Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ভিডিঅতো চাই সচাকৈ বহুত জানিবলগীয়া কথা পালোঁ । কিছুমান জানিব লগা কথা এনেদৰে তোমাৰ ভিডিঅৰ পৰা পাই বহুত উপকৃত হও ,সেয়ে যেতিয়া মোবাইলতো হাতত থাকে তোমাৰ ভিডিঅৰ notification পালে মোবাইলত যি কামেই কৰি নাথাকো কিয় সকলো বাদ দি ভিডিঅতো চাই লও আৰু কিমান ভাল লাগে সচাকৈ তুমি দিয়া পৰামৰ্শখিনি মনত ৰাখি লও । বহুত বহুত ধন্যবাদ মৰমী ,সদায় নতুন পৰামৰ্শ পোৱাৰ আশাৰে।❤️❤️😘
আপোনাৰ মন্তব্যই সদায়ে উৎসাহিত কৰে মোকো। চেষ্টা কৰো সকলোৰে সহায় হোৱা video বনাবলৈ। আন্তৰিক ধন্যবাদ জনালো ,কুশলে থাকক
,thanku very murch
Bhut janib parilu di thank u di baby creami pehlu hoise maje maje hy homoeopathic liquidation ak bar khuwale val hy vy lage regularly khuwab khuwab
বা অতি প্ৰয়োজনীয় দেই ভাল পালোঁ, বয়স হ'লে চাপ পৰিবই বুলি ভাবি লোৱাতকৈ নিজক সদায়ে ধুনীয়া দেখিবলৈ, জীৱনটোক নতুনকৈ চাবলৈ বা জীৱন উদযাপনৰ বাবে নিজক ভালপোৱাটো অতি দৰকাৰ।
শুনি বৰ ভাল লাগিল তোমাৰ মনৰ কথাখিনি। এইদৰে যদি সকলোৱে উপলব্ধি কৰে তেন্তে সকলো ধুনীয়া হৈ থাকিব
@@DrRaineesHealthyWayবহুত ভাল লাগিছে আগলৈ আৰু চাব পাম বুলি আশা কৰিলো
Xundor video 🎉
ধন্যবাদ জনাইছো
Bhal lagile kotha khini janibo pari baa. Bohut dorkari vdo. Stress loi loi muru skin borbad hoi goise
Thank u dear। Stress noloba dei try kriba
Video tu sai bohut val lagile. Mor mukh khnr bohut guti guti olai thake kenekoi val koribo parim jonabosun.
পেটৰ সমস্যা আছে নেকি জনাব
Video2 val lagil mem 👌👌
Thank you
সুন্দৰ ভিডিঅ
ধন্যবাদ জনালো
Thank you baa❤️Aapunar guteibur video mur priyo....bohut bhal lage aapunak
Thanks a lot ❤️🙏😄
Good advice thank-you mam
Thank u
Very nice advice mam thanks
Thanks
Khub bhal lagil.pls.naturally white hair black korebo pora tips debo bule Asa korelu
Thanks a lot
Vl lagil moi apunar advice but mani soliboloi sesta korim mem 👍
Thank u so much
Very beautiful video 👌👌Birat bhal lagil bohu kotha janibo parilu tumar video buror pora ❤️ thank you dear Dr 💕 God bless you always 🙏
Thank u so much dear ba. Lots of love to you
Good information,mam.Thanks a lot.
সুন্দৰ বা❤️
Thank you rainy baa
Welcome
bar bhal lagil
1st lk sai asu dei
OK ba
Baideo apunak brohut vl lage apuni brohut vl ka bujai de a apuna video asu
So nice
ধন্যবাদ
Nice video
Very helpful video ❤️❤️
Thank u ba
Baa shea seeds mane amar gharua vakhat tukma neki...
হয়
Video sai bhut upkitr hlu ba grm dint ki cream use krim ba kb sun
Oil free moisturiser লবা। lotus organics ৰ চাব পাৰি
বহুত মূল্যৱান কথা যানিব পাৰিলো তুমাৰ video তুৰ পৰা।তুমাৰ video চাই বহুত নজনা কথা জানিব পাৰো তুমাৰ video ভাল লগাৰ আৰু এটা মূল কাৰণ হৈছে বেলেগৰ দৰে তুমি আবোল টাবোল বকি টাইম পাছ নকৰা চিধা চিধিকৈ কবলগিয়া কথাকেইটা কোৱা। সেইবাবে তমাৰ কথাখিনি শুনি বা video বোৰ চাই আমনি নালাগে ।আগলৈকে এনেদৰে video পাই থকাৰ আশাৰে ধন্যবাদ জনালো
mam mur hatot aru vorit porise age 22 please rply me
Mam weight loss r karone ki ki biscuit khwa jbo
Oats biscuit khabo pari. Kintu biscuit khaleu weight loss nohobo jodi val diet, exercise follow nokore
@@DrRaineesHealthyWay diet chart dibo baideu
❤️❤️❤️
Ma'am anti ageing creme or naam koboxun
আজিকালি lotus organics ৰ anti aging cream ওলাইছে। তাৰে যিটোয়ে suit কৰে লব পাৰে।
Ok thanks
Mem mur skin tu bright nhoi. Bhal cream keitamnor name kobosun
Lotus organics r day cream and night cream lobo para
🥰
❤️
Mur mukhot kola asina hoise horu horu ki korile val hobo?
এবাৰ দেখুৱাই লবাচোন
Mam mur hat ru pithit gutei kola pori goise tanning hoi goise.. ki upai ase mam jonauksn plzz
দৈৰ লগত আলুৰ ৰস, মৌজোল, অকণমান নেমুৰ ৰস , হালধি এচিকুত মিহলাই লগাবা 10 মিনিট মান।
Mam daily logabo lagibo ne..
Apunak kot log pam baru??
গুৱাহাটীত পাৱ। 7399114617 এইটো নম্বৰ
বাইদেউ মোৰ দুইখন গালত কলা দাগ পৰিছে কি কৰিলে উপশম পাম বাৰু অনুগ্ৰহ কৰি জনাবচোন
আয়ুৰ্বেদিক kumkumadi toila অনলাইনত কিনি ৰাতি মাছাজ কৰিব। এলোভেৰা জেলৰ লগত ভিটামিন ই কেপচুল মিহলাই সপ্তাহত দুদিনমান ৰাতি লগাব। ইয়াৰ video আছে চাব
@@DrRaineesHealthyWay প্ৰতেক দিনে মালিচ কৰিব লাগিব নেকি যদি পাৰে তেলটোৰ ফটো এখন দিব নেকি
@@Manju_hazarika12 bleminor cream himalaya কোম্পানীৰ use কৰিব পাৰিব।kumkumadi toila classical বস্তু । বহুত কোম্পানীৰ পাব অনলাইনত
Ok thank you mam
@@DrRaineesHealthyWay kumkudali toila oil neki
গ্ৰীণ টি ৰাতিপুৱা খালি পেটত খাব লাগে নেকি?
গেছৰ আমনি নাথাকিলে পাৰিব খাব। নাইবা অন্য সময়ত খালেও হব

Very beautiful video 👌👌
Birat bhal lagil bohu kotha janibo parilu tumar video buror pora ❤️ thank you dear Dr 💕 God bless you always 🙏