Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
কুসুম কৈলাশ ককাইদেউ আৰু নিলাক্ষী বা আৰু গীত টোৰ লগত জড়িত হৈ থকা সকলো লৈকে ৰঙালী বিহু আগতিয়াকৈ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু শিৱসাগৰ জিলাৰ পৰা মৰম যাছিলো 😚🤗🥰🫂😇
খুব সুন্দৰ এটা মাটিৰ গোন্ধ থকা বিহু নাম । ভাল লাগিল কুসুম দা । "বসন্তৰ উতলা বা" খুব সুন্দৰ হৈছিল । মই এতিয়াও দিনটোত চাৰি পাঁচ বাৰ মান শুনো ।
আমাৰ মৰমৰ কুসুম দাক কোনে কোনে Val পোৱা like Ata Ata Kori যোৱা I love 😘 কুচুম da
My love kussum da
Fotwa lage .na val gai na lyrics 😂😂
Love From Sivasagar কাৰেং ঘৰ ❤🔥😊
চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন তৰফৰ সুন্দৰ গান এটা শুনিলোঁ বহুত দিনৰ পাছত
উজনিৰ কাৰণে এটি সময়োপযোগী বিহুগীত। ধন্যবাদ কুসুম, নীলাক্ষী😘😘
বিহুৰ মিঠা মাদকতা এটা প্ৰকাশ পাইছে.. গানটোৰ মাধ্যমে ঐতিহাসিক বাৰ্তাৰ লগতে প্ৰাকৃতিক পৰিৱেশ এটাৰ অপূৰ্ব বাৰ্তা প্ৰেৰণ কৰিছে বহুত ভাল লাগিল দেই ককাইদেউ 😘❤
কবলৈ ভাষা নাই ইমানে বেছি সুন্দৰ হৈছে। বিহু বিহু লাগি গৈছে আৰু
মজা ককাইদেউ।আমি অসমীয়া বিহুৰে বলিয়া।
Mojjja Kusumm Aibar Bihu hitt hobo dei...👍👍
অতি সুন্দৰ গীত,,, ৰঙালী বিহু বহুত বহুত শুভেচ্ছা জনালোঁ কুসুম দা
🙏🏻💐মৰমৰ ককাইদেউ বিহু গীতটো অতি সুন্দৰ 👑
Nice kussum da dhuniya lagel gantu 🎉
অতি সুন্দৰ আগলৈ এনে কৈ অসমীয়া বিহু গীত দি যাব বুলি আশা কৰিলো👏
বকতাৰ পৰা মৰম যাচিলো । ❤️❤️
কুসুম দা কাৰনে লাইক এটা ❤👍👍👍
Bhut Bhut vl lgil kussum koilash daa new super hit bihu song ❤❤❤ love from Morigaon ❤❤ 1 like kussum daa karne ❤
অসমৰ যিমান বিহাৰী অসমীয়া আছে এটা এটা like mari jua ❤ জয় আই অসম
Huniei asu bhut bar 😊😊
ছত্তীছগঢ়ৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা আৰু মৰম যাচিলো ❤
Heavy juiii mitha ati Gargoya Nasoni kune kune kussum koilash r gan huni bhal pai like korok comment t 😊❤❤❤❤❤
Kussum da r bihu gan brot ahum ahum ghundh ata pauu vl lge❤❤
এ ❤ মজা কুসুম দা বিহু হিলিব এইবাৰ ❤️❤️❤️❤️
Mojja
Love from Arunachal Pradesh ❤❤
সকলো লৈকে আগতীয়াকৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জাছিলো🎉🎉🎉❤
Bohut hundor hoise kussum daa ❤🎉🎉😊 Disco eta puwa hole bhal asil ❤😊🔥🔥🔥
Nice Song Kusum da I like 👍👍Gan to huni bohut bhal lagilI'm sapurt
সমূহ অসমবাসী ৰাইজলৈ আগতীয়াকৈ ব'হাগ বিহুৰ আন্তৰিক ওলগ জনালোঁ 🙏❤️
Rongali bihur hiyavora xubeshya jonalu....video bur sai Val Lage ....moiu subscribe korilo muku subscribe kori dib buli akha thakil....#@sangeetbaruah
বৰ ধুনীয়া লাগিল দেই সঁচাকৈ বিহুটি ❤❤। জয় আই অসম
বিহু গীতটো শুনি বহুত বেছি ভাল লাগিল 😍😍👍👍
Kusum da olp joldi joldi gan lge😮🎉❤❤
Kussum dar anuragi bure ata like kora saw kimn ase ❤👍
ব'হাগ বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছো সকলোলৈ দাদাৰ গানটোৰ জৰিয়তে, ধুনীয়া হৈছে গানটো ❤
ব'হাগৰ প্রাকক্ষণত কুসুম কৈলাস আৰু নিলাক্ষী বাৰ বিহু শুনি ভাল লাগিল💚💙
moja hoise dada❤❤
Bor hundor lagise dei
Kusum Da ❤🔥
আইজৈ ❤️ বিহু বিহু লাগিলে দেই দুই প্ৰিয় একেলগে ।
Moja..bhal lagil ganto kussum da.Agotiya koi aponalukok rongali bihu hubheisya thakil.❤❤❤❤🚆🎼🎹🥁🎧🎤🎸
❤❤ nice ❤
Moja moja disa dada ki km aru apunar kotha apuni xodai jui. Jui hoyai thakibo ❤
❤❤❤সকলোলৈ আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।গানটো বহুত ভাল লাগিল ।
Moja dada❤❤
কুচুম দা আৰু লাগে বিহু গান! ভাল লাগিল গান টো সুনি ❤❤❤❤❤❤❤❤❤❤
কুসুম দা এইবোৰ গীত সদায় যুগমীয়া হৈ থাকিব। অতি সুন্দৰ কণ্ঠ। আশাকৰোঁ সংগীত পথাৰ খন সদায় হাঁহি মুখেৰে আগুৱাই যোৱা তাৰেই কামনা কৰিলোঁ।
Kussum Kailash Jindabad ❤❤❤❤❤❤
Moza song
Bohut dhuniya lagise kussam da big fd from dhonai 😘😚
Ufff Dada Tumi 🔥🔥❤❤
Kussum kalish daaa abosly great kokaii jtiyaloike thke tatiyaloike bihu main mne 1st zubeen daa NXT kalish kokai ❤❤
Bihu mane kussum da love you 😊❤️🔥
SEPON BOKOTA aru BAKHORBENGENA pora kune kune hunisa like ata kori diya😍😍😘😘
কোনে তিনিচুকিয়াৰ পৰা চাই আছে like ati koriba sun plz
ককাইদেউ বিহুৰ আন্তৰিক অভিনন্দন জনালো ❤❤❤❤❤❤ আপোনাৰ গান হোনি বহুত ভাল লাগে
Happy Rongali Bihu........❤❤ Video bur sai bhal lage.... Moiu subscribe kori dilo muku subscribe korib buli akha thakil..#@sangeetbaruah
Xoxake bhut vl hoise ❤😊
Moja song
সকলোকে আগতীয়াকৈ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জাচিলো ❤️
Bohut..bohut..dhunia lagise
কি গাইছে অ' কুচ্চুম কৈলাশ দা আৰু নীলাক্ষী বা ❤
বহুত সুন্দৰ হৈছে কুসুম কাই ❤❤❤
Kun kun tai ahom 🥰 hoi like ata kori jua 😌🙏😌
Amar poribekh emane beya je bihu ne puja aku bhal k enjoy koribo nuwaru,holew mur pora bihu hubesha thakil
Garhgaya nasoni ❤from Dibrugrh
❤️❤️❤️❤️kusum daaa daaa 😘😘😘😘😘😘😘
সুন্দৰ বাইদেউ আৰু ককাইদেউ। ❤❤❤❤❤❤😊😊😊😊
Dhuniya gaan 💯😍❤️
Dhuniya
Nilakhi baar karoneou tu ata like kora plz guys
মৰম লগা বিহু গীত বিহু বিহু লাগিলে গাত❤❤❤
Kusum da aru nelakhi baa bihu tu bor hundor hoise dei
বিহু বিহু লাগিছে গাত ধুনীয়া হৈছে kussum da
কুসুম দাৰ গীত সমূহত ঢোলৰ চাপৰ বোৰ শুনি ভাল লাগে।।❤
Very nice song dada Big fan ❤❤
Hit disa💕💕💕 bihu main
Kiman a bihu val puwa like Ata kori juwa❤🎉
Hitt 🎯 aibar akdm dada🔥🔥🔥
Bor dhunia bihugeet dei ☺️❣️
Bhut bhut vall lagel huni ❤🎉
সুন্দৰ প্ৰথম views
Love from Hyderabad❤❤
সুন্দৰ ককাইদেউ❤️
Love From Mangaldoi 🥰🤗❣️
Nice moja video 🎉🎉🎉❤❤
Song tu guli hoise 🎉 ❤
হেপাহৰ ৰঙালী বিহুলৈ মাজত কেইটামান দিন ❤🥰
Bihuu ahi gol...❤❤❤Nilakhi baaa❤❤❤❤❤xodai priyoooo
Super❤❤
All is the west k.k. Is the best😊😊(k.k.=kusum koilash)❤❤
Kussum da bohut dhuniya ata bihu gan ❤.love from majuli
Love for Golaghat ❤
🎉🎉🎉🎉 বহুত ভাল🎉🎉🎉🎉🎉❤️❤️❤️❤️❤️
গীতটি বৰ সুন্দৰ লাগিল শুনি লগতে এটি সুন্দৰ ভিডিঅ' চাবলৈ পাম বুলি আশা ৰাখিলোঁ ❤️👍👍
ইমান সুন্দৰ বিহু ❤❤❤
Bihu bihu lagise gaat ❤, gaantu share kori disu dei Dada
Hunile huni thakibo mon jai eman dhuniya lagixe ❤❤❤
Bihu Bihu Lage la gat 👍
I love song ❤️❤️❤️❤️
I love bokota..... Kun kun bokotar hoi like kora
Mojja gan dei hosakoi ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Mojja song ❤❤❤❤❤❤❤❤❤
কুসুম কৈলাশ ককাইদেউ আৰু নিলাক্ষী বা আৰু গীত টোৰ লগত জড়িত হৈ থকা সকলো লৈকে ৰঙালী বিহু আগতিয়াকৈ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু শিৱসাগৰ জিলাৰ পৰা মৰম যাছিলো 😚🤗🥰🫂😇
খুব সুন্দৰ এটা মাটিৰ গোন্ধ থকা বিহু নাম । ভাল লাগিল কুসুম দা । "বসন্তৰ উতলা বা" খুব সুন্দৰ হৈছিল । মই এতিয়াও দিনটোত চাৰি পাঁচ বাৰ মান শুনো ।
আমাৰ মৰমৰ কুসুম দাক কোনে কোনে Val পোৱা like Ata Ata Kori যোৱা I love 😘 কুচুম da
My love kussum da
Fotwa lage .na val gai na lyrics 😂😂
Love From Sivasagar কাৰেং ঘৰ ❤🔥😊
চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন তৰফৰ সুন্দৰ গান এটা শুনিলোঁ বহুত দিনৰ পাছত
উজনিৰ কাৰণে এটি সময়োপযোগী বিহুগীত। ধন্যবাদ কুসুম, নীলাক্ষী😘😘
বিহুৰ মিঠা মাদকতা এটা প্ৰকাশ পাইছে.. গানটোৰ মাধ্যমে ঐতিহাসিক বাৰ্তাৰ লগতে প্ৰাকৃতিক পৰিৱেশ এটাৰ অপূৰ্ব বাৰ্তা প্ৰেৰণ কৰিছে বহুত ভাল লাগিল দেই ককাইদেউ 😘❤
কবলৈ ভাষা নাই ইমানে বেছি সুন্দৰ হৈছে। বিহু বিহু লাগি গৈছে আৰু
মজা ককাইদেউ।আমি অসমীয়া বিহুৰে বলিয়া।
Mojjja Kusumm
Aibar Bihu hitt hobo dei...👍👍
অতি সুন্দৰ গীত,,, ৰঙালী বিহু বহুত বহুত শুভেচ্ছা জনালোঁ কুসুম দা
🙏🏻💐মৰমৰ ককাইদেউ বিহু গীতটো অতি সুন্দৰ 👑
Nice kussum da dhuniya lagel gantu 🎉
অতি সুন্দৰ আগলৈ এনে কৈ অসমীয়া বিহু গীত দি যাব বুলি আশা কৰিলো👏
বকতাৰ পৰা মৰম যাচিলো । ❤️❤️
কুসুম দা কাৰনে লাইক এটা ❤👍👍👍
Bhut Bhut vl lgil kussum koilash daa new super hit bihu song ❤❤❤ love from Morigaon ❤❤ 1 like kussum daa karne ❤
অসমৰ যিমান বিহাৰী অসমীয়া আছে এটা এটা like mari jua ❤ জয় আই অসম
Huniei asu bhut bar 😊😊
ছত্তীছগঢ়ৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা আৰু মৰম যাচিলো ❤
Heavy juiii mitha ati Gargoya Nasoni kune kune kussum koilash r gan huni bhal pai like korok comment t 😊❤❤❤❤❤
Kussum da r bihu gan brot ahum ahum ghundh ata pauu vl lge❤❤
এ ❤ মজা কুসুম দা বিহু হিলিব এইবাৰ ❤️❤️❤️❤️
Mojja
Love from Arunachal Pradesh ❤❤
সকলো লৈকে আগতীয়াকৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জাছিলো🎉🎉🎉❤
Bohut hundor hoise kussum daa ❤🎉🎉😊 Disco eta puwa hole bhal asil ❤😊🔥🔥🔥
Nice Song Kusum da I like 👍👍
Gan to huni bohut bhal lagil
I'm sapurt
সমূহ অসমবাসী ৰাইজলৈ আগতীয়াকৈ ব'হাগ বিহুৰ আন্তৰিক ওলগ জনালোঁ 🙏❤️
Rongali bihur hiyavora xubeshya jonalu....video bur sai Val Lage ....moiu subscribe korilo muku subscribe kori dib buli akha thakil....#@sangeetbaruah
বৰ ধুনীয়া লাগিল দেই সঁচাকৈ বিহুটি ❤❤। জয় আই অসম
বিহু গীতটো শুনি বহুত বেছি ভাল লাগিল 😍😍👍👍
Kusum da olp joldi joldi gan lge😮🎉❤❤
Kussum dar anuragi bure ata like kora saw kimn ase ❤👍
ব'হাগ বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছো সকলোলৈ দাদাৰ গানটোৰ জৰিয়তে, ধুনীয়া হৈছে গানটো ❤
ব'হাগৰ প্রাকক্ষণত কুসুম কৈলাস আৰু নিলাক্ষী বাৰ বিহু শুনি ভাল লাগিল💚💙
moja hoise dada❤❤
Bor hundor lagise dei
Kusum Da ❤🔥
আইজৈ ❤️ বিহু বিহু লাগিলে দেই দুই প্ৰিয় একেলগে ।
Moja..bhal lagil ganto kussum da.
Agotiya koi aponalukok rongali bihu hubheisya thakil.❤❤❤❤🚆🎼🎹🥁🎧🎤🎸
❤❤ nice ❤
Moja moja disa dada ki km aru apunar kotha apuni xodai jui. Jui hoyai thakibo ❤
❤❤❤সকলোলৈ আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।গানটো বহুত ভাল লাগিল ।
Moja dada❤❤
কুচুম দা আৰু লাগে বিহু গান! ভাল লাগিল গান টো সুনি ❤❤❤❤❤❤❤❤❤❤
কুসুম দা এইবোৰ গীত সদায় যুগমীয়া হৈ থাকিব। অতি সুন্দৰ কণ্ঠ। আশাকৰোঁ সংগীত পথাৰ খন সদায় হাঁহি মুখেৰে আগুৱাই যোৱা তাৰেই কামনা কৰিলোঁ।
Kussum Kailash Jindabad ❤❤❤❤❤❤
Moza song
Bohut dhuniya lagise kussam da big fd from dhonai 😘😚
Ufff Dada Tumi 🔥🔥❤❤
Kussum kalish daaa abosly great kokaii jtiyaloike thke tatiyaloike bihu main mne 1st zubeen daa NXT kalish kokai ❤❤
Bihu mane kussum da love you 😊❤️🔥
SEPON BOKOTA aru BAKHORBENGENA pora kune kune hunisa like ata kori diya😍😍😘😘
কোনে তিনিচুকিয়াৰ পৰা চাই আছে like ati koriba sun plz
ককাইদেউ বিহুৰ আন্তৰিক অভিনন্দন জনালো ❤❤❤❤❤❤ আপোনাৰ গান হোনি বহুত ভাল লাগে
Happy Rongali Bihu........❤❤ Video bur sai bhal lage.... Moiu subscribe kori dilo muku subscribe korib buli akha thakil..#@sangeetbaruah
Xoxake bhut vl hoise ❤😊
Moja song
সকলোকে আগতীয়াকৈ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জাচিলো ❤️
Bohut..bohut..dhunia lagise
কি গাইছে অ' কুচ্চুম কৈলাশ দা আৰু নীলাক্ষী বা ❤
বহুত সুন্দৰ হৈছে কুসুম কাই ❤❤❤
Kun kun tai ahom 🥰 hoi like ata kori jua 😌🙏😌
Amar poribekh emane beya je bihu ne puja aku bhal k enjoy koribo nuwaru,holew mur pora bihu hubesha thakil
Garhgaya nasoni ❤from Dibrugrh
❤️❤️❤️❤️kusum daaa daaa 😘😘😘😘😘😘😘
সুন্দৰ বাইদেউ আৰু ককাইদেউ। ❤❤❤❤❤❤😊😊😊😊
Dhuniya gaan 💯😍❤️
Dhuniya
Nilakhi baar karoneou tu ata like kora plz guys
মৰম লগা বিহু গীত বিহু বিহু লাগিলে গাত❤❤❤
Kusum da aru nelakhi baa bihu tu bor hundor hoise dei
বিহু বিহু লাগিছে গাত ধুনীয়া হৈছে kussum da
কুসুম দাৰ গীত সমূহত ঢোলৰ চাপৰ বোৰ শুনি ভাল লাগে।।❤
Very nice song dada
Big fan ❤❤
Hit disa💕💕💕 bihu main
Kiman a bihu val puwa like Ata kori juwa❤🎉
Hitt 🎯 aibar akdm dada🔥🔥🔥
Bor dhunia bihugeet dei ☺️❣️
Bhut bhut vall lagel huni ❤🎉
সুন্দৰ প্ৰথম views
Love from Hyderabad❤❤
সুন্দৰ ককাইদেউ❤️
Love From Mangaldoi 🥰🤗❣️
Nice moja video 🎉🎉🎉❤❤
Song tu guli hoise 🎉 ❤
হেপাহৰ ৰঙালী বিহুলৈ মাজত কেইটামান দিন ❤🥰
Bihuu ahi gol...❤❤❤
Nilakhi baaa❤❤❤❤❤xodai priyoooo