Uhu Uhu Returns||Etu Hitu||Akash Nibir||Dinesh Sonowal||New Assamese Video Song 2022

Поделиться
HTML-код
  • Опубликовано: 14 окт 2024
  • Album/Dehomai vol,4
    Singer/Akash Nibir
    Lyrics Tune/Dinesh Sonowal
    Additional lyrics/Indra Gogoi/Rantu Namrup
    Music mixd Mastering/Bhaskar Neelom
    Flute/Biswajit sonowal
    studio Strings Tengakhat
    produced by/ Dinesh sonowal
    Video Credit
    video Driction Partha Mech
    casting/Arun Hajarika,Debasish Borthakur,Sidharth Sarma, Deepjoyti Keot ,Sumki kachari ,Angusmita gogoi, Barbie Borgohain ,Sibaron Gogoi ,Nilotpal chaliha ,Akash Nibir ,Dinesh Sonowal
    Co Casting/Ranjit dhadumia, puna gogoi, naren tamuli, pranab phukon, Abhijit dhulia, rubul, Amrit, Mitali hazarika, tutumoni dowara,
    cinematography/ Pranjal Gowsami (Ravan)
    Asst/Gitartha Maina
    Mekup Artist/Pooja Dutta
    Asst/ Rupjoyti
    Editing Ripu Kashyap ( Studio 18)
    Technical Support : Hirakjyoti Chaliha
    Spsl Thnx/Dulumoni sonowal, bitupon sonowal, kasmita sonowal, Susmita sonowal,Minakshi sonowal, Padma kai,Debo kai,

Комментарии • 3,9 тыс.

  • @akashnibirmusical1748
    @akashnibirmusical1748  2 года назад +1914

    আপোনালোকৰ মাজলৈ আগবঢ়ালো মৰম দিব বুলি আশা কৰিলো আৰু সকলোলৈকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো❤️❤️❤️❤️❤️❤️❤️

  • @pronamisaikia1243
    @pronamisaikia1243 2 года назад +4

    Law painr lgt sempuuu..... ❤✨😁
    ....mja hoise........ @akash nibir Da atiyauu huni asee neee kunuba.... Tip Sohi Di jbo💜✨🖤

  • @deepjyotigaming8212
    @deepjyotigaming8212 2 года назад +3

    Hur tu ....moja lage see 🤩🤩🤩❤️❤️💓💓💓💓✨🎆😊

  • @w.s-HIMANSHU-BRO
    @w.s-HIMANSHU-BRO 2 года назад +3

    দাদা পুৰা কপাই দিছে 🥰🥰
    Dines kai jui🔥🔥

  • @Thagit1
    @Thagit1 2 года назад +206

    Wow 🌹🥰💟
    লাওপানী লাভাৰ সকলে টিপচহী মাৰি যাওঁক💞🌹
    Love from Bangalore
    Nuu💞💟🌹

    • @bonzo2679
      @bonzo2679 2 года назад +4

      সেইবাবেই superhit হৈছে

    • @babuanita926
      @babuanita926 2 года назад +1

      📸😍✝❤🤘📸😍✝❤🤘

  • @কল্পতৰুসাংস্কৃতিকসমাজ

    একেবাৰে গাৱৰ নিভাজ পৰিৱেশত সৃষ্টি হোৱা এটি সুন্দৰ গীত নিশ্চয়কৈ বৰ ভাল লাগিল আমি আৰু আশা কৰো আপোনাৰ পৰা 🌹🌹🌹🌹
    আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ সকলোলৈ 🖤❤️🖤❤️

  • @nirupamcreation5178
    @nirupamcreation5178 2 года назад +3

    Bor xundor hoise akash nibir da samuh assom basi raijoloi Boghali bihu r xuvesa gyapon korilu❤❤

  • @kajuripalak9787
    @kajuripalak9787 2 года назад +3

    Bor dhuniya hoise,ai homoyot abur gane manuhor mon pran sui jai. Mur tu bohut priya.

  • @monjitgohain6510
    @monjitgohain6510 2 года назад +15

    নেত্ৰ দা কিন্তূ ডেকা চামৰ লগত ভাল মিলিছে দেই ।।❤️❤️আকাশ দা বহুত ভাল লাগিল গানতো।।

  • @queengogoi7254
    @queengogoi7254 2 года назад +2

    সুন্দৰ হৈছে

  • @devajitkalita1003
    @devajitkalita1003 2 года назад +263

    অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ বাবে এটা👍

  • @meloff833
    @meloff833 2 года назад +30

    অতি সুন্দৰ 🙂 জয় আই অসম ☺️. Love from dhemaji 😊

  • @যোৰহটীয়াসংস্কৃতি

    ১ জনুৱাৰী আহিলেই গানটোলৈ মনত পৰি যায় অ' 🥰😘

  • @onlyfoujilover9196
    @onlyfoujilover9196 2 года назад +22

    কি মানুহ হে দাদা আপুনি, গোটেই হৃদয় কপাই দিয়ে .... jui 🔥🔥🔥 love you
    Love from sivsagar
    Next level jui 🔥🔥🔥🔥🔥

  • @rjentertainment9924
    @rjentertainment9924 2 года назад +88

    গোলাঘাটৰ পৰা বহুত বহুত মৰম (ইটো হিটো )ৰ লগত জড়িত সমূহ সদস্য লৈ 💙💙💙 গাম্য জীৱনৰ এটি বাস্তৱ চবি 💙💙
    শুভকামনা থাকিল আগলৈও এনেকৈ আৰু ধুনীয়া ধুনীয়া গীত উপভোগ কৰিব পাৰিম যেন 💛💛💛

  • @learnwithme-mt8lm
    @learnwithme-mt8lm 2 месяца назад +1

    Mojja❤🎉

  • @Pallab-tb9sh
    @Pallab-tb9sh 2 года назад +93

    গানটোৱেই এইবাৰ নতুন বছৰ আৰু মাঘ বিহু ত স্থান লব বুলি আশা ৰাখিলোঁ।সুন্দৰ লাগিছে ককাই❣️❣️❣️❣️চুপাৰ হিট 💞

    • @rituborah9110
      @rituborah9110 6 месяцев назад

      V😢😅😅😅😅😊😊😅😊😢😮😮

  • @gyanjyotigogoi2707
    @gyanjyotigogoi2707 2 года назад +61

    So nice Song 😍 মাঘৰ বিহু নাছি 😘😘ভাললাগিব

  • @puwalisonowal8366
    @puwalisonowal8366 2 года назад +19

    বৰ সুন্দৰ হৈছে । সকলোকে আনন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো

  • @PRANDEEPMUSICAL
    @PRANDEEPMUSICAL 2 года назад +717

    বৰ সুন্দৰ হৈছে😍🔥 সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো❤️
    Dinesh Kaai Jui🔥

    • @akashnibirmusical1748
      @akashnibirmusical1748  2 года назад +69

      ধন্যবাদ বন্ধু❤️❤️❤️❤️❤️😊

    • @jibanchetry4501
      @jibanchetry4501 2 года назад +13

      ruclips.net/video/mx5LbhSLBBQ/видео.html

    • @manobjyotimusic9355
      @manobjyotimusic9355 2 года назад +5

      Pran deep da agotiya koi new year huvesha jonalu , apunar new song xunar bohut bohut xepah ase , xunkale notun song ata ahibo buli akha rakhilu.

    • @p.gassam8552
      @p.gassam8552 2 года назад +6

      ruclips.net/channel/UCaakZSqQ66aNETugze2c8mQ
      সকলোৱে আগুৱাই যোৱাত সহায় কৰিব বুলি আশা থাকিল ।

    • @niponnipon7480
      @niponnipon7480 2 года назад +1

      Dinesh kaai aru lagibo gaan

  • @SMS4144
    @SMS4144 2 года назад +7

    অভিনন্দন জনালোঁ আকাশ দা ..... কম সময়ৰ ভিতৰতে ৬ মিলিয়ন দৰ্শন কৰিছে ৰাইজে 👍👍👍👍👍

  • @chitrajitlahon6500
    @chitrajitlahon6500 2 года назад +23

    অপেক্ষাৰ অন্তত,,, সুন্দৰ ❤️🔥 হিটটট

  • @Sweet_sparow245
    @Sweet_sparow245 2 года назад +3

    Aah mojja ayahe amar khati axomia bihu dhunia hoise,, videot acting kora hokolu actor loi mur bhut bhut morom thakil logote mur maromr akash daloi jiye song Tu iman valkoi guar babe👍👍👍👍👍

  • @ruma_s
    @ruma_s 2 года назад +2

    Val lagil sai 🥰🥰🥰

  • @prabalpatar7400
    @prabalpatar7400 2 года назад +22

    আকাশ দা, আপোনাৰ গীতৰ কথা আৰু কন্ঠৰ প্ৰেমত বাৰুকৈয়েই পৰিলো । সদায় এনেদৰে সুন্দৰ সুন্দৰ গীতবোৰ আমাক উপহাৰ দি যাব ।

  • @archanadas1562
    @archanadas1562 2 года назад +52

    বহুত দিনৰ অপেক্ষাৰ পিছত এটি সুন্দৰ গীত 😌✌️
    একদম জুই 🔥🔥

  • @iamhappymyjourney5736
    @iamhappymyjourney5736 2 года назад +2

    Bhut vl lagise akash da

  • @aseditparthojit687
    @aseditparthojit687 2 года назад +38

    ওহোঁ ওহোঁ পিছত ইটো সিটো ভাল লাগিল চাই। এইবাৰ মাঘৰ বিহুত ওহোঁ ওহোঁ নহয় ইটো সিটো গান লগাম ।❤️🙏🙏

  • @sonofg1936
    @sonofg1936 2 года назад +53

    আকাশ দা আৰু গোটেই টীমটোক বহুত বহুত ধন্যবাদ🙏, আৰু যেন আমাৰ মাজলৈ এনেকুৱা গীত আগবঢ়াই যোৱা।
    Love you Akash daa🥰🥰

  • @s.r-7866
    @s.r-7866 2 года назад +1

    মোজা দেই 🤭🤭🤭✌️✌️✌️

  • @3branjancreator608
    @3branjancreator608 2 года назад +53

    কবলৈ ভাষা নাই সচাঁকে
    এইবাৰো মাঘ বিহু হিলিব ❤️🔥🔥🔥🔥

  • @manuranjanlalung7154
    @manuranjanlalung7154 2 года назад +16

    বহু অপেক্ষা মূৰত Nice Video 💕💕💕

  • @jagatborpatra3828
    @jagatborpatra3828 2 года назад +1

    Bohut bohut val lagil

  • @ranginxopun775
    @ranginxopun775 2 года назад +24

    সচাকৈ অসমীয়া গ্ৰাম্য জীৱনৰ এখন সুন্দৰ ছবি ফুটি উঠিছে...🥰💗

  • @sinubora4159
    @sinubora4159 2 года назад +9

    Moja hoise 🥰🥰🥰💙💙

  • @jitensonowal2530
    @jitensonowal2530 2 года назад +1

    Mojaaa disa denash kokai hokolu val hoisa kokai fali disa kintu 💚💚💚

  • @kalyanchangmaiofficial9963
    @kalyanchangmaiofficial9963 2 года назад +19

    বহুত অপেক্ষা অন্তৰত আজি ইটো সিটো পালো বহুত ভাল লাগিলে আকাশ দা ❤ মৰাণৰ পৰা গানটো লগতে ভিডিও থকা সকলোলৈকে মৰম যাচিলো ❤ যিসকলে ভিডিও লগতে গানটো চাই ভাল পালা লাইক এটা কৰি যোৱা ।
    ধন্যবাদ

  • @musically6524
    @musically6524 2 года назад +45

    অকৌ এবাৰ আহি গল অসমত জুই লগাবলৈ আকাশ নিবিড় দাৰ কণ্ঠত "ইটো সিটো‌‌"❤❤ এইবাৰ মাঘৰ বিহু হিলিব😍

  • @sadhanadaskaushik9786
    @sadhanadaskaushik9786 2 года назад

    Gaan to mojja Lagise ❤❤❤👌👌👌

  • @gunamonigogoi181
    @gunamonigogoi181 2 года назад +27

    আপোনালোকৰ সাধনা, ধৈৰ্য, কষ্ট স্বতঃস্ফূৰ্ত, ভাল লাগিল দেই 💗

  • @paparidas7256
    @paparidas7256 2 года назад +10

    Next level.... Love from baksa ❤❤

  • @nozrulislam1603
    @nozrulislam1603 2 года назад +1

    Mojja

  • @jitusvlog9806
    @jitusvlog9806 2 года назад +8

    ❤নেএকাই ❤
    গজালি মেলিব সুন গোটি পকিব এ মইনা ....এই এটা শব্দ অতি সুন্দৰ ☺❤

  • @sidanandataid3849
    @sidanandataid3849 2 года назад +17

    অতি সুন্দৰ😍😍😍হিলাই দিব আৰু এইবাৰ নতুন বছৰত💖💖💖💖 love from lakhimpur🙏🙏🙏🙏

  • @pilingadeka
    @pilingadeka 2 года назад +2

    অতি সুন্দৰ বৰ ধুনীয়া বহুত ভাল লাগিল সঁচাকৈ দেই

  • @nayonhazorika7914
    @nayonhazorika7914 2 года назад +13

    "৪৭ বাৰ শুনিলো কিন্তু হেপাহ নাই পলোৱা video চাই আৰু গীতটি শুনি" সচাই বহুত ধুনীয়া হৈছে দাদা আশা কৰিছো আগলেওঁ এনে ধৰণৰ গীত দিয়ে যেন!(লক্ষীমপুৰৰ পৰা আপোনালোকৰ টিম তোলে বহুত মৰম যাচিলো)

  • @gowithnibir7922
    @gowithnibir7922 2 года назад +7

    বৰ ভাল লাগিল ❤️ মৰমৰ আকাশ নিবিড় ককাই লগতে সকলো শিল্পী অভিনন্দন থাকিল ❤️
    #love form naharkatia ❤️

  • @islary3516
    @islary3516 2 года назад +2

    Moja.

  • @kuldipChoudhuryVlogs
    @kuldipChoudhuryVlogs 2 года назад +40

    ❤️❤️❤️❤️ আপোনালোকে গোটেই কেইজনৰ সৈতে এখন বিহু কেছেট বনাওকচোন,লগতে বিষ্ণু খাৰঘৰীয়া বৰ্ত্তা, চেতনা বাইদেউ ❤️❤️❤️ জোনবাই জানমণি ৰ দৰে । বহুত চলিব ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

    • @jumankalita5037
      @jumankalita5037 6 месяцев назад

      Hjjbjkjkkop a few things I 😅😮❤h

    • @jumankalita5037
      @jumankalita5037 6 месяцев назад

      Ffgb no one else may copy debug false to me that the weather😮❤🎉

  • @pranjaldutta6163
    @pranjaldutta6163 2 года назад +52

    সুদীৰ্ঘ দিন আৰু ঋতুৰ পাছত এটি সুন্দৰ গীত উপহাৰ দিয়াৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ😍💞♥️🌹🙏✌️👍

    • @allinformation...4293
      @allinformation...4293 2 года назад +1

      1145 outed tu diya....happy ute wcg efytss5ewet76337teejgsftritt9reh jo pfd gnm vvv

    • @rupaligogoi4429
      @rupaligogoi4429 Год назад

      hmn vl lagie hunile huni takiboli mon .jay❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓❤❤❤❤❤❤❤❤❤❤❤❤

  • @assamesehindiallrellls6773
    @assamesehindiallrellls6773 2 года назад +3

    Akash dada aru aguhai juwa tumi ❤️🌈💖
    Bohut bohut Vall lgil gann tu aru pam buli akha thkil Akash da 💖✨❣️

  • @dabasishsaikia3785
    @dabasishsaikia3785 2 года назад +7

    আপোনাৰ গান বিলাকত অসমীয়া জগতৰ সকলো চলচ্চিত্ৰ উজ্জ্বলি উঠে।। বহুত ভাল লাগিছে ।। আগলৈ জাতে আৰু ভাল ভাল কাম কৰি যায়।।

  • @juroshdebbarma3310
    @juroshdebbarma3310 2 года назад +1

    Moza gaan dada ❤️❤️❤️

  • @janbabaali3294
    @janbabaali3294 2 года назад +177

    গ্ৰাম্য জীৱনৰ এটি বাস্তৱ প্ৰতিচ্ছবি গীত টোত প্ৰাণ পাই উঠিছে। গীত টো সচাকৈয়ে সুন্দৰ হৈছে। গীতটোৰ লগত জড়িত সকলো অভিনয় অভিনেতা লৈ সশ্ৰদ্ধ প্ৰণাম জনালো।🙏🙏🙏🙏

    • @tdas370
      @tdas370 2 года назад +2

      4xv.. lpko

    • @bornalibora3512
      @bornalibora3512 2 года назад

      Mja

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      ণল আৰু দদঙদ এই অঞ্চলত বাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয়ে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      ণৎ এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      তৃতীয় দিনা এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে আৰু দ খাৱৈ নিৰ্মাণ কৰা হৈছিল যদিও পাছলৈ তেওঁ এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত বাস কৰে এই অঞ্চলত

  • @sanjibani1779
    @sanjibani1779 2 года назад +8

    Woww..💓💟 Gan2 tu bhut val❤️ lagise...😍
    Magh bihu t eibar bhut val lagibo..bihu hili jabo..💖🥳
    Love from Sibasagar..❤️

  • @munmivlogs.9555
    @munmivlogs.9555 2 года назад +1

    Moja 🔥🔥🔥🔥🔥

  • @monujsaikia2068
    @monujsaikia2068 2 года назад +23

    গীতটোৱে মন চুই গৈছে… অকল হিট হলেই নহব দেই ছুপাৰহীট হব আপোনালোকৰ গীতটো

  • @palashjyotibora7281
    @palashjyotibora7281 2 года назад +248

    So nice song 😍
    মাঘৰ বিহু হিলিব এইবাৰো ♥️♥️♥️

  • @dhananjoyburagohain1996
    @dhananjoyburagohain1996 2 года назад +2

    All of you🔥🔥🔥 but KK, Mohan,Nilotpol,Akash da and Beauty ba pro 🔥🔥

  • @brbofficial7863
    @brbofficial7863 2 года назад +6

    বহুত ভাল লাগিল ভিডিঅ' টি চাই।❤️❤️ সকলো লৈকে বহুত বহুত শুভেচ্ছা জনালোঁ।

  • @manashsaikia481
    @manashsaikia481 2 года назад +22

    বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলো অৱশেষত আজি শুনিলো ।। সুন্দৰ

  • @purnimagogoi6996
    @purnimagogoi6996 2 года назад +2

    Amar Barbi mahi joonik bor dhuniya lagise ou⚡💖...

  • @bhrigumonisaikia7525
    @bhrigumonisaikia7525 2 года назад +13

    "মেক আপ" গীতটি অপোনাৰ প্ৰথম শুনিচিলো,আৰু তেতিয়াৰ পৰাই আপোনাৰ নতুন গীত শুনিবলৈ অপেক্ষা কৰি থাকো। "ইতো সিতো" গীতটি শুনি নিচেই আনন্দিত। এই গীতটিৰ বাবে আপোনাক ধন্যবাদ জনাইচো। ভোগালী-বিহুৰ শুভেচ্ছা আপোনালৈও থাকিল। ❤️❤️❤️

  • @HIMACHALHAZARI
    @HIMACHALHAZARI 2 года назад +473

    ওঁহো ওঁহো ৰ পাছত আকৌ এবাৰ অসম কঁপাবলৈ আহি‌ গʼল দিনেশ সোনোৱাল ৰ কথা-সুৰেৰে , ভাস্কৰ নীলম ককাইদেউৰ সংগীতেৰে আকাশ নিবিড় দাৰ কণ্ঠত " ইটো সিটো " । ❤️❤️

  • @surajurang2775
    @surajurang2775 2 года назад +1

    Iman mojja , super 👍

  • @pratapdeka6994
    @pratapdeka6994 2 года назад +3

    এ মজা গীত , অাপোনালোকলৈও ভোগালী বিহুৰ শুভেচ্ছা জনালো ।

  • @mamun9746
    @mamun9746 2 года назад +23

    Excellent music & voice. Love for all Assumes people's from Dhaka.

  • @sankartalukdar9350
    @sankartalukdar9350 2 года назад +2

    Mojjjaaa....❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @MRAxom
    @MRAxom 2 года назад +5

    জানো, গানতো শুনি কিবা বিহু বিহু ফিল্ল এটা হৈছে দে।।
    N বৰ ধুনীয়া লাগিল গানটো তোমাৰ আকাশ দা 👌
    🙏🙏🙏

  • @Ayush-cu8no
    @Ayush-cu8no 2 года назад +13

    ধুনীয়া দাদা ❤️❤️❤️💓💖💖💖💖

  • @prasantakalita9144
    @prasantakalita9144 2 года назад

    Mzza dada......❤️

  • @BikashDas-uc1gf
    @BikashDas-uc1gf 2 года назад +3

    Just wow😍

  • @neelkantha8146
    @neelkantha8146 2 года назад +5

    বহু অপেক্ষাৰ পাছত গানটি.....ভাল লাগিল চাই আকাশ দা.....❤❤শুভেচ্ছা থাকিল ইটো সিটো পৰিয়ালটোলৈ আৰু আগ বাঢ়ি যাবলৈ👍👍

  • @pampyborah5243
    @pampyborah5243 2 года назад +1

    Nice song and beautiful.. 😍😍 Gitartha maina mur vaiti hoi

  • @niharikaborah4843
    @niharikaborah4843 2 года назад +6

    বহুত ধুনীয়া হৈছে গীতটি 🥰 খুব সুন্দৰ শুৰ অভিনয় 😍
    🔥🔥🔥🔥

  • @travelsphere6154
    @travelsphere6154 2 года назад +14

    বৰ ভাল লাগিল...গাঁৱৰ চহা জীৱনৰ ভাৱ ফুটি অহা দেখি আপোনামনে মূখত হাঁহি বিৰিঙি আহিল...সকলোলৈ শুভকামনা🙏🙏

  • @bedotroyeesmusic201
    @bedotroyeesmusic201 9 месяцев назад +2

    Moja lagise apunar lukor video to

  • @manujboruahmanujboruah78
    @manujboruahmanujboruah78 2 года назад +7

    Dhuniya lagisa song

  • @dipanjalichangmai9573
    @dipanjalichangmai9573 2 года назад +5

    Mojaa lagise 🥰🥰🥰

  • @nanditaphukan6832
    @nanditaphukan6832 2 года назад

    Mojja👌👌

  • @gitashreetamuli3656
    @gitashreetamuli3656 2 года назад +7

    বহুত বহুত বহুত ভাল লাগিল 😍😍😍। আমি এনেকোৱা মনোৰঞ্জনবোধক গানহে বিচাৰো 😇 দেহমাই সমগ্ৰ পৰিয়ালবৰ্গলৈ বহুত বহুত শুভকামনা 🎉🎊

  • @udayhazarika7300
    @udayhazarika7300 2 года назад +6

    Very nostalgic. Pune t thakiu okole thakiu nasilu kintu dei. Thanks to entire team. Love you Assam.

  • @redgamingzone4331
    @redgamingzone4331 2 года назад +1

    কিমান মৰম দিম দাদা💕❤

  • @alukjyotitipsvlog497
    @alukjyotitipsvlog497 2 года назад +11

    আপুনি বহুত ধুনীয়াকৈ গীতটো গাইছে দাদা উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ জয় আই অসম ✊✊✊🇮🇳🇮🇳✊

  • @pankajsaikia5507
    @pankajsaikia5507 2 года назад +5

    বহুত বহুত ধুনীয়া লাগিছে গান টো শুনি মই আপোনাৰ কনণ্ঠত গান শুনি বহুত ভাল পাওঁ আকাশ দা আৰু আগন্তুক আহিবলগা দিনত আৰু ধুনীয়া ধুনীয়া গীত আগৱঢ়ায় সেই আশা কৰো ।

  • @prasujyagaming481
    @prasujyagaming481 2 года назад +1

    Moja ❤️

  • @sumansaikia5189
    @sumansaikia5189 2 года назад +10

    মাঘ বিহু ৰ hit's ❤️ আকাশ নিবিৰ দা কণ্ঠত আকৌ এটা জুই 🔥🔥 গীত 🙏🙏🙏👍

  • @sanjibkonwar7691
    @sanjibkonwar7691 2 года назад +8

    এইবাৰ বিহু জমি উঠিব, দীনেশ কাই, নৱ চাৰ, ভদ্ৰক দেখি ভাল লাগিল। গাওঁৰ পটভুমিত সুন্দৰ হৈছে ভিডিওটো।

  • @dihingiastechno3681
    @dihingiastechno3681 2 года назад +2

    Bohut dhunia 👍👍👍👍👍💥💥💥💥💥💥

  • @Bablu_xo
    @Bablu_xo 2 года назад +6

    100k subscriber. হবলৈ গৈ আছে আগতীয়া কৈ শুভেচ্ছা থাকিল 😍🔥আকাশ দা☺️

  • @moigolaghatorlora1998
    @moigolaghatorlora1998 2 года назад +5

    Mojja ♥️😘

  • @lakhigs578
    @lakhigs578 2 года назад

    উহঃ বহুত বহুত সুন্দৰ হৈছে ককাইদেউ।বাকী বাঁহীৰ হুৰ দিছে কিন্তু দেই👌👌👌👌👌👌👌

  • @prohelikakakoti1973
    @prohelikakakoti1973 2 года назад +4

    Bohut val lagila akash da ❤😍Lots of love from Duliajan ♥️

  • @susmitaboro8280
    @susmitaboro8280 2 года назад +6

    Tumar voice tu bohut dhuniya lge😘😍😍🤗🤗

  • @tinkuassam947
    @tinkuassam947 2 года назад +1

    Bor sondor hoisai dada aru aguwai jobo buli asha korilo❤️🙏🙏

  • @satyajitboruahvlogs5266
    @satyajitboruahvlogs5266 2 года назад +8

    Ultimate dada 🥰🥰🥰। ভবা নাছিলোঁ ইমান বোৰ artist k একেটা গীতত দেখা পাম বুলি। ভাল লগে এনেকৈ সকলোকে একে লগত চাবলৈ 🥰🥰🥰

  • @ankurchamuachannel9512
    @ankurchamuachannel9512 2 года назад +50

    Mojjjjjja dai akash dada nice song এইবাৰ ভেলা ঘৰ হিলিব দেই ককাই 😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍♥♥♥♥♥🔥🔥🔥🔥🔥🔥

  • @kardongrajgurureels9047
    @kardongrajgurureels9047 2 года назад +1

    Gao poribekh loi video tu hoise
    Kub xundr hoise ❤️❤️ ❤️❤️❤️

  • @debojit8841
    @debojit8841 2 года назад +16

    বহুত বহুত ভাল লাগিল দাদা টিংখাঙৰ পৰা আগন্তুক ভোগালী বিহুৰ বহুত বহুত আন্তৰিক শুভেচ্ছা যাছিলো

  • @surendas2702
    @surendas2702 2 года назад +17

    চহা অসমীয়া গয়া ৰাইজৰ লগত খাপ-খোৱা এটি গীত ♥️🔥 সুন্দৰ উপস্থাপন 👌👌👌