বিজেপি ত্যাগ সন্দৰ্ভত ৰাজহুৱাভাৱে মুখ খুলিলে নলবাৰীৰ প্রাক্তন বিধায়ক অশোক শৰ্মাই...
HTML-код
- Опубликовано: 13 окт 2024
- অৱশেষত বিজেপি ত্যাগ সন্দৰ্ভত ৰাজহুৱাভাৱে মুখ খুলিলে নলবাৰীৰ প্রাক্তন বিধায়ক অশোক শৰ্মাই। আগষ্টৰ ৮ বা ৯ তাৰিখে বিজেপি ত্যাগ কৰিব প্রাক্তন বিধায়কগৰাকীয়ে। কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিও দুমাহে কোনো সমিধান লাভ নকৰি ক্ষোভিত অসম বৃক্ষৰোপণ আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষগৰাকী। সমান্তৰালভাৱে নিজৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্র চলোৱা বুলিও ক’লে প্রাক্তন বিধায়কগৰাকীয়ে।
#pratidintime #assam #assamnews
মই নলবাৰী সমষ্টিৰ হয় । যেতিয়া আমি সৰু আছিলো তেতিয়া নলবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হয় মদন কলিতা agp ৰ নগেন শৰ্মা বা তেখেতৰ পত্নী অলকা দেশাই শৰ্মা আৰু BJP প্ৰাৰ্থী অশোক শৰ্মা , অশোক শৰ্মা কিন্তু নিৰ্বাচনত জয়লাভ নকৰে সকলোৱে জানে ,তেখেতেও জানে,কিন্তু দলটো ধৰি ৰাখিছিল , তেতিয়া আমাৰ মা -দেউতাই agp ক ভোট দিছিল ।
ভাৰতবৰ্ষৰ ৰাজনীতিত এখন আইনৰ প্ৰয়োজন আছে যে এবাৰ কোনোবা এটা যোগদান কৰিলে তেওঁ আৰু অন্য দলত যাব নোৱাৰে তেতিয়াহে আমি প্ৰকৃত গণতন্ত্ৰ দেখা পাম আৰু দুৰ্নীতি কৰিবলৈও নেতাই ভয় খাব ।
Ashok sharma good disison
বহুত ভাল মানুহ অশোক শৰ্মা
একেবাৰে সছা কথা। মই নলবাৰী সমস্তিৰ হয়। মই অসোক শৰ্মা ডাঙৰীয়াৰ লগত আছো
অশোক শৰ্মা এজন ভাল মানু্হ ❤
Very true
বি.জে.পি. বেয়া মানেই কংগ্ৰেছ ভাল হব পাৰে নেকি ?
good decision
অশোক শৰ্মা ডাঙৰীয়াৰ সিদ্ধান্তক আদৰনি ৷
Umm adori louk ,aponalokar dolar babe perfect hb 😂😂
@@gunajitsarma5579 Nohoi neki bjpr 1500 tokiya andhbhakt
Mr Sarmah you are nobody.
Congress t o aku napai
Good decesion
ইয়াৰ ভায়েক ফনি শমা ই পইছা লৈ বহুতক চাকৰি দিছে ৷
Good sir
Apuni 40000 hajar badei 400 karmi loi congres jogdan Kari dekhuwak
Apunar iterview sai sai birokti lagise... Kiman baat sabo , ako nidiye bjp a apunak... Ki kore xonkale korok he probhu
অশোক শৰ্মা ৰ বিজেপি দলৰ নীতি আদৰ্শৰ পতি কোনো আস্থা নাই। কেৱল তেওক খ্যমতা লাগে।
ভৱিষ্যতে টিকট পোৱাৰ আশা নেদেখি দল বাগৰিবলৈ ওলাইছে 😂
Kenekoi tikott pabo .1 bar subidha powar pisat o Kam nokarile .
Ex congress I r suwa seleka
ক্ষমতা নোপোৱা বাবে দল বাগৰিছে বিধায়ক হৈ এচি ৰুমত বহি বহি দৰমহা লবলৈ দল বাগৰিছে ।শুভেচ্ছা থাকিল
Tumr ghor mnuhe kimn anke koribo parisil
Ghar sob mnuh saake apolitical aru kunu sakori nai
Laz okn rakhi comment diba ajon val mnuhor krne...
Mnuh jonok personally sini napale kotha nokobae...
Kaile tumr detak loi moi comment korile tumi knkua paba...
Moi tu sini napau teuk
Tnkei laz okn rakhi comment diba nilaz nohoba
Aponi ajon andho bhokto
@@bijoydeka9134 hoi diok amie andho bhakt
Bhalei karise
Gourav Gogoi zindabad
এই কাম নথকা চামছা সকল যোৱা ভাল এবাৰ MLA হৈ কি দাল কৰিছে দেখা পাইছো
Matter nokore
কাম নাই এইতোৰ । টিকেটৰ লোভত আহিচে
Ashok da ❤❤❤
Ako kam nai Ashok sarmar ,bekar boki thake,faltu korobar,matro khomota lage..
😢😮
তাৰিখ দি থাকিব দৰকাৰ নাই বিজেপিৰ ধুলি-মাকতিবোৰ য’ত যায় সোনকালে যাব লাগে... শুনি শুনি আমনি লাগিছে আৰু..
কোগ্ৰেছেও আপোনাক মাজ সাগৰত পেলাই দিব।
Congress zindabad 💯
একটকাৰদামনাই
থ থ টুৰ নিচিনা দালাৰ নিচিনা মানুহ বিজেপিত কাম নাই কেল্লা 😂😂
Jabo de kamot nohuwa manuh
BJP Sarkar very mama Kam nai go back
Sini napalu. Ex MP ne Ex MLA
Ashok sharma kun
ex MLA BJP k solai niya pre puroni bjp r manuh asil
Ashok sarma is an honest person.
নিকা মানুহক ভোট দিব লাগিব।
Congratulations for your courage