জাতিক বিক্ৰী কৰিবলৈ "কা" অনা হিমন্ত চৰকাৰৰ কামত কি ক্ষেত্ৰত ইতিবাচক দেখিলে আছুৱে?

Поделиться
HTML-код
  • Опубликовано: 28 сен 2024
  • ⛔জাতিক বিক্ৰী কৰিবলৈ "কা" অনা হিমন্ত চৰকাৰৰ কামত কি ক্ষেত্ৰত ইতিবাচক দেখিলে আছুৱে?
    ⛔জানি-বুজি নিমাতী কন্যাৰ ভাওত অৱতীৰ্ণ হৈছে নেকি আছুৰ শীৰ্ষ নেতৃত্ব?
    ⛔ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হিমন্তবিশ্বৰ পাকচক্ৰ বুজিও অবুজন নেকি আছুৰ নেতৃত্ব?
    ⛔কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰাৰ ক্ষমতা থকা প্ৰতিবেদন এখন কেনেকৈ হিমন্ত চৰকাৰে ৰূপায়ণ কৰিব?
    ⛔ৰাজ্য প্ৰশাসনে সামান্য অৰ্ডাৰ এটা পাছ কৰাই কৰিব পৰা কাম এটাৰ বাবে কমিটিখনৰ জানো প্ৰয়োজন আছিল?
    ⛔অসমীয়া-খিলঞ্জীয়াক সাংবিধানিক সুৰক্ষা কৱচ, চাকৰিৰ ক্ষেত্ৰত আসন সংৰক্ষণ, বিধানসভাত আসন সংৰক্ষণ এইবোৰ বিষয় গুৰুত্বসহকাৰে লোৱা নাই কিয় আছু আৰু হিমন্ত চৰকাৰে?
    ___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

Комментарии • 104

  • @aqua8245
    @aqua8245 22 часа назад +31

    আছু আজি আছু হৈ থকা নাই

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 22 часа назад +20

    কা আন্দোলন পিছতে আছুক ৰাইজে বুজি পালে লোককে দেখুআই কেতাহি মাৰিবা ভিতৰি নেৰিবা বেথা

    • @bhabendoley6151
      @bhabendoley6151 11 часов назад

      সৰ্ব লাজ পোৱা উচ্চিত।মাপি কুজা যোগ্য নাই।কিয় অসমৰ ৰাইজে জাতি ভেটি মাটি ক লৈ চকীত বহলে।কিন্তু চকী আনক সমজালে । ৰাইজৰ আশা পানী হল।বণিয়াৰ আগ্ৰাসন অসম শেষ।

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx 22 часа назад +15

    সঁচা কথা। 2026 নিৰ্বাচনী পাৰ হোৱা পৰিকল্পনা কৰিছে । তাৰ পাছত ফুটোকা ফেনত পৰিণত হোৱাটো খাটাং ।

  • @ShgVkg
    @ShgVkg 22 часа назад +13

    ৰাজনৈতীক দলৰ ষৰযন্ত্ৰত পৰি আছুৱে যাতে নি জক পাহৰি না যায়।

  • @janardonbora2795
    @janardonbora2795 22 часа назад +19

    বিজেপি হাৰিব 26 ত

    • @RakibAhmed66
      @RakibAhmed66 20 часов назад

      হাঁহিলো হে প্ৰভুক চিন্তি

  • @bipinchandraphukan1452
    @bipinchandraphukan1452 22 часа назад +28

    কথা বোৰ তেনেই সচা। উদ্দেশ্য '২৬ ৰ নিৰ্বাচন।

  • @raktimborthakur2455
    @raktimborthakur2455 22 часа назад +14

    ৬৫ বছৰীয়া নাবালক ছাত্ৰনেতা জনে বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আহিছে।

    • @afazulhoque4032
      @afazulhoque4032 21 час назад

      অসমত ছাত্ৰ নেতাৰ অভাৱ হৈছে নেকি ? এই ৬৫ বছৰ বয়সৰ নেতাজন অসমৰ অভিভাৱক হৈছে একমাত্ৰ অসমীয়া মানুহৰ দুৰ্বলতা আৰু সৰলতাৰ বাবে।

  • @NurulIslam-xe1vc
    @NurulIslam-xe1vc 21 час назад +10

    ১০০ঃসচা আলোচনা আছু ৰ উপদেষ্টা সমজজুল ভট্টাচার্য কাম কায সন্দেহ ৰ আবৰতত

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 22 часа назад +15

    ৪ বছৰে মনত নপৰিল এই কাৰ্ড খন ২০২৬ ত কামত লগাম বুলি থৈছিল ২০১৪ আহি এজনে ক'লে ১৬ মে বাঙলাদেশি তোপোলা বান্ধিব

    • @afazulhoque4032
      @afazulhoque4032 21 час назад

      আপোনাৰ কথাত ময়ো একমত প্ৰকাশ নকৰি থাকিব নোৱাৰিলোঁ। কিয়নো বিদেশী আমাৰ অসমীয়া মানুহৰ এটা গধুৰ সমস্যা। যেতিয়া প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ১৬ মে তাৰিখৰ পৰা বিদেশী তালি- টোপোলা লৈ অসমৰপৰা যাব লাগিব বুলি কৈ কিয় ভোট লৈছিল । ইয়াৰ উপৰিও কা খন কিয় আমাৰ অসম চৰকাৰে মানি ললে।

  • @IkramAli-t6l
    @IkramAli-t6l 21 час назад +9

    আছু আজি আছু হৈ থকা নাই কাৰোবাৰ পকেটত খুমল

  • @UjwalDoley-t1g
    @UjwalDoley-t1g 22 часа назад +11

    26 election

  • @guptasarmah8949
    @guptasarmah8949 22 часа назад +23

    যিয়ে হিমন্ত বিশ্ব শৰ্মাৰ কুটিল পাকচক্রত পৰি তেওঁৰ ফান্দত ভৰি দিব, সিয়ে জুইত চগা পৰাৰ দৰে পুৰি ছাই হ'ব।

  • @dipakbaruah8987
    @dipakbaruah8987 22 часа назад +7

    Article - 370 কাশ্মীৰৰ পৰা আতৰাই দিয়া হ'ল, এতিয়া অসমক প্ৰয়োজন Article - 371 ৰ জাতীয় সুৰক্ষাৰ কাৰণে । এই বিলাক কেন্দ্ৰীয় চৰকাৰৰ সন্মতি নহ'লে অসম্ভৱ । দেৰ বছৰ পিছত অসমত বিধানসভা নিৰ্বাচন আৰু তাৰ আগে আগে এই নতুন ইছু এটা CM এ সন্মুখত লৈ আনিছে । যিজন CM এ পৰিয়ালৰ বাবে বৰ্তমানো মাটি, চাহ বাগিচা, বিদ্যালয় বা ৰিজৰ্ত জাতীয় ব্যৱসায় বিচাৰি ফুৰে সেই জনে জাতিৰ কাৰণে কিবা কৰিব জানো ? AASU ৰ নিচিনা সংগঠনেও সেই জন CM ৰ কথা শুনাটো বৰ লাজৰ বিষয় । নতুন ইছু এটা মোৰ ফালৰ পৰা CM sir ক দিবলৈ বিচাৰিছোঁ, যিহেতু মিঞা সকলৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈছে পুৰণি আন্দোলন এটা নতুন কৈ কৰক " নছবন্দী কা তিন দালাল- ইন্দিৰা,ৰেড্ডী,বংশীলাল"

  • @AbdulRahman-p1u5d
    @AbdulRahman-p1u5d 22 часа назад +6

    মোটা আঙ্কৰ সোপা মাৰিছে।মুঠতে ২৬ ৰ বৈটৰণি পাৰ হবৰ বাবে প্ৰতিবাদি ফুটাবোৰত মোটা আঙ্কৰ টোপোলাৰে সোপা মৰা কাম আৰম্ভ কৰিলেই।

  • @ashiqahmed1375
    @ashiqahmed1375 22 часа назад +5

    100 PER CENT TRUE, AASU HAS TAKEN MAAL FROM BJP.......BJP HAS BEEN TRYING HIS BEST TO COME AGAIN IN THE THRONE BY HOOK OR CROOK BY USING....... PEOPLE HAVE BRAIN TO UNDERSTAND.......

  • @hndekari8011
    @hndekari8011 20 часов назад +4

    কাহিনী যদিও বাস্তৱিকতে সেয়া ঘটিব ধৰিছে ৷ দুডাল শুৰ থকা হাতীৰ উপদ্ৰৱত জনসাধাৰণ অতীষ্ঠ ৷৷

  • @abdulmannaf5519
    @abdulmannaf5519 21 час назад +4

    আসমীয়া মানুহে কিয় এই বোৰ সংগঠনক এতিয়াও বিশ্বাস কৰি আছে বুজিব পৰা নাই। বাৰে বাৰে বিশ্বাস ঘটকতা কৰি গৈ আছে।

  • @madhisonowal9945
    @madhisonowal9945 21 час назад +4

    নিৰ্বাচন আহিলেই বহুত প্ৰতিশ্ৰুতি চৰকাৰী পক্ষ ৰ পিছত ফুতুকাৰ ফেন।

  • @HaidorAli-mq2yt
    @HaidorAli-mq2yt 21 час назад +4

    কা আইন বলবৎ কৰাৰ পিছত ছাত্ৰ সন্থাই কি লোভত পৰি 6 নম্বৰ দফা কাৰযকৰী কৰিলে কি লাভ হব বুলি ভাবিলে।

  • @Nilu-q3s
    @Nilu-q3s 22 часа назад +5

    Hundred percent correct

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 21 час назад +3

    অসমৰ মুখ্যমন্ত্ৰী কোনো কামৰ মুখ্যমন্ত্ৰী নহয় তেওঁ দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাজনীতি মুখ্যমন্ত্ৰী তেওঁ পত্নী ৰিনিকি ভূঞা শৰ্মা ৰাজহুৱা সম্পত্তি মালিক গোটেই অসমতে ভূমি কেলেংকাৰী

  • @DipendraTakam
    @DipendraTakam 22 часа назад +3

    Asomiyar hit chinta ko BJP CM a CAA implement korile .atiya 6no. Dofa rupayan korar protisruti di 2026 r deona par Kora top matho

  • @taradoi7957
    @taradoi7957 21 час назад +2

    মোৰ দৃষ্টিৰে-------------বহুবোৰ কাৰণত অসমৰ জনসাধাৰণে আজিৰ তাৰিখত সদৌ অসম ছাত্ৰ সন্হাক বিশ্বাস নোলোৱাই ভাল । বহু দেখিলো , বহু শুনিলোঁ , বহু বুজিলোঁ সেয়ে মই কৈছো ।

  • @debakumar5124
    @debakumar5124 21 час назад +2

    অল্প বিদ্যা ভয়ঙ্কৰী, AASU এতিয়া অপৰিপক্ক,,,,

  • @hndekari8011
    @hndekari8011 20 часов назад +2

    যি দেখা গৈছে; ডবল-ইঞ্জিন বিজেপি চৰকাৰে অসম-চুক্তি তথা বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি দলীয় ৰাজনীতিত লিপ্ত হৈছে ৷ ইয়াৰ মূল কাৰণ হ’ল অসম চুক্তি স্বাক্ষৰিত হৈছিল কংগ্ৰেছ চৰকাৰৰ আমোলত আৰু এই চুক্তি ৰূপায়িত হ’লে কংগ্ৰেছৰ মূল্য বৃদ্ধি পাব যিটো বিজেপিয়ে কামনা নকৰে ৷ আনহাতে; প্ৰতিবেদনখনে যিহেতু হিন্দু-মুছলমান উভয় বিদেশীকে আইনতঃ বহিষ্কাৰ কৰিব লাগে যদিও হিন্দু বিদেশীক বহিষ্কাৰ কৰাৰ পৰিপন্থী বিজেপি চৰকাৰ ৷
    দুখৰ বিষয় যে আপোচকামী আছুৱে অৱধাৰিতভাৱে এই দিশেৰে গতি কৰি আহিছে আৰু সচেতন মহলে সেয়া দেখি আহিছে ৷
    সাম্প্ৰতিক প্ৰেক্ষাপটত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু কংগ্ৰেছৰ কৰ্মী ৰূপা কলিতায়েও বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন তথা অসম চুক্তিক লৈ চলা ৰহস্যজনক স্থিতিৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে যিখিনি প্ৰণিধানযোগ্য ৷
    মুঠৰ ওপৰত অসম চুক্তি ৰূপায়নক ৰাজনীতিকৰণ কৰাৰ পৰা বিৰত থাকিব লাগে আৰু সকলো জনগোষ্ঠী আৰু অভিজ্ঞলোকৰ সহযোগিতাৰে কামবোৰ আগুৱাই নিব লাগে ৷৷

  • @chapakhowatownhighschool2109
    @chapakhowatownhighschool2109 20 часов назад +2

    ২০২৬ৰ নিৰ্বাচন জিকাৰ উত্তম ৰণকৌশল ।

  • @pompipatgiri
    @pompipatgiri 19 часов назад +2

    আমাক।।পাগল।কৰিলে।নেকি।।

  • @bagadbilla452
    @bagadbilla452 21 час назад +2

    ASSU নহয় আপোচ। 😂

  • @WrituponWritupon-ds9us
    @WrituponWritupon-ds9us 20 часов назад +2

    অতি বুদ্ধি নেকি ?

  • @devakantaborah2973
    @devakantaborah2973 20 часов назад +2

    আচুৰ একো কাম নাই

  • @DhaneswarNath-r8f
    @DhaneswarNath-r8f 22 часа назад +1

    EMan Bhalkoi Bujaì Ase Bisoito Kintu ,,,,SabAiber Dubi Maribo

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 21 час назад +1

    সকলো বোৰৰ অৰ্থ হৈছে কেৱল মাত্ৰ চাৰ্থপুৰণ। নিজৰ নিজৰ পেত ভৰাৰ পিছত সকলো শেষ। ৬ নং দফা আৰু কিবা দফা চুট মাৰি দি। চব ফটকাৰ ফল।

  • @HariCharanKalita-fu8kt
    @HariCharanKalita-fu8kt 19 часов назад +1

    অসম চুক্তিৰ ৩৯ বছৰ হল, চুক্তি খন আৰু ৬ নং দফা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমান ভালুকৰ সাঙিত পৰিণত হৈছে।আচল কথাটো হল কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী আৰু গৃহ বিভাগেৰ নিৰ্দেশ মৰ্মে বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত এখন সমিতি পাতি ৬ নং দফাটো কাৰ্যকৰী কৰণৰ বাবে এখন প্ৰতিবেদন প্ৰস্তুত কৰিব দি সেইখন কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীক অৰ্পন কৰিব দিছিল । কিন্তু গৃহমন্ত্ৰী কিম্বা কেন্দ্ৰীয় গৃহ বিভাগে নীতিগত ভাবে গ্ৰহণে কৰা নাই। তেনে স্থলত অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু আছুৱে কাৰ্যকৰী কৰিলে সাংবিধানিক ভাৱে বৈধ হব নে ? পিচত যদি ৰাজ্য কিম্বা কেন্দ্ৰীয় চৰকাৰে সূতি নাটি বিচাৰি
    প্ৰতিবেদন খনে অবৈধ বুল নস্যাৎ কৰিব। হিমন্তৰ কূটঘাত মুলক কাৰচাজি আৰু আছুৰ এৰাধৰা কাণ্ড কাৰখানাৰ বাবে অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদ আৰু 'কা' আন্দোলনৰ ৫ জন শ্বহীদৰ তপত তেজ পিৱলৈ কুণঠবোধ নকৰিব।

  • @ankitabarman9770
    @ankitabarman9770 22 часа назад +2

    AASU nahay NASU he.

  • @nijeshray2303
    @nijeshray2303 21 час назад +1

    শ্ৰী কৃষ্ণক যুধিষ্ঠিৰে সুধিছিল যে কলিৰ যুগত কি হব? কৃষ্ণ তেতিয়া যুধিষ্ঠিৰক কলে তুমি বনলৈ যোৱা আৰু প্ৰথমে যি দেখিবা বনৰ পৰা ঘুৰি মোক কব লাগিব ৷ কথা মতে কাম বনৰ পৰা ঘুৰি আহি কলে প্ৰভু মই এটা হাতী দিখেছো যিটো হাতীৰ দুডাল শুৰ আছে, তেতিয়া কৃষ্ণই কলে যে কলিৰ যুগৰ মানুহে মুখৰে কব এটা আৰু কৰিব বেলেগ এটা ৷ গতেকে আজিৰ নেতাবোৰে কৈছে এটা আৰু হাতে কামে কৰিছে বেলেগ এটা ৷ কলিৰ যুগৰ নেতাই ৰাইজক ধ্বংশ কৰিহে কৰিব ৷

  • @DilipGogoi-x2h
    @DilipGogoi-x2h 21 час назад +1

    আচুয়ে অসমখনক দালালি কৰী বিক্ৰী কৰিছে

  • @robishort0
    @robishort0 17 часов назад

    Amak six schedule nidile akhamiya manuh kedim kela sobe jati mili😅

  • @purnakantachutia7433
    @purnakantachutia7433 20 часов назад

    Abegik jatituk akou tupi pindhiboloi apat abegik astro...bohut hol...bidekhi borpira pari bohil...

  • @DipeshRay-pt3zp
    @DipeshRay-pt3zp 20 часов назад

    Tahoti.axmor.purna.homaisa.bor.hamadhan.kriboly.bisara.nai

  • @HaidorAli-mq2yt
    @HaidorAli-mq2yt 21 час назад

    নাগৰিক পঞ্জী ৰ দ্বাৰা বিদেশী চিনাক্ত হৈছে প্ৰায় 20 লাখ ।এই বিশ লাখৰ ভিতৰত প্ৰায় 17 লাখ হিন্দু বাংলা দেশী ।কা আইন বলৱৎ কৰিছে ইয়াৰ যোগেদি এই বিদেশী বাংলা দেশী সকলক নিৰ্যাতন হোৱা লোক বুলি নাগৰিকত্ব দিব। ইয়াৰ উপৰিও সময়ে সময়ে পয়োজন হ'লে হলে বাংলা দেশত নিৰ্যাতন হোৱা বুলি নাগৰিকত্ব দি ভোট বাঙক বনাব

  • @BipulBaruah-oc6ys
    @BipulBaruah-oc6ys 18 часов назад

    Sarkaror aibur vuluk valak kotha . Satrasontha meaning less eku bisoi bostu nojona kisuman unnecessary tropic

  • @kalpanahazarika311
    @kalpanahazarika311 5 часов назад

    অসমিয়াৰ ৰ আখৰটু কিয় বঙালিৰ ৰ লিখিছে ?

  • @jibeshrabha
    @jibeshrabha 21 час назад

    AASU should give pressure to govt. implement NRC.

  • @robinbora5950
    @robinbora5950 4 часа назад

    Malakar is Assamese??.?

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my 19 часов назад

    Aasur kiba ortho ase janu.aasuk biswakhr kunu karon nai.

  • @assam8744
    @assam8744 20 часов назад

    Satra santha axomia samaj byobostha r pora atori goise

  • @RomiyoDutta
    @RomiyoDutta 19 часов назад

    Horba da apuni bhul kora babe aapunak atri Diya hol kintu atiya himontoi bisok uforai pothabo

  • @NilamDas-iy3cy
    @NilamDas-iy3cy 15 часов назад

    Assu ha agent hobo niki aibar 2026 t

  • @tajbaba00-ws3tq
    @tajbaba00-ws3tq 22 часа назад +3

    সমজ্জুল ভতাচার্য্য শৃঙখল চলিহা মন্ত্রি হব সাজু হৈ আছে

  • @MilanBorah-j9h
    @MilanBorah-j9h 20 часов назад

    Where is now , Prafulla Kr. Mahanta ? , Is he now alive ?

  • @mahammadali1557
    @mahammadali1557 19 часов назад

    2014 SNOR PARA BANGLA DSAHERPARA OHA HAKAL ASOMOR NAGARK.... ASSU KEY KAI 😢😢❤❤

  • @koushiktalukdar4471
    @koushiktalukdar4471 18 часов назад

    Himanta bisha sarma aasu jindabad

  • @jugeswarphukan9726
    @jugeswarphukan9726 21 час назад

    Assu.atiea.assu.hai.thaka.nai.assu.burahal.buragaruea.bagh.dhariba.nueare.

  • @abvlogs7049
    @abvlogs7049 21 час назад

    Aasue aru. Ketiao raijar. Manat. Somab noware

  • @Gautambhattacharjya
    @Gautambhattacharjya 20 часов назад

    Sutcase rajnitit ASU Jindabad.....

  • @RomiyoDutta
    @RomiyoDutta 19 часов назад

    Homujol le bhal tup paise hae karne tewn nimat

  • @RamcharanKalita-w8r
    @RamcharanKalita-w8r 16 часов назад

    মনঃপুত আলোচনা।

  • @dhareswarlahkar2936
    @dhareswarlahkar2936 22 часа назад +3

    Axomar para BJP k naikiya kAriba nowarine?

  • @RomiyoDutta
    @RomiyoDutta 19 часов назад

    Assu aji assu hoi thoka nai assu bikiri hoise

  • @babuagcompany3004
    @babuagcompany3004 19 часов назад

    Ha ha ami Katea bi janu

  • @gh12138.
    @gh12138. 22 часа назад

    Aasu and agp =bjp😂😂😂😂

  • @Gkgg834
    @Gkgg834 21 час назад

    নঙ নহয় নম্বৰ ।

  • @MeghaliBaruah-lh8ni
    @MeghaliBaruah-lh8ni 21 час назад

    Asukhatamhabaporikram

  • @mdriyazahmed4495
    @mdriyazahmed4495 17 часов назад

    26 main..kam nai Aasu r

  • @digantasaikia5009
    @digantasaikia5009 18 часов назад

    a s u 2 ajonok amla tikot den 26ot

  • @hafizuddin4134
    @hafizuddin4134 19 часов назад

    CAA khon AAsua manineki?

  • @RajabAli-h4r
    @RajabAli-h4r 21 час назад

    Apunak say vot disilo

  • @nizararajkhowa
    @nizararajkhowa 18 часов назад

    Joisriramr lagat aasu ase

  • @ghanashyamsaikia3292
    @ghanashyamsaikia3292 20 часов назад

    100%

  • @Ali-cv7ih
    @Ali-cv7ih 21 час назад

    0

  • @ManturamDas-d9i
    @ManturamDas-d9i 22 часа назад +2

    Assu direct bjp r agent spasta hoise

  • @commonswaraj-u2i
    @commonswaraj-u2i 21 час назад +1

    তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়াই লাখ লাখ অবৈধ প্ৰৱেশকাৰীক অসমলৈ অনাৰ পথ সুগম কৰিলে, সেইটো আছিল অসমৰ সমাজক বিক্ৰী কৰাৰ প্রথম স্টেপ। বিজেপিয়ে আৰু এক শ্রেণী ওপৰলৈ গৈ কিছুমান অবৈধ প্ৰৱেশকাৰীক নাগৰিকত্ব দিলে। কিন্তু মনত ৰাখিব, কংগ্ৰেছে প্ৰথমতে অবৈধ প্ৰৱেশকাৰীক অনাৰ সূচনা কৰিছিল। এতিয়া অসমীয়া মানুহ বিভ্ৰান্ত আৰু নেজানে কাক সমৰ্থন কৰিব। আঞ্চলিক দলবোৰে আঞ্চলিকতাৰ আৰু স্থানীয় অনুভূতিৰ কথা কৈছে। কিন্তু তেওঁলোকে নিৰ্বাচন জিকিব পাৰিবনে, যেতিয়া অসমীয়া অসমত ৫০ শতাংশৰো কম? আৰু আমি সকলোৱে জানো আঞ্চলিক দল AGP এ কি কৰিলে !

  • @jitugogoi7164
    @jitugogoi7164 21 час назад

    কংগ্ৰেছে অসমৰ মানুহক বহুত থগিলে

  • @jugeswarphukan9726
    @jugeswarphukan9726 21 час назад

    Atiea.assam.hekh.kone.karise.nakaleu.gam.paise.himantar.palnat.parile.hieo.adin.himantar.dare.haba.mane.congesat.thakute.kiman.doinambari.kari.taka.ghatil.haine.tarpisat.kihal.daraparar.usalaloi.bjpit.jain.karile.kaku
    namane.himantai.hieajane.hakalu.aine.jakaetae.kiba.bisare.kinibabisare.hait.manuh.kina.manuh.jan.kibuli.kaba
    congesat.thakute.mla.burak.garit.toli.dekhueaisil.sa.aikeita.haras.kinianisu.lag.naihaihupa.mla.kiea.manuhe.vot.diea.tene.manuh.thakile.assam.unatinahai.haitu.100pearsent.haitiea.bjp.mane.atiea.doinambari.kinaikara.hakalu.bikire.kari.bond.bikire.kari.assam.salise.akal.lon.bhabisak.akal.lonloi.manuh.adhariba.paribane.haitu.kibulikam.atihunkale.asamieajagak.nahale.asamiea.hekh.buli.dharak.amiaru.udhariba.nuaru.jadi.bjp.asamat.thake.bahira.mane.bahiragatatai.asama.dhankha.jate.tate.mati.kini.bahiragate.asamieak.hekh.kariba.mat.mata
    manuh.asamat.nai.jimate.tak.opamankare.kisarkar.ahil.asamat.khedibarhal.ajieakhedak.nahale.asamiea.bulibale.bhakha.nai.ainure.rajniti.dhorandabur.kam.kiea.himantak.jurdi.nakai.je.kiea.kar.karane.akal.lonlai.sarkar.salabalagahal.agate.bahut.cmhal.tetieatu.anekuea.nahaisil.sarkar.dhonieake.saliasil.matara.bjp.ahi.asamieak.hekh.karibale.lagigol.asemlit.ajane.matmate.tsk.aku.opluonga.kare.tar.birudhe.manuh.lagaba.lagahal.akhil.gogi.asamiea.jiban.manat.rakhak.kajinangat.kihaisil.akhilak.kikatibabisarisil.atiea.kayhatu.hal.bjp.mane.himanta.hal.ghorakina.manuh.kiman.ghora.kinile.jarmuluk.tar.sarkar.psisa.kharas.kariba.lagiba.agate.haitu.nasil.manuhe.agbahai.disil.kon.mal.haba.amar.hamastit.bina.patidanditai.mla.haisil.ajikali.dekhisene.ajikali.kihai.takadiba.lagiba.haitaka.nagainiea.hale.nepaba.kidin.ahil.nelageo.bjp.asamat.aponak.lagibane.jafilage.aponar.taka.paisa.thakiba.lagiba.nahake.aitieai.no.boli.kaba.kihaise.adamat.bipad.atiea.karhaba.jikhini.midulmen.haikhinir.karane.bipad.aru.jikhini.ritearmen.manuh.haikhinik.jieai.jieai.mariba.hihatar.darmaha.bahiea.thake.ritermen.paisabahieathake.ji.sarkarar.sakarial.32basar.35.basar.sakarikaril.pensan.kiman.pai.hunile.dekhile.aponar.laglagiba.paimathu.1200.15oo
    .aitu.kipensan.halneki.agate.haitu.nasil.riterarmenbure.kiman.paise.saliba.parisene.kintu.aije.bjp.mla.manti.bur.darmaha.nijeasa.mate.bahai.laba.pare.kondekhar.aine.ane.amijanu.10years.pisat.perivisijhai.hihatar.kiea.jetieatetieaihai.tarmane.nijr.dhanihuea.apaitu.ulieai.loise.haitu.hubidha.kone.dise.amiea.haiburak.hubidhatu.disu.disu.mane.aije.mahiala.asani.bur.dise.mahilak.arpara.tole.ghorai,phoraise.aji.amuk.karak.kali.tamuk.karak.kintu.rijaltu.kihalge.aponi.haijanu.bjp.membar.haitu.jarute.mane.saute.arukiaman.din.lagiba.ketiea.paba.labhnai.nijar.bibekatuk.hudhak.mata.keitakaman.paisar.karane.jatituk.nibikiba.bahiragatai.sanidharise.asama.jate.tate.mati.kone.kinise.gote.asambikire.kariba.atiea.himanta.sarkare.nijeo.loise.anaku.dibale.bisarise.aru.alsp.dinar.pisat.kihaba.baru.sirilongka.kanda.bangladesar.kanda.darehaba.assam.besidin.nai.bhabak.bhabisak.manuhe.jetiea.manuh.kiniba.tetiea.kihaba.aitu.kibhal.kamneki.kone.kine.hisarthapar.nije.dhanihuear.hapon.haitu.hatu.asamat.habale.dibanuareiba.aru.nidiea.asamieai.jihaiase.haitu.bhal.hueanai.ami.asamiea.nahau.dukhiea.jidhukhiea.kariba.asamiea.jati.taru.nister.nahaba.geli.gelimariba.aji.akal.hai.hubidha.badi.rajnitibur.karane.ami.nedekhar.dare.haisu.amak.atiea.bat.dekhueai.loi.jabarkarane.paujan.asamiea.konasamiea.jenekari.thailendar.para.ahom
    ahi.600years.rajata.karajaati.amak.lage.aibur.hubidha.badi.doinambari.rajniti.nelage.bidaidieak.atihunkale.nahale.adamadam.hai.nathakiba.barbearajniti.humal.asamat.sinakta.kari.hihatak.khedak.anekarikhedak.jate.aku.ahibanuare.

  • @tajbaba00-ws3tq
    @tajbaba00-ws3tq 22 часа назад +1

    AASU এতিয়া AASUহৈ থকা নাই এতিয় AATU হৈছে