ডেডলাইন ৭ জুন! ৭ জুনৰ ভিতৰত অসমৰ ৰাইজে কভিড পৰিস্থিতিৰ পৰা এটা ভাল ফল লাভ কৰিব

Поделиться
HTML-код
  • Опубликовано: 14 окт 2024
  • #NewsLive #Covid19 #CovidAssam #HimantaBiswaSarma #AssamNews
    ডেডলাইন ৭ জুন। ৭ জুনৰ ভিতৰত অসমৰ ৰাইজে কভিড পৰিস্থিতিৰ পৰা এটা ভাল ফল লাভ কৰিব। কিয়নো লাহে লাহে অসমত কভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে। ক্ৰমাগত দ্বিতীয় দিনাও পজিটিভিটীৰ হাৰ ৫ শতাংশৰ তলত। ভেকচিন প্ৰদান জোৰদাৰ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে কভিডত অচিৰেই মৃত্যুৰ সংখ্যা কমিব বুলি আশাবাদী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Комментарии • 41