এদিনতে ৪০ বিঘাত পথাৰত আলি দিয়া অদ্ভূত মেচিন বনালে চৰাইদেউৰ যুৱকে॥Pranjal Gogoi॥ Tractor Charaideo
HTML-код
- Опубликовано: 26 сен 2024
- Charaideo Tractor Video
Tractor video charaideo
tractor used for farming in Assam
unique tractor of Assam
Tractor Charaideo
#farming
#farmingideas
Use of tractor in different farming works
Assam viral tractor
Tractor video charaideo
Rural business idea
new tractor in assam
Potharat ali diya tractor
Pothar t ali diya machine
new tractor machine
Pranjal Gogoi Farming
Low budget business ideas in Assam
Low Budget business idea
Best farming business in Assam
How to start chicken farming at home
chicken poultry farm business plan in Assam
Sonali Chicken Farming Idea
Local Chicken Farming Idea
How to sell local chicken
Farming for beginners
How to start Farming
How to sell your products
#farming
#businessideas
#basicfarmingideas
#howtostartafarm
#newideas
#uniquebusinessidea
Assam farming youtube Channel
Farming RUclips channel
BUSINESS RUclips CHANNEL
ASSAMESE BUSINESS CHANNEL
ASSAM BUSINESS CHANNEL
BASIC BUSINESS IDEAS
JIBON ARU HONSTHAPON
HONGSTHAPON
#JIBONARUHONSTHAPON
New Business ideas 2023
new business
start up
Business ideas
PRANJAL GOGOI RUclips CHANNEL
How to start a business
How to start farming
Basic farming ideas
Best farming business in Assam
Village business ideas in Assam
Uncommon business ideas in Assam
Business ideas Assamese video
Vut jolokia asar kenekoi bonai
Broiler farm business plan in Assam
Pig farming for beginners in Assam
Agriculture business ideas in Assam
Egg poultry farm business plan
Poultry business plan in Assam
Making soap at home
Cold press soap making
Soap making for beginners
Small business ideas in Assam
egg poultry farm business in Assam
Broiler Farm business plan in assam
uncommon business ideas in Assam
Goat farming business plan in Assam
Unique business ideas in Assam
Farming business ideas in Assam
Business Ideas in Assam
Business Ideas 2023
Small Business Ideas
Home Business Ideas |Business
#BUSINESSIDEA
#ASSAMBUSINESSIDEA
#NEWBUSINESSIDEAASSAM
#BUSINESSIDEAINASSAM
#topbusinessinassam
#newbusinessideas2023
#businessidea
#businessideasassamese
#smallbusinessideas
#assambusinessidea
#businessforassamruralareas
#assamesebusinessideas
#pigfarminassam
#goatfarminassam
#topbusinessideas
#assambusiness
#bestbusinessideas
#assambusinesschannel
#assameseyoutuber
#businesschannelinassam
যোগাযোগৰ নম্বৰ Video তে দিয়া আছে
Dada job kori thka mnhe godhuli time t kom kharas t krbo para business idea jonabo sn... Momo dokan pari nki suggestion dibo sn
এই মেচিনটোৰ vdo জাপানৰ ফালে কৃষকে ব্যৱহাৰ কৰা youtube ত দেখিছিলো , স্থানীয়ভাৱে আমাৰ কৃষকবন্ধুজনৰ উদ্ভাৱনক স্বাগতম জনাইছো আৰু আমাৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে প্ৰাঞ্জল গগৈদেৱৰ শলাগ লৈছো
Thank you dada
বৰ সুন্দৰ কথা।অভাবেই আবিষ্কাৰৰ মূল। মানুহৰ অভাৱ থাকিলে ইয়াক দূৰ কৰাৰ উপায়ো মানুহৰ হাততেই থাকে,লাগে মাথো নেৰানেপেৰা প্ৰচেষ্টা। আদৰ্শৰ কৃষক গৰাকীৰ উদ্ভাৱনি শক্তিক স্বাগতম জনাইছো।ই নিশ্চয় তেখেতৰ লগতে আন কৃষক বন্ধু সকলৰো যথেষ্ট উপকাৰ সাধন কৰিব। ধন্যবাদ।
Thank you
বৰ ভাল চিন্তা।এজন মহান ব্যক্তি।মানি গলো ।মেচিনটো তৈয়াৰ কৰা তেখেতলৈ ধন্যবাদ যাঁচিলো।বহুত উপকাৰমূলক চিন্তা।❤
সুন্দৰ পদক্ষেপ ভাল লাগিল
বৰ সুন্দৰ নিদৰ্শন দেখুৱাইছে ধন্যবাদ থাকিল ❤
জীৱন আৰু সংস্হাপন চেনেলৰ Pranjol Gogoi দাদা লৈ আন্তৰিক ধন্যবাদ জনালো ইমান ধুনীয়াকৈ যন্ত্ৰটি উপস্হাপন কৰাৰ বাবে । আশাকৰো সকলোৱে আদৰি লব 🙏🙏🙏🙏
Thank you 🙏
অসমৰ কৃষকৰ বাবে এতিয়াৰ পৰা এটি ডাঙৰ সমস্যা আঁতৰিল । আন্তৰিক ধন্যবাদ দাদা
Thank you
Nice machin
সুন্দৰ ব্যৱস্থা প্ৰনাৰে এটা মেচিন।কম সময়, কম খৰছ ।
সুন্দৰ নিদৰ্শন সুন্দৰ চিন্তা ধাৰা নিজৰ লগতে কৃষক পৰিয়ালৰ উপকাৰ হোৱা আশীৰ্বাদ থাকিল।
Thanks on behalf
শুভেচ্ছা জনাইছো মামা❤️তোমাৰ এই চিন্তাই বহু কৃষকক সকাহ দিব।লগতে জীৱন আৰু সংস্থাপন চেনেলটোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো প্ৰচাৰৰ ক্ষেত্ৰত সহায় কৰাৰ কাৰণে🙏🙏
Thank you 🙏
বহুত ধুনীয়া সুযোগ খেতিৰ সজুলি
Very good machine, anibo lagibo,,,,,,,,
বঢ়িয়া ,মুঠতে উজনিত যাতে কামৰ উদ্দেশ্যে নামনিৰ মিয়া সোমাব নোৱাৰে মাঠা মাৰি থাকক আমাৰ নামনিৰ থলুৱাই সিহতক ৱ্যৱহাৰ কৰোতে কৰোতে প্ৰায় মাটি কিছুমানে কিনি ললে আৰু কিছুমানৰ বন্ধকত ললে যিখিনি আধি বা ঠিকাত আছে সেইখিনিয়ে আকৌ মাটিডোখৰে চিনি নেপায় বাংলা জনেহে চিনি পায় মতা মতি সেইখিনিও যাও যাও ধন্যবাদ ।
🙏
বাংলাদেশী মিয়া ভোটৰ অধিকাৰ চৰকাৰে উঠাই দিলে আমাৰ হাতত হাজিৰা কৰি খাবই লাগিব
Very Nice video ❤❤ best of luck ❤
Farmer's will be benefited thanks
Yes 👍
নতুন যন্ত্ৰৰ উদ্ভাৱনে মনত আনন্দ দিলে। অভিনন্দন সন্দিকৈ।🇮🇳🌷
ভাল লাগিছে
Thanks
Timely Thought Bro....The village boys are not only advance in agriculture but also innovative Techniques.... Really proud moments for this guys....❤🎉 congratulations
Thanks
Very good inventor . it's Great 👍 Work .
এনেকুৱা মেচিন বহুত ধৰনৰ আছে পেদি বাণ্ড-মাৰ্কাৰ বুলি চাৰ্চ কৰিলে ওলাই যায়।
অসম চৰকাৰে এনেকুৱা যুৱক - যুৱতী ক উদগনিমূলক পুৰস্কাৰ হিচাপে আৰ্থিক সাহায্য দি উৎসাহিত কৰক !!
Exactly
সঁচা কথা।।।।।।
কিন্তু কাবোবাৰ পেটৰ ভাত কাৰিছে।
@@BeaTbabA..অসমীয়া ইমান নিশকতীয়া তথা হতোৎসাহী হ'লনে যে আনৰ পথাৰত আলি দিয়াটো জীৱনৰ লক্ষ্য হ'ব??
(একেবাৰে নিৰুপায় হৈ কিছুদিন এনে কাম কৰিব লগীয়া হোৱা কেইজনৰ কথা অপ্ৰজোয্য/অপবাদ)
Perfect machine for farmrs👨🌾
কৃষকৰ বাবে সুন্দৰ পদক্ষেপ
কৃষক সকলৰ সুবিধাৰ্থে খুব সুন্দৰ পদক্ষেপ। ধন্যবাদ
Thank you
তেখেতলৈ অশেষ ধন্যবাদ। লগতে আপোনালৈও । ভাল মেচেজ দিয়াৰ বাবে।
Thank you
Bhal lagil mridupaban aiyai akhomiyagiri
Many Many thanks to you sir. Hope your bright future in life. Thanks.
Very good farmers friendly invention.
অতি সুন্দৰ ভিদিও আগবঢ়াইছে।
সুন্দৰ পদক্ষেপ ভাল লাগিল। আমাৰ এঙেৰা বাসীৰ বাবে গৌৰৱ।🙏🏻
The main problem is land fragmentation in Assam...85% are marginal farmer with very less acre land...the process is very innovative and have future potential to revolutionize the agri sector...but for this we need land pulling or cluster development...then only we can able to doubling the farmer income
Exactly 👍
Right 👍
Valpaisu Apunak Good Discovery Thank
Good video
Thanks
Dhunia lagise. Thank you🙏
অতি সুন্দৰ সময় উপযোগী উদ্ভাৱন
Very nice... thanks both of you..
সুন্দৰ
আমাৰ চৰাইদেউ গৌৰৱ সুন্দৰ পদক্ষেপ
Mesine tu bhal dore nede kale je okol leksar he dile
Upai nai dada copy cat bohut ase Assam t .contact number Diya ase call kori ahi Sai jabohi
Good❤❤❤❤
Thanks
সুন্দৰ আবিষ্কাৰ Handique দা,,,আগুৱাই যাওঁক🙏 লগতে pranjal দা আপোনাক thanks😊
Thanks
Aru aaguwai jabole vogowane hokti diyok
Great work Amar Silapther phaley ahile bhal hole heten
Excellent 👍👍👍.
Many many thanks
Very good machine parile mati rua machine r kotha tu bhabiba
Fal machin banaysa good❤
বহুত ভাল লাগিল
Mojja
Bohut dhunia
Very nice
It's a beautiful masin🎉🎉❤
Pranjol Da সুন্দৰ ।
Thanks
বহুত ভাল লাগিছে।
Bhaal lagise
Dhunia
Very good invention .
সুন্দৰ পদক্ষেপ 👌👌👌👌👌
Dada job kori thka mnhe godhuli time t kom kharas t krbo para business idea jonabo sn... Momo dokan pari nki suggestion dibo sn
Dada bhal lagil
Thanks
Khub hundor hoise
Thanks
দ মাটিত প্ৰতি বছৰে আলি দিবলৈ দৰকাৰ নাই। আমি আগৰ আলিবোৰ আছেই ,আমি দ মাটিত আলি নিদিয়াকৈ আজি ২১ বছৰ খেতি কৰি আছো। কিন্তু বাম মাটিত পানী নৰয় বাবে আলি দিব লগিয়া হয়।🛑🛑
দুই বছৰ মান আগতে দেখিছো এনেকুৱা মেচিন বেলেগ দেশত ব্যৱহাৰ কৰা.. নিজে বনালে বুলি কলে যে...ইন্টাৰনেট সকলো ঠাইতে পোৱা যায় আজিকালি..
Very nice idea
মজা
Great
Val lagil prou Jon hole matile ahibone,
Val lagil 👍👍👍
অতি সূন্দৰ
Very good. Step
Good
Dhemaji ahib ❤
Dada. Amar. Dhemaji suply. Hobane
Val invention.
Aaji 20 bsrr aagte ai aali diya tractor dekhiso,,
This is Japanese technology. But we will be very thankful if this technology can be done with power tiller like vst Shakti 130 DI.
Kothia kohiabo pora jontra lage . Uliabo buli akha rakhilu
Good manufacturing
Machine tu a Marketot nitshoi koi jega dhokhol koribo....
Moza de kokai best abishkar....
❤❤ thanks.. Dada.
Excellent 👌
Thanks a lot 😊
ভাল লাগিল আৰু এটা কথা নূজীবীদু কঠিয়াহচ শিৱসাগৰ ৰ ক'ত পাম
Video t number Diya ase Nuziveedu seeds r video t
Well done..
Very nice bikshit bharat and bikshit assam
স্বাগতম দেই ❤
Mozzaaaa❤
Moja video👍
Nice video 😁😁😁
দাদা তেওঁ নিজে বনাইছে বুলি মিছা কথা কৈছে।মই থাকো পাঞ্জাবত এইটো পাঞ্জাবৰ মেচিন হয়। মই বহুত ভালদৰে জানো।
Punjab ত আছিল যদি আপুনি আনিব লাগিছিল আকৌ। কৃষকৰ সুবিধা হল হয়।এতিয়া আকৌ কোনোবাই কিবা এটা কৰিছে তাতে অসমৰ মানুহ আপুনি উৎসাহ দিয়াত কৈ নিৰুৎসাহ কৰিছে। কৰবাত থাকিব পাৰে কিন্তু তেওঁ নিজা ববিয়াকৈ কৰা কষ্ট আমি দেখিছোঁ লাগিলে এদিন আহি চাই যাব দেই
@@urmihazarika4031 Buji পাইছোঁ মই কিন্তু তেওঁ মিছা কথা কোৱা টো vall নালাগে ন মৰমৰ বা জনি
।
Dada beya nepabo Apuni dekhisile neki baru teu punjab r pora machine tu ana. Aru video tut aitu ketiau kua nai je first time tekhete bonaise.
তেওঁ মিছা কোৱা নাই। কাৰণ মই দেখিছোঁ।আৰু 100% মই গেৰেণ্টি দি কব পাৰিম যে তেওঁ লোকে এই যন্ত্ৰ বিধ বহুদিনৰ কষ্টৰ ফলত সফল হৈছে আৰু খেতিয়ক হিচাপে তেওঁ যিবোৰ সমস্যা পাই আহিছে হেই সমস্যা সমাধানৰ ফল স্বৰূপে যন্ত্ৰ বিধ সাজি উলিয়াইছে । কৰবাত থাকিব পাৰে কিবা এটা কিন্তু অসমত এইয়াই প্ৰথম ❤
@@Pranjalgogoi তেওঁ direct kua নাই কিন্তু indirect কৈছে।
Moja
Borhia
জীৱন আৰু সংস্হাপন ৰ Pranjol Gogoi দাদা লৈ আন্তৰিক ধন্যবাদ জনালোঁ ইমান সুন্দৰ কৈ উপস্হাপন কৰাৰ বাবে । আশাকৰো সকলোৱে আদৰি লব । 🙏🙏
Dhonyabad
Very nice video muk lage ali diya mesin moi 50/60 bigha kheti koru,
Number Diya ase video t
Ok
Valkoi dekwabo lage dada
mosti bro
Good idea ! Very useful machine
London thakute belag a machine bonaise...dukh lagise
Thank you
He is my brother
মেচিনটোৰ নিৰ্ধাৰিত মুল্য উল্লেখ কৰিলে উপকৃত হ'লো হেতেঁন।
Number Diya ase call kori lobo
Aamar fale potharor dobol bilak xoru xoru aamar kam nhb kijan
Nice
ককাইদেউ সৰু ট্ৰেক্তৰ বা Power Tiller ৰ লগতো বনাই দিয়ক আমি কিনিম।
Ahi ase ati hunkale