চৈধ্য বছৰীয়া কণমানিয়ে বাঁহী বাদ্যযন্ত্ৰ গীত গাই সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে
HTML-код
- Опубликовано: 22 ноя 2024
- চৈধ্য বছৰীয়া কণমানিয়ে বাঁহী বাদ্যযন্ত্ৰ গীত গাই সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে
@zmfoodandvlogs
#viralnews
#news
#youtube
Copyright Disclaimer Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.
DISCLAIMER - The information is being provided only to create awareness in the society. It is not our intention to disclose misinformation. We are only trying to eradicate injustice from the society. If you do not agree with this information, our channel is not responsible. Thank you
ইমান ধুনীয়া হৈছে । আগলৈ আগবাঢ়ি যোৱা । ৰাইজ তথা ভগৱানে তোমাক সহায় কৰিব।
বহুত ভাল লাগিছে । ভগৱানে যেন আৰু আগবাঢ়ি যোৱাত সহায় কৰক ।
আগবাঢ়ি যোৱা উজ্বল ভৱিষ্যত কামনা কৰিলো,
নিশ্চয় ভগৱানে সহায় কৰিব,আগবাঢ়ি যোৱা পঢ়া শুনাৰ লগতে সংস্কৃতিৰ দিশত।🎉🎉
Bohut dhuniya hoise Abhi aguai juwa Tumi sodai vogobane tumak mongal korok agbarhi juwa
অতি সুন্দৰ ❤ আশীৰ্বাদ থাকিল❤ ভগৱানে চকুমেলী চাওক কমানীটোক❤God bless you❤
A/c pale bhal hai, jodi pare bibo son
অতি সুন্দৰ , যোৰহাটৰ ক'ত থাকা
অতি সুন্দৰ, আমাৰ আশীষ প্ৰদান কৰিলো।
Bhut val lagil logte dukhu lagise o
অভি কাশ্যপলৈ অভিনন্দণ ,আগুৱাই যোৱাত ভগৱাণে সহায় কৰক এয়ে কামনা॥
ইমান সৰুতে ইমান ভাল বজাইছে। ভবিষ্যতে আৰু আগবাঢ়ি যোৱা আশীর্বাদ কৰিছো 🙏🙏
Eman dhunia hoise keep it up❤❤❤
Bohut bohut vl lagise babu❤❤aru aguwa juwa akhibad thakil tumar loi 🙏🏻
সোন তুমি আগূৱাই জুৱা। আমিও তোমাৰ কাৰণে ভগৱান ওচৰত প্ৰাথনা জনাইছে। তুমি আগূৱাই জুৱা।❤❤❤
🙏
ভগৱান আছে 💐🌹 দহো আঙুলিৰ বিদ্যা কেতিয়া ও শেষ নহয় সত্যৰ সদায় জয় হয় তোমাৰ ভবিষ্যত উজ্বল হওঁক 💞💐
Val lagil
বহুত মৰম অভি। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ❤❤
❤Hundar hoise aag barhi juwa❤
Bahut dhunia abhi ashirvad karisu tumi aguai jua😢😢
আগুৱাই যোৱা প্ৰাৰ্থনা কৰিছো
God bless u avi... Best of luck..
আগ বাঢ়ি যোৱা আশীৰ্বাদ থাকিল
আগবাঢ়ি যোৱা---ভগবানে কৃপা কৰক
God bless him and carry out a bright future
তোমালৈ আশিৰবাদ থাকিল। আগলৈ যোৱা। ভগৱানে সহায় কৰিব ।
সছাকৈ বহুত ভাল আৰু মন মোহা❤❤❤❤
আগবাঢ়ি যোৱা আশীৰ্বাদ কৰিছো👌👌👌
বেটা হিয়াভৰা স্নেহাশীষ জনাইছো ।যতিৰ অৱসান পৰি অনাগতদিনবোৰে কঢ়িয়াই আনক গতিৰ মাধুৰ্য ।তোমাৰ কথাবোৰে মুখৰ মাতষাৰে দুধাৰী বোৱালে মোৰ ।❤❤
সুন্দৰ ভগৱানে তেওঁৰ মঙ্গল কৰক
কি সুন্দৰ khang ghatik bojaise val lagil moja palu bohriya
Oti xundor beta tumi aguai joa bhagawane tumak hohay korok.
Sundar, aguwai jowa ashirbad thakil.
উজ্জ্বল ভবিষ্যত কামনা কৰিলো
মজা । ❤❤❤❤❤
Bahut bahut Suva kamana janalo Babu aaguai joa.god bless you ❤❤❤
God bless you, hope you will go too far in the path of your profession, thaks a lot
সুন্দৰ পদক্ষেপ বহুত ভাল লাগিল
অভি কাশ্যপ শৰ্মাৰ ভবিষ্য উন্নতি কামনা কৰিলো ৷
জয় গুৰু শংকৰ সৰ্বগুনাকৰ
ভগৱানে তোমাৰ ওপৰত সদায় আশীৰ্বাদ কৰক।
Sundor pratibha.Aru aguai jua.
তোমাৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিছোঁ | ভগৱানে নিশ্চয় সহায় কৰিব৷
Sosai bahut quality ase tumar agbahi jowa
তোমাৰ প্ৰতিভা দেখি আগলৈ আগবাঢ়িযাবলৈ মুই আশীৰ্বাদ যাছিলো ।
অভি তুমি আৰু আগুৱাই যোৱা। ভগৱান সহায় হওঁক।
ভগৱন্তে তোমাৰ মঙ্গল কৰক বাছা মোৰ🙏🙏🙏🙏
সুন্দৰ বাঁহী বাদন কণমানি ভাইটিৰ। ভগৱন্ত ই তোমাক কূপা কৰক।
Bohut Bohut xuvesha thakil tumaloi ru agbahi juwa vogbane xodai tumar mongal korok ❤❤❤Thank you PoromPita Pormeswar ❤❤❤🙏🏻🙏🏻🙏🏻
Very Nice god bless you every day
Very good step . God bless you . God gifted culture
ল'ৰা জন ভৱিষ্যত বহুত উন্নতি হ'ব তেওঁ ভাল লক্ষণ দেখা গৈছে ।
Val lagil dei aru agbarhi jaok konmani to
সোণটো তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ ৷
😮অতি সুন্দৰ।
God bless you 🙏
God bless you beta
Good morning আশীৰ্বাদ কৰিছো ভগৱান শ্ৰীকৃষ্ণই কণমানি টো আগবাঢ়ি নিয়ক তাৰে প্ৰাৰ্থনা। 🎉🙏🙏🙏🙏
Abhi eman Sundar prativa tomar ashirbad koriso aru aguwai jowa.
###সোণটো ভগৱানে তোমাক কৃপা কৰক । জীৱনত তুমি কৃতকাৰ্য হোৱা সোণটো !!°°°°°°
Vl,lagil
Val lagil ❤👌👌👌
❤beta tumi aaru aaguyi juwa
বৰ ভাল লাগিল আগবাঢ়ি যোৱা ❤❤❤
Bohut bhal lagil ❤
Very nice ❤❤
Vall lagise age bahri jowa
আগবাঢ়ি যোৱা বাবা।ঈশ্বৰে তোমাৰ মঙ্গল কৰক ❤
আঘুৱাই যোৱা অভি ।ভগৱান তোমাৰ সহায় হওঁক ।
All the best
শিশু তিৰ ভবিষ্যত উজ্বল কামনা কৰিছোঁ
Super se uper ❤❤❤
Nice sharing ba 🎉❤ bhut hundar video agbohala, hundar uposthapon, hosakoi bhut modhumoi bahir hur, kothabur Bhut normal, Big like Full support 🎉🎉
Mozaa God help you
Bahut vall lagil bhaity aguai jus
Aagbari jua vaiti val hok
ভাল হেছে🎉🎉
Hundor abhi❤
o deha Tumi dukh nokoriba bhagobane tumak xohai korib mur arshibad thakil aguwai juwa tarei kamona korilu ❤❤❤❤❤👌👌👌👌
আগুৱাই যোৱা তুমি বাবা l
Aru aguai jua vaiti
Mojja
hohut bhal lagil
ভগৱানে সহায় কৰক।
Very good perfumance thanks
Mojja❤❤
God. Bless. You. ❤❤❤❤❤❤
Bhal lagise baba bhagobane mangol korok
Hosakoi dukh lagi gol Val lagise teu bahi badon aru ag bari jauk tare kamoa korilu nedekha jonor uporot
Many many thanks, god bless him
Val lagise konmanitir Xei Pratibha Asha koro teo bhabisyate Aguwai jaok
Agbahi juwa beta vogbane kripa korok
অতি সুন্দৰ❤❤
Thanks to Zm food and Vlogs for M.Dhar and M.Mitra programming with baahi badok bhaity.
ধন্য হওক তোমাৰ জীৱন
বৰ ভাল লাগিল
সুন্দৰ প্ৰতিভা।আগবাঢ়ি যোৱা
Nice 👍👍👍❤❤❤
Nice.
Very good boy .god bless you
তোমাক বহুতে। সহয়কাৰিব ভাইটি। বহুত ভাল মানুহ আছে
সুন্দৰ প্ৰদৰ্শন হৈছে ❤❤
Good bless you
Val lagise