Bijoy Bhuyan Jibon Namor Nodi konit
HTML-код
- Опубликовано: 15 сен 2024
- Dear Respected Viewers,
Please Subscribes to my RUclips channel, share with your friends which will cost you nothing but I will be encouraged to entertain you with lot of different song with different feel and taste.....
With Lot's of Love,
Jyotirmoy Borah (Guitarist) (9435548390)
Guwahati, ASSAM.
বিজয় দা আপোনাৰ গীতবোৰ বহুত ভাল পাও | ফাগুন,চ'ত মাহৰ পৰা আপোৰ গীতবোৰ নুশুনিলে বহাগ অহা যেনেই নালাগে।
এই গানটি শুনিলে মোৰ লৰালী কাললৈ মনত পৰে। বা: কি সুন্দৰ গীত❤❤❤❤
অতি সুন্দৰ।মন চুই গ'ল।
কালিৰপৰা এতিয়ালৈকে বিশবাৰ গানটো শুনিলোঁ।খুবেই সুন্দৰ ভাৱধাৰা,মিউজিক লগতে ভূঞা ডাঙৰীয়াৰ কণ্ঠ♥️🙏👌
দীৰ্ঘ আয়ুস লৈ আমাক এনধৰণে গান উচৰ্গা দি থাকিব🙏🙏🙏
1:55 1:55 1:55 1:58 1:59 2:00 bbl
বিজয় দা গীত 12 মাহে জনপ্ৰিয়
Eibor geet sunar pasot aan geet suniboloi mon nejai. Bijoy da always evergreen aamar babey.
Very nice song thank you
Good songs, you artist are creating a better society on earth❤
Humodhur hongeete manob jibon jipal kore hodai vijoy khura iman mitha hongeet di thakiba buli akha korilu
Thank you
❤
আপোনাৰ গীত বোৰ মোৰ বহুত প্ৰিয়❤❤।
Aei ganti moi horute deotar logot bohi xunu thaku,aji aei gaanti xuni deotaloi borke monot porise. Thank you Dada aei gaanti Amar majot punorai diyar babe
Beautiful song.....singing outstanding
Bohut val lagil ❤
Hiya vori jai ki khur ki kontho ko voice . Old is gold 🪙🪙🪙🥇
কান দুখন যে কিমান মূল্যবান,
এই গীত খনি শ্ৰবণ কৰাৰ পাছত বুজি পালো ।
Please share
বিজয় দা,, তুমি আগৰ দৰে হৈ থকা,,তোমাৰ সুন্দৰ সুন্দৰ গীত বোৰ আমাক উপহাৰ দি যোৱা,,,
কি সুন্দৰ গীত,বৰ ভাল লাগে বিজয় দা।
Please share
কালজয়ী গীত । প্ৰেৰণাদায়ক গীত ।
ধন্যবাদ বিজয়দা, লগতে জোতিৰময় বৰালৈ এনে এটি সুৰীয়া গীত সুন্দৰ ভাৱে উপস্থাপন কৰাৰ বাবে। ধন্যবাদ।
Thank you... please share
⁰⁰0
Sasai jibon mane akhoni naw mon sui jai nice song
বিজয় ভূঞা দাৰ ছন্দ খুব সাৱলীল ... বহু ধন্যবাদ এই প্রতিভাক ।
Nice & wonderfull voiceking in life,
অতি সুন্দৰ❤বিজয় দা আপুনি মোৰ অতিকৈ আপোন❤🙏
Bahut dhuniya.
Super Beautiful ❤
সুন্দৰ গীত।
সুন্দৰ
Bhahare bujabo nuwaru,Kiman je bhal lagil,gan tu huni,Bohut dhoinobad
কিযে সুন্দৰ গান
ইমান সুন্দৰ সুৰীয়া গীত .... মন প্ৰাণ চুই যোৱাকৈ গায়ছে ...বিজয় ভূঞাই আমাক যিমান দিছে আমি বাৰু সিমান স্বীকৃতি দিব পাৰিছোনে তেখেতক ?
My favourite song .♥️♥️♥️
Very nice song sir 👌👌👌👌
উফ!ক'ত হেৰাল এই সুমধুৰ চিৰযুগমীয়া গানবোৰ?এইবোৰ গানে মন প্ৰাণ পুলকিত কৰি তোলে ৷
All future ok sulutude sir🙏🙏🙏
কি যে সুন্দৰ
my fav. bijay daaa
Mur bohut priyo gayok,,teuk ki dore jugajug Korib parim kunubai jonabo neki baru,,moiu teur geet gabo bisaru
Wow wow lovely nice song❤❤😂❤❤
Hi, elder brother your song is very sweet and emotional.
বহুত ভাল লাগে দাদা
So so nice.very heart touching.
Ki jay sundar awaj
Full sound di hunilu geet...T
Vl lagil ❤
Heart touching...
বৰ ভাল লাগিল ।
Bohut khundor voice sir apunar agor gaan bor olop remek Kori bonabosun
বিজয়দা, তুমি ভালে আছানে(?) মাজতে তোমাৰ অসুখ বুলি গ'ম পাইছিলো। তোমাৰ বহু গান মোৰ প্ৰিয়, বহু গান ডাউনলোড কৰিছোঁ
Bijay sir selute you
বিজয় ভাইতি''''''',অতি সুন্দৰ গীত এটি আজি বহু দিনৰ মূৰত শুনিবলৈ পালো ।
ই-মা-ন মিঠা কন্থৰে প্ৰাণ ঢালি গাইছা, মোৰ হৃদয় চুই গৈছা ।মই লিখা গীত
যদি ইচছা কৰা দিব পাৰো । নেজানো
মোৰ গীত বোৰ তোমাৰ পচন্দ হয় নে
নহয় ।বয়সত সৰু বাবেই প্ৰথম অৱস্থাতে
ভাইটি বুলি কোৱাত বেয়া নেপাবা ।।
অতি সুনদৰ
🎉❤nice song.nice voice..nice singer.good❤
Bijay da is my favorite
Ok
অতি সুন্দৰ গীত ।
Ki hunilu aji.gaan ki Buji nupua homoiote teapot hunisilu.kune gaisil najanu .aji gom palu❤
Khundar
B b da apuna gan khunibohutval Lage otitoloi monot pore
Wcome
Beautiful
ভাল লাগিল
Wow very lovely song I salute for you.
মোৰজীৱন❤
I like this songs dada
'৯০ দশকৰ পৰাই শুনি আছো বিজয় ভূঞা দেৱৰ গীত । শুনি যেন হেপাঁহ নপলায় । ইমান মিঠা কণ্ঠ । ভূঞাদেৱৰ যোগাযোগ নাম্বাৰটো বাৰু মোক কোনোবাই দিব পাৰিব নেকি ?
Mon vori gol gan tu huni
Great.voice.
Sundar...
অতি সুন্দৰ গীত
মোৰ প্ৰিয় গায়ক, তেখেতৰ গান মোৰ বহুত ভাল লাগে
100 persant raight...sir
Geet ti khuni bohut val lagise
Aru nutun Geet oti khunkale upohar dim..
बिजै
Wow great singing 🤩🥰🫂 likhoni otikoi hundr😍🫂
Bijoy da i l love you,
Nice Song Bijoy Da
বিজয় ভোইয়া ডাঙৰিয়া মোৰ প্ৰিয় গায়ক । তেখেতৰ গীত বোৰে মোৰ হিদয় কপায় দিয়ে ।
গীতটো শুনি বহুত ভাল লাগিছে
good
Great voice
0
@@hiramanikandulana5526 ddddvvvjrjn j
জীৱন জীৱন জীৱন জীৱন জীৱন
ভাল লগা গীত
My, fevaret, singar, bijoy, vuai
❤❤❤❤❤❤❤
❤
Wcome
Beautiful so
So sweet song
Very nice song
Evergreen song
Trek to dia
❤
I like this song
Great voice .
Nice
মই আপোনাৰ গোটেই গীতেই শুনো। আপোনাৰ শ্ৰব্য কেছেট--আপোন,চিনাকী গাওঁ, ইত্যাদি ইত্যাদি আটাইবোৰ। মোৰ দুৰ্ভাগ্য আপুনি যে এবাৰ মালয়বাৰীৰ মালৈক্ষেত্ৰত আহিছিল মোৰ ঘৰ তাৰপৰা ৩কি;মি: আতৰত, কিন্তু আপোনাক চাব নোৱাৰিলো,। আপোনাক কেতিয়া আৰু দেখা পাম বাৰু ক'ব নোৱাৰোঁ।
My love songs
Good
Mur bor priya gayak bhuyan daa
Nice.sonate suaga.
great
❤️❤️❤️❤️❤️❤️❤️
Lovey my song
✋🙏👐👐👐😀
😀😀😀😀👍👍👍
Lovely my songs.❤️💕
Mur pio geet