‘আছু’ সন্দৰ্ভত কি চিন্তা উৎপল শৰ্মাৰ?

Поделиться
HTML-код
  • Опубликовано: 29 сен 2024
  • আজি কাঠগড়াত উৎপল শৰ্মা
    ‘আছু’ সন্দৰ্ভত কি চিন্তা উৎপল শৰ্মাৰ?
    শংকৰক উৎপলে প্ৰতিশোধ লৈ আঁতৰালে নেকি?
    ক’ৰ পৰা টকা আহে ‘আছু’ নেতালৈ?
    ‘আছু’ত আছে নেকি ‘ল’ৰা ৰজা’?
    ‘আছু’ৱে চান্দা তোলেনে?
    ‘আছু’ৰ ভিতৰত কিমান ৰাজনীতি চলে?
    বনজিৎ আৰু জবাৰ সৈতে
    যি ক’ম সঁচা ক’ম

Комментарии • 41

  • @dilipmahanta8479
    @dilipmahanta8479 9 часов назад +5

    আছুক আস্থা পূৰ্ণ, শক্তিশালী কৰি ৰখাটো অসমীয়া, খিলঞ্জীয়াৰ বাবে প্ৰয়োজনীয়।সঙগঠনটোৰ প্ৰতি জাতীয়তাবাদী জনসাধাৰণৰ মৰম আছে,।

  • @sanjibkonwar7691
    @sanjibkonwar7691 9 часов назад +3

    মুখা পিন্ধা নেতা। এইবোৰক অসমীয়ে একেবাৰেই এৰিব লাগে।

  • @hiranmayedeka2520
    @hiranmayedeka2520 26 минут назад +2

    উৎপল শৰ্মাক বহুত বহুত ধন্যবাদ। উৎপল শৰ্মা প্ৰশ্নৰ উত্তৰ আটাইবোৰ 100% চিৰসত্য উত্তৰ দিছে। চৰকাৰক সহায় সয়াযোগিতাৰ হাতৰে সোণৰ অসম খন আগুৱাই নিয়াত ছাত্ৰ সন্থাক বহুত বহুত ধন্যবাদ। অসম খন হিমন্ত বিশ্ব শৰ্মাৰ লগত হাতত হাত মিলাই আমাৰ অসমৰ জনতাৰ মৰমৰ মুখ্য মন্ত্ৰীৰ অসমৰ জনতাৰ কাৰণে অসম খন সোণৰ দৰে সুযোৰ পোহৰ দৰে উজ্জ্বল কৰক। অসমৰ জনতাৰ মৰম আশিবাদ থাকিব। অসমত কংগ্ৰেছৰ চৰকাৰেএকো কৰিব নোৱাৰিলে অসম খন ভোটৰ কাৰণে বাংলাদেশী অসমৰ মাটিত নিগাজিকৈ থাকিবলৈ সুবিধা দিলে তৰুণ গগৈৰ চৰকাৰে । সেহে আজি ভাৰতবৰ্ষত মভী অসমত স্বানন্দ সোণোৱা হিমন্ত বিশ্ব শৰ্মা জনতাৰ কাৰণে ভাল কাম বোৰ কৰাৰ কাৰণে অসম খন বহুত আগুৱাই গৈল তাৰ বাবে জনতাই বহুত বহুত ধন্যবাদ দিবই লাগিব। পৃথিৱীত একজাত আছে নিজেও ডাল কাম কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম বোৰত বিৰোধ কৰে। সেই জাত মহা পাপী পৃথিৱীত নেদেখা জনেও ক্ষমা নকৰে। আ জীৱন মোডী স্বানন্দ সোনোৱা হিমন্ত বিশ্ব শৰ্মা উজ্জ্বল উৎপল শৰ্মা বিজেপিৰ চৰকাৰ আ জীৱন জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ আ জীৱন ❤❤❤❤❤❤❤❤❤❤❤অসমৰ জনতাৰ মাজত জিলিকি থাকিব।

  • @lsd4889
    @lsd4889 9 часов назад +3

    Quality n personality thoka mnh ..vlpao teok... utpal sarma i future t vl km krb ..eor dre mnh aasu t thoka2 bht dokar ase buli moi anubhav kro ..moi ejn swahidr poriyal lora hichabe.. samujjal kumar Bhattacharya ejn aasu r bhisma dre moi vbo

  • @SyedaEllinNaharSyeda
    @SyedaEllinNaharSyeda 10 часов назад +2

    সঁচা কৈ কালিকা লগা সংগঠন।

  • @rupjyotisarma7434
    @rupjyotisarma7434 8 часов назад +1

    কথাবিলাক সুন্দৰকৈ কব জানে বাবেইটো আপুনি নেতা।।

  • @Pallabkcreation
    @Pallabkcreation 10 часов назад +1

    Eeitu show r eta playlist bonabo sun nktv 1st episode pora

  • @thedevogramstory7483
    @thedevogramstory7483 9 часов назад +1

    Sanda dhanda party.... Quality asa but manage kort ai jon bht bhl.... 2nd HsB is in progress

  • @pankajkonwar2211
    @pankajkonwar2211 7 часов назад +1

    দিনত আছু ৰাতি হিমন্ত এজেন্ট

  • @TulikaboraKkp
    @TulikaboraKkp 8 часов назад +1

    আছুৰ পূৰ্বৰ গৰিমা আছে জানো ?

  • @pankajkonwar2211
    @pankajkonwar2211 7 часов назад +2

    এইজনা মোতকৈ সৰু কেনেকৈ ইমান ডাঙৰ পোষ্ট পালেগৈ মইয়ো আছু কৰিছিলো কিন্তু আমি একো বাপ কিয় নাপালো কাৰণ আছুত ৰাজনৈতিক support লাগে দুখিয়া হলে বা Talent হলে ও বাপ নাপায় আৰু ৰাজনৈতিক support নহলে একো বাপ নাপায় সেইটো তদন্ত হব লাগে

    • @Manik-k3g
      @Manik-k3g Час назад

      Apuni AASU t thaki ki ki krile bujabo nki

    • @nirensaikia7017
      @nirensaikia7017 46 минут назад

      Misconception, so far I know, Mr. Sharma has not belongs to a aristocrat family. What he get , it is for his Marit, sincerity and perseverance, dedication, etc.

  • @madarauchiha4928
    @madarauchiha4928 9 часов назад +4

    আছুৰ আজিৰ দিনত কোনো মূল্য নাই।

  • @KamalGogoi-y8u
    @KamalGogoi-y8u 2 часа назад

    ছাত্ৰ সন্থা সংগঠন টো কেনেকৈ চলাই আছে সকলোৱে জানে,,ইমান দামী দামী বাঁহন কত কেনেকৈ পাই এতিয়া ৰাইজে বুজি পাইছে।

  • @TulikaboraKkp
    @TulikaboraKkp Час назад

    এই সকলে সাধাৰণ নিৰ্বাচনৰ সময়ত কাক ভোট দিবৰ অতি গোপনীয় ভাবে সিদ্ধান্ত লয় ?

  • @sushilkonwar7012
    @sushilkonwar7012 51 минуту назад

    যদি বৰ ঘৰ শত্ৰু সোমাই -- শত্ৰু কেনে ধৰণৰ তাৰ ওপৰত যদি নিৰ্ণা য়ক বি😮c

  • @Youtubefanpage7
    @Youtubefanpage7 9 часов назад +1

    Michael lgt val hle val pod ahi ahi a jai

  • @Ridip137
    @Ridip137 9 часов назад +1

    অলপ ধুলে

  • @dibyodas9662
    @dibyodas9662 9 часов назад +1

    কাম নাই।

  • @jadumonithengal5510
    @jadumonithengal5510 9 часов назад +5

    ভাল লাগিলে অনুষ্ঠানটো চাই।উৎপল দাৰ কথাবোৰ শুনি ভাল লাগে, তেখেত বৰ স্পষ্টবাদী

  • @FunnyCornflowers-jj7fs
    @FunnyCornflowers-jj7fs 9 часов назад +1

    Dinot aasu ratit bjp

  • @saratkalita7685
    @saratkalita7685 9 часов назад

    ত ই এটা ফাল্টু লিদাৰ

  • @sanjibkonwar7691
    @sanjibkonwar7691 9 часов назад

    এইটোক ো নাচাওঁ

  • @pankajkonwar2211
    @pankajkonwar2211 6 часов назад +1

    সমোজ্বলৰ বয়স কিমান

  • @rajengogoi193
    @rajengogoi193 7 часов назад

    Sukti aakou vul nohoy tou ?

  • @munmuncreation123
    @munmuncreation123 8 часов назад

    বুঢ়া কেইটাই যেতিয়ালৈকে ASSU ৰ পৰা বিদায় নলয় তেন্তে বিশ্বাস নকৰোঁ।

  • @champaknath3239
    @champaknath3239 8 часов назад

    Khub val lagile

  • @rupjyotisarma7434
    @rupjyotisarma7434 8 часов назад

    স্পষ্ট কথা

  • @mcqsassam
    @mcqsassam 6 часов назад

    Sry utpol...... You are great 👍

  • @mcqsassam
    @mcqsassam 7 часов назад

    Oi joha mal

  • @Mr_sarma_01
    @Mr_sarma_01 9 часов назад

    😁😁😁😁😁😁

  • @jajaborhati
    @jajaborhati 7 часов назад

    ❤❤❤

  • @abhilashbarman989
    @abhilashbarman989 8 часов назад

  • @pankajkonwar2211
    @pankajkonwar2211 7 часов назад

    উৎপল এটা হিমন্ত এজেন্ট