Moi minhaz rahman, north lakhimpur, moidomiya gaon r prora ei geet tu huni/sai asu.... Aru bohut nostalgic hoi goisu 😊😊😊😢😢😢😢😢😢mur deutai vaiti aru muk surjya Hall t(lakhimpur) assam t eikhon flim sabo loi goisil.... Moi tetiya class 3t asilu😊etiya mur deuta nai moi bohut miss koru😭😭😭😭😭😭😭
Excellent singing by Late Mitali Choudhury Baideo in her sweet voice🎶👌🙏... We always fondly remember you with tearful eyes... Your voice is immortal... Your untimely death on 26th March, 2011 has created a void in the Music Industry... MAY YOUR SOUL REST IN PEACE 🙏 🙏 🙏 🌹 🌹 🌹
Assamese film'r Bollywood type hua best song/picturizations/acting/lyrics/ ....mur mote. Prastuti is so so good and credit goes to the singer too. Khubei dhunia hoise. Keep shining.
Bahutei dhunia geet. Presentation, acting, dance, sceanic beauty, costume, situation, all are so perfect. At the top of that this song belongs to that era when we had just entered our puberty and we just could feel the feelings of love and affection ( may be infatuation still the feelings.......)
Great picturisation by late Mrinal Kanti Das, beautiful singing by late Mitali Choudhury. I think this is the longest Assamese movie, but late Bidyut Chakraborty's direction made this movie very engaging. Watched this in Udeshna.
এইবোৰ আমাৰ দিনৰ ছবি। তেতিয়া অসমীয়া ছবি জগতৰ নামেই সুকীয়া আছিল।সেই সময়ৰ জনপ্ৰিয় এই ছবিবোৰ চাইয়ে যেন আমি ডাঙৰ হৈছো এনেকুৱা লাগে। কাৰণ সেই সময় আৰু ছবিবোৰে আছিল আমাৰ বাবে এটি এটি ভাল লগা মূহুৰ্ত।
ai gaan tuk moi horur pra sai ahisu ,atiyaw sai thaku ,gaan tu bor exited ,ai gaantu huni muk ketiyaba jowbone amoni kre ,ai gaan tu sai mur preyahi loi borke monot pore ,so nice song😭😭😭😭💖💖💖💖💖👍👍
চিৰসেউজ গীত। মনটোক লৈ যায় মায়াবী সেইদিনবোৰ্। জীৱনলৈ এবাৰ আহে। আজি অতীতৰ আচলত সেইবোৰ।
বৰ্তমান জম্মুকাশ্মীৰত থাকি পুৰণি গীতৰ স্মিতি ৰ ৰোমন্থন লৈ আছো ।।।।।♥️♥️♥️
Good
2024 এই গান হুনা মানো এটা like দিওক
🙏🙏🙏🙏
Moi hodai hunu ❤❤❤❤
Mur Dore aru kune kune puroni gaan bisari ahise baru...🙏💝..bohut Val paw moi puroni gaan bur xuni.
Moi aibur gaan he vl pw
Oh.moi.val.paw.gungun.gane.gane.video.mane.ai.filim.khon.val.paw
Moi.ai.bur.gaan.val.paw.bhuot.
ময়ো
Moi
We 90's kids are so lucky.. Sb pai golu bey..Antenna Casette walkmen vcd DVD r pora Internet.. Wah wah...
Hosa
U r right 90,s kid evrithing find u mentioned
মিতালী চৌধুৰী বাইদেউ আৰু বিদ্যুৎ চক্ৰবৰ্তী দা ..দুয়োজনৰ আত্মা শান্তিত থাকক ৷ আমি আপোনালোকক মিচ্ কৰোঁ ৷
মিতালী বাইদেউৰ কণ্ঠৰ সুন্দৰ গীত,প্ৰস্তুতি বা আৰু দিব্যজ্যোতিদাৰ সুন্দৰ অভিনয় ।
পুৰণি অসমীয়া গীত বোৰ শুনিলে শুনি থাকিব মন যায় ।বহুত সুন্দৰ অভিনয়ৰ
♥️♥️♥️
Old is gold 😍😍☺☺
না অসমৰ বাহিৰৰ দৃশ্য,না বহুত কিবা কিবি কাৰিকৰী চমৎকাৰ। তথাপি কেতিয়াও আমনি নলগা স্মৃতি।
অৰুণাচাল প্ৰদেশত শ্বুটিং হৈছিল চাগে।। ঠাইবোৰ তেনেকুৱা লাগিছে।।
সচা বহুত ভাল লাগে
এই গীতটো শুনিবৰ বাবেই তেতিয়া Audio cassette টো কিনিছিলো ৷ বহুত ভাল লগা গান এইটো ৷ সেই সময়বোৰলৈ মনটো উৰি গ’ল ৷ মিতালী বাইদেউৰ সুন্দৰ কন্ঠ লগতে প্ৰস্তুতি আৰু দিব্যজ্যোতিৰ সুন্দৰ অভিনয়ে গীতটোক অনন্য মাত্ৰা প্ৰদান কৰিছে ৷
Lavle song
সচাকৈ আবেগিক হৈ পৰো
Arunjouti Gogoi
এইখন চিনেমা ৰিলিজ হওতে মই তৃতীয় শ্ৰেণীত আছিলো । গানটো বহুত ভাল লাগে । সংগীত, অভিনয় আৰু কৰিয়গ্ৰাফী বহুত ধুনীয়া ।
তেতিয়া কলেজত আমি।বৰ আনন্দিত হৈছিলো চিনেমাখন চাই।প্ৰস্ততি পৰাশৰৰ অভিনয় মনপৰশা।
৯০ ৰ দশকৰ লৰা ছোৱালী বোৰ বৰ ভালকৈ বুজি পাব, সেইসময়ৰ গীতৰ আবেগ।❤️
HEmantA GOswamI hosae koisa 💕
Heibilak geetr back nhoi ru
Moiu buji pao dexun
Right..
Hoi
চাৰিবছৰ বয়সতে মই এই গীতটো শুনি ছিলো। এতিয়া গীত টো শুনিলে শৈশৱে হাত বাউলী দি মাতে। কত যে হেৰাই গল সেইদিন বোৰ।
Atite hat bauli di matiche o"kot ki heruawalu...
BEST BEST BEST
আগতে অসমীয়া ছবি আহিলে বুলি মনত আনন্দৰে ভৰি পৰে। কি যে দিন আছিল। সেই দিনবোৰ আকৌ উভতাই বিচাৰো। সচাই বহুত মনত পৰে।
Hosakoi...aru heidin bor powa hole
Hoy de
Hasaki
Correct
Muku lage
Heard this magical song in our school days,may be 10years ago... Now, 2021 and listening to it as a fresh one.... The song that never gets old..
সেই দিনবোৰ মোক কোনোবাই ঘুৰাই দিয়া .....
বৰকৈ আমনি কৰেহি মোক .......
2019 to suni asu...eman dhuniya gaan...lagote prastuti bar avinoy...💕💕
Val lagil
Woow..whenever I listen to this song I'm feeling relaxed....what a song❤️❤️
মিতালী চৌধুৰী বাইদেউৰ কণ্ঠ ❤ প্ৰস্তুতি বা দিব্যজ্যোতি দাৰ অভিনয় উফফফফফফফফ......
কেৱল ৯০ দশকৰ লৰা ছোৱালীবোৰে বুজিব এই গীতবোৰৰ মাদকতা।।। কেতিয়াও পুৰনি নহয়❤
Moi minhaz rahman, north lakhimpur, moidomiya gaon r prora ei geet tu huni/sai asu.... Aru bohut nostalgic hoi goisu 😊😊😊😢😢😢😢😢😢mur deutai vaiti aru muk surjya Hall t(lakhimpur) assam t eikhon flim sabo loi goisil.... Moi tetiya class 3t asilu😊etiya mur deuta nai moi bohut miss koru😭😭😭😭😭😭😭
মোৰ জীৱনৰ এক অন্যতম ভাল লগা অদ্বিতীয় অসমীয়া গীত। মই যেতিয়া লক্ষীমপুৰ বানিজ্য বিদ্যালয় ত পঢ়ি আছিলোঁ।
শুনি থাকিলেও হেঁপাহ নপলায়❤ Evergreen song💚
Excellent singing by Late Mitali Choudhury Baideo in her sweet voice🎶👌🙏...
We always fondly remember you with tearful eyes... Your voice is immortal...
Your untimely death on 26th March, 2011 has created a void in the Music Industry...
MAY YOUR SOUL REST IN PEACE 🙏 🙏 🙏 🌹 🌹 🌹
2021 ত শুনা কোন কোন আছা ইয়াত like কৰা👍#_নষ্টালজিয়া
@Hima Das borhiya
Awesome Assam মইও শুনি আমেজ লৈ আছো । ২০২০ ত
@@__kk__1381 umm যিমান পুৰণি হলেও এই চিৰসেউজ গীতবোৰ শুনি কেতিয়াও আমনি নালাগে ।
Awesome Assam হয় থিকেই কৈছা চিৰসেউজ গীতবোৰ কেতিয়াও আমনিদায়ক নহয় ।
Mor peo Gan
Excellent singing by melodious singer Late Mitali Choudhury Baideo.
Rest in Peace our Dear Mitali Choudhury Baideo 🙏 🌹 🙏
We all miss you 😢 😢 😢
Assamese film'r Bollywood type hua best song/picturizations/acting/lyrics/ ....mur mote. Prastuti is so so good and credit goes to the singer too. Khubei dhunia hoise. Keep shining.
জয় আই অসম
জয় আই অসম
জয় আই অসম
সুন্দৰ অভিনয়/ সুন্দৰ পৰিৱেশ
বৰ্তমান আহিনৰ আবেলি ধাৰাবাহিকত নিগেটিভ চৰিত্ৰত বলিষ্ঠ অভিনয় কৰা দিব্যজ্যোতিদাৰ আগৰ অভিনয়বোৰো অতি সুন্দৰ।
Bahutei dhunia geet. Presentation, acting, dance, sceanic beauty, costume, situation, all are so perfect. At the top of that this song belongs to that era when we had just entered our puberty and we just could feel the feelings of love and affection ( may be infatuation still the feelings.......)
সোনালী শৈশৱলৈ মন উৰি যায়
Kone kone 2024 honi asa😅do like
যিমান চালেও বা শুনিলে আমনি নালাগে পুৰণা গীত...
মই যেতিয়া class 3 মানত আছিলো... তেতিয়া hall ত এইখন চিনেমা চাইছিলো... 😊 মিতালী বাইদেউৱে বহুত ধুনীয়া গাইছে... তেওঁৰ দৰে গায়িকাৰ বৰ্তমান বহুত অভাৱ আমাৰ মাজত... 😊 বহুত স্মৃতি জড়িত হৈ আছে গীতটিৰ লগত...
Rest in Peace our Dear Mitali Choudhury Baideo 🙏 🌹🙏
We all miss you 😢😢😢
সচাকৈ বহুত ভাল লাগে এই গীতটো ❤️❤️❤️
Ki Gaan, ki acting.. ki choreography, ki location...
Mon bhori juwa Gaan
No
Old is gold... we 90's kids r so lucky...
yesss I m
Yes l am ❤️
Yeah
Monot pore bhut hetu homoi.. VCD bhut salu... Hosai ako ghrui অহা হলে হে দিন বোৰ ♥️♥️♥️
সুমধুৰ সুৰ ।কিযে মনোমোহা, শুনি আমনি নালাগে।
Bahut dhunia geet. Prastuti Parashar'r expression international acting'r hoite cent percent milise. Great. Love you all guys.
এই গীতবোৰ হুনিলেহে মনটো ভাল লাগে,
❤❤❤ hosakoi bahut purani gan suni vl lage .moi najanu agor pora suni thaku kiba montu vl lagi jay ❤❤❤
Great picturisation by late Mrinal Kanti Das, beautiful singing by late Mitali Choudhury. I think this is the longest Assamese movie, but late Bidyut Chakraborty's direction made this movie very engaging. Watched this in Udeshna.
Tetiya khoru asilu.... Kheikarone khorute bhal loga gaan bur ajio Amar karone khub priyo...I love this song...❤️ Prastuti Parashar and Dibya Jyoti Das...gaan tut mojjaa acting...
সুন্দৰ সচাকৈ বুজাব নোৱাৰি বহুত ভাল লগা এটি গীত সৰুতে শুনিছিলো আজিও শুনিবলৈ পায় বহুত ভাল লাগিল ধন্যবাদ।
I was 4 or 5 year's old..I still remember watching this song in hall..This song has a different impact throughout all generations
Xosai bohut bohut Val lage Dee aybur gaan xunile kunu xobdo nuhuwa hoi jai bujabole ..💓
দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোতে দেউতাৰ লগত শিৱসাগৰৰ ৰূপালী " হল" ত চোৱা জীৱনৰ প্ৰথম
অসমীয়া চিনেমা ❤❤❤❤ ticket ৰ কাৰণে লাইন লৈ আছিল
মধুৰ দিন আছিল সেইবোৰ
স্মৃতি সজীৱ😊
বৰদেউতা হতৰ VCDত চাইছিলা ।।।। কিবা এটা ভাল লাগিল ।।। ❤❤
Aei song tut schoolt dance krisilu.... 😍😘😘😘
Ya mur o mnt pori gol
Hoi
Gan to Kar Kar Bhal lagil 1 like😉😉😉
Uff ki din asil khibor nostalgic cd kesetot saisilo film khon bahut val lage prostoti bar obhinoi❤️❤️❤️❤️
সুন্দৰ গীত আৰু বহুত সুন্দৰ অভিনয় 👌👌👌🥰🥰🥰
Hundor ...bhakhere bujabo nure...ate.. modhur..homoy..😍😍😍😍😍😍😍😍
Mur horukalor favrte song..Bohuto anubhob-anubhuti,abeg ,smriti lukai ase..ki din asil heibur😍😍😍
A 90s kid nd listening in 2020♥️
কি দিন আছিল কি দিন আহিল আৰু কি দিন আহিব old is always gold
Ajiu nostalgic hoi sokupani ulai ahe...
Ei geet ti sokolo falor pora Masterpiece ♥️♥️
এইবোৰ আমাৰ দিনৰ ছবি। তেতিয়া অসমীয়া ছবি জগতৰ নামেই সুকীয়া আছিল।সেই সময়ৰ জনপ্ৰিয় এই ছবিবোৰ চাইয়ে যেন আমি ডাঙৰ হৈছো এনেকুৱা লাগে। কাৰণ সেই সময় আৰু ছবিবোৰে আছিল আমাৰ বাবে এটি এটি ভাল লগা মূহুৰ্ত।
সুন্দৰ গীত । মোৰ প্ৰিয় গীতবোৰৰ ভিতৰত এইটোও অন্যতম। চিনেমাখনো ভাল।
চন মনত নাই । চি ডি ভাড়াত আনি এই চিনেমাখন চাইছিলো, কেইবাজনো লগ লাগি পইচা তোলা-তুলিকৈ।কি ভাল লাগিছিল সেই দিনবোৰ।
মিতালী চৌধুৰী বাইদেউ আমি আপোনাক খুবেই মিচ কৰো
Mozaaa❤️❤️❤️
বহুত ধুনীয়া... হিন্দীতকৈ কম নহয়...!
Bhut bhut val lagise otitor kotha mnt pelay
বৰ ভাল লাগে গানটো শুনি
মই কাৰ্বি ছোৱালী হলেও অসমীয়া গান বৰ ভাল পাওঁ ❤❤❤❤❤
Hoi nkj ❤❤val lge no gann বিলাক ❤❤
Bohut Val lagil gaanti huni deh Mon jur pori gol
গানতো শুনাৰ লগে লগে শৈসৱৰ কথা মনত পৰি জায়..... আৱেগ হয় আমাৰ বাবে
Bht Val lage ei puroni gaan tu❤
পুৰণি গীতবোৰৰ আমেজেই সুকীয়া
Love from Bangladesh 🇧🇩
২০২৪ ত কোনে কোনে শুনি আছে..?
2024
Bhut Val lage aagor gan bur ❤️❤️❤️
etu gaan bahut val lage muk ❤❤❤Missing my birthplace ASSAM
Love from CANADA ❤❤
কামৰ পৰা আহি যেতিয়া বিছনাত শুই পুৰণি গান শুনি ৱলে ভাল লাগে
ai gaan tuk moi horur pra sai ahisu ,atiyaw sai thaku ,gaan tu bor exited ,ai gaantu huni muk ketiyaba jowbone amoni kre ,ai gaan tu sai mur preyahi loi borke monot pore ,so nice song😭😭😭😭💖💖💖💖💖👍👍
khub vl pao aibor gan😍😍😍
শুনি থাকিব মন যায় বাৰে বাৰে।এইবোৰ গীতত বজাইয়ো খুব ভাল লাগে।
Used to fall in love with eye contact and writing love letters...................miss the old days.
বহুত ভাল লাগিল ভিডিঅ টি চাই.........
2023 t Kune Kune atiyao aibor gaan huni asa like kora ❤
Ohhh damn this is so nostalgic.. kmn naclu gaantu... Missing my Mom she taught me.....
শৈশৱে আজিও ৰিঙিয়াই.....সুমধুৰ সংগীত
o gd!! Hero jnr dress😍😍😍!! Akou ghuri oha hl a vl hoi trnd 2
bhut kotha mont pori jai ai gan2 sunle
Prastuti is one of best dancer in assam
Super hit song for ever...include all songs r superb..
প্ৰস্তুতি পৰাশৰৰ বাইদেউৰ অভিনয় মানিব লাগিব কিন্তু দেই ❣️ চাই চাইও হেঁপাহে নপলাই ❣️
এই গানটো শুনিলেই শৈশৱলৈ মনত পৰে । নৱম-দশম শ্ৰেণীত বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনবোৰত ছোৱালীবোৰে প্ৰায়ে এইটো গীতত নাছে । আৰু এটা গান আছে- মৰম দিলি, চেনেহ দিলি বাটতে লগ পাই’ এই গীত দুটা শুনিলে কিয় জানো নিজৰে মনটো ইমান উতলা হয় । উন্মনা হয় । তাতে নিজৰ ভাললগা ছৌৱালীজনীয়েও যেতিয়া এই গীতবোৰত নাছে , এক বুজাব নোৱাৰা অনুভৱত পুলকিত হওঁ । কিবা এক দুখে বুকুত হেচা মাৰি ধৰে । এতিয়াও এই গীতটো শুনিলে সেই সময়ছোৱালৈ মনত পৰে ।
আজিও খুব মজা লাগি যাই এই বিলাক গীত শুনিলে 🥰, এইটো যুগত আৰু ঘুৰাই নেপাম এই মিঠা লগা দিনবোৰ😐
Bahoot xundor
Gun gun Gane Gane jatiya eai gantu release hoi mur 15 Yas gantur mur bohut Val lage
Bhtt vl lgise oi gan2. Ru prstuti bak j moi bhtt vl pau.
Mjaaa
manibo lagibo. p prashar baidou amar N.E tr prity jinta.
Really
I miss watching assamese movies in ' UDESHNA HALL' with my family. Happy days! ❤️
I saw this movie in udeshna hall when I was in class 6
Mon bhora ati khundor aru akorkhonio geet
Heart touching song, amoni nalage huni ,,,,,,,,
খুব সুন্দৰ গান আছিল এইবোৰ।।
Kone kone 😍😍 khunila😍😍 2020 ei gaan tu 😘😘😘
Bohut val lage xuni lorali kalor gan bor