...RIP.. Buku khn fati jua jen lagil baa. Mor dumah agt cegerian kori lora eta hoise. Xosake delivery last momentor feeling kako vaxare bujabo nuaru.. Love from nalbari
Dukh nokoriba kuhi. Ei jonomot noholeo aha jonomot jate eke maak deotakor baa voni ba Val bandhobi hoi jonom lua Jen. Be positive kuhi. God bless to you and your family. With regards ❤🎉
aji fast time apunar video salu ba..youtubot.jodi ba reels bur dekhi thaku...kotha bur xuni roboi nuwarilu ba.sokupani ulai ahil...ji nohok ba apuni o xodai vle khukhole thakok tare prathona korisu...love you baa.
বা এটা সচা কাহিনীৰ কথা খিনিয়ে বেছিকৈয়ে অন্তৰ চুই গ'ল । আৰু আপুনি ইমান ধয্য আৰু সাহসেৰে কথাখিনি কৈছে বা কব পাৰিছে তাৰ বাবে আপোনাক salute. আপোনালৈ আমাৰ সকলোৰে হিয়াৰ স্পন্দন বাপতিসাহোন ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা যাছিলো ❤❤❤❤
হৃদয় বিদাৰক !
উপস্থাপন উত্তম।
এনে বন্ধুত্ব উদাহৰণৰ যোগ্য।
সঁচাকৈ তোমাৰ বান্ধৱী কথা খিনি শুনি মোৰ চকু পানী ওলায় আহিছে। আৰু তোমাৰ বান্ধৱী আত্মা শান্তি কামনা কৰিছোঁ । ভগৱান এইয়া মোৰ পাৰ্থনা কৰিছোঁ
সচাকৈ লক্ষীৰ কথা খিনি শুনি মোৰ চকু পানী ওলায় আহিছে , তোমাক বা কি কৱ খুজিছিলে ন 😭 আল্লাই যাতে লক্ষী আৰু তাইৰ সন্তানটোক জান্নাট নচিব কৰে ।
ডিমৌৰ পৰা বহুত মৰম কুহি তুমি সদায় ভালে থাকা বহুত বেছি কান্দিলো বৰ বেয়া লাগিল তোমাৰ বান্দৱী যতে আছে ভালে থাকক৷
মৰ্মান্তিক কাহিনী । প্ৰায়সকল লোকেই জীৱনত এটা নহয় এটা অগ্নি পৰীক্ষা বা ধৰ্মসংকটৰ সন্মুখীন হবলগীয়া হয় আৰু প্ৰতিকূল পৰিস্থিতিয়ে আপোনজনৰ সংকট কালত দূৰলৈ আতৰাই নি গোটেই জীৱনটো আত্মগ্লানিত ভোগায় । মহাভাৰতৰ চক্ৰবেহুত প্ৰৱেশ কৰা অভিমন্যু আৰু অসহায় অৰ্জুনৰ সেই পৰিস্থিতিৰ পুনৰাবৃত্তি হৈ আছে আৰু হয়তো হৈয়ে থাকিব । এয়াই নিয়তিয়ে নিৰ্ধাৰণ কৰা মানৱ জীৱনৰ বিচিত্ৰতা । আৰুনো কি কম !
ৰঙালী বিহুৰ হিয়াভৰা মৰম যাচিলোঁ ।কুহি বৰ দুখ লাগিল কথাখিনি শুনি 💝💝
আপোনাৰ কথাখিনি ওনি বৰ দুখ লাগিল ভাই 😢মই মাজুলী পৰা কয়ছো
আপোনাৰ দৰে এগৰাকী বান্ধৱী পাবলৈ ভাগ্য লাগিব। অন্তৰ খন গধুৰ হৈ গল। আজি প্ৰথম কাৰোবাৰ চেনেলত কমেণ্ট লিখিছোঁ, নিলিখাকৈ নোৱাৰিলোঁ। আপোনাৰ দৰে সঁচা বান্ধৱী সকলোৱে লাভ কৰক। অন্তৰ খুলি কথা কব পৰা বন্ধু বান্ধৱী খুব কমসংখ্যক দেখা যায়। আপোনাক বিশেষ ভাৱে জনাৰ খুৱ আশা মনত জাগিছে।। 🙏
thank u❤️❤️
বৰ দুখ লাগিল কথা খিনি শুনি।
ৰাঙলী বিহুৰ শুভেচ্ছা জনালো তমালৈ কৰ্ণাটক পৰা ।
বহুত দুখ লাগিলে বা তুমিও ভালে থাকা তোমাৰ মাততো বহুত ধুনীয়া ❤❤❤
বা আপোনাৰ কথাবোৰ বহুত ভাল লাগে আৰু মোৰ ঘৰ হয় বৰদোৱাৰ 🥰🥰🥰❤❤❤❤
আপোনাৰ কথাবোৰ ইমান ভাল লাগে। ময় বাক্সা জিলাৰ চাইচো❤❤
দেৰিকৈ হলেও ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ তোমাক 🥰মই গুৱাহাটীৰ কাহিলপাৰাৰ পৰা🥰🥰🥰
Val lagil vdo tu sai dukh nkoriba 😢 mur ati horu chennal ase subsribe kori bo hokolue🙏
শিৱসাগৰ পৰা চাই আছোঁ ❤️ বহুত দুখ লাগিল 😢😢
সঁচাকৈয়ে কথা খিনি শুনি বহুত দুখ লাগিল বা😢😢 ম ইনলবাৰিপৰাই চাইআছু
ধেমাজি পৰা ৰঙালী বিহু শুভেচ্ছা জনালো
কথাখিনি শুনি বহুত দুখ লাগিল অ বা সচাঁকৈ
সচাকৈয়ে কথাখিনি শুনি বহুত দুখ লাগিল 😢😢
গুৱাহাটীৰ আজাৰাৰ পৰা ❤ বিহুৰ আন্তৰিক শুভেচ্ছা জনালো❤
Kuhi tumar Katha khini xuni bahut dukhpalu.Bhagabane tumar bandhobi k aru loratuk bhale kushale rakhak tare kamona karichu.💐🙏🙏🙏❤️🙌😭
❤ আপোনাৰ কথাখিনি শুনি বৰ দুখ পায় লক্ষীমপুৰ জিলাৰ ঘূণাসুতি পৰা ❤
17:51 লক্ষীমপুৰ জিলাৰ ঘূণাসুতি পৰা চায় আছো বহুত দুখ লাগিল
Bohut bhal lagil tumar anuvob maina, bohut buji puwa chwali tumi O, ""
Tomar kathabor xunily bhut kotha upolobdhi koribo pari kuhi baaa ❤❤❤
বহুত দুখ লাগিল...চকুপানী উলাই গ'ল
Baa apuna vdo sai bhut val lage....baar lgte xunpahi..mainu baa ru vdo saw mi bhut val lage.... love from baksa mushalpur hy mi....
Lots of love from hojai district
❤ শিৱসাগৰ পৰা ❤ ব'হাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ❤️
ধমধমাৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল
Nalbari r pora.bohut val lage apunak.apunar VDU bor moi sau.❤️❤️❤️
Bohut dhukh lagil baa bohut kandilu jote ase teuluk hantit thakok happy rongali bihu baa hodai hukhi hoi thaka
বোকাখাতৰ পৰা ❤❤ বহুত মৰম বা তোমালৈ
তোমালৈও বিহুৰ শুভেচ্ছা জনালোঁ।মই বৰ্তমান শ্ৰীনগৰৰ পৰা video চাই আছোঁ।
ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ,, ভাল লাগে তোমাৰ video বোৰ চাই,, মই তিনিচুকীয়াৰ পৰা চাই আছোঁ,,,,
গোৱালপাৰাৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ বা❤❤
My gua para sau apunar video 💝💝happy bihuuuu ba
আপোনাকো ৰঙালী বিহু শুভেচ্ছা জনালোঁ... আৰু মই গোৰেশ্বৰৰ পৰা
আপনার কথা গুলো খুব সুন্দর আমি বাংলাদেশ থেকে দেখছি
তোমাৰ কথা শুনি বহুত ভাল লাগে কুঁহি বা ম ই লক্ষীমপুৰ পৰা চাই আছোঁ কথাখিনি শুনি বহুত দুখ লাগিল 😢😢
Karbi Anglong (Bokajan) pora sai asu baa..apunr video sai VL lage bohut...mur ghroo name u lokhi hoi baa...🥰❤️ apnr history vl lagise baa..
কথা টো শুনি বহুত দুখ লাগিল কিন্তু এনেকুৱা আধৰুৱা সপোন দেখি পুৰাণ নোহোৱা বহুত আছে তুমি মন বেয়া কৰি নাথাকিব
ছয়গাঁওৰ পৰা চাই আছু বহুত দুখ লাগিল
চৰাইদেউ পৰা বিহু শুভেচ্ছা জনালো
Bahut vl lgil katha bor khuni ❤❤
Goalpara Boguwan ,❤ you kuhi baa bohag bihur bohut bohut xubhesya thakil ❤❤❤❤
ছয়গাঁওৰ পৰা মৰম যাছিলোঁ কুহি বা ❤️❤️❤️
হাজোৰ পৰা চাই আছোঁ বা বহুত ভাল লাগে আপোনাৰ কথা বোৰ শুনি
বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলো
...RIP..
Buku khn fati jua jen lagil baa. Mor dumah agt cegerian kori lora eta hoise. Xosake delivery last momentor feeling kako vaxare bujabo nuaru..
Love from nalbari
Love from sivasagar very nice baa
Baa bhut dhux lagil khotha khini huni
Hekhor ktha khini bhut vl lagil baaa
Bht dukh lgil. Dergoan pra saisu. tmk bht vl lge.
derikoi holeu bohag bihu bhut bhut huvaysa thkil kuhi ba ...Love from uttarprodesh❤
Happy rangali bihu,vl lagy tumr video sai, Chennai pa sai asu
বাক্সা জিলা পৰা ৰঙালী বিহুৰ শুভেচ্চা জনালোঁ বা 🥰❤️
Baa apunar video bur sai bhut val lage and bhut khota hikible paw 😊I am from Bokakhat 😊
Happy. Roangli. Bihu. Ba. Drekoi. Holu.. Moi. Kakopther. Pora
Val lage tumar video bur moi dhekiajuli r pora Sai asu
Dukh nokoriba kuhi. Ei jonomot noholeo aha jonomot jate eke maak deotakor baa voni ba Val bandhobi hoi jonom lua Jen. Be positive kuhi. God bless to you and your family. With regards ❤🎉
Kuhi Ba love from Tezpur Univesity
তিনিচুকীয়াৰ পৰা ৰঙালী ❤️বিহুৰ আন্তৰিক ♥️শুভেচ্ছা জনালোঁ ♥️
Morigaon pora.tumar video sai bohut val paw.
Kuhi ba apunik bhut vl lge from hajo
টংলা পৰা চাই আছো ❤ বহুত দুখ লাগিল বা কথাটো শুনি
আপনাৰ কথাখিনি শুনি চকুৰ পানী ওলাই গ'ল বা🥺আপনাৰ বান্ধৱী য'তেই আছে ভাল থাকক 🙏
কথা খিনি শুনি বহুত দুখ লাগিল 😢😢😢
বোৰ দুখ লাগিল ।। চকু পানী ৰাখিব পৰা নাই মই
বিহু শুভেচ্ছা জনালো। মই নাহৰকটিয়া চাচনী পৰা চাই আছো
Puwali tu Sabo mon goise ❤❤❤🎉🎉
Soku Pani ulai gol bohut Baya lagil
Rangali bihur sufkamna jnalo tomak. Happy rangali bihu . Mai Sipajhar Garukhutir pra sai aso
সঁচাকৈ বাইদেউ আপুনাৰ নিচিনা ঘটনা মোৰ জীৱনতো হৈছিল বহুত দুখ লাগে। 😢
অ বা কথা খিনি শুনি বহুত দুখ লাগিল 😢
Love from charaideo Borhat ❤Kuhi ba bht vl lge apunak... Vdobur hdai sw vl lgee 🥰🥰🥰❤️❤️
Love from Sivasagar, Desangmukh kuhi baaa
Hosakoi bohuuut dukh lgill kuhii baa
Lonka kakir pora ba.. tumak bhut vl lage ❤️❤️
Sipjhrr pra sisu baa ❤
Apunar kotha khini xuni bohut dukh lagil baa.allai jate duyojonoke jannat nosib kore .
aji fast time apunar video salu ba..youtubot.jodi ba reels bur dekhi thaku...kotha bur xuni roboi nuwarilu ba.sokupani ulai ahil...ji nohok ba apuni o xodai vle khukhole thakok tare prathona korisu...love you baa.
দেৰিকৈ হৰেও বিহু শুভেচ্ছা জনালো❤️😘 মই ডিব্ৰুগড় টেঙাখাত ৰ চাই আছোঁ
Apunar kotha bur hunile bohut val lage
Heart touching Kuhi Bhomolahati, Bezara
Sorbhogr pora happy rongali bihu ba
গুৱাহাটী পৰা
ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা তোমালৈ
Kuhi ba moi tezpur hoi apunr kotha bur xunila xuni thkibo mn ji xosa bht vl lga apunr video sai
Baksar pora ♥️ Happy rangali bihu
Apunaloiu thakil banglore pora sai asu ba.bht vl lage apunar video sai ❤❤❤
Ki kom kuhi.. Bor dukh lagil huni. Love from dhemaji...
Love form Guwahati ❤
Kaliabor... bohut vl lage tumr video sai...
Love from Sarupeta ( Gomura)
মই দেৰগাঁও।মিছামৰা পৰা।তোমাৰ ভি ডি অ।চাও ভাল লাগে।
Derikoi holeu happy bihu kuhi ba❤ love from golaghat
I am from Tinsukia panitula
So sad yr, 😭😭 nyc videos,🙏🙏🙏🔥😗
Baa moi Lakhimpur r pora Sai aasu...aapunar kotha bur huni bor Val pau...aapuni hodai vale thakok
বঙাইগাও ৰ পৰা 😘ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো বা ।
বহুত দুখ লাগিল
Gabordhan r pora sai asu❤️❤️❤️ aupunar vedio bor sai bhut vll lga baa❤️❤️