও অধিৰথলৈ গুনগুনক বিয়া নিদিয়া.... গুনগুন আৰু অধিৰথে যদি আত্মহত্যাৰ পথ বাচি ৰয় ইয়াৰ সম্পূর্ণ দায়ী আপুনি হব। সুন্দৰ চিৰিয়েল আৰু সুন্দৰ অভিনয় বাস্তৱ কাহিণী। ❤❤❤❤

  • @LuckyLoying-vb4kg
    @LuckyLoying-vb4kg Месяц назад +1

    😢😢😢😢😢bhut beya lagise oo❤😢😢😢