Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
চম্পা সঁচাই অদ্ভূত 💙
14:30 "মোৰ কিন্তু দুৰ্ভাগ্য যিহেতু মাতিব লগা হয়" । কি বেদনা লৈ যে চম্পাই হাহে। বাঃ সুন্দৰ উপস্থাপন।
চম্পাৰ কথাবোৰে কন্দোৱাই 😢❤️
কি সুন্দৰ!
bohu apekhyar ontot👌❤️
Moi HS 2nd r year r student...class 8 r porai kitap khn prhisu atiyaloi 9 bar porha hl......priyo kitap❤️ champa❤️ chandan❤️ gouri❤️
শুনি থাকিলে চকুৰ আগত ঘটনাবোৰ ভাহি উঠে।
বৰ ভাল লগা উপস্থাপন ! পাঠ, অভিনয়, সংগীত, প্ৰযোজনা সকলো সুন্দৰ ! ❤️
Bohut val lage huni ..hodai roi thaku hunibo...🙂♥️
প্ৰিয়❤
❣️❣️❣️🥀🥀🥀
প্ৰতিটো খণ্ড বাৰে বাৰে শুনিচো,
চম্পা কথাবোৰ সদায়েই কান্দি কান্দি শুনো ।বুকুখন বোৰ বিষাই।
৩৫ সংখ্যক খণ্ড শুনাৰ বহু দিনৰ বিৰতিৰ পাছতহে আজি পুণৰ ৩৬ সংখ্যক খণ্ড শুনি বলৈ পালো। বাকী খণ্ড বোৰো শুনাৰ একান্ত ইচ্ছা আছে।
অপূৰ্ব
অতি মনোৰম ।
বহুত ভাল লাগে ....
Waiting
যিমানেই শুনো সিমানেই কল্পনাৰ মাজত সোমাই পৰোঁ
♥️♥️♥️♥️♥️
Xuni bohut val paw
🥰😍
❤
Nice
❤❤❤👍
বৰ ভাল লাগে শুনি। তাতে এখন প্ৰিয় উপন্যাস।মোৰ এটা অনুৰোধ, নৈ বৈ যায় উপন্যাসখন পাঠ কৰিবচোন।
'নৈ বৈ যায়' উপন্যাসখন আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে ইতিমধ্যে পাঠ হৈ গৈছে । ইউটিউবৰ পৰা শুনিব পাৰে এতিয়াও । ruclips.net/p/PLyLGCc-qiV12BgEFuGes8NsaS0mRy2tD4
@@chandramadevi5886 অঁ মই শুনা নাছিলোঁ, ধন্যবাদ। 💐💐
শুনি শুনি হেঁপাহ নপলায় ।
❤️
চম্পা সঁচাই অদ্ভূত 💙
14:30 "মোৰ কিন্তু দুৰ্ভাগ্য যিহেতু মাতিব লগা হয়" । কি বেদনা লৈ যে চম্পাই হাহে। বাঃ সুন্দৰ উপস্থাপন।
চম্পাৰ কথাবোৰে কন্দোৱাই 😢❤️
কি সুন্দৰ!
bohu apekhyar ontot👌❤️
Moi HS 2nd r year r student...class 8 r porai kitap khn prhisu atiyaloi 9 bar porha hl......priyo kitap❤️ champa❤️ chandan❤️ gouri❤️
শুনি থাকিলে চকুৰ আগত ঘটনাবোৰ ভাহি উঠে।
বৰ ভাল লগা উপস্থাপন ! পাঠ, অভিনয়, সংগীত, প্ৰযোজনা সকলো সুন্দৰ ! ❤️
Bohut val lage huni ..hodai roi thaku hunibo...🙂♥️
প্ৰিয়❤
❣️❣️❣️🥀🥀🥀
প্ৰতিটো খণ্ড বাৰে বাৰে শুনিচো,
চম্পা কথাবোৰ সদায়েই কান্দি কান্দি শুনো ।বুকুখন বোৰ বিষাই।
৩৫ সংখ্যক খণ্ড শুনাৰ বহু দিনৰ বিৰতিৰ পাছতহে আজি পুণৰ ৩৬ সংখ্যক খণ্ড শুনি বলৈ পালো। বাকী খণ্ড বোৰো শুনাৰ একান্ত ইচ্ছা আছে।
অপূৰ্ব
অতি মনোৰম ।
বহুত ভাল লাগে ....
Waiting
যিমানেই শুনো সিমানেই কল্পনাৰ মাজত সোমাই পৰোঁ
♥️♥️♥️♥️♥️
Xuni bohut val paw
🥰😍
❤
Nice
❤❤❤👍
বৰ ভাল লাগে শুনি। তাতে এখন প্ৰিয় উপন্যাস।
মোৰ এটা অনুৰোধ, নৈ বৈ যায় উপন্যাসখন পাঠ কৰিবচোন।