Ha guru Jon ami apunar Sri soron pranam jonaiso . ami ata khota apunak xudiba khujiso ja amr guru jonai koisa ja .nam gharot kuno vad vab nai kinto .Amar nam gharot Ann dharmar manahu xumaba para naouara
কৃষ্ণ এক বিষ্ণুৰ অৱতাৰ ঠিক সেইদৰে মৎস্য,কুৰ্ম, আদিও এই দশ অৱতাৰ ও বিষ্ণুৰে বুলি আমি জানো কিন্তু আমি কৃষ্ণ কৃষ্ণ বুলি কওঁ কিন্তুমৎস্য মৎস্য বুলি কও জানো? গতিকে বিষ্ণু বিষ্ণু বুলিহে কব লাগে।
কৃষ্ণ প্ৰভু আপোনাৰ কণ্ঠেৰে আধ্যাত্মিক তত্ত্ব শ্ৰৱণ কৰিবলৈ কৃপা কৰাত কৌটি প্ৰণাম 🙏🙏🙏
জানি এক কৃষ্ণ নামে লৈলো শৰণ l বাপ জনা আপোনাৰ সুন্দৰ বৰ্ণনা ও বাখ্যা শুনি আমি পৰম আনন্দিত হৈছোঁ কৃষ্ণ
Krishna Krishna Krishna Krishna 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপজনা সন্ধিয়া ভক্তি ভৰাসেৱাভাগি গ্ৰহন কৰিব কৃষ্ণ।
কৃষ্ণ বাপ, ভক্তি ৰে হেৱা ভাগি নিবেদন জনালো. কৃষ্ণ @ জয় গুৰু শংকৰ @
মণিকুততেই সোমাই থাকিব লগীয়া হৈছে, বাকী ধৰ্মৰ গুৰু সকলৰ গোটেই বিশ্বত ঠাই আছে আৰু আমাৰজন সেই অকমানি মণিকুততেই সোমাই থাকে(লুকাই আছা দেখা নেদা মণিকুতৰ ভিতৰতে)গুৰুজনাক মণিকুতৰ পৰা উলিয়াই আনি বিশ্ব দৰবাৰত প্ৰচাৰ কৰক নহলে তেও কেতিয়াও জগত গুৰু হব নোৱাৰে, তেও কেবল মোৰ আৰু আপোনাৰহে গুৰু হব ।
❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
মায়ামৰা সমাজে অনিৰুদ্ধ দেৱৰ যোগেদিহে শঙ্কৰ গুৰুজনাৰ পৰিচয় লাভ কৰিছিল ।আদ্যেশ্বৰ অনিৰুদ্ধদেৱৰ শাস্ত্ৰ কেইভাগি অধ্যয়ন কৰক আৰু মানিবলৈ চেচ্টাকৰক , চাৰি বেদ গীতা ভাগৱতৰ সাৰতত্ব ইয়াতেই পাব ।
কৃষ্ণ কৃষ্ণ সেৱা আগবহালো অশেষ ধন্যবাদ।
Krishna Krishna ram ram
কৃষ্ণ কৃষ্ণ বাপ সন্ধ্যাৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ প্ৰভু ইশ্বৰ চৰন পঙ্কজ প্ৰনাম 🙏🙏🙏🙏🪔
কৃষ্ণ কৃষ্ণ বাপ জনা আমি জগতৰ হৰি দৈৱকী নন্দন প্ৰভু কৃষ্ণৰ চৰণত সেৱা জনালোঁ কৃষ্ণ
বাপ জনক সেবা জানানো 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
ঔ হৰি ঔ ৰাম
সুন্দৰ বৰ্ণনা।কৃষ্ণ 🙏
Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏♥❤🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা জনাইছে কৃষ্ণ কৃষ্ণ
বাপ জনাৰ চৰণ পঙ্কজত সেৱা নিবেদন কৰিলো কৃষ্ণ কৃষ্ণ জয় গুৰু শঙ্কৰ
কৃষ্ণ কৃষ্ণ ৰাম ৰাম আপোনাৰ শ্ৰীচৰণত ভক্তি ভৰা সেৱা নিবেদিছো।
সুন্দৰ বাপ সুন্দৰ ।ঈশ্বৰে কৃপা কৰক ।কৃষ্ণ কৃষ্ণ।।
বাপ জনাৰ চৰণ পঙ্কজত সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
আদি কৃত দেৱে নানা শাস্ত্র কৰি হৰি হৰি হৰি হৰি এ
নিজ শাস্ত্র মত গুপুত কৰিয়া থৈলা |
শঙ্কৰ ৰূপক ধৰিয়া ঈশ্বৰে হৰি হৰি হৰি হৰি এ
ভকতৰ হিত চিন্তিয়া বেকত কৈলা | |
সেহি ৰূপে সেহি ধর্ম মাধৱত হৰি হৰি হৰি হৰি এ
বেকত ভৈলেক দেখিলেক সর্বলোক |
এতেকে অভেদ শঙ্কৰ মাধৱ হৰি হৰি হৰি হৰি এ
বিচাৰ প্ৰমাণে আক সৱে জানিয়োক | |
সেহি শাস্ত্র মত গোপালৰ মুখে হৰি হৰি হৰি হৰি এ
অনুমাত্ৰ ভেদ নাহি শুদ্ধ ৰূপ দেখি |
লোকৰ অভাগ্য নিমিত্তে ইদানি হৰি হৰি হৰি হৰি এ
তাকে নিন্দা কৰি খাইলে যেন দুই আখি | |
শঙ্কৰ মাধৱ দুই গোপাল স্বৰূপে হুই
জীৱক তাৰিল পৃথিৱীত |
ইহাক নমানে যিটো বিচাৰ নুবুজি সিটো তাৰ ঘত শাস্ত্ৰৰ দোষিত | |
( ভক্তি মঙ্গল ঘোষা শাস্ত্র -- শ্রী শ্রী অনিৰুদ্ধ দেৱ কৃত ) 🙏🙏🙏
ৰাম কৃষ্ণ বাপ সুন্দৰ হৈছে।
Oti uttam, Abhinandan.
Moi agoraki muslim buwari moor khub bhal lage ai anusthantu aji jodihokolore sintadhara hosakoi Ane hol heten
বেগম আই গৰাকীৰ মন্তব্য পঢ়িলো, ভাল লাগিল।আই গৰাকীক নিৰন্তৰ ভাগৱত পৰ্যালোচনা শুনিবলৈ সেৱা ধৰিলো, কৃষ্ণ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ🙏🙏 ১০০/শুদ্ধ আৰু সত্য
শঙ্কৰে সঙশয় ছেদি
শাস্ত্ৰৰ তত্ত্বক ভেদি
প্ৰচাৰিলা কৃষ্ণৰ ভকতি .....
আমি সকলো পণ্ডিত লোককেই সন্মান আৰু শ্ৰদ্ধা ভক্তি জনাও । গুৰু হিচাপে মাধৱদেৱে শংকৰদেৱক চিনাকী দি থৈ গৈছে। গোপালদেৱ অনিৰুদ্ধদেৱৰো বহু অৰিহণা আছে। কৃষ্ণ।
Joy guru Shankar Krishna Krishna Krishna outstanding answer ❤❤❤❤
পরম তত্ব কথা কলে। কৃষ্ণ কৃষ্ণ। অ হৰি, অ রাম। 🕉🕉🕉
Krishna prabhu
Krishna bap🙏🙏
Krishna Krishna pranam jonalu bap
কৃষ্ণ প্ৰভু আপোনাৰ বক্তৃতা শুনি নথৈ আনন্দিত হলো । নমস্কাৰ ।
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
Aapunar bako khuni val lge❤❤❤
কৃষ্ণ কৃষ্ণ❤
জয় গুৰু শ্ৰীমন্ত শংকৰদেৱ
বাপ জনক সেৱা জলালো কৃষ্ণ কৃষ্ণ
krishna krishna krishna ❤️🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
অতি সুন্দৰ ব্যাখ্যা বাপ জন🙏🙏
Hare Krishna 🙏🙏 Guruji 🌺🌺🌺🌺🌺🌺🌺
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ ্্্
।
কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏🙏🙏 ।
Krishna Krishna Krishna Krishna Krishna Krishna Krishna
কৃষ্ণ কৃষ্ণ ❤❤❤❤❤❤
শংকৰ দেৱ মাধৱ দেৱৰ পিছতে বৈষ্ণৱ ধৰ্ম ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰৰ গোপাল দেৱ আৰু অনিৰুদ্ধ দেৱৰ ভূমিকা অপৰিহাৰ্য। শ্ৰদ্ধাৰ গগৈবাপ জনাই পিচৰ গুৰুদুজ নাৰ বিষয়ে অধ্যয়ন কৰিছে নিশ্চয়। কৃষ্ণ কৃষ্ণ।
Ha guru Jon ami apunar Sri soron pranam jonaiso . ami ata khota apunak xudiba khujiso ja amr guru jonai koisa ja .nam gharot kuno vad vab nai kinto .Amar nam gharot Ann dharmar manahu xumaba para naouara
কৃষ্ণ
জয় গুৰু শ্ংকৰ
কৃষ্ণ🙏🙏🙏
Bap krishnna krishnna apunnar sorant sewa janalu.
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🙏🙏🙏🙏
ভক্তি হৈছে আন্ধাৰ ৷জ্ঞান হৈছে পোহৰ৷
@@liladas1146 কৃষ্ণ কৃষ্ণ বাপ জনা সেৱা জনালোঁ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Krishna Krishna pranam jonalu
ৰাম কৃষ্ণ
কৃষ্ণ বাপ
জয় গুৰু শংকৰ, কৃষ্ণ
কৃষ্ণ। জয় গুৰু শঙকৰ।
জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ🙏🙏🙏🙏🙏🙏
Sumitra Gogoi
Krishna Bap Prasnar Uttarsamuh thikeai dichhe iyatkoi aru kino bujai diba val lagil Bhagawatar katha suni Krishna 🙏
কৃষ্ণ কৃষ্ণ সেৱা নিবেদিছো বাপ
Krishna 🙏
Krishna Krishna joy. Guru sangkar
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
আমাৰ ইয়াত ভজন লোৱা কেইজনমান আছে, তেখেতলোকক সাক্ষাত ভগৱান নিচিনাই লাগে, কাৰো হাতে বা কোনোবাই চুলেও নাখাই 😂 গাঠি লগা ভকত
❤❤krishna hari ram🙏🙏🙏🙏
কৃষ্ণ বাপ দুখ নধৰিব সোনাকথা ময়তয়(ভকত) সত্য জুগত আছিল ভুলহলে ক্ষমা কৰিব।
❤❤❤porial somuhe sunibo ❤❤❤❤❤
বাপজনা, গছত আত্মাতত্ব থাকে নেকি।
🙏🙏🙏🙏🙏🚩🚩🚩 Krishna Krishna
Krishna Krishna 🙏🙏
Krishna Krishna Krishna bap
কৃষ্ণ 🙏 ।
কৃষ্ণ❤
Ram krisna Ramkrisna govind
Krishna krishna krishna bap krishna
Krishna pranam.
Krishna Krishna probhu apunar choronot hoto kuti pronam jonaisu Krishna Krishna
কৃষ্ণ এক বিষ্ণুৰ অৱতাৰ ঠিক সেইদৰে মৎস্য,কুৰ্ম, আদিও এই দশ অৱতাৰ ও বিষ্ণুৰে বুলি আমি জানো কিন্তু আমি কৃষ্ণ কৃষ্ণ বুলি কওঁ কিন্তুমৎস্য মৎস্য বুলি কও জানো? গতিকে বিষ্ণু বিষ্ণু বুলিহে কব লাগে।
Krishna
প্ৰাণজীত বাপেক ভজন ল'লে নেকি !
🙏🙏🙏
কৃষ্ণ
Krishna Krishna
শঙ্কৰ, মাধৱ, গোপাল, যদুমণি নহয় জানো ! (?)
কৃষ্ণ বাপ প্ৰণাম আপোনাৰ চৰণত 🙏🙏🙏🙏
কয়,,,,,,,,,
Rinku gogoi
Krishna krishna
Krishna.baap
KRishmkirshnaptanamjonalubap
Eman Jodi prasn mnt udoi tetiwa prasn hudhajn sest kionu Mati and prsn hutha tu bhul
Monikutot kun bhag puthi thbo lge vldre buji plu
এই অধম বিধৰ্মী ভ্ৰষ্টাচাৰী দুৰাচাৰী একপক্ষীয় ক্ষুদ্ৰস্বাৰ্থৰ অধৰ্মীটোক কিয় ইমান গুৰুত্ব দিয়ে ? যেন সিহে সকলো জানে । অসমত তিনিজন মুখ্য গুৰুৰ আৰ্বিভাৱ হৈছিল ব্ৰহ্মা অংশে গুৰু হৰিদেৱ ,শিৱ ত্ৰিপুৰাৰী অংশে গুৰু শংকৰদেৱ ,বিষ্ণু অংশে গুৰু দেৱ দামোদৰদেৱ । অসমত গুৰু হৰিদেৱৰ পন্থক হৰিদেৱী ,গুৰঙ শংকৰদেৱৰ পন্থক শংকৰী বা মহাপুৰুষীয়া বা ভাগৱতী ,গুৰু দেৱ দামোদৰদেৱৰ পন্থক দামোদৰীয় বুলি তিনি গুৰুৰ তিনি পন্থা অসমত ১৫শ শতিকাৰ পৰা চলি আছে আৰু থাকিব ।মাধৱদেৱ শংকৰদেৱৰ প্ৰধান শিষ্য ,দ্বাপৰৰ কৃষ্ণ নিন্দুক দ্ৰোহী বৈৰী পৌণ্ড্ৰক নকল কৃষ্ণই মাধৱদেৱ ।দ্বাপৰত যেনেকৈ পৌণ্ড্ৰোকে কৃষ্ণক নিন্দা বিৰোধ বৈৰী দ্ৰোহ কৰিছিল কলিত মাধৱ ৰূপে উপজি বিষ্ণু নাৰায়ণৰ অৱতাৰ গুৰু দেৱ দামোদৰদেৱক নিন্দা হেয়জ্ঞান কৰি বৈৰী হৈ দ্ৰোহ কৰি নামঘোষাত লিখি থৈ গৈছে সেয়ে নামঘোষা নিন্দাবাদ পৰচৰ্চা পৰনিন্দাৰ পৰা মুক্ত নহয় ।ত্ৰেতাত শিৱই হনুমান হৈ যেনেকৈ ৰামায়ণৰ মুল প্ৰধান যতিল কাৰ্যবোৰ কৰি বিষ্ণু অৱতাৰ ৰামক সহায় কৰিছিল ৰামেও ভক্ত হনুমানৰ পুৰ্ণ সহায়ত কাৰ্য কৰি খ্যাতী ৰিখি গৈছে তেনেকৈ ভগৱান শিৱ ত্ৰিপুৰআৰীয়ে বিষ্ণুৰ পৰামৰ্শত শংকৰদেৱ হৈ উপজি নাট ভাওনা শাস্ত্ৰ গীত পদ ঘোষা লেখি মানুহক আকৃষ্ট কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰত পথ সুগম কৰি বিষ্ণু অৱতাৰ দেৱ দামোদৰদেৱে বৈদিক সনাতন ভাগৱতী বেষ্ণৱ ধৰ্ম সত্ৰান্থান সৃষ্টি কৰি সত্ৰৰ দ্বাৰা ৬২ লোকক বৈষ্ণৱত দীক্ষিত কৰি ধৰ্ম প্ৰচাৰ কৰিছিল ।কেবাখনো পুৰাণ শাস্ত্ৰ ,তিনিওজন গুৰুৰ চৰিতপুথি পঢ়িলে ওপৰত উল্লেখিত তথ্য সমুহ পোৱা যায় ।
অসমত নৱবৈষ্ণৱ আন্দোলনৰ গুৰি ধৰোটা তিনি মুখ্য গুৰুৰ ভিতৰত গুৰু দেৱ দামোদৰদেৱ বেছি সফল কাৰণ দামোদৰদেৱে ৬২% লোকক বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মত দীক্ষিত কৰিছিল গত্ৰ পাতি পাঁচজন আচাৰ্য পুবত বংশীগোপালদেৱ ,উত্তৰত ভগৱানদেৱ ,পশ্চিমত বলদেৱ দঙিণত সন্তদেৱ মধ্যত ভট্টদেৱক লৈ ।অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰত গুৰু শংকৰ মাধৱৰ তুলনাত দামোদৰদেৱ হৰিদেৱৰ অবদান কৈনৈগুণে কম নহয় বৰং দেৱ দামোদৰদেৱ কোনোগুণে কম নহয় বৰং গুৰু দেৱ দামোদৰদেৱ আটাইতকে সফল গুৰু যিয়ে ৬২% লোকক শৰণ ভজন দীক্ষা নাম মন্ত্ৰ তত জ্ঞান দি বৈষ্ণৱ কৰিছিল ।জয় গুৰু হৰিদেৱ,জয় গুৰু শংকৰদেৱ,জয় গুৰু দেৱ দামোদৰদেৱ ।
মাধৱদেৱৰ বিষয়ে এনেকুৱা মনে সজা কথা আপুনি কিহৰ ওপৰত ভিত্তিত কৰি কৈছে আপুনিহে জানে ! এনেকুৱা ভিত্তিহীন কথা পঢ়িও নাপায় । কৃষ্ণ কৃষ্ণ
Krishna prabhu