জীৱন আৰু সংগ্ৰাম! পত্নীৰ দৃষ্টিত ড° হীৰেন গোহাঁই আৰু ড° গোহাঁইৰ দৃষ্টিত পত্নী ৰাণী গোহাঁই

Поделиться
HTML-код
  • Опубликовано: 12 сен 2024
  • জীৱন আৰু সংগ্ৰাম! পত্নীৰ দৃষ্টিত ড° হীৰেন গোহাঁই আৰু ড° গোহাঁইৰ দৃষ্টিত পত্নী ৰাণী গোহাঁই
    Watch the full clip to know more about this story.
    #pragnews #HirenGohain #RaniGohain #interview #Uncut #DrHirenGohain #newyear #newyear2024
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

Комментарии • 128

  • @minatimedhi1739
    @minatimedhi1739 8 месяцев назад +5

    এনে এটি সুন্দৰ অনুষ্ঠান উপহাৰ দিয়াৰ বাবে তোমাক বহুত ধন্যবাদ জনালো। গোহাঁই চাৰৰ নিচিনা এজন ব্যক্তি অসমত জন্ম লোৱা টো আমি অসমীয়া হিচাপে ধন্য মানিব লাগে। চাৰ জীয়াই থাকোতেই তেখেতক উচিত সন্মান দিয়াটো কামনা কৰো। লগতে বাইদেউৰ অৰিহণা খিনিয়েও স্বীকৃতি পাব লাগে বুলি ভাবো

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 8 месяцев назад +5

    বাইদেউ বৰ সৰল অমায়িক আৰু খোলা মনৰ মানুহ বুলি সাক্ষাৎকাৰটিৰ পৰা গম পালোঁ। ড° হীৰেন গোঁহাই ছাৰ আমাৰ দৃষ্টিত নিজে এটি অতুলনীয় অনুষ্ঠান। ছাৰ আৰু বাইদেউ দুয়োজন ভালে থাকক।

  • @birensaikia1934
    @birensaikia1934 8 месяцев назад +19

    বহুত সংঘাত পূৰ্ণ জীৱন। ছাৰৰ বুদ্ধিমত্তা যিজনে শুদ্ধ ৰূপত বিশ্লেষণ কৰে তেওঁহে বুজিব পাৰিব মানৱ জাতিৰ প্রতি ছাৰৰ অৱদান কি। ছাৰ আপোনাৰ ভাৱধাৰাৰ দ্বাৰা সদায় অনুপ্ৰাণিত হৈ ৰম। বাইদেউ কথা বিলাকে আমাক আৰু মুগ্ধ কৰিলে। সুখে - শান্তিয়ে জীয়াই থাকক ।🙏🙏

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 8 месяцев назад +31

    গোঁহাই ছাৰক কোনোবাই বেয়াকৈ কলে মই আঘাত পাওঁ ৷ ছাৰৰ দীর্ঘায়ু কামনা কৰিলো। জাতিৰ দাপোন ৷

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 8 месяцев назад +7

    অসমৰ সম্পদ ডঃ হীৰেন গোহাঁই চাৰৰ দীর্ঘায়ু কামনা কৰিলো ভগৱানৰ ওচৰত।

  • @kaverigogoi7726
    @kaverigogoi7726 8 месяцев назад +4

    One of the best interviews..I have watched...a genuine, true n informative indeed..it's not a mere interview but a glimpse into a modern period if Assam History..it's beyond words how Gohain Sir stood up alone for his motherland, for Axom..against the stupid n crazy wave....really it takes more than a lifetime to know n understand a precious book n scholarly n wise patriot....only intellectuals would not help....but WISDOM pays like PATIENCE...We have been supporting Gohain Sir since decades..though I was a kid..listening to n hearing of his ideals n principles, my regards for Sir is only escalating as I find no other Axomiya who could be such a brave , wise n scholarly...I salute him n pray for his sound health.Gohain Sir is the winner today.....majority of the people lack in foresightedness due to temporary selfish gain..Gohain Sir has shown the true colour of Ahom blood in his deeds. We must also remain grateful to Rani Baideo for standing all the odds throughout during her journey with Gohain Sir. doubt, if the majority of the people still realise their blunder!! Thanks to the channel n for this genuine show. 0:22

  • @jinumoniduarah7243
    @jinumoniduarah7243 8 месяцев назад +11

    যিজনৰ সাহস ,কর্ম হেজাৰ হেজাৰ জনৰ প্রেৰণা সেই শ্রদ্ধেয় চাৰ,বাইদেউৰ এনে সুন্দৰ সাক্ষাতকাৰটিৰ বাবে জনাইছো অশেষ আন্তৰিক ধন্যবাদ🙏🙏🙏

  • @budheswarsaikia3103
    @budheswarsaikia3103 8 месяцев назад +10

    Exceptional interview,val lagil, great personality of Gohain Sir.

  • @aswinibasumatary293
    @aswinibasumatary293 8 месяцев назад +10

    বাইদেউৰ জীৱনৰ ঘাত-প্ৰতিঘাত সছাকৈয়ে শূনি ময়ো বৰ উৎসাহিত হলো। বাইদেউৰ আৰু চাৰৰ সঙগ'ৰামী জীৱন সফল হৌক।

  • @Himanta441
    @Himanta441 8 месяцев назад +7

    বৌদ্ধিক অসমৰ উজ্বল নক্ষত্ৰ ডঃ হীৰেণ গোহাঁই ছাৰ এগৰাকী বিৰল ব্যক্তিত্ব যি অসম আৰু অসমীয়াক বৌদ্ধকতাৰ বাট মুকলি কৰাত যথেষ্ট অৰিহণা যোগাইছে । অসমৰ ৰাজনীতিত হীৰেন গোহাঁই ছাৰৰ লেখাবোৰৰ এক বিশেষ গুৰুত্ব আছে ।

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 8 месяцев назад +7

    সাক্ষাৎকাৰটো চাই খুব ভাল লাগিল।শ্ৰদ্ধাৰ ড°হীৰেণ গোহাঁই চাৰ আৰু শ্ৰদ্ধেয়া ৰাণী গোহাঁই বাইডেউৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰিলোঁ।

  • @user-qh2ru3dy8m
    @user-qh2ru3dy8m 8 месяцев назад +5

    তেতিয়া মই গুৱাহাটী বিশ্ব বিদ্যালয়ৰ..অসমীয়া বিভাগৰ ছাত্ৰ৷সেই সময়ত লটাশিল ফিল্ড খনৰ পৰা নীলা ৰংঙৰ দীঘল চিটি বাছবোৰ চলে৷মই এদিন সেই বাছত আহি থাকোতে গোহাই চাৰ পানবজাৰত উঠিল৷ মই সৌজন্যতাত চাৰক বহিৱ কৈ চিটটোৰ পৰা উঠি দিলো৷ চাৰে মোৰ পিঠিত হাত থৈ কলে..তুমি বহা ..যদি আামাৰ বাবে সংৰক্ষিত আসনত তুমি বহি অহা হলে মই বহিলো হেতেন..

  • @dimbeswarchetia5090
    @dimbeswarchetia5090 8 месяцев назад +4

    ৰানী বাইদেউ,
    আপোনাৰ কথাখিনি শুনি বৰ ভাল পালো । গৌৰৱ অনুভৱ কৰিছো । উত্তৰ লখিমপুৰ ৰ সাধাৰণ আহোমৰ গাভৰুৰ যি খৰং খজ আৰু নিৰ্ভীক স্বভাৱৰ প্ৰকাশ পাইছে । আপোনাৰ সৰল ,আশা সুদীয়া ,স্পষ্ট বাদী নিৰ্ভীক আৰু ধৈৰ্য্যহীল স্বাভাবৰ বাবে গৌৰৱ অনুভৱ কৰিছো । আপোনাৰ আৰু গোহাঁইৰ চাৰৰ দীঘায়ু কামনা কৰিলো ।

  • @monjulahon7712
    @monjulahon7712 8 месяцев назад +9

    গোহাঁই ছাৰ আৰু বাইদেউক শশ্ৰদ্ধ প্ৰণাম ।

  • @punyakonwar41
    @punyakonwar41 8 месяцев назад +3

    সাক্ষাৎকাৰ টো বৰ ভাল লাগিল। গোহাঁইচাৰৰ নীর্ভিক আৰু নিস্বাৰ্থ দেশ প্রেমক শতকোটি প্রনাম। চাৰৰ দূৰদর্শী তাক কম সংখ্যক লোকেহে অনুধাবন কৰিব পাৰে '

  • @manikchandradas7057
    @manikchandradas7057 8 месяцев назад +4

    বাইদেউৰ কথাৰ পৰা মই বহুত উচ্চাহিত হৈছো, তাৰ বাবে বহুত বহুত ধন্যবাদ, তেওঁলোকৰ দীর্ঘায়ু কামনা কৰিলো। 🙏

  • @jyotishbhagabati521
    @jyotishbhagabati521 8 месяцев назад +3

    সদায় বিবেকেৰে কথা কোৱা পৰিচ্ছন্ন ব্যক্তিত্বৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া ডঃ গোঁহাই ছাৰ আৰু ৰাণী বাইদেউ আমাৰ অনুপ্ৰেৰণাৰ উৎস। নতুন বছৰৰ শুভ কামনা আৰু প্ৰণাম জনালোঁ। দুয়ো কুশলে থাকক।

  • @gajendranathsaloi5362
    @gajendranathsaloi5362 8 месяцев назад +21

    গোহাঁই ছাৰ অসমৰ বিবেক।ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।ছাৰ আমাৰ. আদৰ্শ।

  • @mamatachakraborty-xq5by
    @mamatachakraborty-xq5by 8 месяцев назад +5

    বাইদেউক খুব সহজ সরল যেন লাগিল। খুব ভাল লাগিল বাইদেউক।

  • @atikulislam6579
    @atikulislam6579 8 месяцев назад +12

    ভাল লাগিল সাক্ষাৎকাৰটি। ড. হীৰেণ গোহাঁই চাৰৰ পৰিয়ালে বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছিল গম পালো। বাইদেউ এগৰাকী সহজ-সৰল স্পষ্টবাদী মহিলা । ধন্যবাদ।

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 8 месяцев назад +5

    হীৰেন গোহাঁই ছাৰ আৰু বাইদেউক সশ্ৰধ প্ৰণাম।

  • @junpatra1924
    @junpatra1924 8 месяцев назад +9

    বাপাই মামাৰ দীর্ঘায়ু কামনা কৰিলো। 🙏🏻🙏🏻🙏🏻মামা মোৰ মাৰ আপাকৰ লৰা।ৰানী মামীলৈ মোৰ সেৱা যাচিলো।মই ইৰা বাইদেউৰ ছোৱালী।

  • @vandyavlogs
    @vandyavlogs 8 месяцев назад +18

    গোহাঁই চাৰ অসমৰ সম্পদ । তেখেতৰ দীৰ্ঘাও কামনা কৰিছোঁ ।

  • @hndekari8011
    @hndekari8011 8 месяцев назад +5

    সাক্ষাত্কাৰটি ভাল লাগিল। হীৰেণ গোহাঁই বিষয়ে বহুখিনি নজনা কথা জানিব পাৰিলোঁ ।।

  • @user-yn3kb2db2t
    @user-yn3kb2db2t 8 месяцев назад +4

    সাক্ষাৎকাৰটো বৰ ভাল লাগিল।বহু কথা জানিলো ছাৰৰ বিষয়ে।

  • @mandirabordoloi5708
    @mandirabordoloi5708 8 месяцев назад +7

    বহুত সংঘাট জীৱনত পাৰ কৰিছে ভাল লাগিল চালৰ কথা শুনি নতুন বছৰটোৰ বাবে পৰিয়ালৈ শুভ কামনা কৰিলো কুশলে ভগৱানে ৰাখক জয়

  • @priyojonorbandhun
    @priyojonorbandhun 8 месяцев назад +4

    ছাৰক -বাইদেউক দেখা পাই বৰ ভাল পালো।দুয়োৰে মনৰ কথাখিনি শুনি তেওঁলোক দুয়োকে একেলগে দেখা পাই আনন্দ লভিলো।তোমালৈও নৱবৰ্ষৰ শুভেচ্ছা যাঁচিলো।🙏

  • @bankimchandragogoi4333
    @bankimchandragogoi4333 8 месяцев назад +5

    ড°হীৰেণ গোঁহাই চাৰ আমাৰ সমাজৰ ৰত্ন৷

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n 8 месяцев назад +12

    আজি এটা ভাল অনুষ্ঠান চালো

  • @kumudgayan1664
    @kumudgayan1664 8 месяцев назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। সংগ্ৰামী সত্তাৰ গোহাঁই চাৰৰ ভিডিওতো দেখা পোৱাৰ পাছত তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলো আৰু তেখেতৰ পত্নী হিচাপে সেই গৰাকী সাহসী সহচৰীলৈও শ্ৰদ্ধা জনালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @binaboruah4426
    @binaboruah4426 8 месяцев назад +7

    অনুপম জীৱনৰ অধিকাৰী আপুনি,সদায় ভালে থাকক বা !

  • @SishirKumarNath
    @SishirKumarNath 8 месяцев назад +5

    Thank you very much for the Exceptional lnterview.

  • @scout8417
    @scout8417 8 месяцев назад +12

    শিৰোনামাটো দেখি মনটো ভাল লাগি গল ,ধন্যবাদ NK পৰিয়াল , শ্ৰদ্ধাৰ চাৰ বাইদেওলৈ নৱবৰ্ষ ওলগ জনাই দীঘও,কামনা কৰিলো

  • @user-jv4qh8xs2m
    @user-jv4qh8xs2m 8 месяцев назад +8

    Hiren gohain sir is a versatile persoñ of the world

  • @prasujyaprannath276
    @prasujyaprannath276 8 месяцев назад +22

    অনুস্থানটো বহুত বেছি ভাল লাগিল , ড° গোহাঁই ছাৰ অসমৰ সম্পদ ।❤

    • @prasurjya4864
      @prasurjya4864 8 месяцев назад

      Lllllllllllllllllllllllllllll

  • @kirangoswami4941
    @kirangoswami4941 5 дней назад

    হীৰেণ গোহাঁই Sir সমগ্ৰ অসমৰ লগতে ভাৰতৰ সম্পদ । সমাজৰ বিভিন্ন জ্বলন্ত বিষয়ৰ ওপৰত তেখেতৰ পাণ্ডিত্য তথা তথ্য সমৃদ্ধ লিখনি সমূহ লগতে অসমৰ উন্নতিৰ বাট । তেখেতৰ সমাজৰ স্বাৰ্থত আগবঢ়োৱা জ্ঞান গৰ্ভ যুক্ত , আপোচহীন ,বলিষ্ঠ লিখনি আৰু সৰব কণ্ঠ সময়ত জাতিয়ে যিমান সোনকালে বুজি উঠিব সিমানেই আমাৰ মংগল হব বুলি আমি আশাবাদী।
    গোহাঁই চাৰ, দীৰ্ঘ্যজীবি হৈ দেশৰ কাৰণে বহুমূলীয়া বৰঙণি যোগাই থাকক।

  • @hemchandrachamuah1027
    @hemchandrachamuah1027 8 месяцев назад +4

    Sir Baideo duyoke akeloge dekhiboloi pai bohut val lagil, duyoke engraaji noboborkhor hubha kamana janalu

  • @kalpanabhuyan2372
    @kalpanabhuyan2372 8 месяцев назад +5

    An exceptional interview 🙏

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 8 месяцев назад +6

    ❤❤❤ সোণ পুৰিলে শেষ নহয় বেছি উজ্জ্বলহে হয় ❤❤❤।। MAAp.PBOEW.❤❤❤

  • @jupitoragogoi9550
    @jupitoragogoi9550 8 месяцев назад +3

    বাইদেউ গৰাকী ৰ কথাখিনি শুনি খুব বেছি ভাল লাগিল ❤

  • @hemkantaborah7434
    @hemkantaborah7434 8 месяцев назад +3

    হীৰেন গোহাই চাৰে অসমীয়া জাতি আৰু অসমীয়া ভাষাক মনে প্ৰাণে ভাল পায়।

  • @JIRI138
    @JIRI138 8 месяцев назад +5

    সুন্দৰ অনুস্থান...

  • @monjurikagogoi1406
    @monjurikagogoi1406 29 дней назад

    VDO টোৰ বাবে ভন্টি তোমাক ধন্যবাদ জনালোঁ।। চাৰ আৰু বাইদেউ ৰ সু স্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিলোঁ। চিৰ নমস্য চাৰ! বাইদেউ আপোনাকো নমস্কাৰ জনালোঁ।🎉🎉

  • @anuragsaikia5189
    @anuragsaikia5189 8 месяцев назад +3

    Bht bhal lagil baideu kotha botora.khodai bhale kushole thakok duyo

  • @sarojinidutta5058
    @sarojinidutta5058 7 месяцев назад

    শুনি বহুত ভাল লাগিল,কিমান ঘাট-প্ৰতিঘাট পাৰ কৰি হীৰেন গোহাঁই চাৰে নিজৰ বিশ্বাসত অটল থাকি আজিও কৰণীয়কাম বোৰ কৰি আছে আমাৰ ৰাজ্য অসমৰ বাবে,যিবোৰ কাম তেওঁৰ মতৰ বিৰুদ্ধে সেইবোৰৰ তেওঁ সদায় বিৰোধিতা কৰি আহিছে।লগতে সহধৰ্মিনী ৰাণী বাইদেউ প্ৰতিটো কামতে তেখেতৰ লগত সহযোগীতা কৰি আহিছে এগৰাকী সুযোগ্যা পত্নী হিচাবে। নৱবৰ্ষৰ প্ৰাক‌্ক্ষণত দুয়োজনলৈ জনালোঁ বছৰটোৰ শুভ কামনা।

  • @xurordeolkalabithika1129
    @xurordeolkalabithika1129 8 месяцев назад +5

    সুন্দৰ, ধন্যবাদ।

  • @user-jv4qh8xs2m
    @user-jv4qh8xs2m 8 месяцев назад +10

    Hiren gohain sir is a legendary character of the society

  • @hridoyjdas4098
    @hridoyjdas4098 7 месяцев назад +2

    Journalist গৰাকী হাঁহিটো ভাল লাগিছে❤️

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 8 месяцев назад

    Dr. Hiren Gohain aru Sjta. Rani baidew loi shraddha jasilu. Ane ati Interview diyar babe dhanyabad.

  • @aliluddinahmed4192
    @aliluddinahmed4192 7 месяцев назад +1

    শিৰোনামাটো দেখি বৰ ভাল লাগিল ।শ্ৰদ্ধাৰ চাৰ বাইদেউলৈ নৱবৰ্ষৰ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল । লগতে দিৰ্ঘাও কামনা কৰিলোঁ ❤❤

  • @surendramohandas942
    @surendramohandas942 8 месяцев назад +4

    সাক্ষাৎ কাৰটো বৰ ভাল লাগিল।

  • @mridulkumarrabha892
    @mridulkumarrabha892 8 месяцев назад +3

    Great

  • @monideepasarma.b5146
    @monideepasarma.b5146 8 месяцев назад +1

    বৰ মৰম লাগিল বাইদেউলৈ।ছাৰ বাইদেউ ভালে থাকক।

  • @lipidutta388
    @lipidutta388 8 месяцев назад +7

    She is a very honest n humble Lady..

  • @malamanibaruah3524
    @malamanibaruah3524 8 месяцев назад +2

    Excellent hosting

  • @TCF573
    @TCF573 8 месяцев назад +6

    Sir apuni . Bohutdin . Jiyai thakok ...... Bhogobane apunak .. Kukhole rakhok........ 🙏🙏

  • @TCF573
    @TCF573 8 месяцев назад +9

    Dr Gohain sir.... Is a genius....

    • @TCF573
      @TCF573 8 месяцев назад +3

      Srodhar Mrs Rani gohain baidew apuni .. Bhale thakok...... Bhogobane mangal korok...

  • @TCF573
    @TCF573 8 месяцев назад +4

    Baidew ... U are so liberal . ... Thank u .... So gentle lady ......

  • @Lukumani_905
    @Lukumani_905 8 месяцев назад +3

    Agote emn sir r bikhoye jona nasilu..kintu atita cls 11th t teu r bikhoye jani...bhut val lgise..nd hikisu teur likhonir pora bhut..nd agoleu teur likhoni homuh pohibole jotno korim❤
    Sir r দীৰ্ঘায়ু কামনা কৰিলোঁ।।।❤

  • @technicalthings5530
    @technicalthings5530 7 месяцев назад

    সুন্দৰ অনুস্থান , বাইদেউৰ সৰল সহজ কথাখিনি জানি ভাল লাগিল 🙏

  • @kabitamedhi9940
    @kabitamedhi9940 7 месяцев назад

    সুন্দৰ সাক্ষাৎকাৰ।
    বাইদেউ খুব সহজ সৰল আৰু স্পষ্টবাদী।

  • @ANUPAMBORUAH-cj3qv
    @ANUPAMBORUAH-cj3qv 8 месяцев назад +2

    Great sir🙏🙏❤❤

  • @ashok5591
    @ashok5591 8 месяцев назад +3

    ছাৰৰ সু-স্বাস্থ্য কামনা কৰিলো!

  • @durlovgogoi1301
    @durlovgogoi1301 8 месяцев назад +3

    May his long Live.

  • @ankitabarman9770
    @ankitabarman9770 7 месяцев назад

    I did read kolahar weekly during the Assam Andolon and it was very Courageous action of him Today Times happening what he said.we saluted him for his Courage and strength and till now.

  • @pranitabarman9214
    @pranitabarman9214 7 месяцев назад

    বাইদেউৰ কথাখিনি বৰ ভাল লাগিল।ছাৰ আৰু বাইদেউৰ সুস্বাস্থ্য কামনা কৰিলোঁ।

  • @hemantamalakar4127
    @hemantamalakar4127 8 месяцев назад +2

    Great man

  • @parijatpriyadarshini576
    @parijatpriyadarshini576 7 месяцев назад

    Huge respects to Dr. Hiren Gohain Sir & Rani Gohain baidew , genuine with lofty thoughts . Liked the interviewer too!

  • @assamguwahati5265
    @assamguwahati5265 8 месяцев назад +3

    ❤❤❤

  • @mainul5010
    @mainul5010 8 месяцев назад +3

    My ideal

  • @niranjanmahanta4620
    @niranjanmahanta4620 8 месяцев назад +1

    ভাল লাগিল বাইদেউ

  • @jatindrasaharia6488
    @jatindrasaharia6488 8 месяцев назад +2

    🙏

  • @user-rp4lq8uz1y
    @user-rp4lq8uz1y 8 месяцев назад +1

    Bohut bohut val lagile

  • @sunandaborah8177
    @sunandaborah8177 7 месяцев назад

    ছাৰ আৰু বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।

  • @nirugogoi3594
    @nirugogoi3594 7 месяцев назад

    ভগবানে গোহাই চাৰক ভলে ৰাখক তাৰেই কামনা কৰিলো

  • @arunborgohain1500
    @arunborgohain1500 8 месяцев назад

    Great Interview & Innovative Idea for keeping nice Interview with great personality & keeping as memories !

  • @arungogoi2837
    @arungogoi2837 7 месяцев назад

    Baidew aponar katha bor bar bhal lagil

  • @prasannalaldowarah1515
    @prasannalaldowarah1515 7 месяцев назад

    Long live Dr. Gohain & Baidew🎉

  • @raktimlahkar8290
    @raktimlahkar8290 8 месяцев назад +1

    সুন্দৰ সাক্ষাৎকাৰ

  • @binodtamuli6121
    @binodtamuli6121 8 месяцев назад +2

    নমস্কাৰ জনাইছোঁ দুয়োজনলৈ ।

  • @mamonidevi617
    @mamonidevi617 7 месяцев назад

    Bhal lagil sir & Baidewor kotha janibo parilu dhyanobad

  • @annajyotigogoi1250
    @annajyotigogoi1250 7 месяцев назад

    Very Nice

  • @kabitadasthakuria7949
    @kabitadasthakuria7949 8 месяцев назад

    Bohut bhal lagil sir aru bidewr kotha xuni

  • @bijoybhusansaikia7571
    @bijoybhusansaikia7571 8 месяцев назад

    Salute to Dr Gohai Sir, Long Live.

  • @gitimallikaborthakur5173
    @gitimallikaborthakur5173 8 месяцев назад +1

    নতুন বছৰত অসমীয়া ৰাইজলৈ এন কে টিভিৰ শ্ৰেষ্ঠ উপহাৰ।

    • @ipawn
      @ipawn 7 месяцев назад

      Prag News bhai

  • @dipankargogoi97
    @dipankargogoi97 4 месяца назад

    ❤🙏

  • @user-cn1dh9ls4m
    @user-cn1dh9ls4m 7 месяцев назад

    Hiran sir is king of Assam.

  • @samudradeka9250
    @samudradeka9250 8 месяцев назад

    Introduction tu oti Sadharon hoise

  • @reenaroykhataniar6317
    @reenaroykhataniar6317 8 месяцев назад +4

    সাক্ষাৎকাৰটো শুনি নষ্টালজিক হৈ পৰিলো! পিতাৰ লগত থকা অন্তৰঙ্গতাৰ সূত্ৰে তেখেতৰ পৰিয়ালটো আমাৰ আত্মীয়তা গঢ়ি উঠিছিল। বিদেশী বিতাৰন আন্দোলনৰ সময়ত অসমীয়া মানুহক ধংশমুখী আবেগৰ পৰা বাস্তবতা লৈ উভতাই আনিবলৈ তেওঁ কলাখাৰ পত্ৰিকা বি লোৱা আদিকে কৰা দু:সাহসিক কামবোৰ কৰিবলৈ গৈ শাৰিৰীক আৰু মানসিক ভাবে হোৱা অপদস্ত বোৰ আজিও পাহৰিব পৰা নাই। খুৰীদেউক সদায় তেনে কামত পিছলৈ নাতানি সমৰ্থন দিয়া,অসীম ধৈৰ্য্য সহকাৰে পৰিয়াল সম্ভালাও মন কৰিছিলো, অসমীয়া সমাজৰ বাবে নিস্বাৰ্থ ভাবে চিন্তা কৰা মহান ব্যাক্তি জন মোৰ চিৰনমস্য !

  • @tksarmah2632
    @tksarmah2632 8 месяцев назад +1

    ড: হিৰেন গোহাঁই মহাশয় অসমীয়া জাতীয় জীৱনত এক বিতৰ্কিত ব্যক্তি।
    আজি শেহতীয়াকৈ তেখেতৰ দৃষ্টি ভংগীৰ নিশ্চয় কিছু সলনি হৈছে। শ্ৰীযুত গোহাঁই ডাঙৰীয়াই কিজানি আজি নিজৰ কৰ্মৰাজি বিশ্লেষণ কৰিলে তেওঁৰ অতীজৰ ভুল বোৰ অনুভৱ কৰিব ।

  • @janardonborgohain3801
    @janardonborgohain3801 8 месяцев назад

    Bor bhal lagil

  • @pankajkakati8969
    @pankajkakati8969 7 месяцев назад

    একমত ছাৰ।আমি আপোনাৰ লগত।

  • @Konmoni10
    @Konmoni10 7 месяцев назад +1

    ডঃ হীৰেন গোহাঁই চাৰ আপুনি অকলেই যথেষ্ট। আপোনালৈ সেৱা জনালোঁ 🙏

  • @anjankumardeka3457
    @anjankumardeka3457 8 месяцев назад

    Sir manuh maransil....mariu mamara sakale katha kaba ❤

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 8 месяцев назад +2

    Asmia. Jibijaben. Hiran. Ghian

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 8 месяцев назад +1

    🎉n

  • @lalitakalita3701
    @lalitakalita3701 8 месяцев назад +1

    ভাষ্যকাৰ / সাক্ষাতকাৰ গ্ৰহণ কৰোঁতা গৰাকীৰ মুখত গণতন্ত্ৰ কে আদি কৰি বহু কেইটা শব্দ ভুলকৈ উচ্ছাৰিত হৈছে 😢

    • @ipawn
      @ipawn 7 месяцев назад

      Eko nohoi diok. Teur falor pora moi a khyomo khujisu

    • @lalitakalita3701
      @lalitakalita3701 7 месяцев назад

      @@ipawnৰোমান লিপিত অসমীয়া বাক্য লিখি পাল মৰাজনৰ পৰানো আৰু কি আশা কৰিম 😂

    • @ipawn
      @ipawn 7 месяцев назад

      @@lalitakalita3701 hbo. Diyok . Aponar dore Axomiyat 13 ta degree nai je

  • @kalpanapegu6554
    @kalpanapegu6554 8 месяцев назад

    সেই জন নমস্য পুৰুষৰ ভাসয শুনি ভাল লাগিল।

  • @dc74
    @dc74 8 месяцев назад

    "Akashor bhitorote thake".....(ei akashote baax kore/thake), "Notun nababarsha".......(nababarsha)....please keep doing homework before......

  • @krishanjyotibasumatarybasu3182
    @krishanjyotibasumatarybasu3182 7 месяцев назад

    তোমাৰ প্ৰশ্নৰ উপস্থাপন অতি সুন্দৰ হৈছে❤