দিলীপ হীৰাৰ বাঁহীৰ মায়াময় সুৰে এতিয়া মতলীয়া কৰে সকলোকে...
HTML-код
- Опубликовано: 29 сен 2024
- ▶️ কাম বিচাৰি এদিন ঘৰ এৰি গুৱাহাটীলৈ আহিছিল যুৱকজন
▶️ পিতৃহাৰা যুৱকজনে হাতত লৈ আহিছিল মাতৃয়ে দিয়া ১০০ টকা
▶️ পেটৰ তাড়নাত এদিন তেওঁ কৰিবলগা হৈছিল দিন-হাজিৰা
▶️ তাৰপিছতো সপোন দেখিবলৈ এৰা নাছিল যুৱকজনে
▶️ দিন-হাজিৰাৰ সমান্তৰালকৈ কৰিছিল বাঁহীৰ চৰ্চা
▶️ তাৰমাজতে লৈছিল প্ৰভাত শৰ্মা, দীপক শৰ্মাৰ পৰা বাঁহীৰ শিক্ষা
▶️ কষ্ট-অভাৱৰ মাজেৰে চলিছিল যুৱকজনৰ জীৱন-সংগ্ৰাম
▶️ হঠাৎ এদিন যুৱকজন চকুত পৰিছিল শিল্পী শংকৰ মহাদেৱনৰ
▶️ যুৱকজনৰ বাঁহীৰ সুৰ শুনি বিমুগ্ধ হ’ল বলীউডৰ শিল্পীগৰাকী
▶️ শংকৰ মহাদেৱনে যুৱকজনক দিলে এক সুকীয়া পৰিচয়
▶️ এতিয়া যুৱকজন সকলোৰে বাবে পৰিচিত বাঁহীবাদক
▶️ তেওঁৰ বাঁহীৰ মায়াময় সুৰে এতিয়া মতলীয়া কৰে সকলোকে
▶️ যুৱকজন কামপুৰৰ দিলীপ হীৰা...
▶️ তেওঁক লৈয়ে আজিৰ NKTVৰ ‘ৰিপ’ৰ্টাৰ্ছ ফাইল’
▶️ বশিষ্ঠদেৱ ফুকনৰ সৈতে ‘সংগ্ৰামী প্ৰতিভা’
দিলীপ হীৰাক মোৰ আন্তৰিক শুভেচ্ছা থাকিল একেখন জিলাৰ মানুহ.. অশেষ ধন্যবাদ ভগৱানে আপোনাক ভালে কূশলে আৰু আগুৱাই লৈ যাওঁক আশীৰ্বাদ থাকিল আৰু সদায় থাকিব।
আপুনি কত থাকে আৰু শিকিব বিচাৰিলে আপোনাৰ কত কেনেকৈ লগ পাম , এড্ৰেছ টো দিলে ভাল পালোঁ হয়
Krishna 🙏 koboloi bhakha nai...oti sundor❤❤❤❤❤❤❤
Sundor vdo ...sadai kushole thakok 🙏🙏
Hundor lagise
So bute ful ❤❤❤
Dilip 🎉
❤❤❤
I love you d
Dillip Tumi Arunoday Shilpi doltik pahori jabo nalagesi l , pragoti maidan pahori Gola Delhi t, ajio dim oria lali Lang Bihu bahi boijoysila,
অ' বাঁহী, গা তই, গাই থাক বুকুৰে গান !
বহুত বহুত ধন্যবাদ দিলীপ হীৰা , !
মোৰ ঘৰ গুৱাহাটীত তে হয় শিকিব বিচাৰিছোঁ কৈ দিলে ভাল পালোঁ হয় ধন্যবাদ
মন বেয়া লাগিলে এটা বাঁহী সুৰ যথেষ্ট মন ভাল লগাৰ ❤️
Dilip,Baba,buli kolu,Bohut maneTumar kotha khini huni,Bhal logar logote,Abegote,Dudhari sokulu bai gol,Amar lora bur kiyo Anekuwa nohol
অন্তৰ চুই যোৱা বাহিৰ শুৰ শুনি বহুত বহুত ভাল লাগিল
Bohut hundar mon aapluto kora bahir hure suijai hridoi .Aaguwai jua . Bhagobane kripa borokhan korok .
Kothabor bhal lagil . ..Nomro ,gohin ..sundor upostapon ....
Bhahir prativare sinski dibolui soksom howa Dilip Hira vaiti lui hiabhora aakhribad dilu.
সচাই কান্দি দিলো শেষৰগীতটুত
Bahi hol debo baidro shree krishna a bahi bojai 1600 kho gupic pagoli korisil . Bahi khur rati 3 ba 4 man bozat bojabo lage . Aapuni kot aase kot nasu kobo nuwaribo .
বৰ সুন্দৰ বাঁহী বাদন । ধন্যবাদ জনালোঁ ।
আগীয়যুয়া
বৰ সহজ সৰল লৰা খুব ভাল লাগিল ধন্যবাদ কৃষ্ণ কৃষ্ণ
❤❤❤🎉🎉🎉 grand salute to him. Go ahead way to your journey. Great achievement. We're proud of him. God bless you.❤❤❤🎉🎉🎉
ভাল হৈছে যত্ন কৰিলে অৰিজিনেল হব আগলৈ ৷
শুভেচ্ছা থাকিল আগবাঢ়ি যাওঁক
হিয়া ভৰা অভিনন্দন জনাইছোঁ।
Xundor lgil prgm 2 sai broo...aguwai jua .....God blessed you...
বহুত বহুত শুভেচ্ছা জনালো।
১৯৭৮/৭৯ চন মানত গাৱঁৰে দুলাল বৰদলৈ নামৰ দদাইদেউ এজনে ঘৰৰ কাষতে থকা দীঘল কাঠৰ দলং এখনৰ ওপৰত ৰাতি বাঁহী বজাই আমাৰ লগতে গাৱঁৰ ৰাইজক আমোদ দিছিল। দিলীপ হীৰাৰ বাঁহীৰ সুৰে সেই পুৰণি দিনৰ কথা মনলৈ আনিলে। দিলীপ হীৰাৰ সুস্বাস্থ্যৰ কামনা কৰিলো।
Bor hundor dei val lagil❤❤
Beautiful ❤
Peerless
Bahut bhal lagil agli aaro prachar karib
Huni bhallpalu
আচলতে তেও ভগৱানৰ অংশ স্বৰুপ srikrishna ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
God bless you🙏
Wow. Darun ❤
I love you buku jhurpori jai
Dilip tumak Nomami Brahmaputra programme t log paisilu.
Amar ghor u Bogalajanat.
Tumar mamar namtu ki asil.
Tumi bhut duraloi aag barhi jua.
বশুত বশুত শুভেছা থাকিল ।
Super brooo
Nice
God bless you
অতি সুন্দৰ পৰিৱেশন। বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জনালো।
Best of luck
xubei xundor❤
Is this Bahi? We know this is Muruli . Am l correct ?
Very nice God bless you
Nice.