মুফতি-মৌলানাৰ বিৰুদ্ধে আজিৰে পৰা মুখ বন্ধ হ’বনে মুস্তাফা কামাল আজহাৰীৰ? যুক্তিবাদ LIVE

Поделиться
HTML-код
  • Опубликовано: 24 ноя 2024

Комментарии • 1,4 тыс.

  • @bibekbora806
    @bibekbora806 Месяц назад +40

    সাংবাদিক জনে প্ৰশ্ন কৰিবা জনা নাই

  • @P_a_l_l_a_b_1
    @P_a_l_l_a_b_1 18 дней назад +1

    সংবাবিক জন এক নম্বৰ গৰু ।।এইটো এটা মূৰ্খ ।।

  • @oldsingphosongs5751
    @oldsingphosongs5751 Месяц назад +25

    সাংবাদিক মহাশয়ে কোনো যুক্তিসংগত প্ৰশ্ন কৰিব নোৱাৰি নিজে তৰ্ক কৰাত লাগি যোৱা যেন লাগিল ।

  • @bhabendradaimary8806
    @bhabendradaimary8806 21 день назад +1

    One after another question without listening answer shows the thinking of the uestioner.

  • @anjanborah-5069
    @anjanborah-5069 Месяц назад +51

    সাংবাদিক জনৰ জ্ঞান ম'বাইলত হে নেকি 😂😂😂

    • @sadhuamphi7920
      @sadhuamphi7920 23 дня назад

      Toka khai media jone questions sai sai koi ade

  • @kamaleswarbordoloi993
    @kamaleswarbordoloi993 Месяц назад +8

    এই জধামুৰ্খটোৱে কি ইন্টাৰভিউ লৈছে প্ৰশ্ন কৰে উত্তৰ দিবলৈও সময় নিদিয়ে ।

  • @NripenThakuria
    @NripenThakuria Месяц назад +40

    সাংবাদিক মহাশয় , আমাৰ পৃথিৱীখন একে ঠাইতে থাকে ৷ সূৰ্য্যটো পৃথিৱীৰ চাৰিওপিনে ঘুৰে ৷ আপুনি বিশ্বাস কৰেনে ?

  • @hiteshdeka153
    @hiteshdeka153 Месяц назад +31

    সাঙবাদিক মহোদয় হজৰত মহম্মদ অৱতাৰ হয় কাৰণ তেখেতে আল্লাহৰ বাণী ৰাইজৰ মাজত আনিছে

    • @sambapukan
      @sambapukan Месяц назад

      👍

    • @ajubajultd.3484
      @ajubajultd.3484 Месяц назад +1

      নহয় ককাই, তেওঁ আল্লাহৰ শেষ বাৰ্তাবাহক।

    • @MamoniYesmin-t5f
      @MamoniYesmin-t5f Месяц назад

      ​@@ajubajultd.3484bartabahok asil

    • @HojrotHamim-uj3wg
      @HojrotHamim-uj3wg Месяц назад

      Lalunge ki bujib mohammodor kun

    • @sambapukan
      @sambapukan Месяц назад

      @@ajubajultd.3484 ri8..

  • @premanandanath1743
    @premanandanath1743 Месяц назад +13

    Mustafa Kamal azhari r kotha t bht knowledge aru logic ASE

  • @prahladborgohain8100
    @prahladborgohain8100 Месяц назад +28

    মোৰ বোধেৰে মুস্তাফাই শুদ্ধ।

  • @naliniadhikary6791
    @naliniadhikary6791 Месяц назад +21

    সাংবাদিক জনে কাৰোবাৰ পৰা কাৰোবাৰ পৰা কিবা ললে নেকি?

  • @GautamDekaraja-z1k
    @GautamDekaraja-z1k 23 дня назад +1

    Mustafa kamal azhari da'r kotha bur Right. Moi u ketiaba feel koru, hoi tu moi bhul habo paru kintu question ahe mathat mur bohut maje-maje pura biswa'k loi. Like Mustafa kamal azhari da a kole j makor petot jonmo lua jon bhogban habo nuware ketiau hoi aitu jukti kotha hykarone Hazrat Muhammad God of messenger buli kua hoi and jesus Christ u god Messenger. As like amar srimanta sankerdev amak gin di thoi gol nijok chini pabole and nijor dharam pasot ako eibur cherest atma bur a ako krishna jonmo lua satyug ot janmo lobo sage and ram' tretaug'ot o tar pasot ram rabunok mara pasot ram o murile tetia manuh bur lahe lahe nijor mind power komi ahise tar pasot manuh bur divide and language nijor nijor language karone god of messenger jonmo loise sage like hazrat mahammad, jesus christ, guru nanak etc etc . Atia Krishna, Ram o jodi jonmo loisile. God kun

  • @chetiahaflong3511
    @chetiahaflong3511 Месяц назад +3

    mustafa Kamal you r right.I support you.

  • @jyotishmandal1410
    @jyotishmandal1410 27 дней назад +2

    সত্য কথাৰ সাক্ষী নালাগে সত্য সদায় সত্য হয়

  • @MUNMISRA2030
    @MUNMISRA2030 Месяц назад +36

    মোস্তাফা কামাল স্পষ্টবাদী

    • @Anowar-i2s
      @Anowar-i2s Месяц назад

      Tur bap hoi kamal 😂abba buli mat 😂mc

    • @Trbapekmoinamporiasobc
      @Trbapekmoinamporiasobc Месяц назад

      Ratipuwa uthi quran poriba mn saf hbo 🎉

    • @surajdey9756
      @surajdey9756 Месяц назад

      ​@@Trbapekmoinamporiasobc hanuman chalisa পাঠ কৰিবি
      জ্ঞান বৃদ্ধি হব ।

  • @deepkonar9688
    @deepkonar9688 Месяц назад +8

    সাংবাদিক জনৰ বহুত ভুল হৈছে ।। আৰু হজৰত মহমদ অৱতাৰ হয়

  • @abinashav7322
    @abinashav7322 Месяц назад +77

    আৰে ভাই মুস্তাফাৰ লগত যুক্তি তৰ্ক কৰিব নোৱাৰ অ সোণ, আগতিয়াকে নিজক মুস্তাফাৰ লেভেলৰ বনাই ল । মুস্তাফাৰ লক্ষ্য আদৰ্শ সঠিক হয়, শিক্ষিত মানুহ ।

  • @utpalvlogs2654
    @utpalvlogs2654 Месяц назад +52

    এংকৰ জনে বেছি কৰিছে

    • @bkp9774
      @bkp9774 Месяц назад

      বাল টোৱে হে বেছি কথা কয় । সেই কাৰণে আধাতে বন্ধ কৰি দিলো ।

    • @Dkjtzpbsl1978
      @Dkjtzpbsl1978 Месяц назад +1

      Right,,aijone olop besi besi kore...

    • @Askshorts-y2x
      @Askshorts-y2x Месяц назад

      Aponi kene ke gom pale

    • @KamarujJaman-gl2yz
      @KamarujJaman-gl2yz Месяц назад

      একংৰ জনে ঠিকেই কৈছে

    • @BjpHatao
      @BjpHatao Месяц назад

      Muslim or bipoikkhye koise karone gaat lagise maaksudur

  • @atulbhumij4108
    @atulbhumij4108 Месяц назад +14

    সাংবাদিক জনে কাৰোবাক সাক্ষাৎকাৰ লোৱাৰ আগতে সেই বিষয়ত জ্ঞান থকা দৰকাৰ আছিল।

  • @AbulKalam-hz1mf
    @AbulKalam-hz1mf Месяц назад +7

    দাদা আপুনি চিন্তা কৰক 1400 বছৰৰ পৰা এই ইছলাম ধৰ্ম মুছলমান সম্প্ৰদায়ে পালন কৰি আহিছে। সেই তাহানিৰ পৰাই মোল্লা সকলে ভুল কৰি আছে। তেওঁই একমাত্ৰ শুদ্ধ মানুহ

  • @LohitDihingia-l5b
    @LohitDihingia-l5b 29 дней назад +3

    মুঠৰ ওপৰত কোনোৱা ভাৰতীয় -পৃথিবীর মতা মানুহে বা পুৰু ষে মহিলাক যদি ৱলাৎ কাৰ কৰে কথু-পৰা কথুৰতম শাস্তি ৱিহী ফাচী দিৱ লাগে ৱুলি মই কৈছু........ 🎉🎉🎉🎉🎉🎉🎉

  • @samarjitbarman7719
    @samarjitbarman7719 Месяц назад +34

    Mustafa Kamal azahari 100% right

  • @NayanDeka-u9u
    @NayanDeka-u9u Месяц назад +27

    মোস্তাফা কামাল আজাহাৰী ডাঙৰীয়া যুক্তি আছে কিন্তু সাংবাদিক জন একেবাৰে জ্ঞান নাই

    • @tosengogoi6591
      @tosengogoi6591 Месяц назад

      হয়তো নিজে popular হবলৈ কিছু চেষ্টা কৰি চাইছিল , পিছে নোৱাৰিলে ৷

    • @NripenThakuria
      @NripenThakuria Месяц назад

      @@NayanDeka-u9u একেবাৰে সত্য কথা

  • @assamesehahi2565
    @assamesehahi2565 Месяц назад +44

    পঢ়ি শুনি যুক্তি কৰক সাংবাদিক বন্ধু

  • @BijoyPamehgam
    @BijoyPamehgam Месяц назад +23

    সাংবাদিক দাদা আপোনাৰ ঘৰত কিবা এটা চুৰ হলে। আইনে কব লাগিব নেকি চুৰ হল বুলি। লাজ লাগিছে আপোনাৰ যুক্তিত হিন্দু ভাই হিচাপে। মুচতাফা চাহাবে আপোনাক হলতেকত পেলাই দিলে। চিঃ 😊

    • @AssamMusic1
      @AssamMusic1 Месяц назад +1

      কাম নাই সাংবাদিকৰ

  • @mousumBaishya
    @mousumBaishya Месяц назад +39

    পাগল সাংবাদিক মোৱাইল তাৰ জ্ঞানৰ ভাণ্ডাৰ😂😂😂😂😂

  • @BijoyPamehgam
    @BijoyPamehgam Месяц назад +34

    সাংবাদিক জনক ভালকে ধোলে। ac ৰোমত বহি গৰম উঠিছে সাংবাদিক গৰাকী

    • @AfjalAli-r8t
      @AfjalAli-r8t Месяц назад +1

      Oi murkho valke saah kune dhule

  • @RitukrBorah
    @RitukrBorah Месяц назад +16

    মোৰ সাংবাদিক জনলৈ প্ৰশ্ন - শিক্ষকতা কৰা এজন লোকে যদি কাৰোবাৰ জীয়ৰী বা বোৱাৰী ক ধৰ্ষণ কৰে বা ধৰ্ষণ কৰাৰ চেষ্টা কৰে, তেন্তে সেই শিক্ষাক জনে নিজৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীক কি শিক্ষা দিব ? সাংবাদিক জনে মোৰ প্ৰশ্নৰ উত্তৰ দিব বোলি আশা কৰিলোঁ, অথবা উত্তৰ দিবলৈ অবহেলা কৰে তেন্তে এই সাংবাদিক জনক মই এই মাধ্যমৰে যোগেদি কাণ তলীয়া চৰ এটা দিলোঁ ।

    • @A_G_Faruk_Again
      @A_G_Faruk_Again Месяц назад

      Aitur uttor nijor dhormo grontho pohile pai jaba nohoi

    • @RitukrBorah
      @RitukrBorah Месяц назад

      @@A_G_Faruk_Again ধৰ্ম গ্ৰন্থ বোলি কথা নাই, সাংবাদিক জনে আনক প্ৰশ্ন কৰাৰ আগত নিজৰ সাধাৰণ জ্ঞানৰ বিষয়ত কিমান‌ অগ্যতা আছে সেই টো হে জানিব বিচাৰিছো । সকলো বিষয়তে ধৰ্ম গ্ৰন্থ চাই থাকিলে হব যানো, আজি আপোনী অসমৰ পৰা দিল্লীলৈ যাবলে হ'লে কেনেকৈ যাব লাগিব সেইটো আপোনাৰ বিচাৰ বোদ্ধীৰ ওপৰত হে নিৰ্ভৰ কৰিব, ধৰ্ম গ্ৰন্থত বিচাৰিলে পোৱা নাযাব ।

    • @majnurhoque1646
      @majnurhoque1646 Месяц назад

      কামাল বাহিনী

    • @RitukrBorah
      @RitukrBorah Месяц назад

      @@majnurhoque1646 জেহাদিৰ বাহিনী ।

    • @RitukrBorah
      @RitukrBorah Месяц назад

      @@majnurhoque1646 জেহাদিৰ বাহিনী ।

  • @tigerbarhai2454
    @tigerbarhai2454 Месяц назад +7

    সাংবাদিক জন অতৰাব হল
    Mk sir ❤❤❤

  • @surajdey9756
    @surajdey9756 Месяц назад +8

    Reporter sahab আপোনাৰ বয়স হোৱা নাই এইবোৰ বুজিবোৰ কাৰণে
    প্ৰথমে সন্মুখত থকা ব্যক্তি জনে কি প্ৰশ্ন বা উক্তি ব্যক্ত কৰিছে সেইটো বুজক আগতে।

  • @HariDas-qg1uo
    @HariDas-qg1uo Месяц назад +5

    Mustafa da আপুনি সদায় আনেকৈয় যুক্তি কৰী থাকিবা সঁচাৰ কাৰণে কোনে নাথাকিব পাৰে কিন্তু ওপৰৰ জন সদায় থাকে প্ৰতেকসস্ন দিবো মই কোনো জাতি নিদিছৰো বিচাৰিব লাগে মাথো ভাল বেয়া jay sri ram

    • @bigxyzvlogs
      @bigxyzvlogs 26 дней назад

      Toi je hindu bhai kono jatik boya ke koba nalage

  • @ghaneshyamnarzary1182
    @ghaneshyamnarzary1182 Месяц назад +9

    Anchor kunu jukti dibo paranay.

  • @aruppatowary9457
    @aruppatowary9457 Месяц назад +36

    কামাল আজহাৰি কথাখিনি সচা❤️

  • @PabitraRajbangshi-v4r
    @PabitraRajbangshi-v4r Месяц назад +40

    এনেকুৱা মূৰ্খ সাংবাদিকৰ লগত তৰ্ক নকৰাই ভাল ! ই কথা কোৱাৰ সৌজন্যতা খিনিও নাজানে !

    • @tosengogoi6591
      @tosengogoi6591 Месяц назад +2

      সম্ভৱ যুক্তি কি বস্তু বুজিয়েই নেপায় ৷

  • @bhriguvlogs
    @bhriguvlogs Месяц назад +4

    Reporter jonor gyanar abhab Jen lagise

  • @taideducationalandentertai5275
    @taideducationalandentertai5275 Месяц назад +22

    kamal is great man

  • @bibekbora806
    @bibekbora806 Месяц назад +25

    আজাহাৰি দাঙৰিয়াই , যুক্তি মন্তব্য আগবঢ়ায়চে ।
    সংবাদিক জনৰ জ্ঞান নাই

  • @NarakantaLagachu
    @NarakantaLagachu Месяц назад +22

    অংকৰ জন বেচি কথা কৈছে

  • @dipudentertainment5438
    @dipudentertainment5438 Месяц назад +6

    শ্ব' টো চাই কমেন্ট নিদিয়াকৈ থাকিব নোৱাৰিলোঁ। আচলতে আজহাৰী ডাঙৰীয়াৰ সকলো কথাৰ যুক্তি আছে, কিন্তু এই দুই নম্বৰী সাংবাদিক জনৰ কথা কেইটা একদম ভাল নালাগিল। নিজে একোয়েই নাজানে আৰু ওল্টা পাল্তা প্ৰশ্ন কৰে।

  • @Hirokgogoi-o9s
    @Hirokgogoi-o9s Месяц назад +32

    সাংবাদিক মহাশয় আপুনি অলপ অৱতাৰ আৰু প্ৰচাৰৰ অৰ্থ দুটা নিজে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰক।

  • @binoynath9605
    @binoynath9605 Месяц назад +27

    সাংবাদিক হলে অলপ মান‌ নিজস্ব জ্ঞানৰ দৰকাৰ।

  • @Allcurrentfunnyvide
    @Allcurrentfunnyvide Месяц назад +4

    সাংবাদিক জনৰ counter attack 🔥 ❤❤

  • @atulbhumij4108
    @atulbhumij4108 Месяц назад +8

    মুস্তাফা কামাল আজাহাৰীৰ কথাত যুক্তি আছে।

  • @utpalvlogs2654
    @utpalvlogs2654 Месяц назад +19

    এংকৰ জনৰ জ্ঞানৰ অভাব

  • @naliniadhikary6791
    @naliniadhikary6791 Месяц назад +15

    সাংবাদিক ডাঙৰীয়া, আপুনি গীতা, ভাগৱত, ৰামায়ণ, মহাভাৰতৰ বিষয়ে কিমান জানে ?

  • @Prasantapegu-c5z
    @Prasantapegu-c5z Месяц назад +35

    মুষ্টাবা কমালৰ কথা বোৰ right

  • @gitudas2522
    @gitudas2522 Месяц назад +5

    সাংবাদিক ওলাব আহে 🤣ধুই দিচে যুক্তি দি

  • @okikayastha7068
    @okikayastha7068 Месяц назад +24

    আজহাৰী শুদ্ধ। বাংলাদেশীয়ে আজহাৰীক নুবুজে মই সেইটোৱে বুজিলোঁ।

  • @debajitrabha1448
    @debajitrabha1448 Месяц назад +26

    সাংবাদিক জনৰ শিক্ষাৰ অভাৱ 😂😂 কমল আজাহাৰী ❤

    • @RashidaKhatun-vi1wu
      @RashidaKhatun-vi1wu Месяц назад

      Tur hikhkha bahut

    • @debajitrabha1448
      @debajitrabha1448 Месяц назад

      @@RashidaKhatun-vi1wu আহিন এজন ধৰ্ষন কাৰি মুছলমান নিজৰ জ্ঞানত একো নাই আনোক জ্ঞান দিৱ আহিছে

    • @debajitrabha1448
      @debajitrabha1448 Месяц назад

      @@RashidaKhatun-vi1wu শিক্ষা থকাৰ কাৰনে আজি মই চৰকাৰি চাকৰি কৰ্মৰত আপোনালকৰ শিক্ষাৰ অভাৱৰ কাৰনে আজি আপোনালকৰ বেয়া কৰ্ম বোৰ আগত ৰাতিপুৱা মবাইল চালেই মিয়া মুছলমান

    • @RashidaKhatun-vi1wu
      @RashidaKhatun-vi1wu Месяц назад

      @@debajitrabha1448 ওও সেই কারণেই মন্দিরর পুরূহিতবোর ধর্ষণ করি চেন্চুরী করে

  • @rajeshpator1080
    @rajeshpator1080 Месяц назад +5

    আপোনী সাংবাদিক নে ? এইয়া সংবাদ নে ? আপোনী মানহ জনক জেৰা কৰিছে নেকি ?

  • @rafikulali4396
    @rafikulali4396 Месяц назад +6

    সি certificate দিলে তোৰ সকলো কথা সঁচা হ'ব নেকি,,,

  • @debakumardas3755
    @debakumardas3755 Месяц назад +7

    সাংবাদিক জনৰ ইছলামিক জ্ঞান যদি আছে তেওঁ referance দি news পৰিবেশন কৰিব লাগে

  • @JesminaIslam-t1l
    @JesminaIslam-t1l Месяц назад +9

    অহিংসা হল পৰম ধৰ্ম, এই সাংবাদিক গৰাকী য়ে সম্পূৰ্ণ ৰূপে ন্যায় কথা টো হে koise ❤❤

  • @makemilliondreams
    @makemilliondreams Месяц назад +24

    Ancore জনে যুক্তি কি বুজি নাপায় 😂😂😂

  • @LakhyanDewri
    @LakhyanDewri Месяц назад +12

    এ্্কাৰ জনে যুক্তিত জিনিবৰ কাৰণে বহু উল্টা বুল্টা যুক্তি কথা আনিছে। কামালক যুক্তি খোল থেকত পেলাবৰ বাবে গৰু চোৰ এ্্কা জনে বহুত চেষ্টা কৰিছিল তেওঁক নোৱাৰিলে । কামাল ভাই জিতছে। কামাল ভাই ধন্যবাদ থাকিল ।

  • @Nilimyogi4
    @Nilimyogi4 Месяц назад +4

    Mustafa Kamal azahari right.

  • @BKTechAssam100
    @BKTechAssam100 Месяц назад +6

    Anchor jnk News plus chanel r pora ulab lage tak

  • @mahendraray-jc5gj
    @mahendraray-jc5gj Месяц назад +29

    সাংবাদিক জনে বেছি বেছি লেভেল মাৰিছ

  • @ajubajultd.3484
    @ajubajultd.3484 Месяц назад +2

    এজনে কেনেকৈ সৰ্বধৰ্মী হ'ব পাৰে? সৰ্বধৰ্মী এজনে কেতিয়াও মুছলিম হ'ব নোৱাৰে।

  • @KnowledgeAcademi
    @KnowledgeAcademi Месяц назад +10

    মোস্তফা এতিয়া আৰু মুছলমান হৈ থকা নাই, তেওঁ এতিয়া হিন্দু ধৰ্ম গ্ৰহণ কৰিছে বুলি জানিব পাৰিলো

  • @MuskaanBegum-qz7ql
    @MuskaanBegum-qz7ql 24 дня назад +1

    Aye junabor mukhot bismillah kot salam kot duhk lagise😢😢😢😢😢😢😢😢😢😢

  • @ataurrahman-lq2fi
    @ataurrahman-lq2fi Месяц назад +16

    এই আজহাৰী বোলা মানূহজন জনপ্লিয় হোৱৰ চেষ্টাত আছে।সি ভাল কামেৰে মানুহৰ প্লিয় হব নোৱাৰাৰ বাবে পথভ্ৰষ্ট হৈ কিছু মান অযথা কথা কৈছে।ইছলাম এক সাগৰ ।এই ক্ষুদ্ৰ প্ৰানীটোৱে সমলোচনা কৰি কি লাভ।এনে শস্ত্ৰীয়া জনপ্ৰিয়াতা লবলৈ যোৱা লোকৰ লগত যুক্তি তৰ্ক কৰিবলৈ যোৱাটোৱেই ভূল ।

  • @rojinakhatun1318
    @rojinakhatun1318 9 дней назад +1

    Bondho ajhari

  • @PDMUSICAL
    @PDMUSICAL Месяц назад +5

    আজাহাৰীয়ে ঠিকেই কৈছে, ইছলামেই হওক বা হিন্দুৱেই হওক প্ৰথমে নিজৰ ঘৰখন চাফা কৰাৰ পিছতে আনৰ ঘৰখন চাফা কৰাব লাগে।

  • @mahibarrahman8620
    @mahibarrahman8620 14 дней назад

    Specially thanks to Ankor.... your question is too good...u hv more knowledge about Islam religion...❤❤❤

  • @BijoyPamehgam
    @BijoyPamehgam Месяц назад +14

    সাংবাদিক গৰাকীহে সকল উদাহৰণ লাগে কেলা। কেনেকৈ সাংবাদিক হল বাৰে বাৰে মোৰ প্ৰশ্ন হৈছে।

  • @bigxyzvlogs
    @bigxyzvlogs 26 дней назад

    Reporter bhai nice kotha koisa ❤❤❤ full support dim ❤❤

  • @manojbora2244
    @manojbora2244 Месяц назад +6

    মোস্তাফা কামাল এজন সাহসী যুক্তিবাদী ব্যক্তি ।

  • @anantagogoi7206
    @anantagogoi7206 Месяц назад +17

    সাংবাদিক জনৰ লেভেল 😀😀😃

  • @s...s....
    @s...s.... Месяц назад +13

    সাংবাদিক জনলৈ Very Very Thank you.

  • @rulirahman1288
    @rulirahman1288 Месяц назад +3

    এই জন নিজে শৈতান গতিকে সাংবাদিক হিচাপে তেওঁৰ কথাখিনি সঁচা । এইজনৰ লগত যুক্তআলোচনা নকৰিব ।

  • @fulariandmalpua8310
    @fulariandmalpua8310 Месяц назад +5

    Val disa সাংবাদিক দাদা

  • @HariDas-qg1uo
    @HariDas-qg1uo Месяц назад +4

    আচলতে মুষ্টাফা দাদৰ লগত যুক্তি দেৱালয় মুষ্টাফা দৰ এনিভাৰ্চিতিৰ হব লাগিব মুৰ হিচাপে মুষ্টাফা দাৰ যুক্তি আছে jay sri ram

  • @DiptiBaishya-m5l
    @DiptiBaishya-m5l Месяц назад +5

    Right Mustafa azahari

  • @mahendraray-jc5gj
    @mahendraray-jc5gj Месяц назад +17

    100% Right Mustafa kamal azhari

  • @mahendraray-jc5gj
    @mahendraray-jc5gj Месяц назад +5

    হয় মোস্তাফা কামাল আজহাৰীৰ দৃষ্টিত মোল্লাবোৰে ভাৰত মাতাৰ গুনগান নকৰে জয় হিন্দ নকয় কামাল আজহাৰী ঠিক

    • @nasimsarkar
      @nasimsarkar Месяц назад

      কোনে কলে জয় হিন্দ নকয় বুলি? ভাৰত মাতা বুলিহে নকয়। যেনেকৈ দুৰ্গা মাতা কয় আপোনালোকে তেনেকৈ ভাৰত মাতা কওঁক আপোনালোকে কিন্তু মুছলিমক তেনেকৈ কবলে বাধ্য কৰাব নোৱাৰে। ধৰ্মীয় বাধা আছে।

  • @JesminaIslam-t1l
    @JesminaIslam-t1l Месяц назад +1

    কোনো ধৰ্মক অপমান কৰিব নালাগে 😢

  • @SSFOODASSAM
    @SSFOODASSAM Месяц назад +5

    আল্লাহ তাকে হেদায়েত দান করুন

  • @kapilrahang4366
    @kapilrahang4366 Месяц назад +2

    মুৰ্খ সাংবাদিক জনৰ নাম কি? কোনোবাই কব নেকি?

    • @ranjanneog6510
      @ranjanneog6510 Месяц назад

      Samujjal dutta, olpo bidya voyankar😅😅

  • @BijoyPamehgam
    @BijoyPamehgam Месяц назад +13

    সাংবাদিক গৰাকীক কিমান টকাত কিনিলে বাৰু।

  • @digantabaruah9081
    @digantabaruah9081 Месяц назад +2

    এংকৰ জনে মানি লোৱা নোলোৱা আমাক নালাগে ৰাইজে হে জানে

  • @cartooncompany8345
    @cartooncompany8345 Месяц назад +3

    ডঃ জাকির নাযক থেকে তোৰ ডিগ্ৰী বেছি আছে নেকি! তেওৰ মুখেৰে এনে কোৱা কব লাগিছিল! তোৰ আগতে ডিগ্ৰী লাভ কৰিছে!

  • @asomiaasom6008
    @asomiaasom6008 Месяц назад +2

    সাংবাদিক জনে নিজকে যোধামুৰ্খ বুলি পৰিচয় দিছে ।আজহাৰী শুদ্ধ ।

  • @jeherulislam3231
    @jeherulislam3231 Месяц назад +4

    😂😂😂 ই পাগল হ'ল

  • @debojitbordoloi1485
    @debojitbordoloi1485 Месяц назад +4

    Reporter জনৰ পুকৰ জলিছে😅😅😅😅

  • @nature_scenary_194
    @nature_scenary_194 Месяц назад +14

    সাংবাদিক জনক বহুৎ বহুৎ ধন্যবাদ সঠিক জেরা করার কারণে

  • @dhurbakonwar7037
    @dhurbakonwar7037 Месяц назад +3

    সাংবাদিকবন্দু অপোনাৰ আৰু বহোত অধ্যয়নৰ প্ৰয়োজন আছে।! channel tur editor chief ক ক ব বিছাৰু মানুহ ছাইহে anchor ক interview লবলৈ দিব! samujjal aijon mullai dhui palale

  • @DKBORAOFFICIAL
    @DKBORAOFFICIAL 22 дня назад

    Reporter or akou drishti thake neki 😅😅😅

  • @Kushal-d5e
    @Kushal-d5e Месяц назад +5

    Mk Azahari ji❤

  • @monowarhussain8156
    @monowarhussain8156 Месяц назад +4

    Excellent reporter ❤

  • @jiaurrahman3914
    @jiaurrahman3914 Месяц назад +4

    য'ত যুক্তি নাথাকে তাত গালিয়ে শেষ উপায় ।একাংশৰ বাবে

  • @fulariandmalpua8310
    @fulariandmalpua8310 Месяц назад +2

    আজাহৰি ভাইৰেল হোৱাৰ কাৰণে এই বিলাক কৰী আছে
    nubujak বুজাব পাৰি জানি নজনা ভাও ধৰাক বুজাব নোৱাৰি

  • @jyotikamalamchi938
    @jyotikamalamchi938 Месяц назад +8

    সাংবাদিক জন বেছি কৰে।

  • @pranabdutta8684
    @pranabdutta8684 Месяц назад +2

    মানুহজনৰ কিনতু বহুত knowledge ase .moi vabu

  • @Muza-e5u
    @Muza-e5u Месяц назад +3

    দত্ত দাঙৰিয়াই কমলক ভালকৈ ধুলে।

  • @asomiaasom6008
    @asomiaasom6008 Месяц назад +2

    এই মুৰ্খ সাংবাদিকজনে একো নাজানে সি কামাল আজহাৰীৰ ওচৰত মুৰ্খৰ দৰে কথা কৈছে ।

  • @mustakinali6871
    @mustakinali6871 Месяц назад +12

    সাংবাদিক দাদা আপোনাৰ প্ৰশ্ন বোৰ সঁচাকৈ বহুত ভাল লাগিল।

  • @Pihu.7.8.6
    @Pihu.7.8.6 25 дней назад

    সাংবাদিক জনে বহুত ভাল কথা কৈছে 👍

  • @rananjaysarkar4996
    @rananjaysarkar4996 Месяц назад +14

    Mustapha মামাল right

  • @dipshikhakhangia
    @dipshikhakhangia Месяц назад +1

    আজহাৰী আগুৱাই যাওক আমি আছো ।সত্য সদায় জয়।