LIVE | Akhil Gogoi on Assam Accord Clause 6: বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ সমালোচনাত্মক বাখ্যা অখিল গগৈৰ

Поделиться
HTML-код
  • Опубликовано: 29 сен 2024
  • Akhil Gogoi on Assam Accord | অসম চুক্তিৰ ৬নং দফাৰ কাৰ্যকৰী প্ৰসংগত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া ডিব্ৰুগড়ত।
    এই প্ৰতিবেদন খনে যথেষ্ট কথা কৈছে যদিও প্ৰতিবেদন খন সম্পূৰ্ণ কাৰ্যকৰী কৰিলেও অসমৰ ৰাইজৰ মাটি আৰু সম্পদৰ সুৰক্ষা ক্ষেত্ৰত ব্যৰ্থ হৈছে।
    সম্পূৰ্ণ কাৰ্যকৰী কৰিলেও অসমৰ ৰাইজৰ ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক
    সামাজিক পূৰ্ণ পৰ্যায়ৰ সুৰক্ষা কবচ কেতিয়াও লাভ নকৰে বুলি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অখিল গগৈয়ে।
    আনহাতে কেন্দ্ৰীয় চৰকাৰেও এতিয়া লৈকে শৰ্মা কমিটিৰ প্ৰতিবেদন গ্ৰহণ কৰা নাই বুলি লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই প্ৰতিবেদন গ্ৰহণ আৰু ৰূপায়ন হ'লে অৱশ্যে কিছু কাম হ'ব বুলি কৈ অখিল গগৈয়ে সাংবাদিকৰ আগত বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ সমালোচনাত্মক ব্যাখ্যা আগবঢ়াই।
    #news18assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #akhilgogoi #assamaccord #raijardol #justicebiplabsarma
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 7

  • @princeeboroo6898
    @princeeboroo6898 День назад +2

    B k s আৰু aasuৱে অসমিয়া ৰাইজক ঠগিছে নেকি?

  • @kamaleswarbordoloi993
    @kamaleswarbordoloi993 День назад

    বহু দিনৰ পিছত অশিলুদ্দিনে বৰ ভাল কথা কৈছে । খিলঞ্জীয়াৰ স্বাৰ্থত চৰকাৰৰ বিৰোধীতা বাদ দি কেন্দ্ৰীয় চৰকাৰক সেউ মনাব লাগে ।

  • @amlanjyotiphukon4171
    @amlanjyotiphukon4171 День назад +3

    Kotha tu misa kua nii akhil uddin a... I am totally agree👍

    • @pankajdutta9131
      @pankajdutta9131 День назад

      শিলচৰৰ ১১ জন লোকৰ মৃত্যু হয় আৰু বাংলা অসমৰ ২য় চৰকাৰী ভাষাত পৰিণত হয়। পূব পাকিস্তান/বাংলাদেশৰ পৰা অহা অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে আৰু অসমৰ খিলঞ্জীয়াৰ অধিকাৰৰ বাবে নিজ ভূমিত প্ৰতিবাদ কৰি ৮৫৫+ জন লোক শ্বহীদ হ'ল কিন্তু কি পালে অসমীয়াই?

    • @pankajdutta9131
      @pankajdutta9131 День назад

      বৰাক উপত্যকাৰ তিনিখন জিলাক সকলো সময়তে পৃথককৈ উল্লেখ কৰি কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিক অসমৰ পৰা আঁতৰাই পঠিয়াব খোজা হৈছে নেকি? প্ৰয়োজন আছিল উক্ত জিলা কেইখনত বাস কৰি থকা অবৈধ অনুপ্ৰবেশকাৰীক চিনাক্ত কৰি নাগৰিকত্ব কৰ্তন কৰা! (কেৱল টকা উপাৰ্জন কৰিবলৈ ৰাজনীতি কৰা সকলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত হোৱা অনুপ্ৰবেশকলৈ চিন্তিত নোহোৱাটো স্বাভাৱিক!)

  • @skylerjacob4425
    @skylerjacob4425 38 минут назад

    Miya kela bhaag, akhil

  • @PankajRay-oz3uz
    @PankajRay-oz3uz День назад +1

    Aijon mia suporter