পানী আৰু গাখীৰ পৱিত্ৰ হয় নে নহয় ! ব্যাখ্যাকাৰ Pranjit Gogoi দেৱে কি কলে ! আচৰিত হব আজি আপুনিও |

Поделиться
HTML-код
  • Опубликовано: 19 окт 2024

Комментарии • 193

  • @purnimadas7779
    @purnimadas7779 Год назад +4

    জয় গুৰু শংকৰ মাধৱ বহুত ভাল লাগিল শুনি সবাৰো শ্ৰীচৰণত সেৱা জনালো প্রভূ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @JaniGogoi-h9w
    @JaniGogoi-h9w Месяц назад

    জয় শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @dipanjolihazarika6101
    @dipanjolihazarika6101 Год назад +5

    জয় ৰাম জয় কৃষ্ণ জয় নাৰায়ন জয় শঙ্কৰগুৰু কৃষ্ণ কৃষ্ণ

  • @priyangkusharma8658
    @priyangkusharma8658 Год назад +12

    এও দেখোন কলিযুগৰ কল্কি অবতাৰ যেন ! কৃষ্ণ প্ৰভু আপোনাৰ দৰ্শন লভি পৰম সন্তোষিত হলো ।।

    • @asomiaasom6008
      @asomiaasom6008 Год назад

      তেওঁ কলিত অসমত সনাতনীয় বেদবিহিত কৰ্ম ভকি ধৰ্ম বিনাশকাৰী নিন্দুক বিকৃত ব্যাখ্যাকাৰী মায়াবী গুৰু কলিঅৱতাৰ কৃষ্ণভক্ত ।কৃষ্ণ 🙏

  • @rewatideka7020
    @rewatideka7020 Год назад +5

    আপোনাৰ বাখ্যা অতি সুন্দৰ 🙏 🙏🙏🙏♥️

  • @priyakheebora25
    @priyakheebora25 Год назад +1

    Krishna 🙏

  • @jadavgogoi4008
    @jadavgogoi4008 Год назад +12

    কৃষ্ণ কৃষ্ণ
    সমস্তকে ঈশ্বৰে কৃপা কৰক কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @subhamjyotiborah5179
    @subhamjyotiborah5179 Год назад +10

    🙏 জয় গুৰু শংকৰ 🙏 জয় এক শৰণ নাম ধৰ্ম 🙏 উপস্থিত সকলোৰে শ্বৰণত সেৱা আগবঢ়ায়ছো 🙏 কৃষ্ণ

  • @DipantarBordoloi
    @DipantarBordoloi 6 месяцев назад

    Krishna guru

  • @anantarajkhowa6613
    @anantarajkhowa6613 Год назад +3

    নাজিৰা অগ্নিনাভ মন্দিৰ আহিব তেতিয়া আপুনি গম পাব ।হৰ হৰ মহাদেৱ 🌹

  • @jinaboroo8173
    @jinaboroo8173 Год назад +2

    Kirshna kirshna bhut bhut Val lagil ktha bur huni

  • @NripenchandraMuktiar
    @NripenchandraMuktiar 7 месяцев назад

    Hori ram

  • @RomenBorah-i3l
    @RomenBorah-i3l Месяц назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰণত সেৱা কৰিছো ভাল লাগিলে

  • @ramtanti8009
    @ramtanti8009 Год назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ! জয় গুৰু শঙ্কৰ।

  • @jaryumkuli8603
    @jaryumkuli8603 Год назад

    Krishna.bohut val palu from H Kuli

  • @jayantakonwar7015
    @jayantakonwar7015 Год назад +1

    Krishna guru 👍👌🙏

  • @durlavtalukdar9291
    @durlavtalukdar9291 Год назад +3

    Krishna Amrit katha suni dhanya halo aponar Krishna Mangal hoak sabaro Krishna

  • @ranudas4561
    @ranudas4561 7 месяцев назад

    Krishna Krishna Krishna 🙏 🙏🙏

  • @PONKAJAXOM
    @PONKAJAXOM Год назад +3

    বাপ বাপ কৰি গোটেই খন ধ্বংস কৰিলে।

  • @babiborah4521
    @babiborah4521 Год назад

    Krishna

  • @mridultamuli991
    @mridultamuli991 Год назад

    কৃষ্ণ বাপ বৰ সুন্দৰ লাগিল। ভক্তি ভৰা সেৱা জনালো।

    • @jonadas4349
      @jonadas4349 Год назад

      Krishñ krishn bar val lagise sunib aru essa ase

  • @niranjanboruah-dn5zi
    @niranjanboruah-dn5zi 11 месяцев назад

    Nice 🙂

  • @ankitagogoi9376
    @ankitagogoi9376 Год назад +5

    Krishna Krishna 🙏🙏

  • @gamerakash4299
    @gamerakash4299 Год назад

    100% hosa kotha koise bap jonai ( kihor karone gakhir dhala 2 anorthok koise hundor ke bujai dise... Kin2 kisuman manuhe buja nai) krishna

  • @kilipp7870
    @kilipp7870 Год назад +1

    Krishn krishn krishn 🙏🙏🙏

  • @ujjalsensua7732
    @ujjalsensua7732 Год назад +6

    Krishna Krishna Krishna bap sawer 🙏🙏🙏

  • @sumiboruah-kp2wv
    @sumiboruah-kp2wv Год назад +21

    Krishna..apunar bakhyavag oti hundar.kintu...hakulure dharma beleg,heye aanak heyo kari bakhyavag karile huniboloi beya lage..krishna

  • @jaminisarma2409
    @jaminisarma2409 Год назад +2

    ভকত ৰুপী কুমন্ত্রণা দাতা প্রাণজিত্ তোমাক পূজা পাতালৰ মন্ত্র বোৰে বৰকৈ কিয় আমনি কৰে

  • @rinkumani9458
    @rinkumani9458 Год назад +2

    বাপজনক ওচৰৰ পৰা লগ পোৱা আশা আছে । ভগৱানে কৃপা কৰিলে কেতিয়াবা লগ পাম । কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ।

  • @dinagogoi1013
    @dinagogoi1013 Год назад +2

    যুগ সাপেক্ষ ব্যাখ্যা। কৃষ্ণ কৃষ্ণ প্রভূ।

  • @GunanjanBorthakur-bv3lh
    @GunanjanBorthakur-bv3lh Год назад +1

    Na na bhul hol apunar huada korok

  • @NirupamaDas-pu4mz
    @NirupamaDas-pu4mz Год назад +1

    Krishna krishna

  • @keshabbora7742
    @keshabbora7742 Год назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @kalpanahazarika7631
    @kalpanahazarika7631 Год назад +1

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু বৰ সুন্দৰ।

  • @dilipdas6486
    @dilipdas6486 Год назад +3

    Shree Hori aru mohadev akejon mohadev k ninda nkriba …Shree krishna y katiau mohadev k puja nkribla kuwa nai … Joy shree Ram ..har har mohadev

  • @Gungun.234
    @Gungun.234 Год назад

    Krishno 🙏

  • @barnalidas7784
    @barnalidas7784 Год назад +2

    কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ কৃষ্ণ

  • @MAINAAXOMমাইনাঅসম
    @MAINAAXOMমাইনাঅসম Год назад +24

    অল্প বিদ্যা ভয়ংকৰ বুলি কয়।।।শিৱ লিংগত গাখীৰ ঢালি ঢালি সেৱা নকৰি কত কৰিব লাগে।।।জোনে যাকে পূজা নকৰক কিয় তাক অনৰ্থক বুলি নকব।।।আপুনি চাগে বিষ্ণু মহেশ্বৰক পূজা নকৰে সেইবাবে অনৰ্থক হব নেকি???পৃথিৱীৰ মানুহবোৰ পাগল নহয়।।।আপোনাক ভালপাওঁ আপোনাৰ ভাগৱত বিখ্যা শুনি থাকোঁ আপোনি কিছুমান একেবাৰে অৰ্থহীন কথা কয়।।নিজৰতো চাব অলপ আনে কি কৰিছে মই প্ৰয়োজন নাই বুলি নাভাবো।।।পৰৰ চর্চা বাদ দিয়ক।।।

    • @dulaljun687
      @dulaljun687 Месяц назад

      Sanker deve koi goise tekhete koise

    • @dulaljun687
      @dulaljun687 Месяц назад

      Aak deo mak sau aak bine nai keu

  • @earningtricks385
    @earningtricks385 Год назад +1

    Mahadev ❤️

  • @manuranjanbora1760
    @manuranjanbora1760 Год назад +2

    কৃষ্ণ🙏🙏🙏

  • @rumisharma2986
    @rumisharma2986 Год назад +1

    Har har mahadev ❤
    Om namah shivaay ❤❤

  • @hemaneogneog.joybhulebaba7074
    @hemaneogneog.joybhulebaba7074 Год назад +14

    এখেতৰ আচলতে বিজ্ঞান সম্পকে ধাৰণা সিমিত।শাওণ মাহত কিয় শিবলিংগত গাখীৰ দিয়ে তেখেতে জানি লৈ মত প্ৰকাশ কৰা উচিত।

    • @girishchandrasharma5023
      @girishchandrasharma5023 Год назад +2

      অলপ বিদ্যা ভয়ঙ্কৰ /

    • @girishchandrasharma5023
      @girishchandrasharma5023 Год назад +3

      এনে বিলাকে সমাজৰ চিন্তাক ভাগ ভাগ কৰে সমাজ ভাঙি ঠানবান কৰে

    • @anupamborah767
      @anupamborah767 Год назад

      Agree! Nijok suprem buli vabe eaijone . Teuhe jane jeniba hokolu

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 Год назад +7

    কৃষ্ণ কৃষ্ণ।

  • @nayanmonigogoi8657
    @nayanmonigogoi8657 Год назад

    🙏

  • @keshobhazarika
    @keshobhazarika Год назад

    ❤Very nice 😍

  • @sewalibora7160
    @sewalibora7160 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @kumkum562
    @kumkum562 Год назад +1

    কৃষ্ণ কৃষ্ণ‌❤️

  • @Barsha-v9h
    @Barsha-v9h Год назад +1

    আমিও শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ,, কিন্ত কৃষ্ণ ৰ বাহিৰেও সকলো ভগৱানক সন্মান কৰোঁ,, কি কথা কৈছে হে

    • @mridusmitasaikia83
      @mridusmitasaikia83 Год назад

      শংকৰ সংঘ ৰ সঙ্গী ৰ এনে ভাষ্য নে,,,,, এনেয়ে এই অনুষ্ঠান টিত সোমাই থাকিলে নহয় টো,,,তাৰ অনুসৰণ কৰা দৰকাৰ,,, শংকৰ সংঘ মানে এক শৰণ নাম ধৰ্ম অনুষ্ঠান জানে নে আপুনি,আমি উ সকলো দেৱ দেৱী যে আছে এইয়া মানো,, তেওঁ টো কোৱা নাই সন্মান নকৰিব,,তেওঁ পূজা পাতল হে অনৰ্থক কৈছে,,বুজি লওক কথা খিনি,,,

    • @Barsha-v9h
      @Barsha-v9h Год назад

      @@mridusmitasaikia83 Apuni mok ata answer diyok...Vogoban ram e rabonk bodhiboloi durga debir puja patisil,,,,,Aitu ki ktha

    • @mridusmitasaikia83
      @mridusmitasaikia83 Год назад

      @@Barsha-v9h কিয় তেওঁ টো বুজাই দিছে,, যুগ লৈ পূজা পাতল,, কৰ্ম,,ত্ৰেতা যুগত কি,আন kaita jug ত ki তেওঁ বুজাই দিছে,,কলি যুগ ত নামে ই সকলো,, পুণ্য প্ৰাপ্তি ৰ কাৰক,,মাধ্যম,,,নাম এই পৰম ধন নাম গলৰ মণি বুলি কথা সাৰ sunise নে,,,

    • @mridusmitasaikia83
      @mridusmitasaikia83 Год назад

      @@Barsha-v9h কলি যুগ ৰ নাম ই সাৰ বুলি কৈছে,,সেইয়া ৰাম ৰাৱণৰ যুগ ত আমি নাই নহয়,,,,

    • @Barsha-v9h
      @Barsha-v9h Год назад

      @@mridusmitasaikia83 সেইয়া কোনে কৈছে, গুৰু শ্ৰী শঙ্কৰদেৱে,,, মানিছোঁ আমি সেই ৰাম ৰাৱণৰ যুগত নাই কিন্ত সেইবোৰ কথাই দেখোন এতিয়াও মানি চলা হয়। সেই যুগৰ ভগৱান জনকে দেখোন আমি মানো ,তেনেহলে কলি যুগৰ ভগৱান হিচাপে কোনোবা মানক আপুনি,, শ্ৰী কৃষ্ণই স্ৰেষ্ট,, এইটো মই ভাবো আৰু মানিও চলো। কিন্তু শঙ্কৰ গুৰুজনাই যে কৈছে দেৱ দেৱীৰ পূজা পাতল চালে ভক্তি ব্যভিচা ৰ হব বুলি, বলি বিধান হিচাপে পতা পূজাক মই ঘোৰ বিৰোধ কৰোঁ। কিন্তু সাধাৰণ পূজাত কি আছে। বৈষ্ণব, শাক্ত,,,, আদি ভাগ সকলো সনাতনৰ ভাগ,, সনাতন ধৰ্মত সকলোৰে অন্তৰত ইচ্ছৰ বিৰাজমান বুলি কৈছে,, তাৰ পিছত এই মনোভাৱ কিঅ

  • @indrajithazarika3411
    @indrajithazarika3411 Год назад +1

    Krishna krishna krishna 🙏🙏🙏

  • @Ridipaxom
    @Ridipaxom Год назад

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনাইছো

  • @Monalisa-l9w
    @Monalisa-l9w Год назад +1

    Wow

  • @KhanindraTalukdar-zk5ps
    @KhanindraTalukdar-zk5ps Год назад +1

    Krishna Krishna bap

  • @parikshitgogoi2649
    @parikshitgogoi2649 Год назад +8

    ভাগৱত পঢ়া নামত বেপাৰ কৰিছ।। আনক নিন্দা কৰে।।।।।

    • @parikshitgogoi2649
      @parikshitgogoi2649 Год назад

      You tube acc tu malike nosolai ni ..toi pokor dhuatua tua like Mari aso nki baru

    • @gojenboruah6083
      @gojenboruah6083 Год назад

      Teu bhagabat khan nij likhisenki.Tat ji likha ase takbhangani he kri dise tat teu ki bepar krise.karubar huniba mn ngle nuhunile hoi.

    • @parikshitgogoi2649
      @parikshitgogoi2649 Год назад

      @@gojenboruah6083ভাগৱত আপুনিও অধ্যন কৰক অলপ ।।নিন্দা কৰা লিখা আছে নেকি

    • @mridusmitasaikia83
      @mridusmitasaikia83 Год назад +1

      তেওঁ আনক অলপ ধৰ্ম জ্ঞান দিব হে গৈছে,বেপাৰ যে ভবিছে মাতি চাওক নিজৰ গৃহ লৈ,,,এটা টকা যাচি দিলে তেওঁ নলয়,, পাপ কথা মনত কিয় আনে,,,

    • @dhirumoral5597
      @dhirumoral5597 Год назад

      @@mridusmitasaikia83 Koli r molomoti belake kot janibo

  • @pabitradeka7724
    @pabitradeka7724 Год назад +4

    Om namah shivaya 🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🚩 har har Mahadev kailashpati Bhagwan jata jaiba tortoise Shiva 🕉️🕉️🚩🚩🚩🚩🕉️🕉️🕉️🕉️🙏🙏🙏🙏🙏

    • @rupamsaikia4383
      @rupamsaikia4383 7 месяцев назад

      Bhanguri সন্থা সম্পাদক চাগে এইজনা গৰু

  • @sasadharrajbangshi4147
    @sasadharrajbangshi4147 Год назад

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏🙏🙏🙏🙏🙏 প্ৰভু‌

  • @kangkanjyotikalita9577
    @kangkanjyotikalita9577 Год назад +3

    Om namah Sivaya Har har mahadev

    • @rupamsaikia4383
      @rupamsaikia4383 7 месяцев назад

      Bhanguri সন্থা সম্পাদক চাগে এই জনা গৰু

  • @chandraprasadsaikia8399
    @chandraprasadsaikia8399 Год назад +18

    বাপ জনাই প্ৰায় সকলো ব্যাখ্যাতে যিকোনো প্ৰকাৰে আন ধৰ্মৰ সমালোচনা কৰিবলৈ চেষ্টা কৰা দেখা যায়। সমগ্ৰ পৃথিৱীত বহুতো ধৰ্মৰ মানুহ আছে, একেদৰে প্ৰতেকৰ ইষ্ট দেৱতা বেলেগ বেলেগ আৰু পূজন পদ্ধতিও বেলেগ বেলেগ।বাপ জনাই মনতে ভবাৰ দৰে অন্য সকলো পন্থাৰ লোকসকল মহামূৰ্খ বুলি ভবাটো নিশ্চয় যুগুত নহ'ব।

    • @nayanmonikhanikor4686
      @nayanmonikhanikor4686 Год назад

      আপুনি ঠিক কৈছে

    • @nirjurajgogoi319
      @nirjurajgogoi319 Год назад +5

      “ভাৰত বৰিষে জনম লভিয়া নভজে হৰি চৰণে , সিটো জ্ঞানশূণ্য পশুটো অধম জনম লভিল কেনে“ ৷ প্ৰকৃততে গুৰুদুজনেই আামাক এনেদৰে কৈ গৈছে ৷ গুৰুদুজনাক কিমানযে সেইযুগৰ লোকে তিৰস্কাৰ কৰক্থনা কৰিছিল সকলোৱে জানে ৷ গগৈবাপজনাই কেৱল ভাগৱত, কীৰ্তনৰ বাণীসমুহ সহজ সৰল ভাৱে বুজাবলৈ চেস্টা কৰিছে যিটো আজিলৈকে কোনোলোকে কৰিবলে আগবাঢ়ি অহা নাই বা নাছিল ৷ শাস্ত্ৰৰ সিদ্ধান্ত বিলাকহে কৈ আছে ৷ শাস্ত্ৰ আমি দিনে ৰাতিয়ে পঢ়োঁ কিন্ত অৰ্থ বুজিবলে চেশ্টা নকৰো ৷ অৰ্থবুজিবলে চেষ্টা নকৰিলে শাস্ত্ৰ ভাগৱত পঢ়ি কিবা লাভ হব বুলি ভাবিব পৰা নাযায় ৷ কিছুমানে একেখন কিতাপকে পঢ়ি প্ৰথম বিভাগ পায় আকৌ কিছুমানে ফেইল কৰে ৷ অসমীয়া মানুহে কিবা ভাল কাম এটা কৰিলে লেং মৰা মানুহৰ অভাৱ নাই ৷ কৃষ্ণ ৷

    • @manuranjanbora1760
      @manuranjanbora1760 Год назад

      চন্দ্ৰ প্ৰসাদ শইকীয়াই গীতা আৰৃ ভাগৱত লিখিঢিলনে কি?

    • @nayanmonikhanikor4686
      @nayanmonikhanikor4686 Год назад +6

      শ্ৰী মদ্ভাগৱতে কৃষ্ণ দেৱৰ সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিছে আমি একমত কিন্তু কোটি কোটি মানুহৰ বিশ্বাস আস্থাৰ থল শিৱ মহাদেৱক হীন কৰিব নোৱাৰে....কোনো প্ৰকৃত বৈষ্ণৱে শিৱ-বিষ্ণুৰ ভেদাভেদ নকৰে....আৰু বহুতে হয়তু নাজানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য হোৱাৰ আগত প্ৰাণজিত গগৈ বাপ সত্ৰৰ ভকত আছিল....পন্থা বেলেগ হলেই যানো দৰ্শন বেলেগ হব....এক ঈশ্বৰৰ উপাসনাক আমিও মানো সেই বুলি সনাতন মাৰ্গৰ বলি বিধান বিহিন পূজন পদ্ধতি সমূহ ভুল নহয়....তেনেহলে চোন সমগ্র হিন্দু সমাজেই ভুল হব😊

    • @arunabhuyan3283
      @arunabhuyan3283 Год назад

      @@nirjurajgogoi319 right

  • @anantarajkhowa6613
    @anantarajkhowa6613 Год назад +12

    এজন ভক্তৰ মুখত এনে কথা শোভা নেপাই । ভকত হয় ওলপ ভাল চিন্তা কৰিব লাগে ভাল টো চিন্তা কৰিব নোৱাৰোঁ যদি বেয়া চিন্তা নকৰিব। বেয়া চিন্তা কৰে কাৰণে এনে কথা কব পাৰিছে। বৰ্মা বিষ্ণু মহাদেৱ এজন হয় ।দক্ষই ৰজা যেতিয়া মহাদেৱ অপমান কৰিছিল তেতিয়াই ভগবানৰ বিষ্ণু কৈছিল আমাৰ মাজত ভাগ ভাগ কৰি লাভ নাই কাৰণ আমি তিনি জনে এজন ।

  • @earningtricks385
    @earningtricks385 Год назад +3

    অল্প বিদ্যা ভয়ংকৰ , সামান্য জানি ধৰ্মৰ ওপৰত মাত মাতিলে ভাল নেদেখি। মহাদেৱ সৃষ্টিৰ আদি আৰু অন্ত।

  • @kamalpayeng4938
    @kamalpayeng4938 Год назад +4

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ সকলো উপস্থিত বাপ আই সকল প্ৰনাম জনালো কৃষ্ণ কৃষ্ণ 🙏

  • @prabinjaihanumansaikia476
    @prabinjaihanumansaikia476 Год назад +1

    Baap jana apunalukar anekuwa tulunga mulok bhkha bilakar karone aaji sanatan dharma bilopta hobo goi ase, cristiyan ba ,anya dharmat goi ase, aji shiv u kon , tau to boishnab jato jivo tato shiv apunar logoto swas rupi shivo birajmaan hoi ase ,aru zidina swas rupi shivp aatari xaidina saw lay poribatan hobo,nisoy ,gitat prabhu way koise hari haro ek attma eke jane shivo ardhanari sharo rupo prabhu sada shivo.❤❤❤❤

  • @arunpathak2120
    @arunpathak2120 Год назад +6

    একেবাৰে শুদ্ধ বাখয়া আগবঢ়োৱা হৈছে। কৃষ্ণ। জয় গুৰু শঙ্কৰ।

  • @rekhagogoi322
    @rekhagogoi322 Год назад +1

    Krishna,Krishna,Krishna .

  • @jitugogoi1004
    @jitugogoi1004 Год назад

    Har har mahadev,guru Brahma,guru Vishnu, guru Moheswar,sarasara jagatara guru a ishwar.

  • @HopunorKareng-ih3ln
    @HopunorKareng-ih3ln Год назад +3

    🙏🙏🙏

  • @ankitandas8110
    @ankitandas8110 Год назад

    Krishna baap

  • @birajnath2890
    @birajnath2890 Год назад +3

    Ketiaba asomr para bahiraloi ahe paisene. Jadi aha nai ahe Sai jabo. Bhagawat r naamat bepar Kara bandha karak. Apuni belegak bahut ninda kare.

  • @poragboruah4156
    @poragboruah4156 Год назад +13

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @mukeshrobidas617
    @mukeshrobidas617 Год назад +5

    জ্ঞানী মানুহে আনক সমালোচনা কৰা উচিত নহয়। শিৱ কৃষ্ণ একেই হয় । শিৱক অপমান কৰা মানে কৃষ্ণক অপমান কৰিছে। প্ৰত্যেক কণত কৃষ্ণ সোমাই আছে।

  • @horengogoi9914
    @horengogoi9914 Год назад +6

    Apunar sarant heya jonaisu..apunak vogobanor rupot dekha pau.krishna

  • @rhiturajpathak8351
    @rhiturajpathak8351 Год назад

    কৃষ্ণ কৃষ্ণ বাপ

  • @bobydevi4889
    @bobydevi4889 Год назад +2

    🙏🙏🙏🙏🙏

  • @girishchandrasharma5023
    @girishchandrasharma5023 Год назад +3

    জ্ঞানী মুৰ্খ / বেছি হৈছে

    • @kalpanahazarika7631
      @kalpanahazarika7631 Год назад +1

      গম পাই যাব নিজে নিজে কেইদিনমানৰ পিছত।

    • @girishchandrasharma5023
      @girishchandrasharma5023 Год назад

      @@kalpanahazarika7631 কেইদিনৰ পিছত গম পাই যাম কল্পনা কৰি থাকক

  • @ak3068
    @ak3068 Год назад +3

    গগৈ আপুনি শৰণৰ যি ব্যাখ্যা কৰিলে কিন্তু অন্যত তেনেদৰে পোৱা নাই। আপুনি ক'তপালে জনাবচোন।

    • @bubulgogoi1682
      @bubulgogoi1682 Год назад

      আপোনাৰ মতে কিদৰে শৰণৰ ব্যখ্যা হব লাগে মতামত জনাবচোন??

  • @manujkalitamanujkalita865
    @manujkalitamanujkalita865 Год назад +2

    জয় শ্ৰী কৃষ্ণ জয় শ্ৰী ৰাম । এতিয়া pranjit বাপ ডাঙৰীয়াক expire হোৱা দৰৱ খাই থকা মানুহে খুব গালি পাৰিব 🙏🏼🙏🏼 ঔ হৰি ঔ ৰাম 🙏🏼

  • @mridusmitasaikia83
    @mridusmitasaikia83 Год назад +2

    Baap জনা এটা কথাই বেয়া লাগিছে,দুখ দিছে,,কিছুমান এলাগী,,আপোনাৰ বাখ্যা চাব বা শুনিব যোগ্য নোহোৱা মানুহে ও আপোনাৰ এই বাখ্যা সমূহ YOu tube যোগে পাইছে, আৰু মহা অধম,মহা মূৰ্খ হৈ শাস্ত্ৰ, ভাগৱতৰ এটা এটা শাৰী ৰ বাখ্যা আপোনাৰ যোগেদি শুনা পাই ও অবোজন হৈ,,আপোনাক কিছুমান নিষ্ঠুৰ ,অলাগতীয়াল Cmnt আগ বঢ়াইছে, পিছে আপোনাৰ ধয্য দেখি আমি আপ্লুত,,সেয়ে ভাবো আপুনি ভগৱান ৰ ভক্ত🙏🏻,,,nasale নহলে নে তেওঁ লোকে baap জনা ৰ ব্যাখ্যা,,,,,

  • @sumitradeka3599
    @sumitradeka3599 Год назад

    KRISHNA KRISHNA KRISHNA🙏🙏🙏🙏🙏

  • @MuninDutta-h1i
    @MuninDutta-h1i Год назад +4

    কৃষ্ণ। প্ৰভু ক্ষমা কৰিব। যিহেতু দিহা নামৰ দলটিকো সময় সূচী দিছিলোঁ আৰু সময়ক উপলব্ধি কৰি আপোনাক কোৱাৰ বাবে বেয়া নাপাব । কৃষ্ণ।

  • @HimaBora-v4e
    @HimaBora-v4e Год назад

    ❤❤

  • @jyotiprakashbarman6838
    @jyotiprakashbarman6838 Год назад +6

    শিৱলিঙ্গ ৰূপে নিৰগুণ‌ শিৱলিঙ্গ গাখীৰ অৰ্পন কৰিলে কোনো পাপ নহয় আপুনি শাক্ত সনাতন হিংসা‌ কৰা হয়

  • @rupamkonwar2747
    @rupamkonwar2747 Год назад

    কৃষ্ণ বাপ,

  • @bimaldas2539
    @bimaldas2539 Год назад

    ❤❤🎉🎉🎉

  • @updeshmala2737
    @updeshmala2737 Год назад +4

    শুক মুনি মুখৰ ভাগৱত পঢ়ি কৃষ্ণ মুখৰ গীতাক অপমান কৰা অলগৰ্ধ, মহামূৰ্খ ।ভালকৈ গ্ৰন্হ সমূহ পঢ়ি আঁহক।তাৰপিছতহে বুজিবা কোন শুদ্ধ। যুগ ধৰ্ম্ম ৰচনা, আৰু মায়া শাস্ত্ৰৰ ৰচনা, মায়াবীৰ গুৰু সকলৰ জন্ম কিয় হৈছিল আৰু কলিযুগত কৃষ্ণই কি লীলা কৰি আছে ভালকৈ জানি আঁহক। যিসকলে চাপৰি বজাই সমৰ্থন কৰি আছে সেই সকলে জানো কিবা পঢ়িছে। ভালকৈ তত্ত্ব সাৰ পঢ়ি অহা হলে চাপৰি কেতিয়াও নবজাই। ইয়াতে বুজিব পাৰি যে কিমান পানীৰ মাছ।

  • @minatimech4993
    @minatimech4993 Год назад

    Krishna Krishna Krishna baap

  • @updeshmala2737
    @updeshmala2737 Год назад +2

    আপোনাৰ দিন বেয়ালৈ আহিছে। পিতৃৰ চৰণত এটুপাল শ্ৰদ্ধাৰে গাখীৰ দি সেৱা কৰাটো অনৰ্থক বুলি মূৰ্খই কয়।আপোনাৰ গীতাৰ জ্ঞান কিনছিতো নাই। আপুনি কৃষ্ণৰ উপদেশক উলংঘন কৰি আছে। আপুনি গীতাকো উলংঘন কৰিছে আৰু আনৰ চিত্ত নষ্ট কৰিছে। গীতাত কৃষ্ণই অৰ্জুনক কৈছে
    তুলসীৰ পত্ৰ কিম্বা বনৰীয়া ফুল
    গছৰ ফল কিম্বা নদীৰ শুদ্ধ জল।
    আগ কৰি যিটো জনে মোৰ নাম স্মৰে
    লভি তুষ্ট হওঁ মই পৰম আনন্দে। ।
    পত্ৰং পুষ্পং ফলং তোয়ং
    যো মে ভক্ত্যা প্ৰযচ্ছতি
    তদহং ভক্ত্যুপহিতম
    অশ্নামি প্ৰযতাত্মনঃ(২৬)
    শ্রীমদভাগৱত গীতাৰ নৱম অধ্যায়।
    গাখীৰো পৱিত্ৰ বাবেই অৰ্পন কৰা যাই আৰু তাৰো মহত্ব আছে। মূৰ্খই নজানি নিন্দা কৰে।

  • @nomitadutta9340
    @nomitadutta9340 Год назад +1

    ডাঙৰীয়া শুনি বৰ ভাল লাগিল

  • @girishchandrasharma5023
    @girishchandrasharma5023 Год назад +12

    ভাৰত বৰ্ষৰ বাহিৰৰ কথা নকওঁৱেই / ভাৰতৰ ভিতৰত থকা দেৱাদিদেৱ মহাদেৱৰ মন্দিৰৰ লিংগত গাখীৰ ঢলা সকল মহামূৰ্খ /এওঁহে জ্ঞানী

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Год назад +1

    Krishna krishna baap shwa gonalu

  • @poragborah7281
    @poragborah7281 Год назад +4

    Mohadevr upor mal sujana. Deboru dev gogoi dev

  • @rimadeka9994
    @rimadeka9994 Год назад +1

    Eijone manuhok bhul pothe porisalit korise ,,paap lagbo na kobo enekua kotha ,aponak dekhi ase bhagwan e ushit bisar koribo apuni teria buji pabo ,,,,om namah sivay,,,mata parvati

  • @asomiaasom6008
    @asomiaasom6008 Год назад +8

    পুখুৰীৰ ভেকুলীয়ে ভাবে সি নিজে থকা পুখুৰীটোৱেই আটাইটকৈ ডাঙৰ মহাতসাগৰ তাতকে ডাঙৰ সৰ্ববৃহৎ মহা সাগৰ নাই ।পিছে সি বাস কৰা মহাসাগৰটো এটা সামান্য পুখুৰীহে প্ৰাণজিত গগৈও তেনে এটা সামান্য পুখুৰীৰ এটা ভেকুলীহে ।অল্প বিদ্যা অতি ভয়ংকৰ ,অতি ভক্তি ভণ্ড চোৰ মন্দমতি দুৰাচাৰীৰ লক্ষণ ,নিন্দুক সুবিধাবাদী স্বাৰ্থপৰ প্ৰাণজিত গগৈও বৈষ্ণৱ ধৰ্মীয় সমাজৰ তাৰে এটা বাস্তৱ জলন্ত উদাহৰণ ।ও হৰি ও ৰাম ।হৰ হৰ মহাদেৱ ।

    • @mridusmitasaikia83
      @mridusmitasaikia83 Год назад

      আপুনি শ্ৰী মন্ত শংকৰ দেৱ সংঘ এক শৰণ নাম ধৰ্ম অনুষ্ঠান টো চিনি পাইনে,, শুনিচে নে,,দেখা পাইছে নে তাৰ বিশাল আকাৰ,,,তেখেতৰ পৰিসীমা সেই বিশাল আকাৰৰ bujise,,পিছে কিছুমান মহা মূৰ্খ ই তাৰ আও ভাও নাপাই😌😌🙏🏻🙏🏻কি এক শৰণ নাম ধৰ্ম,,,,

    • @asomiaasom6008
      @asomiaasom6008 Год назад

      ​@@mridusmitasaikia83অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘক ভালকৈ চিনি পাও ,বাবুল বৰা হতৰ সংঘ নহয় জানো ?যত বেদবিহিত পূজা শ্ৰাদ্ধ বিবাহ আদিক ঘৃণা কৰে কোনো সংঘৰ লোকে সেই বিবাহ শ্ৰাদ্ধ পূজাত গলে এঘৰীয়া কৰে হাজাৰ হাজাৰ টকা জৰঘমনা ভৰাই ,গুৰু দামোদৰী হৰিদেৱী পন্থৰ ভকতক স্বগুৰু ধৰ্ম ত্যাগ কৰাই সংঘৰ অন্তৰ্ভুক্ত কৰাই শংকৰী কৰে ,হোটেলত খায় কিন্তু অনাশংকৰী লোকৰ ঘৰত নাখায় ,অনাশঞকৰী লোকৰ ঘৰৰ অনূস্থানত নাজায় চুৱা লাগে কিন্তু বজাৰ সমা মেলাঅনুস্থান গাড়ী মটৰত একেলগে যায় ,শংকৰ মাধৱো অসমীয়া হৰিদেৱ দামোদৰদেৱ ভট্টদেৱো অসমীয়া সেই অসমীয়া হৰিদেৱ দামোদৰদেৱ অসমত নচলিব কেৱল শংকৰ মাধৱহে চলিব লাগিব বুলি কোৱা ,গুৰু হৰিদেৱ দামোদৰদেৱ পন্থৰ বিৰোধিতা কৰে অথছ আগ্ৰাসী খ্ৰীষ্টানৰ বিৰুদ্ধে একো নকয় .সনাতন হিন্দুৰ উপাষ্য শিৱ দেৱ দেৱীৰ পূজা বিৰোধ কৰে খ্ৰীষ্টান বৌদৰ আগ্ৰাসত নিমাত ,হাহ কুকুৰা ব্ৰয়লাৰতগাহৰী মাংস খায় অথচ উপাৰ্জনৰ বাবে হাহ কুকুৰা গাহৰীণ ব্ৰয়লাৰ পালকক নিষিদ্ধ এঘৰীয়া কৰে সেয়াই নহয় ?

    • @asomiaasom6008
      @asomiaasom6008 Месяц назад

      ​@@mridusmitasaikia83তোমাৰ শ্ৰীমন্ত শংকৰ সংঘক ভালকৈ যানো যাৰ বৈশিষ্ট হৈছে একপক্ষী ক্ষুদ্ৰস্বাৰ্থৰ আৰু বেদ পুৰাণ গীতা ভাগৱত শিৱ দেৱ দেৱী আন গুৰু ঊকতক নিন্দা ঘৃণা অপমান তাচ্ছিল্য কৰি বিৰোধ অবজ্ঞা কৰা অনুস্থান ।

  • @mridusmitasaikia83
    @mridusmitasaikia83 Год назад +1

    গগৈ বাপ জনা ই কাকো কোৱা নাই যে পূজা নকৰিবা,,শিৱ ক namaniba,তেওঁ অনৰ্থক বুলি হে কৈছে,শাস্ত্ৰ ত থকা মতে হে তেওঁ সকলো বুজাই দিয়ে,,তেওঁ বাখ্যা শুনি আপুনি মই অলপ পূণ্য কমাবলৈ সুবিধা kon পাইছোঁ,, যি নোৱাৰে তেওঁ কথা মানিব,, নামানিব,,,তেওঁ টো কোৱা নাই মোৰ খিনি পালন কৰিব লাগিব বুলি,,,,তেওঁ বুজাই দিছে মূৰ্খ ই তৰ্ক কৰিব জ্ঞানী ye পুণ্য কমাব,,🙏🏻🙏🏻কৃষ্ণ

  • @budhenbaishnab5414
    @budhenbaishnab5414 Год назад +1

    Jai Srikrishna, prabhu bahute Siba puja kari upkita hoi ase. Tenekshetat Sibak gakhi pani di puja kari labh nai buli kuwatu usit haba janu. Prabhu aitu ata bivanti katha jen lagise. Apuni Mahabhagabat pahise thik ase . Amiyu Krishna bhati karu. Apuni anar bhakti t hasta kshep kara nahal janu. Apuni budh hai Siba Maha puran study kara nai. Shasta mate bhaktak bibhantikar coment diyatu aparadh nahaijanu. Aru bahut. Jai Srikrishna.

  • @saratnath-2271
    @saratnath-2271 Год назад +1

    Har har Mahadev 🙏 Jai Sri Ram 🙏Jai Bajrangbali Hanuman 🙏 Jai Maa Kamakhya 🙏 Jai Maa Kaali 🙏Krishna Krishna Krishna 🙏

  • @updeshmala2737
    @updeshmala2737 Год назад +1

    এও ভক্ত নহয়। মহন্তও নহয়। এখেতৰ আধ্যাত্মিক জ্ঞান কিনছিতো নাই। গাঁৱলীয়া নজনা কিছুমান লোকক মূৰ্খ বনাই আছে। মহাদেৱৰ নিনদুক আৰু মহাদেৱৰ ভক্তক নিন্দা কৰা জনক ভাগৱতৰ চতুৰ্থ স্কন্ধত হৰিয়ে পাপীষ্ঠ বুলি কৈছে। সেইজন মহন্ত নহয় বুলি কৈছে ।আজি হিন্দুহৈ হিন্দুধৰ্মৰ দেৱকেই নিন্দাবাদ। লাজ পাব লাগে।এইবোৰ মায়াবীৰ গুৰুৰ প্ৰভাবত আৰু মায়া শাস্ত্ৰৰ প্ৰভাৱত হৈ আছে। যেতিয়া লৈকে সনাতন হিন্দুধৰ্মৰ লোকে মায়াবীৰ গুৰু আৰু মায়া শাস্ত্ৰক চিনি নেপাব তেতিয়ালৈকে এনেদৰেই নিজৰ দেৱ দেৱতাক নিন্দা কৰিব। পূৰ্বতেই ভৱিষ্য পুৰাণত প্ৰকাশ কৰি থৈ গৈছে। যা বোপা দক্ষৰ দৰে ভস্মাসুৰৰ দৰে বিলাই যে নহব মানেই নাই। উলটা গিনটি আৰম্ভ হল।

  • @manuranjansaikia9260
    @manuranjansaikia9260 Год назад +1

    এইজনাক ভাল নলগা হ'ল

  • @akhilarandhara5180
    @akhilarandhara5180 Год назад

    বাপ জনা ; কীত্ত'ন - ঘোষাৰ নাম অপৰাধৰ দ্বিতীয় কীত্ত'ন ভাগ পঢ়িব চোন

  • @DhrubaSarma-op5co
    @DhrubaSarma-op5co Год назад +1

    বাপ,শিৱ পূজাৰ দিনা শঙ্কৰ ধৰ্মৰে , পূজা শ্ৰাদ্ধ,নকৰা, মূৰ্তি নোচোৱা সকলে, শিৱ পূজাৰ দিনা ই বেল পাত,বেল,ধতুৰা, ফুল, ঘৰে ঘৰে কৃষ্ণ কৃষ্ণ বুলি বিলাই ফুৰে।কি্য।আৰু এটা কথা আপুনি পূজা শ্ৰাদ্ধক যেনেকে অপমান কৰে। বাকী আন ধৰ্মৰ মানুহে অপমান নকৰে। আপোনাক আশীৰ্বাদ কৰিছো। আপুনি যদি এদিন শিৱ,নাম, মনসা দেৱীক পূজা কৰিব লাগিব।

    • @DhrubaSarma-op5co
      @DhrubaSarma-op5co Год назад

      নহ'লে আপুনি পূজা নকৰিলে মনসাই , শিৱ ই আপোনাক এৰি নিদিয়ে। আশীৰ্বাদ কৰিছো।

  • @rimpidas954
    @rimpidas954 Год назад

    Krisna gogoi bab kalijugor ajon bhagobanto rup. Gotika hommajor hokolu lukakk bhagobat gaian dibo parra.

  • @nituchangmai6538
    @nituchangmai6538 Год назад +1

    Dhormo paliboloiu kintu Toka main...