Boroxun Ahile Moi Nai Buli Koba (kabita) ।। Assamese Poem।।অসমীয়া কবিতা

Поделиться
HTML-код
  • Опубликовано: 5 фев 2025
  • বৰষুণ_আহিলে_মই_নাই_বুলি_ক'বা
    (উচৰ্গা- পৱন পল্লৱ বৰ্মন)
    Boroxun Ahile Moi Nai Buli Koba....
    Poet- Partha Simaan Baishya
    Reciter - Monjil Baruah
    Niribili Kashyap
    Music- Anjan Jyoti
    Cover Page - Gautam Nath
    বৰষুণ আহিলে মই নাই বুলি ক’বা
    ..........................................
    ২০১৮ চনৰ দৈনিক অগ্ৰদূতত “মোৰ বন্দুক বৰষুণ আৰু তুমি“ বুলি কবিতা এটা প্ৰকাশ পাইছিল যদিও মই ২০১৯ৰ মে' মাহৰ ৯ তাৰিখেহে গম পাওঁ।গধূলি ৬ মান বজাত সিদিনা কবি বন্ধু চুনা কুমাৰ পাঠৰীয়ে কবিতাটোৰ ফটো কৰি মোক ইনবক্সত দিলে।
    মই সুধিলো-বন্ধু ক’ত উঠিলে ?
    সি ক’লে-২০১৮তেই প্ৰকাশ পাইছিল।চানাৰ কাগজত পায় লৈ আনিলোঁ ।
    মোৰ হাঁহি উঠি গ'ল। মই বৰ আনন্দও পালো।যিটো কবিতাক লৈ মোৰ কোনো আশাই নাছিল সেই কবিতাটো আজি এবছৰৰ মূৰত প্ৰকাশ পাইছে।ভাল লাগিল।তাৰ পিছত অনবৰতে নিজেই গুণগুণাই থাকো।ভাল লাগে।
    কবিতাটোত মোৰ সবতকৈ ভাল লগা শাৰী এটা আছে " বৰষুণ আহিলে মই নাই বুলি ক'বা"।মই সেই শাৰীটো মোৰ হুৱাটচ এপৰ এবাউটত লগাই থলো।অন্য শাৰীবোৰ লগোৱাৰ দৰেকৈ।
    এদিন ৰাতি হঠাতে পৱন দাই(পৱন পল্লৱ বৰ্মন) ক'লে -পাৰ্থ,বৰষুণ আহিলে মোকো নাই বুলি ক'ব দিবা আৰু মই মেজেচ চিন নকৰোতেই তেওঁৰ দ্বিতীয়টো মেচেজ- ময়ো মোৰ হুৱাটচ এপৰ এবাউট লগালোঁ,চোৱা।
    মই চালো হয় মোৰ বহুত আনন্দ।মোৰ কবিতাৰ শাৰী পৱন দাও লগাইছে।মোৰ কল্পনাৰ বাহিৰত।
    আৰু
    হঠাতে পৱন দা নোহোৱা হৈ থাকিল।
    সিদিনাই ৰাতি ১২মান বজাত ঋষভ দাই মোক মেচেজ এটা দিলে।মই খুলি দেখো পৱন দাৰ এবাউট।বুকুখনত কিহবাই জোৰকৈ খুন্দা মাৰি দিলে আৰু লগালগ মই কান্দি দিলো।
    মই ক'লো তেওঁক-পৱন দাই মোৰ এই ভাল লগা শাৰীটো বৰ ভাল পাইছিল।সেয়েহে লিখি ৰাখিছিল তেৱোঁ।
    সেই ৰাতি বহু কথা পাতিলো যিবোৰ কথাত কেৱল পৱন দাই থাকিল ।
    আজি এতিয়াও পৱন দাৰ হুৱাটচ এপ নাম্বাৰৰ এবাউট যদি চায় দেখিব এই শাৰীটোৱেই জিলিকি আছে।
    বৰষুণ আহিলে মই নাই বুলি ক'বা
    নকওঁ।।।।
    আগতে বৰষুণ বেয়া পোৱাটো মোৰ বাবে চখ আছিল ।ইচ্ছা কৰিয়ে কৈছিলো বৰষুণ বেয়া পাওঁ।
    কিন্তু এতিয়া
    এতিয়া মই বৰষুণক সাংঘাটিক বেয়া পাওঁ।ৰ'ব নোৱাৰো।চাব নোৱাৰোঁ।
    বুকু বিষাই যায়।
    কিয়নো পৱন দা হেৰুৱাৰ দিনা এই বৰষুণ জাকে এক মূহুৰ্তৰ বাবেও তেওঁক এৰি দিয়া নাছিল ।তেওঁক বিদায় নিদিয়া পৰ্যন্ত তেওঁৰ লগতেই আছিল।
    অ বৰষুণ তোক মই বেয়া পাওঁ
    আচলতে মোতকৈ বৰষুণে তেওঁকহে বেচি প্ৰাধান্য দিলে । তেওঁ গুছি গ'ল। বৰষুণ জাক কাৰ বাবে এৰি থৈ গ'ল.....
    মই সেইবাবেই বৰষুণ বেয়া
    পাওঁ।
    বৰষুণ আহিলে মই নাই বুলি ক'বা
    বৰষুণ আহিলে মই নাই বুলি ক'বা
    পাৰ্থ সীমান বৈশ্য
    #partha_siman
    #niribili_kashyap
    #monjil_baruah
    #romanticsadpoem

Комментарии • 142

  • @dbcanvasstudio4232
    @dbcanvasstudio4232  5 лет назад +14

    আপোনালোক আটায়েকে ধন্যবাদ জ্ঞাপন কৰিলোঁ .........

  • @gyandeep-uh7wt
    @gyandeep-uh7wt 9 месяцев назад +4

    Monjil da moja hoise ❤❤❤❤

  • @bhargabsarma6711
    @bhargabsarma6711 5 лет назад +11

    "মঞ্জিল দা আৰু নিৰিবিলি বা" এই যুতিটো সদায় থাকক। Fantastic ❤️

  • @RitaDas-z7v
    @RitaDas-z7v 2 месяца назад

    Uff hundor

  • @bikashbaro2389
    @bikashbaro2389 4 месяца назад

    Morom♥

  • @trishnakalita7278
    @trishnakalita7278 3 года назад +2

    Wow bohut dhuniya voice apunalokor vl lage bohut xuni aguwai jawok hodai

  • @dikuentertainment7768
    @dikuentertainment7768 3 года назад +1

    অতি সুন্দৰ কথা আৰু আবৃত্তি #dikuentertainment

  • @akkashali2653
    @akkashali2653 5 лет назад +1

    bahut val lagil kabita2

  • @sangitasarkar1288
    @sangitasarkar1288 3 года назад +1

    Bohut khndor 🤗🤗

  • @pritomkalita5299
    @pritomkalita5299 7 месяцев назад

    Val lagise

  • @nilashboraassameseentertai1175
    @nilashboraassameseentertai1175 4 года назад +1

    Vll lgell deii xunii

  • @cubeorigins7531
    @cubeorigins7531 5 лет назад +2

    হৃদয় ভৰি গ'ল

  • @rakeshkalita.1129
    @rakeshkalita.1129 5 лет назад +2

    Dhunia kobita...ru manjil da tmr voice bht mitha...

  • @himashreenath7117
    @himashreenath7117 3 года назад +1

    মজা হৈছে দাদা

  • @bimalmazumdar1001
    @bimalmazumdar1001 8 месяцев назад +1

    Bah bah ki sundor abritti.

  • @kironjoychawdang8909
    @kironjoychawdang8909 4 года назад +1

    Bohiyaaa

  • @r.b.production6734
    @r.b.production6734 5 лет назад +2

    হৃদয় চুই গৈছে

  • @dipshikharajkonwarofficial3342
    @dipshikharajkonwarofficial3342 Год назад +1

    উফ বৰ ধুনীয়া ❤

  • @nikatha12300
    @nikatha12300 3 года назад +1

    কি যে হৃদয়স্পৰ্শী❤️

  • @হীৰামনিদাস
    @হীৰামনিদাস 5 лет назад +1

    kotha aru abritti borhiya

  • @barashabaishya9349
    @barashabaishya9349 4 года назад +1

    বহুত ভাল লাগিল 👌

  • @secretmusicstar961
    @secretmusicstar961 5 лет назад +2

    Bohut bhal lagil... ru aguwai juwa...

  • @nitulbaishya6322
    @nitulbaishya6322 5 лет назад +1

    Bahut bahut dhuniya hoise

  • @sewalidas4036
    @sewalidas4036 5 лет назад +1

    বহুত বহুত ধুনীয়া লাগিছে

  • @moina2160
    @moina2160 5 лет назад +3

    Partho da bohut val lgil....

  • @manabendradasmusical2631
    @manabendradasmusical2631 3 года назад +1

    খুব সুন্দৰ

  • @abhinabbordoloi8687
    @abhinabbordoloi8687 4 года назад +2

    সুন্দৰ হৈছে

  • @rimpisarmah2763
    @rimpisarmah2763 4 года назад +1

    বহুত সুন্দৰ। কথাত আবেগ ঢালিছে কণ্ঠই। অন্তৰ বিদাৰি গ'ল

  • @ripun8038
    @ripun8038 5 лет назад +1

    বহুত ভাল লাগিল Niribili ba n monjil da আপোনালোক আগুৱাই যাওঁক ।।❤❤

  • @দীক্ষিতা
    @দীক্ষিতা Год назад +1

    ভাল লাগিল।❤

  • @anup.das9897
    @anup.das9897 4 года назад +1

    Dhunia hoise dada

  • @chintumedhi06
    @chintumedhi06 4 года назад +1

    আবেগিক হৈ পৰিলো ৷ হৃদয়স্পৰ্শী কথা আৰু মধুময় আবৃত্তি ৷৷

  • @jyotipaban5690
    @jyotipaban5690 5 лет назад +2

    মন মুগ্ধ কৰিলে ।

  • @atulbora6661
    @atulbora6661 10 месяцев назад

    Hridoi sui gol 😢

  • @tulikadas9210
    @tulikadas9210 3 года назад +1

    কথা ....আবৃত্তি বহুত ধুনীয়া

  • @Astreamofwater4440
    @Astreamofwater4440 4 года назад +1

    বহুত ভাল লাগিল ।

  • @সপোন-ড৬ট
    @সপোন-ড৬ট 4 года назад +1

    Kabita tu bor Val lagile.

  • @himangadas499
    @himangadas499 5 лет назад +1

    Mojja

  • @pritamjyotisarmasarma5554
    @pritamjyotisarmasarma5554 5 лет назад +1

    ইমান সুন্দৰ হৃদয় স্পন্ধী কথাৰ ৰেণুকা বোৰে বহুত আমোদ দিয়ে ।
    ধন্যবাদ এনেধৰনৰ কবিতা বোৰ আৰু আগবঢাব।

  • @shyamdutta5405
    @shyamdutta5405 Год назад +1

    Very Lovely with romance mixed

  • @jhulaphukan4998
    @jhulaphukan4998 5 лет назад +2

    বহুত দিনৰ পিছত শুদ্ধ উচ্চাৰণৰ অসমীয়া শব্দৰে সুন্দৰ কবিতাৰ আবৃত্তি শুনিলো । খুব ভাল লাগিল ।

  • @missmainabaruah7742
    @missmainabaruah7742 5 лет назад +1

    কথা- সুন্দৰ
    আবৃত্তি- অপূৰ্ব

  • @triboruah
    @triboruah 5 лет назад +1

    কি এক ভাললগা মাদকতা আছে দুয়োৰে কণ্ঠত ..

  • @kachijun5710
    @kachijun5710 4 года назад +1

    বিচ্ছেদৰ অন্য এক অনুভূতি ... বিষাদ মধুৰ

  • @ujjaldutta9237
    @ujjaldutta9237 5 лет назад +1

    সুন্দৰ কবিতা আৰু আবৃত্তি ৷ আপ্লুত হলোঁ ৷

  • @purnasaikia2047
    @purnasaikia2047 5 лет назад +1

    Bohut bhl lagile huni...monjil daa tumar voice to bohut bohut huni bhal lage

  • @ajantakalita4971
    @ajantakalita4971 11 месяцев назад

    যাদুৰ কণ্ঠ এয়াই

  • @dipanjalitalukdar1132
    @dipanjalitalukdar1132 3 года назад +1

    Nice ❣️❣️❣️❣️❣️❣️❣️❣️

  • @ৰংজীৱনৰ-ঝ২ধ
    @ৰংজীৱনৰ-ঝ২ধ 5 лет назад +1

    ধুনিয়া হৈছে ভাল লাগিল...

  • @anjanjyotiborah7814
    @anjanjyotiborah7814 5 лет назад +1

    Bhal lagil

  • @kaverikashyapborah5271
    @kaverikashyapborah5271 5 лет назад +3

    Niri♥️♥️♥️
    Lovely lyrics partha🌼🌼🌼🌼🌼
    And such a superb background music💫

  • @monalishamedhi7291
    @monalishamedhi7291 5 лет назад +1

    ভাল লাগিল।

  • @nurulamin8779
    @nurulamin8779 5 лет назад +1

    Dhuniya👍👍👍

  • @soon3047
    @soon3047 5 лет назад +1

    কান্দি দিলো।। খুব হৃদয়শ্পর্শী 😭

  • @purnimamajumdar1803
    @purnimamajumdar1803 4 года назад +1

    হৃদয়স্পৰ্শী

  • @rakhisaikia662
    @rakhisaikia662 5 лет назад +1

    wau monjil da😊😊

  • @faridajalal9953
    @faridajalal9953 5 лет назад +1

    Bohut val lagise.......

  • @chitralekhaboruah7193
    @chitralekhaboruah7193 4 года назад +1

    পাৰ্থ....নোৱাৰোঁ আৰু মই তোমাৰ শব্দবোৰ সহ্য কৰিব... 😭😭

  • @ganadipmusical2004
    @ganadipmusical2004 5 лет назад +1

    Bht dhunia lagixe 😍😍😍

  • @taralidas2631
    @taralidas2631 5 лет назад +1

    well done trishna👍

  • @rupohiaxom7701
    @rupohiaxom7701 5 лет назад +1

    Bohut dhunia

  • @PapuGogoi-hs3ys
    @PapuGogoi-hs3ys 5 лет назад +1

    ভাল লাগিছে

  • @ustadxd6097
    @ustadxd6097 5 лет назад +1

    Vai vai vai 😍

  • @bedantasharma3539
    @bedantasharma3539 5 лет назад +1

    Dhunia ♥️..jen. Nivaj hahi atir dore

  • @shilpisworld9981
    @shilpisworld9981 5 лет назад +1

    Bahut dhunia hoise...

  • @bhtv3811
    @bhtv3811 4 года назад +1

    Manas past r kotha mnt porisy aaa once again excellent

  • @aftabhussain2089
    @aftabhussain2089 5 лет назад +1

    Wah wah...supr dupr....

  • @theheartless5349
    @theheartless5349 5 лет назад +1

    Bohut dhunia lagil💕❤️

  • @pankjkrdutta966
    @pankjkrdutta966 5 лет назад +1

    Xundor

  • @jyotipriyasaikia9187
    @jyotipriyasaikia9187 5 лет назад +1

    বহুত ভাল লাগিল 😍😍

  • @nilamakash5217
    @nilamakash5217 5 лет назад +1

    Bht bht val hoise bht vl lagise vai

  • @_sunflower_6253
    @_sunflower_6253 4 года назад +1

    Uffff... Buku khnt jn khunda mari dile kiba etai..... Bhut vl lgil 🤍

  • @kdstinyworld5098
    @kdstinyworld5098 5 лет назад +2

    মজা👌👌👌 keep it up

  • @himakshibaishya5550
    @himakshibaishya5550 5 лет назад +1

    বৰ ভাল লাগিছে.. ❤

  • @kaverikashyapborah5271
    @kaverikashyapborah5271 4 года назад +1

  • @mislemuddin568
    @mislemuddin568 2 года назад

    Pantastic
    moi jibonoto anekowa kobita.khona nai

  • @baki1343
    @baki1343 5 лет назад +1

    Sundor

  • @manashkalita4625
    @manashkalita4625 5 лет назад +1

    Dhunia

  • @ipsitaupasana-7215
    @ipsitaupasana-7215 5 лет назад +1

    বৰ সুন্দৰ ভাইটি
    আগুৱাই যোৱা

  • @bikiyanbailung9457
    @bikiyanbailung9457 5 лет назад +2

    বঢ়িয়া বন্ধু । খুব ভাল লাগিছে

  • @musicalwashim1620
    @musicalwashim1620 5 лет назад +1

    Im blown away...

  • @bhanitavlog4460
    @bhanitavlog4460 5 лет назад +2

    Bht vl lgise dear

  • @barashaxarma1618
    @barashaxarma1618 5 лет назад +1

    Monjil😍😍😍😍

  • @gitugautom602
    @gitugautom602 5 лет назад +2

    ki dsa re patho da....mon da niri bai ki gaise reee.. pura hili goise kobita2....ruu hilibo asei....

  • @Pranjaldas2433
    @Pranjaldas2433 4 года назад +2

    Partha...mur ukhah suti hoi hoise...ajihe xunilu aai2 kabita...xsai ki ase 2mr kolomot...ktiyaba xuni xuni mursa jam

  • @bhargabkakati588
    @bhargabkakati588 5 лет назад +1

    ফালিছা দেই সাংঘাতিক

  • @juribaishya9091
    @juribaishya9091 5 лет назад +1

    Bhut dhuniya

    • @Ashimasomiya
      @Ashimasomiya 5 лет назад +1

      Juri Baishya vaal lagil niribi vnti

  • @PBoruah-y3r
    @PBoruah-y3r 5 лет назад +2

    মঞ্জিল নিৰিবিলি কন্ঠত মই এনেওঁ পাগল ৷

  • @ozahsisters6377
    @ozahsisters6377 5 лет назад +1

    Wow

  • @pranjitporakhmusical1400
    @pranjitporakhmusical1400 5 лет назад +2

    বহুবাৰ শুনিলো

  • @knowledgeispower5007
    @knowledgeispower5007 5 лет назад +1

    মাষ্টাৰ পিচ্‌ পাৰ্থ ৷

  • @chandrabarmanias6528
    @chandrabarmanias6528 5 лет назад +1

    💕💕💕

  • @RekibulHussain-oc2gk
    @RekibulHussain-oc2gk Месяц назад

    চিগাৰেটৰ ধোঁৱাএ উৰুৱাই নিয়ে কিছুমান দুখ

  • @biswajitsaikia9092
    @biswajitsaikia9092 5 лет назад +1

    ❤️❤️❤️

  • @DRAMA_GANG163
    @DRAMA_GANG163 Год назад

    পঞ্চাচবাৰ মান শুনিলোঁ।কিন্তু হেপাহ পলোৱা নাই।

  • @jonakpriyamkashyap1751
    @jonakpriyamkashyap1751 5 лет назад +2

    🤘🤘🤘🤘🤘

  • @krishnamanikalita9319
    @krishnamanikalita9319 5 лет назад +3

    কান্দি দিব মন গৈছে মোৰ,,আপোনালোকৰ কবিতাৰ মই এনেও পাগল

  • @alakeshdas9275
    @alakeshdas9275 5 лет назад +1

    👍👍👍

  • @chintumedhi06
    @chintumedhi06 4 года назад +1

    যোৱা কালি আবৃত্তিটো শুনি আজি পুনৰ শুনিবলৈ বাধ্য হলো ৷ বহু বাৰ শুনিলোঁ, ভাল লাগিল ৷ কিন্তু এটা ভুল (কিজানি লিখকৰ দৃষ্টিত শুদ্ধও হব পাৰে) আঙুলিয়াই দিব বিচাৰিছো ৷ সেয়া হৈছে -
    “তুমি ক’বা মই বৰষুণ ভালপাওঁ
    তুমি ঢৌ হোৱা ,
    তুমি ক’বা মই সাগৰ ভালপাওঁ
    তুমি উটি যোৱা ৷”
    ইয়াত বৰষুণৰ ক্ষেত্ৰত ঢৌ হব পাৰে জানো, কিয়নো বৰষুণ উটি হে যায় আৰু সাগৰত দেখোন ঢৌহে সৃষ্টি হয় ৷ সাগৰ কেতিয়াও উটি যোৱা শুনা নাই আজিলৈকে ৷
    সেয়ে মই মোৰ মনৰ কথাখিনি ব্যক্ত কৰিলোঁ ৷ লিখকৰ দৃষ্টিত ভুল হ’লে ক্ষমা মাগিলো ৷ ধন্যবাদ ৷৷ 🙏

    • @dbcanvasstudio4232
      @dbcanvasstudio4232  4 года назад

      ধন্যবাদ। বহু সাগৰ লগ লাগি মহাসাগৰ হয়।

  • @sujiturang6002
    @sujiturang6002 10 месяцев назад

    Kobita tu huni hidoi sui gol