৪০ বছৰ বয়সৰ মহিলাৰ বাবে ৭বিধ খাদ্য | healt tips | DrRaineesHealthyWay| ঘৰুৱা দিহা

Поделиться
HTML-код
  • Опубликовано: 28 дек 2024

Комментарии • 31

  • @manjuhazarikadas2685
    @manjuhazarikadas2685 Год назад +2

    বহুত উপকৃত হ'লো, আপোনাৰ পৰামৰ্শ মতেই চলি আছো,মাজে মাজে গাটো অলপ দুৰ্বল লাগে।

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  Год назад

      হয় নেকি? যত্ন লওক ভালকৈ। god bless you

    • @deepanjalidas33
      @deepanjalidas33 Год назад

      Thanks Dr Rainee for providing this beneficial video ❤

    • @minakshiboruah8172
      @minakshiboruah8172 Год назад

      ​@@DrRaineesHealthyWayww new

  • @gogoi2923
    @gogoi2923 Год назад

    খুবেই প্ৰয়োজনীয় কথা খিনি ❤

  • @hazarika5950
    @hazarika5950 Год назад

    বা বহুত ভাল লাগিল কথাবোৰ জানিব পাৰি আৰু যথেষ্ট উপৰ্কৃত হৈছোঁ আপোনাৰ পৰা । পৰিস্মিতা , মাজুলী

  • @beautideka4918
    @beautideka4918 Год назад

    Good video
    Bohut val lagise

  • @ManjuDevi-md6eq
    @ManjuDevi-md6eq Год назад

    Thank you

  • @tanche9085
    @tanche9085 Год назад

    Tomi eman cute

  • @chitraborthakur3272
    @chitraborthakur3272 Год назад

    Thank you ❤

  • @sabitribordoloi9185
    @sabitribordoloi9185 Год назад

    vl lagil

  • @gloriaahmed7453
    @gloriaahmed7453 Год назад

    Very very beautiful video 👍
    Bohut val lagil 👌 thanks for sharing dear Dr ❤❤🙏🙏

  • @babidas9603
    @babidas9603 Год назад

    বৰ ভাল লাগিল কথাবোৰ জানি বাইদেউ মোৰ অলপ দিনৰ পৰা বহোত চুলি সৰিচে কি কৰিলে ভাল হব যনাবছোন কি ভিতামিন খাব লাগে চুলি সৰিলে জনাবচোন

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  Год назад

      আন্তৰিক ধন্যবাদ জনালো। পুষ্টিকৰ খাদ্য খাব। প্ৰটিন ভিটামিন থকা খাদ্য খাব। কেতিয়াবা এনিমিয়া বা ভিটামিনৰ অভাৱত হয়। লিভাৰ আমনি বা হৰমনৰ বাবেও হয়। সেয়ে এটালিভাৰ টনিক আৰু এটা multivitamin খাব পাৰে এমাহ। কিন্তু বেছি সৰিলে ডাক্তৰক দেখাই লব

  • @karabidevi4621
    @karabidevi4621 Год назад +1

    Mam oily & dull skin healthy aru skin tu bright kora bhal day cream r name kouksun....aru facewash ki logam pls suggest 🙏

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  Год назад

      Lotus white glow gel cream লব পাৰি। lotus বা VLCC ৰ organic face wash বা cleanser লবা

    • @karabidevi4621
      @karabidevi4621 Год назад

      Lotus cream tu ase mur tat...logale alop khojuai mukh khn...so nologua Holu...ma'am ..mamaearthe honey malai facewash tu kenekua hbo?

    • @karabidevi4621
      @karabidevi4621 Год назад

      Lom buli bhabisilu

  • @deepanjalidas33
    @deepanjalidas33 Год назад

    Thanks Dr Rainee for providing this beneficial video ❤

  • @ruma_s
    @ruma_s Год назад

    ভাল লাগিল ধন্যবাদ

  • @atulsarmah4422
    @atulsarmah4422 Год назад

    মাহেকীয়া ৰ সময় বঢ়াবলৈ কি কৰিব পাৰি ?

  • @utpalakalitabharali755
    @utpalakalitabharali755 Год назад

    Ba bahut vhal video dile.. Ba mur 40years huwa nai kintu mur suli khub harise ki oil lagale vhal hobo❤❤❤❤

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  Год назад

      খোৱা বোৱাভালকৈ কৰিবা। কেতিয়াবা পুষ্টিহীনতাৰ বাবেও সৰে। এটা লিভাৰ টনিক আৰু এটা multivitamin এমাহ মান খাই চোৱা। বেছি হলে ডাক্তৰক দেখাই লবা

  • @Manju_hazarika12
    @Manju_hazarika12 Год назад

    ভিদিঅটো চাই বহুত উপকৃত হলো বাইদেউ মোৰ পায়খানা ৰেগুলাৰ নহয় তাৰ বাবে বহু ঔষধ খায়ো ভাল পোৱা নাই অনুগ্ৰহ কৰি আয়ুৰ্বেদিক ঔষধ কিবা আছে যদি জনাব নেকি

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  Год назад

      আন্তৰিক ধন্যবাদ জনালো। ত্ৰিফলা বা Isobgol powder এচামূচ এগিলাচ গৰম পানীত দি ৰাতি শোৱাৰ সময়ত খাব দুই মাহ মান। fiber rich foods খাব

    • @Manju_hazarika12
      @Manju_hazarika12 Год назад

      @@DrRaineesHealthyWay fiber rich foods কি কি খাব লাগে বাৰু

  • @hazarika5950
    @hazarika5950 Год назад

    বা বহুত ভাল লাগিল কথাবোৰ জানিব পাৰি আৰু যথেষ্ট উপৰ্কৃত হৈছোঁ আপোনাৰ পৰা । পৰিস্মিতা , মাজুলী

  • @hazarika5950
    @hazarika5950 Год назад

    বা বহুত ভাল লাগিল কথাবোৰ জানিব পাৰি আৰু যথেষ্ট উপৰ্কৃত হৈছোঁ আপোনাৰ পৰা । পৰিস্মিতা , মাজুলী