উফ ভাষা নাই কবলৈ।❤️❤️❤️ ভাল, ধুনীয়া, সুন্দৰ, এইবোৰ শব্দ নিচেই সৰু। আজি বহু দিনৰ পাছত মনে শান্তি পোৱাকেvideo এটা পালোঁ আপোনালোকৰ এইটো video ❤️ একে লেথাৰি ৮বাৰ চালোঁ মনটো হেঁপাই পলোৱা নাই ❤️❤️❤️❤️❤️
Mor video tu Sai Kawa sun kana kuwa hoi sa ll plz ak bar dakh lo ll Mave ak sort sayari video edit Kiya ll kasa huwa plz bata da na video ki COMMENT por ll upki savi sapna pura ho jaya ga ll ruclips.net/video/GvQXPJfsbU8/видео.html Atsa laga to chnal ka subscribe ko da plz 😍 I an waiting for response ...
Eman ata Simple Kahini . Kin2 dekhaisa ki level t . Ekdom feel hoi goise kahini 2. Direction Boom 💥. Ene Baskarjyoti da aru Bedabrat dar Fan nhoi moi 😎. Yashashree u dhuniya kam korise .
Khub bhal lagil. Bedabrat r acting eneu khub bhal lage. Sangeet u sundar hoise. Track to aru alap dighal huwa hole... Aru alap xunar hepah thaki gol. Best wishes
I love their conversation, and also the cinematography, screenplay, lyrics, voice concept....just amazing, hope lots of good stuff will coming soon...all the best...
ইমান ধুনীয়া অভিনয়❤️.... ইহঁত দুয়োটাৰে অভিনয় বিলাক চালে চায়ে থাকিবৰ মান যায়....ইমান pure acting কোনো over acting নাই....মন মোহি নিয়ে একেবাৰে😍।। Keep going Beda & Yashashree.... perfect couple..😍😍
ইমান সৰু সৰু অথচ মৰমলগা মূহুর্তবোৰ বৰ ধুনীয়াকৈ উপস্থাপন কৰিছে..... হৃদয়স্পর্শী ❤
কোৱা হয় যে সৰু সৰু কথাই জীৱনত সুখ , শান্তি ,মৰম, ভাল - পোৱা বাঢ়ে ..... সচাকৈ Love you both ....❤️😘💕💖
O
@@abinashmahanta4729 qqqaA@@€
@@abinashmahanta4729😊
সচাকৈয়ে সুখৰ মূহুৰ্ত বোৰ ক্ষণস্থায়ী।
ভিডিঅ'টিত সুন্দৰকৈ উপস্থাপন কৰিছে।
আমি মিছাতে ইমান হাবাথুৰি খাই মৰো সুখ সুখ বুলি .....
দুয়োকে একেলগে বহুত ভাল লাগে ❤️😌 নে কি কয় ৰাইজ 😍
🎂🎉 the na de
Takei2
@@anjanaborah3196😊😊
দুয়োটা সচাকৈ বিয়া হবা হে❤️❤️ Perfect couple 💥💥
🥺🥺🥺❣️
😁😁😁
@@lizabasumatary2711 😳
@@RupjyotisTips ejone hijonk vl pale he xosa ke biya hbo parile heten... Atya shooting t he kribo lga hoise je dada😁😁
Sir😊
কাহিনী নহয়, বাস্তবত যেন ঘটি থকাযেন অনুভব কৰালে video টো চাই থাকোতে,কিবা যেন অনুভৱৰ সাগৰত নিজকে বিলীন কৰি দিলো এপলক সময়💕।দয়োজনৰ অভিনয় সঁচাকৈ হৃদয়ৰ একোনত সাঁচ বহুৱাই দিলে।শুভকামনা থাকিল।
Same to u
@@Plj_vlogs ❤️
😊
অচিনাকী এজনৰ লগত বিয়া আৰু বিয়াৰ পাছত প্ৰেম আৰু বুজাবুজি গঢ়ি উঠা উফ 🤗❤️ সঁচাকৈ খুব ধুনীয়া খুব সুন্দৰ অভিনয় আৰু হিয়া জুৰ পৰি যোৱা গান।। অভিনয় একেবাৰে সঁচা সঁচা লাগি গৈছে 😍😍।। দুয়োজন একেলগে বৰ মৰম লাগিছে ❤️
love you both 😍😍
হয়নে?
@@bikashsurjyudoy8250 mm
Really
Hoine baideu🙄😂
@@NikuSimon Hoi vaiti 🙂
তুমি বুঢ়া হ'লেও চাগে এনেকুৱা মৰম লগা অজলা বুঢ়াই হবা🥳 🤩🤗 বুঢ়া হ'লেও তুমি কিন্তু সদায় প্ৰিয় হৈয়ে থাকিবা মোৰ বাবে .. ❤️❤️বেদ বেদ বেদ বেদ 🤩🤩🤩💃💃
Xsakoi duyutake emn vl lge ...favorite couple mr ❤#bedashree❤
@@mayuriBarman7205 bedo da r lgt photo ase mur....🤩
উফ ভাষা নাই কবলৈ।❤️❤️❤️ ভাল, ধুনীয়া, সুন্দৰ, এইবোৰ শব্দ নিচেই সৰু। আজি বহু দিনৰ পাছত মনে শান্তি পোৱাকেvideo এটা পালোঁ আপোনালোকৰ এইটো video ❤️ একে লেথাৰি ৮বাৰ চালোঁ মনটো হেঁপাই পলোৱা নাই ❤️❤️❤️❤️❤️
এইবোৰ যাতে reel লাইফতে সীমাবদ্ধ নাথাকে । these two gonna rule Assamese industry in future..
মোৰ কিবা তাহানিৰ জোনবাইৰ জোনালী (গায়ত্ৰী মহন্ত) ৰ নিচিনা লাগিল Yasashree ক ।।
সচাকে
ইহঁত হালৰ জুৰিটো বহুত ভাল লাগে । বিয়া পাত ঐ হালেই , অসমৰ ৰাইজৰ আশীৰ্বাদ আছে , লগতে মোৰো ।
অভিনয়তে সীমাবদ্ধ নহৈ, সঁচা জীৱনটো যেন এনেদৰে মৰমবোৰ থাকে, ভাল লাগে দুয়োকে একেলগে দেখি ।।
@
ইহঁত দুটাৰ acting ৰ লগত আমাৰ bollywood ৰ starkid কেইটাইও পাত্তা নাপাই 💕💕💕, luv u both 😘
hosai
Bah ki j compare kara...
Umm hosay bht val lage 2uio jonoke
@@koushikhazarika204 hoi bhai birat compare korise.🤣🤣🤣🤣
@@raktimnibircreation7848 🙏
দুয়োজনৰ অভিনয় সচাকৈ বহুত ধুনীয়া হৈছে 😍❤️
Moja lagile
Mor video tu Sai Kawa sun kana kuwa hoi sa ll plz ak bar dakh lo ll Mave ak sort sayari video edit Kiya ll kasa huwa plz bata da na video ki COMMENT por ll upki savi sapna pura ho jaya ga ll
ruclips.net/video/GvQXPJfsbU8/видео.html
Atsa laga to chnal ka subscribe ko da plz 😍
I an waiting for response ...
Imn dhuniya video ti sai mon tu jur pori goise ❣❣❣😚😚
ধুনীয়া লাগিল দেই। সেইদিনা অযান্ত্ৰিকত UD দাহঁতে এনেই কোৱা নাছিল দৰা-কইনাৰ যোৰাটো একেবাৰে পাভ যোৰা। মৰমবোৰ এনেকৈয়ে থাকক সদায়।😊
যেতিয়া প্ৰিয়জনৰ বুকুখনেই একমাত্র নিৰ্জন শান্তিৰ ঠাই হয় তেতিয়া মাথো দীঘলীয়া হুমনীয়াহেই যথেষ্ট খিনি হয়!!! last moment is very impressive.... 🥺❤
👍 Eman Dhunia Comment..🥰 Montu val lagi gol..Pohi.
♥️
@@PratyashaPriyam 😊
@Pranjal Borah hy diyok... tq
❤️
My fav couple... ♥️♥️♥️ সদায় প্ৰিয়।। ধুনীয়া অভিনয় মৰম লাগিছে দুয়োকে।।
অকণমান সময়তে হৃদয় ভৰি যোৱা দৃশ্য দেখোৱালা❤️
bohut bohut val lagil....
নাজানো কি ভাল লাগে,, কিন্তু কিয় নাজানো চালে চাই থাকিব মন যায় , love from majuli💞❣️❣️
দুয়োকে একেলগে বৰ ধুনীয়া লাগে ভাল লাগিল❤️
Hoi deiii
Pg
হৃদয় চুই গল আৰু অভিনয় Outstanding 🎉
Iypf9k
একো কব পৰা নাই, কাৰণ মই ভাষাৰে বুজাব নোৱাৰোঁ, গানটোৰ লগতে acting level o ও মা,❣️🥀 বহুত এ ধুনীয়া 💖
ইমান সুন্দৰ
Sang go uploaded howar poray j kiman bar search kori salu hixab nai ru 🥰 sang tu ro obhinoy khubei vl lage 😍
ইমান সুন্দৰ হৈছে, বাস্তৱ জীৱনৰ জীয়া কাহিনী যেন অনুভৱ হল।❤️
বাস্তৱত যেন। দুয়ো এক হোৱা😚♥️
Dutaie pasloio jate ankoi thka😘😘😘😘mr fvrt couple 🥰🥰 love you both ❤️❤️❤️
Fast timm ane kow video sai asu bohut vl lagil tate akow music 🎶 tu uff 💥
😘😘ইমান ধুনীয়া এক্টিং কৰি চে আচৰিত হৈ চে বহুত ভাল লাগিল ভিডিঅ টো চাই ❣️❣️❣️❤️
Bedabrata and yashashree...both are fabulous ❤️...they both look perfect together💫
❤️
Yess
@@arpangogoi8981 hj7
Even firing on my own and I have a👍
@@raky first time ever you have a
বাস্তৱ ত তোমালোক এক হোৱাটো কামনা কৰো, বহুত ভাল লাগে দুইটাকে একেলগে 😍
সঁচাকৈ 😌❤️ ভাল লাগে দুইটাকে
হয় হয়
hoy hoy
Hoi
দুজনক সাংঘাটিক ভাল লাগিছে।।।সদাই মৰম বোৰ এনেকৈ থাকক❤️❤️।।খুবেই প্ৰিয় দুইজন মোৰ বাবে😍😍।।আজি ৰাতিপুৱাৰ পৰা চাগে 20 বাৰ মান চালো ভিভিও টো।।হেপাহ এ পলুৱা নাই❤️❤️
Moi o
নিবিৰ আৰু তাৰাত কৈ বহুত গুণে ভাল হৈছে।💕🥀
Kobole vakha nai emn hundor obhinoi😍😍😍....bar bar saisu...aru aag barhi jaouk🥰🥰🥰❤️❤️❤️
After seeing this mujsha bhi saadhi Karna ka mann kar raha ha 🤭...btw its superpp ❤️
Same 2😄🙈
@@sanjana.daimari8573 🤣
Arrange marriage ah Val video 2 cai ❤️
@@saru_craft hoi
Kori loa😜♥
ৱাহ মনটো চুই গৈছে 💕💕💕💕💖💖💖💛💛💖💖💖💚💚💚💚💚💚💚💗💗💗💚💐💐💐💚💚💗💗💚💗💗💚💗💗💚💗💚💙💜💚💜💚💖💖💖💚💖💚💙💚💜💜💚💖💖💚💖💗💗💚💗💚💐💐💙💚💙💚💙💙💚💖💖💚💖💚💜💜💚
Eman ata Simple Kahini . Kin2 dekhaisa ki level t . Ekdom feel hoi goise kahini 2. Direction Boom 💥. Ene Baskarjyoti da aru Bedabrat dar Fan nhoi moi 😎. Yashashree u dhuniya kam korise .
Arrange marriage is best,,,,,,,anekuwa situation creat hle ki je moja lagibo vabiye val lage
Bedabrat aru yashashree first video r porai etiau sei ekedorei bohut vallage.iman perfect aru natural.
Duyujonor chemistry ekdom👌👌👌👌😍😍😍😍❤❤
দুয়োজনৰে অভিনয় সুন্দৰ হৈছে, বা - দাদা । সকলোৱে মৰম ভাল পোৱা মাজত প্ৰেম জীয়াই ৰখিবা ।।
Xosa anubhababere jiyai tulise kahinibhag❤️ lots love atailoi
Superb acting superb dialogue what a thinking best mujhe ye bahut accha laga
Ekdom ki buli Kom vakha nai ..... outstanding 😘😘😘😘😘❤️❤️❤️❤️❤️
সকলোবোৰ ধুনীয়া হৈছে ❤️🥰
🥰
সঙ্গীতৰ অপূৰ্ব সোৱাদকণৰ লগতে তোমালোকৰ সঁচা সঁচা লগা অভিনয়ে গীতটিক এক অনন্য মাত্ৰা দিলে ৷ বাৰে বাৰে চালেও বাৰে বাৰে শুনিলেও শুনি থাকিব পৰা এটি গীত ৷ এই চেগতে গীতটিৰ লগল জৰিত সকলো কলা কুশলী আৰু ভিডিঅ’টিৰ লগত জৰিত থকা সকলো ব্যক্তিকে আন্তৰিক ধন্যবাদ আৰু শুভকামনা যাচিলোঁ😍
চাৰি পাঁচ বাৰ মান চালো হেঁপাহ নাইপলোৱা ,, সুৰ , অভিনয় সকলোঁ ইমান ধুনীয়া ❤️❤️🥰
Jiman saleu amoni nologa eta video. So sweet. 🥰য়শশ্রীয়ে চুলি মেলি থকা সময়ত বেদব্ৰতৰ সেই আকুলতাৰে চাই থকা দৃশ্যতো। ইমান সূক্ষ্ম অথচ ইমান গভীৰ।
Bohuuuut besi dhuniya lgise...
বহুত ভাল লাগছে ❤️❤️❤️ যদি সঁচাকৈ আপোনালোকে দুই জনে বিয়া পাতিলে হয় ❤️❤️ মই যে কিমান সুখী হলোঁ হয় ❤️❤️❤️ 10 বাৰ মান চালো হেপাহে পলুৱা নাই ❤️❤️❤️
These small moments that you capture is everything ❤️
দুয়োজনেই মোৰ ফ্ৰেব্ৰেইট❤️❤️ ইমান ভাল লাগিছে।
apunar video bur bor val lage mur…..anekoi hodai aguwai juwa
Khub bhal lagil. Bedabrat r acting eneu khub bhal lage. Sangeet u sundar hoise. Track to aru alap dighal huwa hole... Aru alap xunar hepah thaki gol. Best wishes
কি কম আৰু ????😘❤️❤️❤️
উফ্ শলাগৰ শৰাই দি পাৰ নোপোৱা হৈছো।
বহুত ভাল লাগিছে ❤️
ভাল পাওঁ বুলি ক'বলৈ সহজ কিন্তু তাৰ সৈতে আজীৱন একেলগে থকাটো ভাগ্যৰ কথা ❤️❤️❤️
থাকিম বুলি কাৰো লগত আজীৱন থাকিব নোৱাৰি আৰু আঁতৰি আহিম বুলি ভাবিলে ও আঁতৰি থাকিব নোৱাৰি ❤️❤️❤️
Buku sui jua koi kola
@@jaan2gogoi379
নাজানো কি কৈছোঁ, কিন্তু বাস্তৱ পৃথিৱীৰ পৰা উপলব্ধি কৰি হে কৈছোঁ 🥰😍
@@jibonor_anubhuti_official ji koisa bohut dhunia kotha koisa💕
@@jaan2gogoi379
Tq so much 🥰
Kubai aril nki apunak
Don't understand the language but.. felt the feeling of song..
Good work guys..keep working
Mon Sui gol... Amar dinburoloi manat pori gol.. Bohut Maram aru heveswa jonalu #DANUJ VLOG
Gaan tu wedding video r babe used kribo parim ne , jodi permission die
Bohut val lagil 💐💐
কবলৈ সচাঁকৈয়ে ভাষাৰ অভাৱ😔 বহুত ভাল লাগিল ❤💞
moja moja best hoise dai aru lage .😍😍😍
তোমাৰলোক দুয়োকে একেলগে বহুত ধুনীয়া লাগিছে ।আগন্তুক দিনৱতো যেন এনেদৰে একেলগে দেখিলৈ পাও ।❤❤❤❤❤❤❤❤❤❤❤❤❤
RUclips't mur prothom comment. ধুনীয়া হৈছে।
Ki mjaaaa lagisa dui jnoka anka thkibo dai bro 🔥🔥🔥🔥
This Shows the unique romance that an arranged n only an arranged marriage can have🔥❤❤❤... Loved to watch such Innocence ❤😇
Maa Kasam bhai Dil ko chu Gaya ye video 😘😘😘
Bohut dhunia lage duijonoke ekeloge ❤.. Real to biya khon pati loba he pisot😬...& very beautiful concept & work by the whole team ❤
Thankyou... Do subscribe 🌼 our channel
Moiu ekmot kothatut
সুন্দৰ।। ভাল লাগিল ভিডিঅটি চাই।।
Video concept2 bht besi vl lgil.. 🔥🔥🔥🔥
Video টো চাই ইমানেই ভাল লাগিল যে অলপ সময় নিজকে সপোন সাগৰত এৰি দিয়া যেন লাগিল 😍🥰
অভিনয় সুন্দৰ, এটা ধুনীয়া গীত👌👌👌👌👌
biya khn hosa k pati lok aru 2jonei😌😌😌💙💙💙
Hosai Val lgil...ekdom village Rockstar ll bht bht bht vl lgil
Ki moja🥰......Mur j karuba loi sereng sereng koi mont pori gol video2 sai🥰😂😂
I love their conversation, and also the cinematography, screenplay, lyrics, voice concept....just amazing, hope lots of good stuff will coming soon...all the best...
I'm very impressed by the director..very impressive direction ❣️ and perfectly potrait by performers..you are awesome Bedabrat ❣️
Thank you for your appreciation Sanjiv... Highly obliged 😊😊
the combination of this two are just fabulous...future of Assamese film industry...keep going...
Ufffff 🔥🔥🔥🔥🔥 duijonok ekeloge bohut vl lge 😘😘😘
ইমান ধুনীয়া অভিনয়❤️.... ইহঁত দুয়োটাৰে অভিনয় বিলাক চালে চায়ে থাকিবৰ মান যায়....ইমান pure acting কোনো over acting নাই....মন মোহি নিয়ে একেবাৰে😍।।
Keep going Beda & Yashashree.... perfect couple..😍😍
মৰম বোৰ এনেকুৱাই, জীৱনৰ শেষ মুহুতলৈকে আপোন জন কাষত বিচাৰো এনেদৰেই। ❤❤
উফ্, কি অভিনয়...!! হৃদয় চুই গ'ল। আৱেগিক হৈ পৰিলোঁ। এনেকুৱা ভালপোৱা পোৱা সকল সঁচাই ভগ্যবান ❤️
বাস্তৱ ত তোমালোক এক হোৱাতো কামনা কৰিলোঁ। আৰু কি সুন্দৰ acting সচাই বহুত ভাল লাগিল 🥰🥰❤️❤️❤️
Bhut bhut vl lgise ❤❤ first time like krisu..❤❤❤
Thank you
Xosai koi de, axomiya koinar xondryo a beleg hoi.❤❤❤
Bohut dhunia hoise video tu
এনেকুৱা অনুভব...oho ভাবিয়ে ভাল লাগে।।♥️✨বহুত বেছি ভাল লাগিল চাই ♥️✨,,#arrangedmarriage
কম বয়সীয়া বুঢ়া-বুঢ়ী দুজনৰ কাহিনী,অভিনয়,মাছৰ কাইট-ডিঅ'ৰ অংকবোৰ সকলোঁ খুব ভাল লাগিল।
Xomprokot ongko nathake abeg thake❤🙂
Wow arrange marriage love story 😍😍😍
কিমান বাৰ যে শুনিলো হিচাপ নাই। ইমান নিখুঁত অভিনয় । সৰু সৰু কথাবোৰ কিন্ত্ত উপস্থাপন শৈলী কি কম আৰু । এনেদৰে ভাল ভাল কাম কৰাৰ শক্তি দিয়ক নেদেখা জনে । গোটেই টীমটোলৈ শুভেচ্ছা জনালো ।
Too good.....bohut vl lagise video tu😍😍😍😍🤗🤗🤗
Choreography....acting 🔥🔥🔥🔥
Excellent concept + performance by the crew of Khar Brother's. Keep it up guys. From me it's 10/10 this time.
সচাঁকৈ বহুত ভাল লাগিল❣️
দুয়োকে একে লগে দেখিলে সকলোৰে ভাল লাগে ❣️
Acting 🔥🔥🔥🔥🔥
Couple Goals 🔥🔥🔥❣️
চুই গল হৃদয়💔 ❤❤❤❤
Cnc you e e e y u have a good time
Ehhh beleg feeling. moja lagile sai
Emn dhuniya lagise video tu Sai 😍❤️
Video tu dhuniya lagise❤️🤗
Oh my god my favourite couple ever...love you both😩❤️
Bohut bohut bohut vl hoise de 🥰🥰❤️
Bht dhuniya lagele video tu sai mur Jibonoth jen moiu enka morom kora dora paw jati ❤️
aaayein hayein 😘😘❤️❤️❤️❤️❤️❤️
Video tu xdai abr hle o suwa jai💗😍😍