নুপুৰ দিহানামৰ দল | প্ৰথম শ্ৰেষ্ঠ দল | Nupur Dihanamor Dol | Dihanam competition
HTML-код
- Опубликовано: 19 окт 2024
- নুপুৰ দিহানামৰ দল | প্ৰথম শ্ৰেষ্ঠ দল | Nupur Dihanamor Dol | Dihanam competition
সদৌ অসম ভিত্তিত মহিলা দিহানাম প্ৰতিযোগিতা
প্ৰথম শ্ৰেষ্ঠ দল-নুপূৰ দিহানামৰ দল, দুলীয়াজান
স্থান-গায়ন হৰিনাম সমাজ নামঘৰ, শঙ্কৰমন্দিৰ পথ, শিৱসাগৰ জিলা....
শিশু শিল্পীসৱলৈ অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো...
anupom bitupon
dihanam
dehanam
deha nam
hori nam
horenam
hori naam
assamese horinam
kamala gogoi dihanam
new dihanam
dihanam 2023
komola gogoi dihanam
anupam bitupon
bhoktigeet
bhoktimulok geet
anupom bitupon dihanam
dihanam assamese
dhemaji dihanam
dihanam song assamese
bhakti song
bhokti song assamese
dihanam competition
komola gogoi dihanam song
nupur dihanam dol
tukari geet
#anupombitupon
#dihanam
#dehanam
#horinam
#horenam
#horinaam
#assamesehorinam
#kamalagogoidihanam
#newdihanam
#dihanam2023
#komolagogoidihanam
#anupambitupon
#bhoktigeet
#bhoktimulokgeet
#anupombitupondihanam
#dihanamassamese
#dhemajidihanam
#dihanamsongassamese
#bhaktisong
#bhoktisongassamese
#dihanamcompetition
#komolagogoidihanamsong
#nupurdihanamdol
#tukarigeet
anupambitupon
#horinam
#dihanam_2023
#Dihanam
#BoharpuMadhavdev
#dehanam
#new_assamese_song new
#Newhorinam
#bhoktigeeti
#bhoktimulokgeeti
#boharpu
#pankajpritus
#rajibbaruah
#anupombitupon_dihanam
#diha_nam
#Madhavdev
#New_assamese_horinam
#horinam_2023
#NewHorinam_2023
#New_Assamese_Bhokti_Geet_2023
#new_dihanam_2023
#assamese_harinaam
#assamese_culture
#KamalaGogoi
#komola_gogoi_dihanam
#Sankardev
BoharpuMadhavdev
anupombitupon
anupambitupon
horinam
dihanam_2023
Dihanam
dehanam
new_assamese_song new
Newhorinam
bhoktigeeti
bhoktimulokgeeti
boharpu
pankajpritus
rajibbaruah
anupombitupon_dihanam
diha_nam
Madhavdev
New_assamese_horinam
horinam_2023
NewHorinam_2023
New_Assamese_Bhokti_Geet_2023
new_dihanam_2023
assamese_harinaam
assamese_culture
KamalaGogoi
komola_gogoi_dihanam
Jay Guru Sankar
এতিয়ালৈকে যিমান দিহানাম শুনিলোঁ সকলোতকৈ শ্ৰেষ্ঠ সুন্দৰ এইভাগি দিহানাম অন্যতম।নৱপ্ৰজন্মৰ হিচাপে নূপূৰ দিহানামৰ দলটিয়ে সাত্বিকতা ৰক্ষা কৰি, সম সাজ- পোচাক পৰিধান কৰি এটি সুন্দৰ দিহানাম নিৰ্বাচন কৰি সুন্দৰ পৰিবেশন কৰিছে। তোমালোকৰ দলটিৰ দলীয় ঐক্য অটুট থাকক জয়যাত্ৰা অব্যাহত থাকক তাৰে কামনা কৰিছো । অহংকাৰ শূন্য হৈ আগবাঢ়ি যোৱা তোমালোক💝💐👍
সুন্দৰ কণ্ঠ; সুন্দৰ পৰিবেশন ; সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ; লগতে এইনাম ভাগী অন্য কোনো দ'লে অথবা কোনো লোকে পৰিবেশন কৰে চাব যাতে বিসংগতি নহয়; কিয়নো আমি সজায় পৰায় আগবঢ়াই দিয়া ভালে কেইভাগ নাম প্ৰচাৰ মাধ্যমত বিকৃতি কৰি পৰিবেশন কৰা পৰিলক্ষিত হৈছে; এইভাগ নামো আমিয়ে কথা সুৰেৰে সজাইছিলো; । নুপুৰ দিহানামৰ দ'লটিয়ে মামণি হাজৰিকা আই গৰাকীৰ যোগেদি সুন্দৰকৈ উপস্থাপন কৰাত অতিশয় আনন্দিত হৈছো।❤❤❤
ধন্যবাদ ছাৰ 🙏
আশীৰ্বাদ কৰিব ।
@@namrataphukan2108kor hoy namoti garaki
মামণি বাইদেউ number tu lagisil
Lirics khni dibo sun plz
ৰাইজ জনপ্ৰিয় এনেধৰণৰ মানুহক কৰক৷❤️
😢
Right 👍
Bhut val lagil tumi aguwai juwa axibad thakil tumar lgte tumar dol tu loi
অতিশয় সুন্দৰ হৈছে। ভগৱানে তোমাক এক মিঠা কণ্ঠ দিছে। তুমিও ভাল কামত খটুৱাইছা। এনেকৈয়ে আগুৱাই গৈ থাকা। ভগৱানে তোমালোক সকলোৰে মংগল কৰক। ❤❤❤
ইমান সুন্দৰ কণ্ঠ 🙏সকলোলৈকে দীৰ্ঘায়ো কামনা কৰিৰো চাই থাকিব মনজায় তিনিবাৰ হল চোৱা 👏👏
আজি তাৰিখ লৈকৈ মই অতি কমেও ২০ বাৰ উপৰত শুনিলো ইমান সুন্দৰকৈ পদ ভাঙনি দিহা উপস্থাপন কৰিছে সচাকৈ লেখত লবলগীয়া নামৰ উভয়ে নেগেৰা খোলৰ বিলম্বিত লয় মধ্য লয় আৰু দ্ৰুত লয় বৰ সুন্দৰকৈ ফুটি উঠিছে❤️❤️
আপোনালোকৰ দলটি আৰু আগুৱাই যাওক 🙏🙏🙏
জয়তু অসমীয়া সংস্কৃতি ❤️
জয়তু জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ 🙏
অতি সুন্দৰ প্ৰদৰ্শন ভাল লাগিল প্ৰথম হোৱা বিচাৰকৰ ভাল চিলেকছন
বৰ সুন্দৰ মাত শুনি বহুত ভাল লাগিল ।
ইমান সুন্দৰ কন্ঠত ❤❤ বহুত ভাল লাগিল শুনি ❤❤
বা বহুত ভাল লাগিল
Suni thakile deh mon jur pori jae, ati sundar, suvesya jinalogon,
বহুত ভাল লাগিছে আগলৈ আগুৱাই যোৱা ❤❤❤❤❤❤❤❤❤❤
কি বুলি কম ভাষা নাই ইমান সুন্দৰ
Xundr kontho xundr nam xuni thakib mn jai.. Aguai joa nupur
ধুনিয়া হৈইছে পৰিবেশন 🙏🙏
কি কম ভাষা নাই 🙏 অতি সুন্দৰ প্ৰভু ভগৱন্তই কৃপা কৰক🙏
বহুত ভাল লাগিলে
সুন্দৰ।। বহুত ভাল লাগিল ❤।।
ইমান সুন্দৰ কৃষ্ণ কৃষ্ণ
সুন্দৰ পৰিবেশন। ভাল লাগিল।
Voice Nice 👌 Jai Shree Krishna🙏🙏
কি সুন্দৰ অপূৰ্ব voice tumar ♥️♥️🌸
Oti Sundar...Mon chui goise...anugrah kori likhita rup diok...
অতি সুন্দৰ ,,শুভ কামনা থাকিল 🎉❤
Insta Handle bur description t dbo lage gutei team r ako 😊❤❤ ( Namoti vaagor right side orthaat khul r fale besi koi aruu 🤌🏻 )
Facebook t paisilu.atia RUclips t search Kori Sai asu.bohut dhunia.
অপূৰ্ব অনন্য আৰু অতুলনীয়
Iman hundor kontho agbahi jua
সুন্দৰ পৰিৱেশন।
Oti hundor.
সুন্দৰ ❤❤❤
Mja🎉🎉🎉🎉🎉
সুন্দৰ 🔥🔥🔥🔥 । কবলৈ ভাষা নাই 🙏🙏🙏🙏
❤❤ Xundar ❤❤
Dhuniya hoise ❤
ইমান সুন্দৰ কন্ঠ শুনিয়েই ভাল লাগিছে । এনেকৈ আগবাঢ়ি যাওক ❤🙏🙏
*কাৰিশ্মা নাথ ডাঙৰীয়ানী আপুনি অলপ দিন ক্লাছ লব এই সৰস্বতী বিৰাজমান নামতী গৰাকীৰ ওচৰত। এয়া হে আচল নাম, শুনিলেই মনত ভক্তি ভাৱ জাগৰণ হৈ উঠে। কৃষ্ণ*
Thik kotha koise
Iman hundar kontho ...🙌🙌
বহুত সুন্দৰ হৈছে ৷
ভাল লাগিছে নাম শুনি
Mojja bhanti
কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏
Bhut bhut besi val lagise
Iman hundor kontha,aguwai juwa tumi.
Krishna 🙏
Moja
ধুনিয়া
সুন্দৰ কণ্ঠ কৃষ্ণ 🙏
বৰ সুন্দৰ কণ্ঠ ,শুনি বহুত ভাল লাগিল ।
❤❤❤❤
Mojja ❤❤
বৰ সুন্দৰ কৃষ্ণ
Vare Vare good Krishna Krishna god bless you
Hunile huni thkb mn jai❤❤❤.aguwai jboloi vgbne humoti diok🙏
What a voice❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Best of luck to your Naam party. Krishna.........
অতি সুন্দৰ 🌺
Bohut val lagese
মাইনা কিজনী ইমান সুন্দৰ কৈ নাম পৰিবেশন কৰিছে অ
বহুত বেছি ধুনীয়া কণ্ঠ
Bhut dhunya ❤
ইমান ধুনীয়া share নকৰি নোৱাৰিলো কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে ।নামভাগ লিখিত ৰূপত দিবছোন ।
ভাল লাগিলে কালি দিহা নাম চাবলয় গৈছিলো ❤
সুন্দৰ।নামষাৰ লিখিত ৰূপত দিবলে অনুৰুধ জনালোঁ!🙏🙏
Voice ❤
শুনি শুনি আমনি নলগা কণ্ঠ
বৰ ধুনীয়া লাগিল ।❤❤❤
Tumar nam to moi gam buli vabedu beya pabane bohut bar sunesu bohut val laghe
Radhe radhe ❤️🙏🦚
কি সুন্দৰ কণ্ঠ। শুনিলে শুনি থাকিব মন যায়
সৰ্বশ্ৰেষ্ঠ দিহানামৰ দল।
Oti sundor kontho ag bahi juya
বহুত বহুত শুভ কামনা।🙏🙏🙏🙏🙏🙏
Bahut bhal lagil aru aguai jaba
❤❤❤
😍😍😍
ইমান সুন্দৰ
Dhuniya kantha
Xundor kontho ♥️♥️♥️
Ufff voice!❤🧿🥺
🙏🙏🙏
কৃষ্ণ
❤❤❤
Sibani Borah AmolgouriMou Diha nam Bohuto gan gou ❤🎉⏏️▶️⏸⏯️⏹⏺⏭️⏮️⏩⏪⏫⏬◀️🔼🔽
খুউব সুন্দৰ
🙏অতি সুন্দৰ🙏❤❤from BANGALORE
সুন্দৰ হৈছে
Krishna 🙏🙏🙏❤
কৃষ্ণ কৃষ্ণ🕉️
Kon kon Mainahtloi 🙏🙏🙏
Jay shree Krishna Krishna Krishna Krishna
Bor val hoise ❤❤
Sweet voice
Lords Krishna bless you
Xundor 🎉❤😊
Thanks 🔥
👍
❤🎉
Iman hundr hur ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
wow ❤
শুভেচ্ছা থাকিল
God bless you all 🙏🙏🙏
দাদা অনুগ্ৰহ কৰি এই দিহানামটিৰ প্ৰতিলিপি এটা দিব পাৰিব নেকি আৰু এই দিহানামটি ৰচিত কোনে কৰিছে জনাব নেকি 🙏 পাৰে যদি জনাব চোন দাদা ।বা জনিৰ কণ্ঠত দিহানামটি শুনি বৰ ভাল লাগিছে আমি গাব বিচাৰিছিলো । অনুগ্ৰহ কৰি জনাব 🙏