যদি ভুল কৈছোঁ ক্ষমা কৰিব || My Opinion - TENGA NIDIBA

Поделиться
HTML-код
  • Опубликовано: 12 сен 2024

Комментарии • 4 тыс.

  • @tenganidiba9970
    @tenganidiba9970  2 года назад +2140

    যদি ভুল কৈছোঁ ক্ষমা কৰিব
    জয় আই অসম❤️

    • @barshabaruah8426
      @barshabaruah8426 2 года назад +42

      তুমি aku ভুল কোৱা নাই দাদা 👍😊

    • @ranjansaikia7743
      @ranjansaikia7743 2 года назад +22

      You are right . Tumar kothat jukti asee 👍👍👍🙏🙏🙏

    • @bornalikachari5661
      @bornalikachari5661 2 года назад +16

      Tumi bhut vl hoi dada tumr aku vul hua ni❤

    • @barshadas2023
      @barshadas2023 2 года назад +13

      Tumi aku vul kuwa nai dada right kotha koisa 👍

    • @user-ni7tv7wc6m
      @user-ni7tv7wc6m 2 года назад +13

      Tumi aku vhull kotha kua nai dada 🙏🏻🥺

  • @neharikachetia5677
    @neharikachetia5677 2 года назад +164

    আপুনি ঠিকেই কৈছে দাদা যেতিয়া লৈকে মানুহৰ নিজৰ লগত এনেকুৱা নহয় তেতিয়া লৈকে কোনো বুজি নাপায় মানুহৰ জীৱনৰ মূল্য কিমান... সকলোৱে কেৱল নিজকে শুদ্ধ বুলি ভাৱে.. একো চালি জাৰি নোহোৱাকৈ সিদ্ধান্ত লৈ লয় কোনোবাই যদি কাৰোবাক মৰা দেখিছে , কাৰোবাৰ লগত যদি কাজিয়া কৰা দেখিছে সেই কাজিয়া ৰোৱাৰ সলনি তাত আৰু কাজিয়া লগাবলৈ হে যায় ..... সেইদিনা যদি মানুহবোৰে অলপ কথাবোৰ বিচাৰ কৰি চালে হয় তেন্তে আজি অনিমেষ দাদা আমাৰ মাজত জীয়াই থাকিলে হয় 😭............. অনিমেষ দাদা তুমি যতেই আছা তোমাৰ আত্মাই যেন চিৰশান্তি লাভ কৰে🙏🙏

  • @hiiirok...05
    @hiiirok...05 2 года назад +220

    ঠিক কৈচা তুমি ভাই , সচাই বহুত দুখ লাগিল , তেখেতৰ আত্মাই যাতে শান্তি পাওক , 😥

  • @beautykonwar427
    @beautykonwar427 2 года назад +15

    ভাল মানুহ হক বেয়া মানুহ হওঁক সকলোকে বিপদত সহায় কৰাটো কৰ্তব্য। মই হোৱা হ'লে মাজতে সোমাই দিলোঁ হেতেন

  • @mousombhuyan7216
    @mousombhuyan7216 2 года назад +148

    বহুত বেয়া লাগিল কথা টো শুনি😭 , তেওঁৰ আত্মাই শান্তি পাওক😭

  • @missmajuli334
    @missmajuli334 2 года назад +144

    সচাঁকৈ বহুত দুখ লগা কাৰোবাক সহায় কৰিবলৈ গৈ নিজে মৰিবলগীয়া হল..
    পৃথিৱীত মানৱীয়তা হেৰাই গল কাকো এৰি দিব নালাগে বনৰাকিটাক মাৰি পেলাব লাগে.. কাৰোবাৰ জীৱন বৰবাদ কৰিবলে কাৰো অধিকাৰ নাই গতিকে সেই বনৰাকিটাকো জীয়াই ৰাখিব নালাগে😥🙏🙏

    • @rupjyoti1156
      @rupjyoti1156 2 года назад

      Ki Karibi pariba aru comment a diya 😡

    • @missmajuli334
      @missmajuli334 2 года назад

      @@rupjyoti1156 are bhai tumer ako ki hol
      Kiyo tumer vl lagisenki😡😡

    • @pinku8307
      @pinku8307 2 года назад +1

      তুমি ঠিক কৈছা অনিমেশদাৰ আত্মাই চিৰশান্তি লাভ কৰক

    • @namborvlog8874
      @namborvlog8874 2 года назад

      Kukur gitak fashi diboi lagai

    • @missmajuli334
      @missmajuli334 2 года назад +2

      @@namborvlog8874 mm hoxake

  • @3bparaghazarika685
    @3bparaghazarika685 2 года назад +83

    "যিদিনা বুজিবা, সেইদিনা বিচাৰিবা"
    সৰুৰে পৰা এচাতো মাৰ নোখোৱা ল'ৰাটো আনৰ মাৰ খাই তেজ বমি কৰি আজি গুচি গ'ল এখন অচিন দেশলৈ। সপোনবোৰ যেন থমকি ৰ'ল মাথো এৰি থৈ গ'ল বহূ প্ৰশ্ন যাৰ উওৰ নাই কাৰো ওচৰত, আনক সহায় কৰি ভাল পাইছিল আনৰ দূখত দুখী হৈছিল কিন্তু আজি সেই ল'ৰাজনে আনক সহাঁয় কৰিব গৈ কেইজনমান নৰ পিশাচৰ অত্যাচাৰত নিজৰ প্ৰাণ ত্যাগ কৰিব ল'গা হ'ল। থমকি ৰ'ল মাতৃৰ কোমল হৃদয়খন, থমকি ৰ'ল নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে কৰা প্ৰবল কষ্টবোৰ। গুচি গ'ল মাতৃৰ বুকু ওদং কৰি।।
    কিমান আৰু এনেকৈ হাজাৰ হাজাৰ মাতৃৰ বুকু ওদং হ'ব। অভি-নীল, নন্দিতাই ন্যায় নাপাঁওতে আকৌ একেখন অসমতে সংঘটিত হ'ল এক জঘণ্য কাণ্ড। জীৱ শ্ৰেষ্ঠ মানুহে আজি পশুৰ দৰে কৰে আচৰণবোৰ, এনেকৈ আৰু ন'হব আমিও বিচাৰো এখন সভ্য সমাজ য'ত নাথাকিব কোনো হিংসা, ভেদ-ভাৱ আৰু অমানৱীয় কৰ্মবোৰ থাকিব কেৱল মৰম-ভালপোৱা, শান্তি আৰু মানবীয়তাবোৰ। প্ৰশাসনক এটাই অনুৰোধ দোষীক উচিত শাস্ত্ৰি দিওঁক।। ন্যায় দিওঁক "অভি-নীল, নন্দিতা আৰু অনিমেষ" ৰ দৰে সপোন দেখি ভালপোৱা কেইজনক।
    শেষত,
    -----চিৰবিদায় অনিমেষ দা-----
    তুমাৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছো।
    অচিন দেশখনত ভালকৈ থাকিবা।🥺💔

  • @assamcutegirlsinstagram8691
    @assamcutegirlsinstagram8691 2 года назад +4

    দাদা আপুনি বৰ ভাল কৈছে । ঘটনা টো হোৱা খুব বেছি এমাহলৈ ৰৌজাল বৌজাল হৈ থাকে কাৰ কিমান কথা কাৰ কিমান আন্দোলন কিন্তু তাৰ পিছত একো চান চিত নোহোৱা হয় খবৰেই নাই গতিকে ইহঁতক পালেই লগত লগত মাৰি পেলাৱ লাগে। যিখন অসম সমন্বয়ৰ স্থলী এতিয়া সেই অসমতেই আজি এটা পাছত এটা লজ্জিত ঘটনা। এইবোৰ দেখি ভয়েই লগা হৈছে।

  • @ankurjyotihazarika1777
    @ankurjyotihazarika1777 2 года назад +55

    Doya দা তুমি যি কৈছা একদম সঁচা কথা কৈছা। এনেকুৱা মানুহক ফাঁচী দি দিব লাগে। এনেকুৱা মানুহ জীয়াই থকাৰ একো অৰ্থ নাই। যদি সহায়ৰ হাত আগবঢ়াব নোৱাৰে তেনেহলে জীয়াই থাকি একো লাভ নাই এইবোৰ মানুহৰ। Love from Lakhimpur❤️.....
    ✊জয় আই অসম✊

  • @wasimahmed6834
    @wasimahmed6834 2 года назад +87

    অনিমেষ দাদাৰ আত্মাই চিৰ শান্তি লাভ কৰিবৰ বাবে প্ৰাৰ্থনা কৰিছোঁ 🙏

  • @manchi2340
    @manchi2340 2 года назад +49

    আগতে ঘৰৰ বাহিৰত ছোৱালীবিলাক unsafe আছিল, এতিয়াতো লৰা মানুহো unsafe হল 😔... মানবতাৰ খাটিৰত বেলেগ এজনক help কৰিবলৈ যাবলৈও ভয় হল 🙂.....
    অনিমেষ দা ৰ আত্মীয় শান্তি লাভ কৰক 😔🙂
    We want justice.....

  • @Junmoni702
    @Junmoni702 2 года назад +13

    সচাকৈ বৰ আচৰিত ঘটনা, এইখন আমাৰ অসম এই হয় নে কি আচৰিত আৰু বেছি দিন নাই মানুহেই মানুহক কামোৰি খাব 🥺🥺🥺 মানে একো ক'বলৈ ভাষা নাইকীয়া হৈছে 😟🥺🥺 অনিমেষ দাৰৰ আত্মাই শান্তি কামনা কৰিলোঁ 🙏🙏 জয় আই অসম ✊✊

    • @pritidas2271
      @pritidas2271 2 года назад +1

      তুমি থিক কৈছা ভাইতি

  • @sumanpator188
    @sumanpator188 2 года назад +28

    আমাৰ অসম বেছি দিন নাযায় আৰু যেন পাইছোঁ 😭
    জয় আই অসম কৈ ও লাভ নাই
    যত মানুহৰ কোনো মূল নাই ।
    কিমান দিন আৰু এনেকুৱা ঘটনা দেখা দিব অকো ধৰিব পৰা নাই 😭 i love assam ❤️

  • @biyahobanaki6716
    @biyahobanaki6716 2 года назад +527

    মনত বহুত কষ্ট পাইছোঁ এজন সতীথক আজি এইখন অসমতে এনেদৰে দিন দুপৰতেই হেৰুৱাই____🥺😢😢 from ❤️🇩 ㋛︎🇾 🇦 ✔︎ Official Fan Club❤️

    • @rahulaxm661
      @rahulaxm661 2 года назад +2

      Bohut Bea lagise

    • @pihuriyan3427
      @pihuriyan3427 2 года назад +3

      Ek dom dhunya answer disa tme ....aituk koi answer 👍👍👍👍👍.... always support u bro.....joy ai axom..

    • @biyahobanaki6716
      @biyahobanaki6716 2 года назад +2

      @@pihuriyan3427 🙏

    • @pranabjyotibhai5521
      @pranabjyotibhai5521 2 года назад

      ruclips.net/video/W4Rfojv8-ec/видео.html

    • @bhabeshkaibarta1202
      @bhabeshkaibarta1202 2 года назад +1

      Sam to you

  • @jaandas8565
    @jaandas8565 2 года назад +71

    ভাল কথা কৈছা তুমি সকলো মানুহৰ মন, চিন্তা চৰ্চা বোৰ যদি তোমাৰ নিচিনা হল হয় অসমখন আজি আৰু আগবাঢ়ি গ'ল হয় ।😔

  • @ghanashyamtaye1636
    @ghanashyamtaye1636 2 года назад +7

    তোমাৰ কথা কোৱা টো বহুত ভাল কথা হৈছে। কাৰ ভুল কাৰ ভুল নহয় ইটো উদি লব লাগে। আৰু পুলিচে নিয়া দিব নোৱাৰে পাব্লি ক দিয়া । আমি আজো আছোঁ।

  • @madhujyamd3393
    @madhujyamd3393 2 года назад +123

    অনিমেষ দাদাৰ লগত সমগ্ৰ অসমবাসীৰ আশিৰবাদ আছে , তেওঁ যতেই থাকিব শান্তিৰে থাকিব ।। 🙏🙏🙏🙏🙏🙏

  • @pranitaboiragi4781
    @pranitaboiragi4781 2 года назад +11

    এতিয়া কোনোবাই কিবা কলেও তলমুৰকৈ উভতি আহিব লাগিব এইখন অসমত🥺তাৰবাদে একো উপায় নাই 😢 জয় আই অসম 🙏

  • @pmpfun8624
    @pmpfun8624 2 года назад +4

    মনৰ কথা কৈছে দাদা। যি কেই জন এ এই ঘটনাটোত জড়িত হৈ আছিল কুকুৰহঁতক অসম বাসী বুলি ক'লে আমাৰ অসমখনক অপমান কৰা হ'ব

  • @nitukarmakar8170
    @nitukarmakar8170 2 года назад +12

    তাৰ আত্মাই চিৰ শান্তি পায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিচু🙏🙏🙏😭😭😭

  • @Memories.896
    @Memories.896 2 года назад +50

    সঁচাকৈ মানৱীয়তা হেৰাই গ'ল
    সহায় কৰিবলৈ গৈ নিজৰ জীৱন হেৰুৱাব লগীয়া হ'ল🥺😥.
    ৰঘু দা তোমাৰ আত্মাই শান্তি পাই যেন🙏🏻🥺🥺

  • @Hiyamani-mh9ed
    @Hiyamani-mh9ed 2 года назад +175

    আজিৰ শিক্ষিত সমাজত জন্তুৰ দৰে আচৰণ কৰে 😔 তেখেতৰ আত্মাই যেন শান্তি পায় 🙏

    • @Uddipanbailung54
      @Uddipanbailung54 7 месяцев назад +1

      Kebol hikhito kintu gyani nohoi. Kevol sakori lage.🤬🤬🤬

  • @bobyphukonbobyphukon4048
    @bobyphukonbobyphukon4048 2 года назад +116

    তেওঁৰ আত্মাই যাতে শান্তি পাওক 🥺🙏

  • @lunasvlogassam3995
    @lunasvlogassam3995 2 года назад +5

    বহুত ভাল লাগিল তোমাৰ কথাখিনি শুনি, অনিমেষৰ আত্মাই চিৰসান্তি পাই যেন

  • @debasishborah6824
    @debasishborah6824 2 года назад +261

    তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক🥺😞😔😭

  • @NatroGaming-f7b
    @NatroGaming-f7b 2 года назад +57

    সেই নৰপিশাচ কেইটাক অতি সোনকালে ধৰি ফাঁচী দিয়ে যেন🤕😔😖
    নৰপিশাচ কেইটাক যাতে প্ৰশাসনে টকাৰ বাবে মুক্ত কৰি নিদিয়ে পশাসনলৈ এইটোৱেই অনুৰোধ😖😔//সিহঁতক যদি মুক্ত কৰি দিয়ে আকৌ এনেকুৱা ঘটনা কৰিবলৈ কোনেও ভয় নকৰিব গতিকে সিহঁতৰ ফাঁচী হোৱাটো বিচাৰোঁ.......🤧🤧😠
    অনিমেষ ভূঞাৰ আত্মায়ে চিৰশান্তি লাভ কৰক😔😥

  • @GGMixer
    @GGMixer 2 года назад +23

    একদম সছা কথা কৈছা দয়া।
    বহু দুষৰ কথা ।
    এইবোৰ মানুহ ৰুপি দানৱ হয়।
    মানুহৰ মুখা পিন্ধা দানৱ হয়।
    তেখেতৰ বিদেশী আত্মাই সতগতি পাওক তাৰেই কামনা কৰিলো 🙏🙏
    #ggmixer

  • @arpitasharma6716
    @arpitasharma6716 2 года назад +72

    Right 👍মানৱতা নামৰ একোৱেই নাই আজিৰ দিনত 🙂🙂

    • @lxpriyankaofficial6495
      @lxpriyankaofficial6495 2 года назад

      rip ..hanti pawk . dadajne. ✨✨✨😢😢😢😢😢😢😢😢😢

  • @bornalikachari5661
    @bornalikachari5661 2 года назад +27

    Joi ai axom✊❤🥺bhut bya lgile kisumn mnuhr krone amr axom khn bodnam hoi porise hai mnuh bhut hasti dibo lge🙏

  • @tutuupadhaya2671
    @tutuupadhaya2671 2 года назад +58

    যোৰহাট!!
    শিক্ষাৰ পোহৰত জিলিকি উঠা চহৰ যোৰহাট।।
    কিন্তু আজি প্ৰমাণ কৰিলে যে সেই শিক্ষাৰ সীমাবদ্ধতা কেৱল কিতাপৰ পাততেই,সেই শিক্ষা কেৱল মাৰ্কশ্বিট খনত।
    গোটেই যোৰহাটবাসীৰ কথা নকওঁ, ভাল মানুহবোৰ এতিয়াও হৃদয়ৰ একোণত,
    কিন্তু সেই দলবদ্ধ হত্যাকাৰীবোৰ।
    বৰ্বৰতা চাই নিমাতে থকা আন সেই পশুবোৰ।।
    আজিৰ একবিংশ শতিকাত হাই হাই যোৰহাট....

    • @devilisback7043
      @devilisback7043 2 года назад +10

      যোৰহাট জিলাখনক দোষী আৰোপ নকৰিব । প্ৰতিখন সমাজত ভাল আৰু বেয়া দুই ধৰণৰ মানুহ আছে । পৰা হ'লে বেয়াবোৰক সমাজৰ পৰা দলিয়াই পেলালো হয় ।

    • @madhusmitanath13
      @madhusmitanath13 2 года назад +5

      যোৰহাট খনক উদেশ্য কৰি নকব শুনি দুখ পাওঁ কাৰণ মইও যোৰহাটৰ ৰে ছোৱালী 🥺কথা টো শুনি মইও দুখ পাইছোঁ । সকলোৱে টো এইটো কাম কৰা নাই

  • @dhmajiloravolge9780
    @dhmajiloravolge9780 2 года назад +1

    সছা কথা । অসমৰ ল'ৰা হয় কাকো খাতী নকৰোঁ কেলা । ভালকৈ ফালন দিয়ক । আজিকালি মানুহবোৰ অকল ভিদিয় বনোৱাত ব্যৱস্থ এটা ল'ৰা মৃত্যু হৈ গ'ল আৰু আমাৰ অসমৰ মানুহৰ কাম ভিদিয় বনাই aplot কৰিব লাগে । এনেদৰে আৰু মৃত্যু হ'ব দিব নোৱাৰি আমাৰ অসমত । ধেমাজি পৰা মৰম জাচিলো 🙏

  • @manasprotim5989
    @manasprotim5989 2 года назад +29

    বহুত কষ্ট পাইছো মনত এই খবৰ শুনি 🥺🥺🥺🙏।যে,ইমান এখন ভাল অসমত এনেকুৱা ঘটনাৰ খবৰ শুনি 🙏😔।সচাকে, নীল দা‌ আৰু অভিদাৰ আত্মাই আজিলৈকে চিৰশান্তি লাভ নকৰিলে আৰু নকৰে😔🙏 যেতিয়ালৈকে,অসমত জ্ঞান নথকা নৰপিশাচবোৰ জীয়াই থাকে তেতিয়া লৈকে অসমত অনিমেষ দাৰ লিখিয়া ভাল মানুহবোৰ safety ত নেথাকে। অনিমেষ দা তোমাৰ আত্মাই যেন চিৰ শান্তি লাভ কৰক🙏❤️🥺

    • @rupjyotidas2912
      @rupjyotidas2912 2 года назад

      Oi guteu tu joli poki asa

    • @rupjyotidas2912
      @rupjyotidas2912 2 года назад

      Khong uthiboi atiya ami aituyi protibad korib lagib baki keitaku jate fasi diye aru anekuwa Animex jate herai najai amar pora

  • @luckydutta2012
    @luckydutta2012 2 года назад +10

    Justices নালাগে নিজৰে দেশত অলপ মুকলি উশাহ লাগে, যদি দিব পাৰে ক'ব!
    নিজৰে ককাইদেউক মৰিয়াই মাৰি পেলালে ভনী জনীৰ সুৰক্ষা দিব পাৰে যদি ক'ব।।।
    গৰ্বৰে স্বৰাজৰ গান গাম বুলি কন্ঠ নলী যিদৰে উদাত্ত কৰিছিলো, এতিয়া সেই কণ্ঠনলীৰেই স্বৰাজৰ নহয় সিংহৰ কলিজা লৈ আন্দোলনৰ ধ্বজা উৰুৱাম, আন্দোলনৰ জয় গান গাম।।
    ৰখাব পাৰিলে আহিব!!
    মানৱৰ মাজত যদি দানৱে আকৌ হুংকাৰি উঠে, এইবাৰ দানৱৰ শেষকৃত্য সম্পন্ন নিজ হাতে কৰিম।।।
    We went Justices লিখি ভাগৰি পৰিছো, যদি জীৱনত কেতিয়াবা সুযোগ পাঁও, এটা নৰপিশাচক জীয়াই জীয়াই জ্বলাম, আৰু সেইদিনা মই চিঞৰিম
    'This Is JUSTICE'

  • @ANIMESH_GAMERZ
    @ANIMESH_GAMERZ 2 года назад +29

    কিছুমানে আমাৰ যোৰহাট ৰ মানুহক বহুত বেয়া কে কৈছে দাদা। তোমাৰ কথা বোৰ ভাল লাগিল শুনি।🙂❤️

  • @mridusmitaborah6819
    @mridusmitaborah6819 2 года назад +26

    দিনক দিনে কি হ'ব ধৰিছে অসম খন🥺🥺... তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰে জেন🥺🙏

  • @jahnobidhunu1810
    @jahnobidhunu1810 2 года назад +24

    আমাৰ যোৰহাটত কেতিয়াও এনেকুৱা হোৱা নাই এইবাৰে প্ৰথম হৈছে এই পশু কেইটাৰ sry পশু বুলি কলেও ভুল হ'ব নৰপিসাচ কেইটাৰ কাৰণে আজি আমাৰ যোৰহাট বদনামী হৈছে মানুহৰ troold পাব লগা হৈছে। হেয়াটো আজি গোটেই অসমৰ মানুহে কান্দিব লগীয়া হৈছে। ফাঁচি দিয়ক ইহঁতক । আৰু অনিমেষ দাদা তুমি য'তেই আছা শান্তীত থাকা

  • @dikshadevi372
    @dikshadevi372 2 года назад +5

    মাৰো বুলিয়েই মানুহ মাৰি দিয়ে।আৰু চবেই কেলা ভিদেও কৰি থাকে মোবাইল উলিয়াই দানৱ হয় টামাছা দেখি থকা গোটেইবোৰ কেলা।তেতিয়াই ভূপেনদাই কৈছে অসম ৰখাটলে যাব বুলি আৰু আজি সেই দিন আহি গল।মানুহ বোৰ দানৱ হল।নন্দিতাৰ কেচ একো নহল অভি নীল দাৰ কেচ একো নহল আৰু অনিমেষ দাৰ কেচ ও একো নহয় 100% গেৰাণ্টি।আৰু অনিমেষ দা তুমি এই দানৱ বোৰৰ মাজৰ পৰা গুচি গলা
    বহুত ভাল হল যতে থকা শান্তিৰে থকা।😢😭😭😭😭😭😭😭😭

  • @switynath2006
    @switynath2006 2 года назад +20

    তুমি একেবাৰে সঁচা কথা কৈছে 😭😭বহুত দুখ লাগিল কথা টো শুনি সিহঁতৰ গা নকপিল নে এনেকুৱা কে মাৰিবলৈ😭😭😭

  • @akasha2z35
    @akasha2z35 2 года назад +5

    সচাই ভাই তুমি যি বোৰ কথা কৈচা একেবাৰে সত্য ॥ জয় আই অসম😘❤

  • @porisaikia52
    @porisaikia52 2 года назад +27

    কেইটামান দানৱৰ কাৰনে যোৰহাট খনৰ সন্মন মাটিত মিলি গল। আমি যোৰহাট বাসী বুলি কবলৈ লাজ লগা হৈছে। সেই দানৱ কেইটাৰ অতি সোনকালে ফাঁচি হোৱাতো বিচাৰো। অনিমেষ দা আত্মাই শান্তি পাওঁক। 🙏🙏🙏

  • @rinigogoi2297
    @rinigogoi2297 2 года назад +9

    আজি কালি কিছুমান মানুহক বিশ্বাস কৰিবলৈ তান হল অনিমেষ দাৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰে কামনা কৰিলোঁ 😥😥😥😭😭

  • @munukalita8711
    @munukalita8711 2 года назад +135

    তেখেতৰ আত্মাই শান্তি পাই যে 😔🥺🙏কথাটো শুনি বহুত বেয়া লাগিল 🥺😔

    • @ajmolhoque6482
      @ajmolhoque6482 2 года назад +2

      Tmi ktha khini bhut vle kola daya bt hay 50 tak abar log pua hoi

    • @pranabjyotibhai5521
      @pranabjyotibhai5521 2 года назад

      ruclips.net/video/W4Rfojv8-ec/видео.html

  • @buliborah5758
    @buliborah5758 2 года назад +3

    সঁচা কথা কৈছা।যদি কিছুমান মানুহ আগবাহি আহিল হেঁতেন হয় টো লৰাটো বা ছিলহেঁতেন।

  • @symbhi3358
    @symbhi3358 2 года назад +9

    অনিমেষ দাদা ৰ‌‌ আত্মাই চিৰ শান্তি পাই তাৰে কামনা কৰিলো 🙏🙏। বহুত বেয়া লাগিছে😞😭😭 । কুকুৰৰ পুতেক সোপাৰ কাম -বন‌ নাই নেকি বাৰু ? এনেদৰেই যদি হৈ থাকিবলে তেন্তে মানুহ ঘৰৰ পৰা ওলাই যাবলৈ ভয় কৰিব ।

  • @swagata_deka
    @swagata_deka 2 года назад +39

    একদম সছা কথা কৈছা তুমি ❤️😭✌️✌️✌️

  • @royalpb3203
    @royalpb3203 2 года назад +4

    বহুত বেছি দুখ লাগিল। আমাৰ গাঁৱৰ এটা হাঁহি হেৰাই গল। এই নৰপিশাচ কেইটাক একে ঠাইতে ফাঁচি নতুবা এনকাউন্টাৰ কৰিব লাগে। তেতিয়া হে আৰু এই বিলাক ঘটনা সংঘটিত নহয়। যদি একমত জনাব কমেন্ট কৰি। আমাক ন্যায় লাগে ।

  • @sibanidevi9865
    @sibanidevi9865 2 года назад +1

    Ekdom thik kotha koisa tumi....জয় আই অসম....

  • @santanusvlogs7520
    @santanusvlogs7520 2 года назад +58

    তোমাৰ কথা একদম সঁচা ❤️💔

  • @priyankshuborchetia9927
    @priyankshuborchetia9927 2 года назад +17

    Tumi thik koisa bro 🤜.... We went justice ✊✊

  • @ahomboy4877
    @ahomboy4877 2 года назад +8

    50 তা নৰপীসছে গোটেই যোৰহাটৰ নাম বদনাম কৰি দিলে । এতিয়া বাহিৰৰ মানুহ যোৰহাট আহিবলৈ ভয় কৰিব । নিজকে যোৰহাটৰ নাগৰিক বুলি কবলৈ আজি সাহস হোৱা নাই । 2019 ত TEOK ত Dr. এজন , 2020 ত দেবাসীস দাদা আৰু 2021 ত এইয়া । মাটি কেইটা মান নৰপিশাসৰ কাৰণে আজি যোৰহাট বাসী লজ্জিত ।। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ।।

  • @bakharbori_3bhurbandha44
    @bakharbori_3bhurbandha44 2 года назад +5

    তেখেতৰ আত্মাই যেন শান্তি পাই
    আৰু বাকী নৰ পিসাচ কেইটাক
    ভাল শাস্ত্ৰী দিয়ে যে ন

  • @user-km1zy5sy5z
    @user-km1zy5sy5z 2 года назад +31

    কেলা চোৱাখুৱা হতৰ লাজ নাই বণৰা হঁতৰ কেলা অসমৰ মানুহ হৈ অসমীয়াকে মাৰে মানে একেবাৰেই মাৰিয়েই পেলাই । কেলা ভিডিও কৰিছে কেলা সুত মাৰণি হতে কাইজা খন ভাঙিব যাব নোৱাৰিলে আজি কালি এনেকুৱা মানুহৰ কাৰণেই ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে মানুহ ।এনেকে আৰু কিমান দিন থাকিব মানুহ সিহঁতক আচলতে ফাঁচী দিব লাগে ।আৰু এই নিঠৰোৱা দাদা জনে যাতে আত্মাই চিৰসান্তি লাভ কৰক 🥺🙏

    • @monalisagogoi3063
      @monalisagogoi3063 2 года назад

      সচা কেনেকুৱা ফতুৱা মানুহ বোৰ

  • @mrpartho9338
    @mrpartho9338 2 года назад +64

    কি কম আৰু কুকুৰ হতক তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক 🙏🥺

  • @dreamqueen6621
    @dreamqueen6621 2 года назад +8

    Right❤️🥺..মানৱতা নামৰ বস্তটোৱে নাই আজিকালি

  • @thelbgff
    @thelbgff 2 года назад +2

    জয় এই🇮🇳

  • @borshabora7025
    @borshabora7025 2 года назад +20

    Tumi eku bhul kua nai doya da 😔tumi ekdom thik kotha koisa 😔তেওঁৰ আত্মাই শান্তি পাওক তাকে কামনা কৰিলোঁ 😭🙏

  • @user-ri8nw2rr8e
    @user-ri8nw2rr8e 2 года назад +23

    অসম আৰু ভাল নহয়। 😔😔😔
    আজি ক'ব ভাল হম ।
    কালি আকৌ একে। কি হ'ব আৰু অসমত ।
    ২০১৯ ত মোৰ ইমান মনত নাই Diphu ত এনেকৈ দুজন ল'ৰাক মাৰিছিল । ছুতমাৰাণি সকল তহঁতক
    কেলা ফাছি দিম ।
    কিবা ভুল ক'লো হ'লে ক্ষমা কৰিব ।🙏🙏🙏😔😔

  • @jafringogoi3840
    @jafringogoi3840 2 года назад +16

    তেখেতৰ আত্মাই শান্তি লাভ কৰক 🙏 💖 তুমি থিক এ কৈছা, হিহঁত নৰপিকাস হয়

  • @bhaswatisarma1370
    @bhaswatisarma1370 2 года назад +5

    সচাঁ কথা কৈছে দাদা , 😔 এতিয়া এনেকুৱা হৈছে আৰু পিছৰলে কি কি হয় সেইটো কোনেও নাজানে , rap কৰা আৰু এনেকে মাজমজিয়াত মাৰাধৰা কৰা , অসমখন মানে বহুত বেয়ালৈ গৈ আছে 😖😖

  • @pubaliduttasaikia4160
    @pubaliduttasaikia4160 2 года назад +12

    যোৰহাট অত জন্ম বুলি সদায় গৰ্বিত কৰিছিলোঁ কিন্তু এতিয়া ঘিণ লাগিছে.. এতিয়া গম পালো যোৰহাটৰ যিটো ঘটনা হৈ গল তাত যিমান মানুহ হে ঘটনা তো প্ৰত্যক্ষ কৰিছিল চাই থকা মানুহ খিনি কি hijra আছিল নেকি. তাত তো অন্তত 200 মানুহ আছিল সেই 50 60 টা মানু্হক ৰখাব বা উদ্ধাৰ কৰিব নোৱাৰিলে.. ৰং চাই থাকক এনেকৈ নিজৰ যেতিয়া আপোন জন হেৰুৱাব তেতিয়া বুজি পাব.. শেষত এটা কথা কওঁ অনিমেশ এই খন অসম ইয়াত আৰু দ্বিতীয় জনম noloba...

  • @bibekboruah137
    @bibekboruah137 2 года назад +17

    Yes you are right ✅

  • @dhirajborah2840
    @dhirajborah2840 2 года назад +4

    দুখিয়ে উপযুক্ত শাস্তি পাব লাগে। । জয় আই অসম। ।

  • @mainusarma7098
    @mainusarma7098 2 года назад +14

    ঠিকেই কৈছে আপুনি দাদা👍👍👍

    • @madhabdas1118
      @madhabdas1118 2 года назад +1

      Mur bhut val lagiss tumr kotha huni

    • @mainusarma7098
      @mainusarma7098 2 года назад

      @@madhabdas1118 Thanks dada😍

  • @urionbaruah8136
    @urionbaruah8136 2 года назад +7

    দদা মইও যোৰহাটৰ .....কিন্তু লাজ লাগিছে কবলে যোৰহাটৰ বুলি! তেখেতৰ আত্মাই শান্তি পাওক 🙏🙏🙏

    • @pnajoy84737
      @pnajoy84737 2 года назад +1

      Same dada laj loga hol aru jurhat or buli Kobo loi 😩😭😭😭

  • @Saikiaaaa
    @Saikiaaaa 2 года назад +12

    Jorhat or buli kobo laj lgise aji 🙂upai ny kisumn Ch*tia mnuh r krne gutai jorhat r mnuhe laj paise🙂.... rip Animesh da❤😢

  • @bornaliphukon7669
    @bornaliphukon7669 2 года назад +18

    দয়া দা তুমি ভুল কোৱা নাই মই Deepjyoti phukon 😭😭😭🙏🙏🙏🙏

  • @manishabaishya8375
    @manishabaishya8375 2 года назад +9

    তুমি ঠিকেই কৈছা দাদা 😒তেওঁৰ আত্মাই চিৰশানতি পাওক😢😢

  • @barshabaruah8426
    @barshabaruah8426 2 года назад +28

    Thik kotha koisa doya daa😊👍 তেওঁৰ আত্মাই শান্তি পাই যেন🥺🥺

  • @luckydutta7767
    @luckydutta7767 2 года назад +24

    You are right ....dada..... তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক🙏🙏🙏

  • @protikshagondhia14
    @protikshagondhia14 2 года назад +24

    You are right 🙏tewar atmai hanti pai😥

  • @gamingwithrahul7081
    @gamingwithrahul7081 2 года назад +19

    তেখে তৰ আত্মমা জাতে শান্তি পাষ😔🙏🙏

  • @shantasingha5381
    @shantasingha5381 2 года назад +11

    Really its very upset for the people of Assam.And its an imporrtant question for accuesed persons whether they are the son of this land ?

  • @chaya20
    @chaya20 2 года назад +10

    বহুত কষ্ট পাইছোঁ দাদা। সঁচাই বহুত দুখ লাগিছে, যোৰহাট বুলি নহয় কিন্তু মানুহেই কিয় এনে কৰিব পাৰে বুজিব নোৱাৰিচো

  • @Trxx_x_
    @Trxx_x_ 2 года назад +4

    Joi ai ashom dada 🙏🙏🙏🙏

  • @AsifAli-qj4gi
    @AsifAli-qj4gi 2 года назад +2

    আমি ‌একমত , বহুত ভাল কথা ক‌ইচা ভাইটি

  • @mantukamanofficial2008
    @mantukamanofficial2008 2 года назад +5

    Zhongkar শইকীয়া, অভি-নীল, ঋতুপৰ্ণ পেগু, সনাটন ডেকা আৰু আজি অনিমেষ ভুঞাঁ ইয়াৰ পিছত কোন? আপুনি বা মই...... 😭😭😭😭😭😭কেতিয়া huddhar hbo... #JAI AII ASSAM

  • @Rocky444-t6i
    @Rocky444-t6i 2 года назад +44

    Dada bohut val kotha koisa amaru mat matibo mon jai aiburt but ki krim amr tu ankuwa utube plat frm nai tumi bohut val kam korisa aitu vdeo pora bohuta kotha khini buji pabo aru ai kla danob hupak........ kla vakha nai aru ✨kun tumr lgt asa njnu ami asu ankuwa topicr uprt mat mti juwa aru jodi kunubai vaba kla liker viewsr krna krisa hatu ai gitatkau Bikhasto nija kribo nuwarila anor trol dia hatru aku luwra adhikar nai love frm jorhat ❤️🌻nijor jorhatok loia loojito hoisu aji 💔

  • @kobitadeka3400
    @kobitadeka3400 2 года назад +16

    অনিমেষ দাদাৰ আত্মাই শান্তি পাওক তাকে আশা কৰিলো 😭🙏🙏 জয় আই অসম 🙏🙏🙏🙏🙏🙏 ধন্যবাদ

  • @chittakamalbora1332
    @chittakamalbora1332 2 года назад +4

    তোমাৰ দৰে আমাৰো হৃদয় জলি আছে 💝🙏

  • @bhaskarsaikia2866
    @bhaskarsaikia2866 2 года назад +13

    দাদা তুমাৰ আত্মাই চিৰসান্তি লাভ কৰক । দয়া দা তুমাৰ কথাঁত মই একমত !
    .. অসমখনক আমি সোনালী অসম বুলি গৌৰৱ কৰো । কিন্ত সেইখন অসমতে কিছুমান ৰাক্ষ্যসে কেলা তান্দৱ চলাইছে । কেলা সেইবোৰতো ৰাক্ষ্যসেই , তাতকৈ চুডুৰভাই সেইকেইতা .. যিকিতাই ল'ৰাতোক বচাব লাগে বুলি কেলা ভিডীঅ বনাই আছে । এইবোৰৰ মানৱতা বোলা বস্তুটো আছে নে নাই । সোনালী অসম নহয় কেলা , তেজালী অসম !

  • @zx.oxxyop8213
    @zx.oxxyop8213 2 года назад +5

    দাদা অসমত কেনেকুৱা হৈ থাকিব যেতিয়ালৈ এনেকুৱা জহৰা বিলাক থাকিব।।

  • @user-od6qp1jh9n
    @user-od6qp1jh9n 2 года назад +66

    Justice for Animesh Bhuyan 🥺✋🏼👍🏻

  • @junbhrali7636
    @junbhrali7636 2 года назад +6

    তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰা🙏🙏

  • @mrjatin1527
    @mrjatin1527 2 года назад +8

    তুমি ভুল নাই কোৱা ❤️ জয় আই অসম ❤️🙏

  • @jyotika4238
    @jyotika4238 2 года назад +8

    অনিমেষ দাদাৰ আত্মাই শান্তি পোৱাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো🙏🙏🙏

  • @rishagogoi7502
    @rishagogoi7502 2 года назад +26

    ঠিক কৈছা,,,মানৱতা শেষ হ'ল 🙂😕 মানৱ হৈ পৰিছে দানৱ 😌

  • @anurekhadas5278
    @anurekhadas5278 2 года назад +4

    তুমি কোৱা প্ৰত্যেকটো কথা এ সঁচা । গোটেই দৃশ্যটো চাই থকা কেইজনক ও শাস্তি দিব লাগে মোৰ মতে ।।।

  • @ronakrk4232
    @ronakrk4232 2 года назад +5

    NXT LEVEL DOYA DAA THIKE KOISA❤❤

  • @bbeditx6411
    @bbeditx6411 2 года назад +4

    বহুত বেয়া লাগিছে কথাটো শুনি😭🥺।। জয় আই অসম❤

  • @deep_axom
    @deep_axom 2 года назад +6

    Hosa kotha koisa bro👍❤️
    জয় আই অসম ❤️✊

  • @mridusmitasaikia83
    @mridusmitasaikia83 2 года назад

    ঠিক কথা koisa vaity,like কৰিছোঁ যিহেতু আমি Agree তোমাৰ সৈতে। আমি ও যোৰহাট বাসিন্দা কিন্তু বহুত লাজ পালোঁ যোৰহাট ৰ বুলি কবলৈ সেই ঘটনা ৰ পৰা। চাই থকা মানুহ খিনি খাৰু পিন্ধা মাইকী আছিল নেকি বাৰু? আমি তিৰোতা হৈ উ কিন্তু কিবা উপা়য় ৰাস্তা ভাবি ভাবি আধা মৰা হলো হয় সেই মূহুৰ্তত। কিন্তু সেই মানুহ খিনি ইমান কাতৰ হোৱা লৰা এজন ক বচাব চেষ্টা নকৰিলে। 🥺🥺

  • @duleswarmech110
    @duleswarmech110 2 года назад +6

    জয় আই অসম 🙏

  • @mamitanti6946
    @mamitanti6946 2 года назад +10

    তেখেতৰ আত্মাৰ চিৰ শান্তি পাওক কামনা কৰিছোঁ

  • @yadabnath3209
    @yadabnath3209 2 года назад +8

    দাদাৰ আত্মাই শান্তি লাভ কৰক 😭😭😭

  • @partho2.3official32
    @partho2.3official32 2 года назад +7

    বহুত ভাল কথা কৈছে আপুনি 🥺

  • @manashdutta2696
    @manashdutta2696 2 года назад +7

    Doya da Tumi bohut kom koisa .....moi jorhat r hoi Tumi aro ai topic tur uporot aro video bonuwa ............. 😭😭😭😭ahetok jelot nohoi Amar majot Ari dibo lage .....

  • @bishwajitbora7859
    @bishwajitbora7859 2 года назад +6

    You are right bro👍.... We want justics✊

  • @krishnapriya6037
    @krishnapriya6037 2 года назад +7

    তেওঁ আত্মাই চিৰ শান্তি লাভ কৰক 🙏🙏

    • @rumibhuyan4751
      @rumibhuyan4751 2 года назад

      তেওঁ আত্মাই চিৰ শান্তি লাভ কৰক 🙏🙏

  • @prastutidas7167
    @prastutidas7167 2 года назад +2

    ❤vl lagil 👍

  • @minachangmai9713
    @minachangmai9713 2 года назад +9

    Doya da u r the bestt..n u r right 😭