নয়ন নীলিমৰ সন্মুখত কান্দি উঠিল মডেল কুইন, ষ্টুডিঅ’ত কি ক’লে দুয়োগৰাকীয়ে ?
HTML-код
- Опубликовано: 11 дек 2022
- অৱশেষত মুখামুখি হ’ল নয়ন নীলিম আৰু অভিনেত্ৰী মডেল কুইন
ষ্টুডিঅ’তে নয়ন নীলিমৰ সন্মুখত কান্দি উঠিল মডেলগৰাকী
ষ্টুডিঅ’ত কি ক’লে দুয়োগৰাকীয়ে ?
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ axomlive24
/ @asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#axomlive24digital
#assamlive24digital
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamesenews
#latestnewsofassam
#latestnews
Nayan nilim's PR team is full on fire these days.. Assamese actors are finally learning from Bollywood how to make promotion out of controversy.
সূন্দৰ চিনেমা।।।পিছলে আৰু সূন্দৰ অভিনয় কৰিব পাৰিবা, কিন্তু এবাৰ দাগ লাগিলে আতৰাই আনিবলৈ বৰ কঠিন।।।
Right kotha
Hoi
Pehla pyar Kavi vul nahi sakta,
মোৰ অনুমান ছোৱালীজনীৰ কথা আধৰুৱা হল ৷ মনৰ সত্য কথাবোৰ কবলে পৰা নাই বা কবলে কোনোবাই বাধা দিছে। তাই ভয় খাইছে
Apunar 2 exactly Right ,,, haituwai korilae sob manage kori delae , at least swali joni u manage hoi gol jii hunilu
Exactly
আপুনি ঠিকে কৈছে ❤️👍👍
@@nabajyotiboruah8823 exactly
সাংবাদিক জনক ধন্যবাদ দিব লাগিব।। তেওঁ কথা বোৰ জানিব ৰ বাবে চেষ্টা কৰিছিল ..... কিন্তু নয়ন দাই...🤐
Nayan nilim da ছোৱালী জনীৰ বাবে childhood crush হয়
এইটোতো গম পোৱা গ'ল।
😂😂 lol
Ai kothakhini misa buli Kune Kune vaba,like ata kori diba
😂
🤣🤣🤣🤣🤣🤣
😆😆😆
Misa aeibur first or pora Nayan da aro Queen Bula suwalijonie kothabur beleg beleg koi koise aro xihote nijor video virel korise dorxkok dukh nidibo
💯misa
এটা কথা বুজা নাই যে কুৰিনে কৈছে যে ভিডিওটো মোক বনাব কৈছিল বুলি কৈছে..
কিন্তু কোনে বনাব কৈছিল কিয় বনাব লগা হ'ল সৈই কথাখিনি বৰ ভালকৈ ফুতি নুঠিল.. সকলো কথা খিনি জানিব পৰা হ'লে ভাল আছিল..
Mayur mix Assamese suwa koi dile sob🤣🤣🤣
ইমানো সৰু ছোৱালী নহয় নয়ন দা 😅😅
আপুনি চকলেট দি ভুলাই দিছা বা বা 🤭🤭
যদি আপুনি চকলেট নিদি এপাহ ফুল দিলা হয় নিশ্চয় ছোৱালী জনীৰ মুখত হাঁহি দেখিলা হয় 🤭🤭
😂😂
ছোৱালী জনিয়ে ভাল পাইছিল অন্তৰে অন্তৰে এতিয়া মিছা মাতিছে।
💯 think koisa
New Kam akht misa matise😊😊.moi o akhn cenima bonam kuin mk lgt ahibi hiroin toi hobi🤭😁😁🤗
Right
একপক্ষীয় Prem মত কোনোদিনেই কোনেও সফল হব নোৱাৰে I
Hoi . Tair mate oloa ni
সমাজত ভদ্ৰতাৰ মুখা পিন্ধা মানুহ এইসকল ।
Right 👍👍👍
Right
Absolutely
Right
Right bey
ছোৱালীজনীয়ে ষষ্ঠ সম্পূৰ্ণ মিছা কথা কৈছে তাই অন্তৰে অন্তৰে ভাল পায় । Surely
হচা কথা
🤔🤔
I also think that.
I also think that.
Hsa
সঁচা কথা বোৰ অলোপো স্পষ্ট হৈ নুঠিল যেন লাগিল কাৰণ প্ৰকৃত কথাটো সোধোতেই নয়ন নীলিমে কিবা এটা কৈ সাংবাদিকজনৰ মুখ বন্ধ কৰি থয়।।।
Bohut val lagil abhakot suwali joni aru Naian nilim da aka loga daka go lধন্যবাদ অসম Live 24🙏🙏
কাম নাই আৰু আপোনালোকৰ।আৰু কিবা পাগলামী উলাবনে?
নয়ন দাই আচলতে ছোৱালী জনীক নিজৰ ভন্টিৰ দৰে মৰম কৰে। গতিকে এইটো কোনো বিতৰ্কিত বিষয় হব নালাগে। দুয়োজন ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
He publicity krne use krse taik video t
Tuk kune kole
😃😃😃😜😀
Tai nje koise xudhute so vlke sabo lge tai koise j nyn sir aru lgr keijn mnr kthat bnyse
কোনে কৰিব দিছিল কৈ দিয়া ভন্টি ... তুমি ইমানো সৰু ছোৱালী নহয় নিজে নিজৰ মান সন্মান ত দাগ লগা কথা বুজি নাপাবলৈ |
আগতে কেতিয়া ও তোমাৰ নাম শুনা নাই আৰু এতিয়া আৰম্ভনিতে এজনী ফটোৱা বুলিয়ে চাগে তোমাক ভাবিব ৰাইজে |
😂😂😂😂
suwali joniye xompurna misa kotha koise 🤣 , laj ni klh , suwali jatir xonman hani krise quen bula joniye 😡
@@Smy891 ওম..ঠিকে | তাইৰ কথাত সম্পূণ ধৰা পৰিছে তাই মিছা মাতিছে বুলি |
ভিডিঅ তাই নিজে বনায় নিজে এৰিছে এতিয়া লুটি মৰা কথা বোৰ হে তাইক কবলৈ হেচা প্ৰয়োগ কৰিল |
Tai Gaan Atat Acting korisil..nayanor logot...love Acting Gaan to sale Bujibo pari..so Ai gorakiye Acting r pora Real life xumai gol..tar pisot ayaaa😀😀😀
Asa kta
Jihetu Tai ajoni Saru Suwali 😂😂😂
Tai ajoni Saru Suwali 😂😂
Saru Suwali huwar babe tai ajoni Saru Suwali 😂 kotha to heituyei
Comment Tu val lagil😂😂
🤣🤣🤣🤣
😀😜
একেলগে 5টা লগত sudon খাব পাৰিব, সৰু ছোৱালী নে
যি জনি ছোৱালী সৰু ছোৱালী সেইজনী এই এইজনি 😂😂আৰু এইজনী এই সেইজনি ছোৱালী 😂😂😂
সৰু ছোৱালীৰো আৱেগ থাকে নয়নদা, আপুনি মোৰ প্ৰিয় অভিনেতা আছিল কিন্তু ১৬ তাৰিখ ?
চকলেট পৰ্যন্ত লৈ আহিছে নিচুকাবলৈ ..omg.
🤣
Takeitu
আনিল বুলিয়েই অনাহকত আলচিব লাগেনে এইবোৰ বিষয়ত ... সৰু ছোৱালী তাই
Mojja mojja vl lgl interview.....16 tarikhehe gom pam asol kotha
দৰ্শক ৰ একো ভুল নাই,,,, নিজে নিজৰ ভুল খুচৰি লৈছে,,,,,,যদি ছোৱালী জনি video নকৰিলে হৈ বেলেগ ৰ কথা শুনি আজি ইমান খিনি হব নাপালে হৈ,,,,eatiya কান্দি লাভ নাই নিউজ চেনেল ত গৈ,,,,,, তথাপিও আশীৰ্বাদ থাকিল কুইন লৈ,,, ভাল হওঁক তোমাৰ আগন্তুক জীৱনলৈ,,,,,
🤍
Right
Vitrot ki hoi Tumi jna nki ondhomunikhun.
@@Joy-jq4nv video টো ভালকৈ চাই লব কি কৈছে ছোৱালী জনি,,,,,,,পিছত coment rply dibo
Absolutely
দুইতাই পাগল । গৰু হ'ত । কাম নাই আৰু তহঁতৰ হা ৪২০ ।
Moi ktha ata vbo jdi emn dngr news atai xru xru krbr presional ghrr kajia bilk xdai ake jn mnuh akei ktha khinie dekhai thke mne ki bleg ako nhwa hl nki ea hoise assamr news chnnel. Jdi bleg news nii amr proyto . Dr bhupen hazarikar debor ati songeet অনুষ্টান ayojon krk . Jot nki amr jibilk goar lora swli ase xei অনুষ্ঠান majere tat anogkhogrohon kribo pribo aru aguwai jowat xohai kribo.
😆😆😆😆🥰😂😂😂😂
সাংবাদিক জনে বাৰে বাৰে শুধা প্ৰশ্নত কুইনে " মোক কৰোৱাইছিলে,মোক কৰিবলৈ দিয়া হৈছিলে"" বুলি কোৱাৰ পিছত নয়ন নীলিমে কুইনক উত্তৰ টো দিবলৈ নিদি তাই এজনী সৰু ছোৱালী বুলি কৈ নিজে কিয় কথাটো কৈ আছে। যি কব কুইনক কবলৈ দিব লাগে। যিহেতু তাইক কিছু জনসাধাৰণে Social Media ত Troll কৰি আছে। জোলোঙাৰ মেকুৰী ওলাই পৰিব। আৱেগ, অনুভূতি, অনুভৱ কৰিব পৰা টোত কোনো সৰু ডাঙৰ কথা নাই। কুইনক যদি কোনোবাই ব্যৱহাৰ কৰা কাৰণে আনৰ অশ্ৰাব্য কথা শুনি মানসিক ভাৱে ভাগি পৰিবলগীয়া হৈছে, তেনেহলে তেনেকুৱা ধৰণৰ অশ্ৰাব্য মন্তব্য তাইক ব্যৱহাৰ কৰাবোৰে গাত পাতি লওঁক। মই কুইনক ব্যক্তিগত ভাৱে চিনি নাপাওঁ,কিন্ত এনেকুৱা ধৰনৰ মুক্তকণ্ঠৰ অনুষ্ঠানে জনমানসত প্ৰভাৱ পেলাই।
Right ♥
Queen its okay...just relax,u r so beautiful...and innocent ,just stay busy at ur work...its okay....stay blessed....moving forward with strong mind n dedication is a true path ..just go ahead...we all lov u...
কুইন তোমাৰ ভাল হব
জীৱনত আগবাঢ়ি যাবলৈ হলে প্ৰথমে অলপ বদনাম হযেই মন বেয়া নকৰিবা আগবাঢ়ি যোৱা সফল অনিবার্য
আৰু নয়ননীলিম দা আপোনাৰ অভিনয় ও চাই ভাল লাগে আপোনালোক দুয়ো কে শোভেছা জনালো🙏
নিজৰ বদনাম নিজেই আনিছে? #dkdipakkumar
Yes you are right.
19 বছৰৰ যদি তাই সৰু ছোৱালী একো নাজানে, 16 বছৰীয়া হোৱা হ'লে কথা বেলেগ আছিল 😂😂😂
😂😂
সাংবাদিকজন ভাল লাগিল।। আগুৱাই যোৱা
ভাল লাগিল সাংবাদিক জন স্পষ্টবাদি ❤️কিন্তু একো বুজি নাপালোঁ😒
😂😂
🤣
Toi hoti habitri..eku buji npo kotha koise sa...konar agot nanghot huwa nisina..mnhbr emnu murkho nhy jj😕😕
,😀😀😀😀😀😀😀😀😀😀😀😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😀😀😀😀😀 bohut bhal palu deii video2 sai..obhinoy kebol cenima r majte nathaki basthob2 korila hei karne val lagil...😀😀😂 ..val msg ata diyar babe dhyanabad..agoloi eyatkoi alp val obhinoy sabloi pam buli akha thakil..
Suwali jonik xudha ktha buror answer to tai diyar agote nayannilim a ktha Tu kati pelai beleg koi loi jai ase.. Taik kowar xubidha kon O diya nai😢
Edit- jetia tai prakax korile je nayannilim aru tekhetor team jorit asile buli tetia nayannilim r mat nhowa hoi gol aru kole je ki kom moi😂
জুইৰ আগত মম আৰু নাৰীৰ আগত পুৰুষ গলিবই 😀😎😂😀
Nari dekhile gola purukh nohoi bhado mahor pogola kukur
Ki mne eya
Golmaal he sob Golmaal he bhai..cbi ko bulana saahiye investigation ke liye😃
🤣🤣
Sob nogole
নয়ন নিলিম মানুহটো কিবা হজম কৰিব নোৱাৰি ।ছোৱালী জনী অন্তৰ খন দহি অাছে যেন লাগিছে।
ৰহস্যৰ আঁৰত। কান্দোনৰ পৰাই সকলোবোৰ বুজিব পৰা যায় মানুহবোৰ মূৰ্খ নহয়। কোনেও নিজৰ বদনাম নিজে নকৰে। কিবাটো কথা আছে নিশ্চয়।....
হয়টো Face ভেলো বনাবলৈও এইবোৰ কৰিব পাৰে। সস্তীয়া পথ বাছি লৈছে Famous হবলৈ।
#সামাজিক মাধ্যমত যদি নাথাকে তেন্তে টিভিৰ পৰ্দাত কিয়া আহে?। অতিপাত অহংকাৰে পতন আনে। এই কথাষাৰ মনত ৰাখিব লাগিব।
এইবোৰ আছল নাটক
This is called one sided love channa mereya mereya channa mereya mereya channa mereya mereya oo piya 🥲🤣🤣🤣
চলাইৰ কাঠি জুইৰ ওচৰত আনিলে জ্বলিবʼই দাদা এই কথা খিনি ভালকৈ পৰিশোধন কৰিব লাগে 🙏🙏🙏
God bless you vonti 🙏 আগুৱাই যোৱা
সৰু ছোৱালী সৰু ছোৱালী বুলি কৈ নয়ন নিলিমে ফোফলা কৰি দিছে
😂😂
@Priyanka Vlogs সঁচা কে কৈছোঁ
Duita adha pagol🤣🤣 nayan nilime nijoke bht salu manuh buli vabe, he j suali jonik xikai anise ami gom pua nai aru no
😆😆
Noyan ata mosto sane kla nex vido nasau tar kla
Nayan nijk val bule bhabe. Nijor bhul aase nayanor. Sur hoi
Haha🤣🤣🤣🤣🤣🤣
Hoi duita adha pagol
নতুন চিনেমা অথবা গান এটা আহিলেই তোমাৰ এনেকুৱা প্ৰেম কাহিনীৰ জন্ম পাই নিকি বন্ধু
নয়ন নীলিমৰ পাব্লিচিটি নাটক কিমান চাবা আৰু...যি তি কৰি থাকে...ignore কৰিব লাগে ইয়াক
যদি নিজেৰ ইচ্ছাত video টো upload কৰা নাছিল তেনেহলে কিয় FIR দিয়া নাই
Aiu ❤️❤️❤️
সুন্দৰ এটি কাহিনী ভাল লাগিল।
জনপ্ৰিয় হোৱাৰ নতুন কৌশল অৱলম্বন নহয় জানো নয়নদা । মানুহ যে কিমান তললৈ নামিব পাৰে ,,মোখ খন মানুহৰ আগত আগতিয়াকৈ চিনাকি কৰি দিলেহে পাছলৈ আপুনিও লাভৱান হব। এওঁৰে আপোনাৰ সগত লিলিমাই চলি আছে বৰ্তমান গম পালো বাৰু ।
চাই আছোঁ শুনি আছোঁ বুজি হলি একো নাপালোঁ ধেই
Same
Finally gm pua gl j nayan nilim a video 2 bnabole dixile taik 🤣😱😱
🤣🤣🤣🤣muru anekuai lgise
@@raniangelinsta8756 গোটেই সাংবাদিক মূখাকে টুপী টো পিন্ধাই দিলে।🤣 সফল সামৰণি।
Vhonty kotha ata kow dei beya napaba.....bodnam kintu tumi he hola bujila...kotha neje kua aru tumak kunubai kotha koboloi deyat pathkiya ase🙏
Asom live please don't waste time of audience.. There are lots of good news .. please try to focus on inspirational news
Really drama man😂😂 chocolate🍫 Tu mne dibole loia anisile 😅
Emn morom krile feelings ahiboi
🤣🤭🤭
😃😃😃
Bad diya he queen june ji koi koi thakib diya..tumak janu nohoi kenekuya suyali tumi ..ami ake lge phrisilu ..dekhi val lagil tumak bhut dinr mrt 😘😘
ভন্তী জনী মনৰ কথা ভাল দৰে ব্যক্ত কৰিব পৰা নাই তাই ভয় কৰিছে ।ভয় নকৰিবা সচা কথা কবলৈ।
নিউজ বোৰৰ আৰু বেলেগ খবৰ নোহোৱাই হল নেকি বাৰু ৷ চালা তহতৰ এইবোৰ চাবলৈ পইচা খৰচ কৰি টিভিৰ ৰিচাৰ্চ কৰো নেকি হা ৷ ধুত কেলা
TV tu sua mobile otu sua 😅
🤣🤣👍👍
Chanel Change kora option u ase
Ai bur channel k ami sable Ari ai dibo lage..ru bht ase fal2 talk show kra..ami jiman Sam hihotor himan trp hb n poisa pabo..so ami saboi aribo lage..Moi ajir pra nasau aibur channel..raije nokh jukarile noi boi jai
ভাল লাগিল সকলো স্পষ্টকৈ ৰাইজক জনোৱাৰ বাবে ।
ভাগি পৰিছে সঁচা কিন্তু নয়ন দা আপোনাৰ কাৰণে তাই আপোনাক চাগে বৰ বেলেগ কৈ ভাবি লৈ আছে কিন্তু আপুনি ধৰিব পৰা নাই আপুনি খেইটো নভাবিলেও তাই কিন্তু ভাবে খেইতো সঁচা যদি মোৰ কথাখিনি ভুল হোৱা নাই তেন্তে like এটা কৰি যাওক
দুয়োৰে মাজত কিবা এটা টো আছে.হয়তো Love মোৰ কথাত কোন কোন এক মত like কৰা
Netpack bhorabo nowara holu sun ajikli😭😭😭ai al bl blkr babe mb bor anei goi ase.case kori dm bapeke.
Relation আছিল এতিয়া মিছা কৈছে
দুইজনৰ মাজত short ফিল্ম আহিব নেকি নয়ন দা
🤣🤣
Love From Borsola 💜❤️🩹
কমেন্টবোৰ পঢ়িয়েই গম পাইছো কিবা এটা আকৌ ফটুৱামি হে কৰিছে চাগে এইকেইটাই । এনেয়ে ম'বাইলৰ ডাটা খৰচ নকৰোঁ তেনেহলে 🙄🙄
Good girl
Go ahead
ইমান সৰু কথা এটা বিষেশ"কৰি"কৰিছেে কাম নাই
Baht maram laga 🥺♥️
প্ৰেমে নামানে বয়সৰ সীমা
প্ৰেম যে নোহোৱাকৈ নাই থকা
মানি লব অলপ টান
নয়ন দা মানুহ জন যিমানে ধুনীয়া তেওঁৰ মনটো সঁচাই ধুনীয়া
ইমান মৰম দিছে সৰু ছোৱালী জনীক সঁচাই ভাল লাগি গ'ল
বাকী মোৰ কবলগা একো নাই। কিন্তু এইবাৰ যে কুইনক ভৃগু কাশ্যপৰ গানৰ ভিদিওত দেখা পাম সেইটো খাতাং।
😂
Oh bhai 🤣🤣🤣🔥🔥
🤣
🤣🤣
😂😂
চব কুছ গুলমাল হে🤣
Ki 16 December 16 December koi ase..Mr Nayan nilim nijok besi hero vbibo nalage..ulta plta kambur kori furibo ru Kobo ahe 16 December ot gom pabo..kaam nai Kia sob..njr boyokh tu sailobo olp
নায়ন দা আপোনাক বহুত ভাল পাওঁ, কিন্তু মাই এটা কথা যানো, জিৱন এদিনীয়া, উতিঅহা কাৰোবাৰ জীৱনত দুখ নিদিবা ,জিৱনত , ,,,,,,,নাপাবা মাই জানো ছোৱালী এজনী বহুত দুখ আছে, নয়ন দা আৰু নয়ন দা মাক , মাই কব বিচালো নয়ন দা আৰু কুইন ভাবিচত একেলগে থকাতো ,
Hosa kotabur lukai gol jen lagi se mur 😅
Ki Suwali actually ei Joni.......birat critical Suwali
Suwali r tema2 t aku nai..blg kribo dile buli ai nijor bodnam kri dile..tai asolote full pagoli
Name Or fame👍👍👍👌👌👌
Good promotion strategy 👍👍
ছোৱালী জনিয়ে কিবা এটা হেঁচাত কৈ আছে , তাই hosake ভাল পাইছিল , তাইৰ চকুত hosa ভালপোৱা আছে ।
Misa
16 December ot duyu jone kora video tu release dbo sage ❤️aru atya planning bonaise keneke viral koribo paru 😀
ছোৱালী জনী বহুত দুখত আছে যেন লাগিছে।
Noyon nilime চিনেমা খন প্ৰচাৰ কৰোঁতে শ্যামন্তিকা ৰ লগত shou পাতি আঐ দেহি পুতৌ patro হৈ promution মাৰিলে, shyamon বাক বেয়া hojai,,,এতিয়া এইজনীক,,,ছোৱালী জনীয়ে মিছা মাতিছে,,,,,,তাইৰ ভিডিঅ টো আৰু এতিয়া কথা খিনি মিলা নাই,,,,আৰু ই নিজকে চালাক বুলি ভাবে,,,,,
Eijonor lgt xhodai tenekuai hoi neki,agote shayamantika Sharma'r lgt kiba kibi xhunisu eibur ki mane?
হেইতো নয়ন দাই জানিব আৰু😣
Ha ha
Sahii khel gyii😅sir bule set😅
তাইক নয়নে ভিদিও বনাব দিছিল নয়নৰ promutionr কাৰণে।তাই ভিদিঅ চাই মানুহে যাতে এক্সাতেত হৈ থাকে চাও চাও কৰী তেতিয়া হে মানুহে 16 তাৰিখে কিনো হৈ বুলি চাব আহিব
40.59 Minitor Full Video Salu Atai Kotha Dekhi lu সাংবাদিক জনে ভয়ে ভয়ে কথা বোৰ কৈছে কিয় অলপ বেছিকৈ 💵 দিলে নেকি বাৰু. নয়ন Da যি কলে কথা ঘূৰাই দিয়ে.. ১৬ ডিচেম্বৰত গম পাম কি কোনো হয়... Waiting For 2 Days Letar....
সৰু ছোৱালী ।ভূল হৈ গল ।একো নাই । এতিয়া অলপ ভাৱি গুণি কামবোৰ কৰিবা । যিহেতু তোমাৰ এটা সুন্দৰ ভবিষ্যত আছে ।সময় বাগৰাৰ লগতে এইবোৰ সকলো ৱে পাহৰি যাব আৰু তুমিও পাহৰি যোৱা ।এতিয়া সকলোৱে আছল কথাতো বুজি পাইছে ।
OMG after seeing this video everybody knows who is right.....Nayan da eitu interview dbo nalagisil ..manuhor majot vl hoi asil bt ai video tu sai gom Palu apuni taik force korise kotha khini kabole ...napai Oo ...# Queen Full support 🙏♥️
Bodmas hoi sala Nayan presure dise
Miss understanding logote kisuman bikrito manokhitar manuhe khoru ghotona etka nijr istare uluta puluta k uposthapon krar babey hoise ankwa..aku nai
Duyure Future tu val houk nijr own wayt take kamona krsu
ভনটী তুমি হতাশ নহবা.তোমাৰ সোনালী জীৱন টো আগোৱাই লৈ য়োৱা.ভগৱানে তুমাক সফল কৰিব.
Critical matter ....doesnot matter ..
Thanks Nayan da I love you
Kune kuwa hoisil dum ase jodi koi nidiye kiyo??noyan nilime taik use korile etya taik enkoi kobloi badhya korise
দোয়োজনে নাটক কৰি আছে এনে মিছা মিছি মানুহক পাগল কৰি আছে 16 Dec,....কিবা ৰিলিছ দিব ছাগে এইটো বিষয়ত
Good
তাই ইমান সৰু ছোৱালী নহয় কাৰণ তাইৰ 19 বছৰ, ভোটাৰ অধিকাৰ লাভ কৰা এজনী প্ৰাপ্ত বয়স্কা ছোৱালী। নয়ন বনৰা 16 তাৰিখে কাৰ মুৰ টো দিব সি হে জানে তাই টো একো নাজনেই বোলে। চকলেট দি অয় ৰোম নিব 😀😂
সাংবাদিক জনলৈ বহুত বহুত শুভেচ্ছা থাকিল আগুৱাই যাওক বহুত বহুত মৰম 🥺❤️
Very teenager girl.... Ohhhh
She’s under pressure!
Yaa
Every word & sentance from Nayan da is logical...but so much logic is not good.....Even Nayan da is not allowing her to reply properly. It should be cleared from both side.
Nice
Duita majot akhon short film ahi ase kes tu heitue ..aru amk aii duitai amak burnok bonai ase 😂😂 🤣
I lv u kuin bhorali...😊😊nyan nai jodi moi asu😘😘
🤣🤣🤣
Social Media Sites Tu Kene Use Koribo Lage Kuntu Time Ot Nayan Da Aji Khikale
Nayan da last mohment chocolat diya sai mojja lagil.
Kihor natok eibor?...
Love r natok
16ডিচেম্বৰৰ উপহাৰ টো লগত কুইন জৰিত আছে নেকি সোধোতে নয়ন নিলিমে কিয় সাংবাদিক জনক তুমি একেটা কথাকে টানি আছা বুলি কৈ প্ৰশ্নটোৰ পৰা ফালৰি কাতিব বিচাৰিছে
Karon tumar ma jorit hoi asy