প্ৰাণজিৎ গগৈ বাপ||বহু কথা ক'লে তেওঁ||আচৰিত হব তেওঁৰ কথা শুনি||(Pranjit Gogoi Bap)

Поделиться
HTML-код
  • Опубликовано: 7 сен 2024
  • Pranjit_Gogoi_Bap_Gogpur

Комментарии • 273

  • @pankulphukan3138
    @pankulphukan3138 11 месяцев назад +17

    সৌভাগ্য! প্ৰানজিৎ গগৈ বাপক লগ পাই ধন্য জীৱন কৃষ্ণ জয় গুৰু শংকৰ

  • @eloraborah4643
    @eloraborah4643 11 месяцев назад +4

    দুয়োজনাৰে সাক্ষাৎকাৰ বৰ সুন্দৰ।ভাগৱতৰ বিষয়ে ইমান ধুনীয়াকৈ বুজাই দিয়ে।বহু কথা জানিছো।কৃষ্ণ প্ৰভু🙏🙏🙏

  • @satyenborgohain5683
    @satyenborgohain5683 11 месяцев назад +2

    কথাখিনি বৰ ভাল লাগিল । ব্যক্তিগত পৰ্য্যায়ৰ কথাখিনি অকপটচিত্তে প্ৰকাশ কৰা বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ বাপজনা । কৃষ্ণ !

  • @user-rj9tn8fh2w
    @user-rj9tn8fh2w 11 месяцев назад +14

    কৃষ্ণ, কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ কৈ ব্যক্তিগত কথা বোৰ জানি সুখী হলো ।❤❤

  • @kumudinisaikia1979
    @kumudinisaikia1979 11 месяцев назад +5

    সুন্দৰ কৃষ্ণ🙏🙏🙏 ভাল লাগিল ধন্যবাদ🎉🎉

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef 10 месяцев назад +1

    কৃষ্ণ কৃষ্ণ 🙏, প্ৰাণজিৎ বাপজনা প্ৰকৃততে শুদ্ধ সত্য নীতি আদৰ্শ পথেৰে ভাগৱতৰ দৰ্শন স্বয়ং নিজে আশ্ৰয় কৰিছে আৰু চাৰিমুঠি জীৱৰ কল্যাণৰ বাবেই মহৎ অৰ্পণ।‌। ইতিমধ্যে এখেতকো বহুলোকে গুৰু মানিছেই। ব্যাখ্যা বোৰ অতি উত্তম, মনোগ্ৰাহীকৈ উপস্থাপন কৰিছে। ভগৱানক অগাধ বিশ্বাস ৰাখি‌ কৰা সৎ কৰ্মই পৰিৱেশ- পৰিস্থিতিত পৰি কৰা অপ্ৰচলিত কৰ্ময়েও নতুন নতুন পথৰ সন্ধান দিয়ে।‌ প্ৰাণজিৎ বাপজনা দ্বাৰা শ্ৰীমন্ত শংকৰদেৱৰ মহান চিন্তা বোৰে মানুহৰ মাজত আছুতীয়া স্থান লাভ কৰিবই।‌ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 প্ৰাণজিৎ বাপজনাক সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ কৃষ্ণ 🙏 🙏🙏

  • @mrinaltalukdar4517
    @mrinaltalukdar4517 11 месяцев назад +5

    কৃষ্ণ বাপ আপোনাৰ ভাগৱত পাঠ সদায় শুনো বহুত ভাল লাগে। বহুত নজনা কথা ও আপোনাৰ কৃপাত জানিব পাৰি ছো। আপোনাক ভগবানে আৰু কৃপাত কৰক কৃষ্ণ

  • @user-rw4rk7nk3r
    @user-rw4rk7nk3r Месяц назад +2

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ বিষয়ে জানিবলৈ পায় অতিকৈ সুখী হলো্্্ কৃষ্ণ 🙏🙏🙏

  • @MadhujyaChangmai-cs6gl
    @MadhujyaChangmai-cs6gl 11 месяцев назад +2

    Val lagil .. Krishna

  • @manujdeka
    @manujdeka 11 месяцев назад +3

    কৃষ্ণ কৃষ্ণ🙏🙏 বৰ ভাল লাগে এনেকুৱা কথা শুনিলে। ভাল লাগিল কৃষ্ণ🙏

  • @rekhagogoi322
    @rekhagogoi322 11 месяцев назад +2

    কৃষ্ণ নেওগ বাপজনা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো যিহেতু আপুনি আমাক এনে এটা সুন্দৰ অনুষ্ঠান উপহাৰ দিলে বহুত ভাল লাগিল ,আগলৈও এনে সুন্দৰ অনুষ্ঠান উপভোগ কৰিবলৈ পাম বুলি আশা ৰাখিলো ।

  • @rubiborah3436
    @rubiborah3436 11 месяцев назад +6

    প্ৰাণজিত গগৈ বাপ জনাৰ ব্যক্তিগত কথা জানিব পাৰি বহুত ভাল লাগিল।❤️🙏🙏🙏❤️

  • @jyotiprasad-lw9gy
    @jyotiprasad-lw9gy 11 месяцев назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভক্তি ভাৱ বোৰ প্ৰকাশ কৰাত নতৈ আনন্দতিত হলো। সমাজৰ কোঁ প্ৰবৃতিবোৰ আপোনাৰ এই নীতিৰ আদৰ্শ ই মহিমূৰ কৰক তাৰে কামনা কৰিছোঁ। ধন্যবাদ,

  • @ShilaDevi-zg3kq
    @ShilaDevi-zg3kq 11 месяцев назад +2

    কৃষ্ণ কৃষ্ণ ইমান ভাল লাগিছে কবলৈ আৰু একোবিছাৰিয়ে নেপাওঁ কৃষ্ণ 🙏🙏🙏

  • @monjuhbaruah1078
    @monjuhbaruah1078 11 месяцев назад +2

    মোৰে বান্ধৱী এজনী ভায়েক মোৰু ভাইটী ভাবিবই নোৱাৰী য়ে ইমান খিনি জনা বুজা হল ,বিয়াও কৰালে বহুত ডাঙৰ হল,....ভাল লাগিল.বহুত খিনি জানিলো,,.

  • @user-ih1dd8rm6r
    @user-ih1dd8rm6r 6 месяцев назад +1

    Biplop da apuni jekita prosno apuni gogoibapok xudise tekheteu xundor bhabe utar dise. Ami xuni xukhi hoisu aru bohut bhal paisu. Krishna krishna krishna

  • @urmilabordoloi5725
    @urmilabordoloi5725 11 месяцев назад +3

    কৃষ্ণ বাপ ভক্তিভৰা সেৱা নিবেদিলো 🙏🙏🙏🙏

  • @mintutalukdar9619
    @mintutalukdar9619 11 месяцев назад +2

    Bohut. Val. Lagil. Dada. Vidio. Tu. Sai.

  • @namitakalita7224
    @namitakalita7224 11 месяцев назад +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @greenASSOM8086
    @greenASSOM8086 9 дней назад

    কৃষ্ণ কৃষ্ণ সুভ সুন্দৰ বাৰ্তালাভ । প্ৰচাৰক জনালৈ চৰন কমলত কৰযুৰে প্ৰণাম জনালোঁ 🙏🙏🙏

  • @monalishabora8798
    @monalishabora8798 11 месяцев назад +1

    কৃষ্ণ 🙏 সুন্দৰ বাপ জনাৰ বিষয়ে জানি বহুত ভাল লাগিল।🙏🙏

  • @debadhargogoi5613
    @debadhargogoi5613 11 месяцев назад +1

    ভাল লাগিল ।প্ৰাণজিৎ বাপৰ কথা বিলাক শুনিলো।লগতে বিপলব নেওগ ইউটিব চেনেলটিলৈ বহুত ধন্যবাদ থাকিল ।

  • @user-ce1qe7dh7v
    @user-ce1qe7dh7v 18 дней назад

    Krishna 🙏🌹🙏 bap guru 🙏🌹🙏

  • @ilimasaikia1908
    @ilimasaikia1908 11 месяцев назад +1

    Krishna, apunar kotha bilak huni bohut kotha janilu. Bhal lagil . Hodai bhale thakok.

  • @junumech7558
    @junumech7558 11 месяцев назад +1

    কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ কথা শুনি বৰ ভাল পালে ধন্যবাদ জনাইলে কৃষ্ণ কৃষ্ণ

  • @dalimikonwar3968
    @dalimikonwar3968 11 месяцев назад +1

    Most welcome Biplab da n your video from ganeshguri❤❤❤❤

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 10 месяцев назад +1

    Krishna 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @Blue_bird348
    @Blue_bird348 11 месяцев назад +1

    কৃষ্ণ কৃষ্ণ প্রভু আপোনাৰ চৰণত সেৱা🙏 জনাইছো।

  • @nripenburagohain
    @nripenburagohain 11 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ, বহুত ভাল লাগিল!

  • @lakhi1269
    @lakhi1269 11 месяцев назад +5

    হয় কৃষ্ণ,বহুতেই ভাল লাগিল।দুয়োৰে কুশল মংগলৰ বাবে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনালো,, কৃষ্ণ শংকৰ গুৰু,,🙏

  • @MantuChutia-vl2df
    @MantuChutia-vl2df 10 месяцев назад +1

    মাতটো ইমান মিঠা প্ৰভুজনৰ কৃষ্ণ জয় গুৰু শংকৰ 🙏🙏🙏

  • @anjuchiringphukan5368
    @anjuchiringphukan5368 11 месяцев назад +7

    সুনদৰ অনুষ্ঠান বৰ ভাল লাগিল । কৃষ্ণ কৃষ্ণ বিপ্ৰাজনা সেৱা জনাইছোঁ 🙏🙏🙏🙏

  • @user-bl4jx8hk6u
    @user-bl4jx8hk6u Месяц назад

    কৃষ্ণ কৃষ্ণ

  • @rikugogoi3759
    @rikugogoi3759 10 месяцев назад

    Sumitra Gogoi
    Krishna bar val lagil Bap duijanar kathabor suni derikoi haleo Kathopathan bhagi sunilo mane Israr Bhakta holemaeai beleg matir Manuho Biya patiba pari Kathakhinir sat maram aitoweai Krishna pranam janalo Aaponalokak Krishna ❤

  • @rhiturajpathak8351
    @rhiturajpathak8351 11 месяцев назад +1

    কৃষ্ণ কৃষ্ণ বাপ । বহুত বহুত ভাল লাগিছে

  • @96noborpatragaurisagar82
    @96noborpatragaurisagar82 3 дня назад

    Krishna Val lgise

  • @Lonely-boy282
    @Lonely-boy282 15 дней назад

    Krisno
    Krisno

  • @rekhasaikiaporag1648
    @rekhasaikiaporag1648 11 месяцев назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ বহুত বহুত ভাল লাগিলে।

  • @subhapravahazarika5420
    @subhapravahazarika5420 Месяц назад

    Very. Nice 👍

  • @ranukonwarchetia1054
    @ranukonwarchetia1054 11 месяцев назад +3

    কৃষ্ণ কৃষ্ণ বহুত আনন্দ লভিলো।

  • @raktimascreation221
    @raktimascreation221 11 месяцев назад +1

    Khub val lagil ❤ Krishna 🙏

  • @prafullpayeng-ud4zp
    @prafullpayeng-ud4zp 11 месяцев назад +1

    কৃষ্ণ কৃষ্ণ বাপ প্ৰণাম জনালো ।নেওক ব্লক ধনীয়বাদ

  • @mohendrabora6804
    @mohendrabora6804 11 месяцев назад +3

    নেওগ বাপ আৰু গগৈ প্ৰভু জনালৈ সেৱা জনালো কৃষ্ণ।

  • @kamalpatir9255
    @kamalpatir9255 11 месяцев назад +2

    ভাল পৰামৰ্শ দিছে!ভাল লাগিল!

  • @tamannamuskan3552
    @tamannamuskan3552 11 месяцев назад +3

    খুব ভাল লাগিল ।

  • @priyankaphukan6560
    @priyankaphukan6560 11 месяцев назад +1

    খুব সুন্দৰ সাক্ষাৎকাৰ ।প্ৰভু জনাৰ চৰণ কমলত হতকুতি প্ৰণিপাত জনালোঁ।🙏🙏🙏🙏

  • @ripaligogoi4937
    @ripaligogoi4937 10 месяцев назад +1

    Krishna vl lagil

  • @KrviDas-id6ts
    @KrviDas-id6ts 9 месяцев назад

    কৃষ্ণ🙏

  • @utpaldas1065
    @utpaldas1065 11 месяцев назад +2

    PRAANJIT GOGOI BAPJANAR AITATAGADHUR KAHINITU JANIBAPARI BAHUT VAL LAGIL NAJANA KATHAKHINI AJI AI V.D.O.TORPARA JANIBA PARILO.JAY SHREE KRISHNA❤❤🙏🙏💅💅🙏🙏❤❤

  • @momideka2767
    @momideka2767 11 месяцев назад

    Krishna🙏🙏..bohut val lagil video tu sai

  • @damayantisaikia2177
    @damayantisaikia2177 11 месяцев назад

    Krishna krishna bapjanak voktibhara Sewa janaisu Iman xundarkoi bujai dise Dhanybad bhagawane kushale Rakhak

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 Месяц назад

    কৃষ্ণ কৃষ্ণ 🙏ভাল লাগিল গগৈ বাপ ডাঙৰীয়াৰ কথোপকথন

  • @dipalithakuria9521
    @dipalithakuria9521 11 месяцев назад +1

    অতি সুন্দৰ, কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @indesorboruwa8535
    @indesorboruwa8535 13 дней назад

    Jai Sree Krishna

  • @souravjyotichangmai9051
    @souravjyotichangmai9051 11 месяцев назад

    বৰ সুন্দৰকৈ উপস্থাপন কৰিছ..ভাল লাগিল

  • @user-sc4kq9dz3r
    @user-sc4kq9dz3r 11 месяцев назад +1

    অসভ্য সমাজৰ বৰ্ণনা ব্যাখ্যা কৰে সেই ব্যক্তিজনে । সাম্প্ৰতিক কালত 😢 মানুহৰ মানৱীয় বোধ আৰু চিন্তা চৰ্চা উন্নত মানদণ্ডৰ হৈছে এনে অৱস্থাত ভৌতিক সম্পৰ্কীয় ধাৰণাৰ প্ৰশ্ন উত্থাপিত হয় নালাগে। পৰা আৰু অপৰা প্ৰকূতি দুটা মিলি প্ৰাণীৰ সূষ্টি হয়।24তত্ব প্ৰকূতি নৰম অথাৎ মায়াৰ ভ্ৰম মাটি পানী বায়ু আকাশ আৰু জুই পঞ্চ মহাভূতৰ ভৌতিক দেহ বিলাক উৰণ বুৰণ গজন ভ্ৰমণ ৰ দেহৰ ভিতৰত থকা চেতনা শক্তি বিলাক সকলো একেই। পুৰুষ আৰু মহিলা নাই। কিন্তু আচলতে চকুৰে দেখা পোৱা নাযায় নিৰাকাৰ সনাতন। আনহাতে অপৰা প্ৰকূতিৰ24তত্ত্বৰ ভৌতিক পঞ্চ মহাভূতৰ দেহ বিলাক চকুৰে দেখা পোৱা যায় আৰু ইহঁত মাৰাত্মক মায়া ময় প্ৰকূতিক বিনাশী। ইহঁত দেহৰ মৰন মিলিব কিন্তু দেহী বা জীৱৰ মৰন নাই অবিনাশী। জীৱৰ মৰন নাই অবিনাশী আৰু সকলো একেই পুৰুষ আৰু মহিলা নাই। তেতিয়া হ'লে অজ্ঞানী। জনেহে জাতি ধৰ্ম সমাজ সংস্কৃতি খাদ্য বৰ্ণ লিঙ্গৰ পাৰ্থক্য দেখা পায়।এই বিষয়ে আলোচনা কৰা টো মানুহৰ ভ্ৰম। প্ৰদীপ গগৈ।

  • @deepakhazarika4167
    @deepakhazarika4167 11 месяцев назад +2

    বাপ জনাৰ কথা খিনি শুনি ভাল লাগিলে কৃষ্ণ 🙏🙏🙏

  • @shyamborkotoky5696
    @shyamborkotoky5696 11 месяцев назад +2

    বহুত ভাল লাগিল ধন্যবাদ

  • @Hirokkkkkkkkkkk
    @Hirokkkkkkkkkkk 11 месяцев назад +2

    ভাল লাগিল।

  • @ashokkumardutta7850
    @ashokkumardutta7850 11 месяцев назад +2

    কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো বাপ

  • @pradipkonch370
    @pradipkonch370 11 месяцев назад +1

    Val lagi kotha khini huni🙏Bap jonar Husayathyar kamona korisu 🙏

  • @domnparaptiidudhnoi5459
    @domnparaptiidudhnoi5459 6 месяцев назад

    Bhal lagil apanar anusthan shai dhainobad

  • @lakhimaikonch3119
    @lakhimaikonch3119 11 месяцев назад +1

    Krishna Krishna pravu

  • @saratmedhi3923
    @saratmedhi3923 9 месяцев назад

    ধন্যবাদ বাপ । কৃষ্ণ 🙏

  • @Bhuenmadhab
    @Bhuenmadhab 11 месяцев назад +1

    ভাল লাগিল । ঔম ।

  • @Divyaborah5347
    @Divyaborah5347 11 месяцев назад +1

    বৰ ভাল লাগিল বাপ জনৰ নজনা কথা জানিবলৈ পায়।

  • @mahendranathbora7267
    @mahendranathbora7267 7 месяцев назад

    কৃষ্ণ কৃষ্ণ। ভাল লাগিল বাপ আপোনাৰ কথা ভাগ ।ৱ

  • @aikankalita6733
    @aikankalita6733 11 месяцев назад +1

    Bahut val lagil

  • @daredevilgaming3602
    @daredevilgaming3602 11 месяцев назад +1

    কৃষ্ণ, বহুত ভাল লাগিল বাপ ।

  • @rupamonibordoloi4139
    @rupamonibordoloi4139 3 месяца назад

    Krishna krishna 🙏🙏

  • @rinadutta7598
    @rinadutta7598 11 месяцев назад +4

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ দীঘায়ু কামনা কৰিলো 🙏🙏

  • @user-iz9xg9ll9g
    @user-iz9xg9ll9g 11 месяцев назад +2

    ভাল লাগিল

  • @hirensaikia3810
    @hirensaikia3810 11 месяцев назад +2

    ভাল লাগিল 🙏

  • @BinitaSaikia-uq3zv
    @BinitaSaikia-uq3zv 9 месяцев назад

    ভাল লাগিল শুনি.. কৃষ্ণ কৃষ্ণ

  • @dibyagogoi1473
    @dibyagogoi1473 11 месяцев назад

    Krishna Krishna eman monorom byakhya agborhale bap huni ahladit holo.pronam grohon koribo.

  • @gitanjaligogoi9480
    @gitanjaligogoi9480 6 месяцев назад

    Krishna Krishna bohut bhal lagil.

  • @himadriboruah4849
    @himadriboruah4849 11 месяцев назад +2

    দুয়োজনলৈ সেৱা নিবেদন কৰিছোঁ 🙏🙏🙏

  • @sarumaiborah448
    @sarumaiborah448 11 месяцев назад +2

    কৃষ্ণ কৃষ্ণ প্ৰণাম 🙏🙏🙏

  • @songitaboraa6658
    @songitaboraa6658 11 месяцев назад +1

    কৃষ্ণ, ভাল লাগিল বাপ জনৰ কথা খিনি

  • @GB_Creeper_142
    @GB_Creeper_142 11 месяцев назад

    Pranjit da apuni val riti kotha koise .karon aibor thik thek monor manuhor disser

  • @BirenBora-iv4wj
    @BirenBora-iv4wj 11 месяцев назад

    কৃষ্ণ কৃষ্ণ গগৈ বাপ যনাৰ চৰনত সেৱা জনালো কৃষ্ণ

  • @minaboruah1145
    @minaboruah1145 11 месяцев назад +1

    কৃষ্ণ ।

  • @deepabaishya223
    @deepabaishya223 6 месяцев назад

    কৃষ্ণ

  • @jitugogoi6098
    @jitugogoi6098 11 месяцев назад +1

    Bhal lagil ❤❤

  • @ratnarayray5094
    @ratnarayray5094 10 месяцев назад

    Krishna bap

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 11 месяцев назад +5

    কৃষ্ণ বাপ সুন্দৰ কথা কলে ।

  • @jurisaikia7456
    @jurisaikia7456 11 месяцев назад +1

    Val lagil ❤

  • @user-yb9dt1qq6e
    @user-yb9dt1qq6e Месяц назад

    Bhot,val,lagale

  • @runudeka9816
    @runudeka9816 11 месяцев назад +1

    কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏

  • @user-zn6zf3cq7h
    @user-zn6zf3cq7h 11 месяцев назад

    Manussyor jibonor porisoy heya he. Krishno krishno krishno.

  • @BijumoniGogoi-dz3pb
    @BijumoniGogoi-dz3pb 9 месяцев назад

    বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ

  • @PranabDeka-kt5gi
    @PranabDeka-kt5gi 7 месяцев назад

    Krishna bap apnaloiu hrttakuti pronam

  • @nalinibaishya3271
    @nalinibaishya3271 3 месяца назад

    বহুত ভাল লাগিল।

  • @mikudutta1735
    @mikudutta1735 11 месяцев назад

    Val lagil Amar ghorot ahise bap jon

  • @aratideka1768
    @aratideka1768 3 месяца назад

    কৃষ্ণ ।ভাল লাগিল ।

  • @iladas3544
    @iladas3544 10 месяцев назад +1

    ❤❤❤

  • @user-oz2oz1cp3i
    @user-oz2oz1cp3i 6 месяцев назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কথা বোৰ শুনি ভাল লাগিছে।

  • @joduboruah1240
    @joduboruah1240 Месяц назад

    Krishna bap hundor kotha

  • @user-ih1dd8rm6r
    @user-ih1dd8rm6r 6 месяцев назад

    Pranjit prabhu xundor hoise

  • @all_in_one4315
    @all_in_one4315 8 месяцев назад

    গগৈ বপ জনাক জয় জয়তে সেৱা আগবঢ়ালো। জাতি বাদি ভাৱক লৈ লুতুৰি পুতুৰি খাই থকা আমাৰ মনবোৰক এগছি চাকি জলাই দেখুৱালে। ধন্য বাপ কৃষ্ণ কৃষ্ণ।। লগতে চেনেলটিৰ বাপ জনাইও সুন্দৰ ভাবে আলোচনা টি আত ধৰাৰ বাবে ধন্যবাদ জনাইছো। কৃষ্ণ কৃষ্ণ।।