আজিৰ সত্য, ভৱিষ্যতৰ সাধু
HTML-код
- Опубликовано: 15 окт 2024
- আজিৰ সত্য, ভৱিষ্যতৰ সাধু
Contact with Chakrrapanni Parashar on
📷 Instragram: ....
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : youtube.com/@B....
👱♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#chakrapaniparashar #baartalaap #assamesepodcust
আগবাহি যোৱা ❤
xundr.tumar vhavisyat ujjal xouk
সুন্দৰ ল'ৰা,আগুৱাই যাওঁক
আমি কিতাপ কেইখন পঢ়িবলৈ পামনে জয়
আপোনাৰ ঠিকনাটো দিলে পঠিয়াই দিম
ইমান সৰুতেই ইমান মহান মহান বক্তিতা শুনি অতি আচৰিত মানিছো।বহুত বহুত ধন্যবাদ।বহুত ভাল লাগিল।❤❤❤❤❤❤🙏🙏🙏🙏🙏🙏
Congratulations Lakhyajoy.
Kalita babu anedorr aguwai jaok mor asirbad thakil
মোৰ ভাষাত বিস্ময় বালক ❤❤পিতৃ মাতৃ য়ে কি সুন্দৰ নিৰ্মাণ কৰিছে এনে সন্তান ❤❤❤
hosai aulukor abhibhabok xokoluku matibo lage anekua mancholoi..janiboloi keneke upbringing korise..
Bhut din agotei lg pab lagisil ao lokok. Bhut dhanyavaad bad aponalokk.
অখেষ ধন্যবাদ লক্ষ্য জয় লৈ
Bohut val lage lorajon...teur boktita usoror pora xunisu
Bahut bhal lagil
অতি সুন্দৰ অনুষ্ঠান এটা বাৰ্তালাপৰ যোগেদি চাবলৈ পালোঁ;তাৰ বাবে চক্ৰপাণি পৰাশৰ ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইমান কম বয়সতে লক্ষ্য জয়ৰ(এইখিনিতে ক'ব লাগিব ল'ৰাজনৰ নামটো কিন্তু বেছ অৰ্থপূৰ্ণ ৰাখিছে দেই!) maturity level দেখি আচৰিত হলোঁ। আচলতে, এয়া লক্ষ্যজয়ৰ মাক-দেউতাকৰো সাধনা আৰু প্ৰচেষ্টাৰ ফল বুলি ক'ব লাগিব। লক্ষ্যজয়ৰ পৰিয়ালটো সঁচাকৈয়ে এটা আদৰ্শ পৰিয়াল। এই পৰিয়ালটোৰ লগতে বাৰ্তালাপ অনুষ্ঠানটিলৈও আমাৰ অলেখ অযুত শুভকামনা তথা মৰম থাকিল।
God Bless you 👌👌
জানি শুনিয়েই মাক দেউতাকে নামতু লক্ষজয় নামেৰে অলঙ্কৃত কৰিলে,ইমান পৰিপক্ক ভৱিষ্যতৰ উমান পোৱা লৰা,অতি সুন্দৰ, আগবঢ়া আশীৰ্বাদ থাকিল
লৰাটো বহুত অভিজ্ঞ, তীক্ষ্ণ, সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী । ইমান কম বয়সতে ইমানবোৰ কিতাপ লিখিছে ,,ভাইতিটো তুলনাত আমিবোৰ একোৱেই নহলো 😊 ভাল লাগিল দেই ❤️ আগুৱাই যোৱা সদায় তুমি বহুতো শুভেচ্ছা আছে 🎉🤗
Uthi aha prajanmar baba adarsa howa good wishes
Right your thinking.god be with you.live long.my brother.
বহুত ভাল লাগিল লক্ষ্য জয়ৰ বাৰ্তা লাপ শুনি । এসময়ত অসমৰ সুনাম কঢ়িয়াব সাহিত্যিক জগতলৈ ।আমি আশাবাদী ।বহুত বহুত মৰম ও শুভাৰ্ষীশ যাছিলোঁ ।
লক্ষ্যজয় নামেৰে পৰিচয় আগবাঢ়ি যোৱা, বহুতো শুভেচ্ছা থাকিল ভবিষ্যতে সম্ভাৱনাময় এজন বিখ্যাত লেখক হোৱা। আলোচনাখিনি বহুত ভাল লাগিল।
Val lagila❤❤
অশেষ ধন্যবাদ লক্ষ্য জয় লৈ।
পৰাশৰলৈ শুভেচ্ছা।
ভগৱানে দুয়োকে কুশলে ৰাখক -
Homoi tu jodi aru Olp hol hoi
বৰ ধুনীয়া কথা কলে তিনিও জনলৈ বহুত ধন্যবাদ
উজ্জ্বল ৰত্ন ।
Chakra pani parashar লক্ষ্য জয় লগত হোৱা বাতা লাভ তো বহু ত ভাল লাগিল কিন্তু ু লক্ষ্য মোৰ ভাগিন নাতি মই ডেকা আইতা লক্ষ্যৰ।chakrapani মোৰ প্ৰিয়❤❤❤❤🎉
Bohut hundor beta aru ag barhi juwa God bless you
লক্ষ্য নিজৰ লক্ষ্যত উপনীত হোৱা ।স্নেহাশীষ থাকিল ।
বাৰ্তালাপ মোৰ সদায় প্ৰিয় অনুষ্ঠান।আজিৰ খণ্ডটোৰ কথা বুজাব নোৱাৰিম। পিতৃ-মাতৃলৈ শতকোটি প্ৰণাম। লক্ষ্যজয় লৈ বহুত মৰম আৰু আশীৰ্বাদ ......
One of the best...oti val lagil..God bless you..lakhya..and congratulations to the proud parents.
Etiyaloi dubar salu.Hosakoi prahangsaniyo.❤❤
Mon bhori gol prosantire ..sadai kushole thakok adorsho porial to ..🙏🙏
Realy your son of the god.live long.
Thanks lokkho joi mathar and father l hope loikho long life happy
লক্ষ্য জয়ৰ কথোপকথনে ই কয় তেওঁ এজন গুৰু গম্ভীৰ তীক্ষ্ণ বুদ্ধিমান পৰিপক্কতাৰ পৰিচয় থকা ছাত্ৰ। উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
Lakhya thanks your pereants
বাৰ্তালাপ মোৰ সদায় প্ৰিয়। আজৰি সময় উলিয়াই যেনে তেনে ভিডিওবোৰ চাও। বহুত ভাল লাগিল বহুত শিকিলো।
Khub val lagil.... Aaguwai juwa jumon beta❤
Really, they are proud parents, Indrani ba, vindow....Stay blessed 🙌 Lakhyajoy beta,
লৰাটো bohut smart Val lagil
Xosa kotha mur Suwali k ami tenakoia kitap prohar habit korisilu. Aitia Tai IIT kharagpur ot PhD kori asa.
আৰ্শীবাদ থাকিল আৰু আগবাঢি গৈ থাকা
মইটো একো নহলো সৰুতে। এদিন বিয়া পাতিলে লৰা ছোৱালী এনেকুৱা বনাম😊😊😊😊🎉🎉 মইও বাৰু এদিন ভাল মানুহ হমেই। বিশ্বাস 😊
Bor val lagil video tu sai.aru aguwai juwa vaiti.❤❤.
Really a very intelligent boy. It seems, he has got God gifted talent . His parents are lucky enough to give birth to such a lovely son.
Bohut hundur God bless you
ভাল লগা ইণ্টাৰভিউ টো ❤
খুব সুন্দৰ ❤
Khub xundar
খুব সুন্দৰ।❤
God bless you bacha...Aguai jua dei🌺
Bohut dhuniya dada ❤ mur dada hoi ❤
Bohut val lagil.Bhogibane tumar mongal korok!
বহুত ভাল লাগিল কথাবোৰ। ভাইটিজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ❤
Best episode of baartalaap
God bless you
অতি সুন্দৰ অনুস্থান
Briliant Val lagil
অভিজ্ঞ
❤
Khub khundor god bless you
🎉🎉🎉❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
চাৰ আপোনাৰ এই অনুষ্ঠানৰ এদিন দিপক শমা চাৰ ক দেখা পাম বুলি আশা প্ৰকাশ কৰিলো. বহুত নজনা কথা শিকিব পাৰিম.
Veri nies
বহুত বহুত বহুত ধন্যবাদ
Kothabur huni bohut bhal lagil ❤❤❤❤❤❤
Look at his eyes ! He is evil !
Khub janibo logiya kotha sunilu dai.
Bahut bhal lagil kothabur amiu anupranita halu abhivabak hisape bahut janilu. Kabaloi bhaxa nai
Val lagise vaiti
Vl lgil
Ata kotha aitu video moi mobile te sai aso😂 amar aru kam bon nai
Toi Hui thak kukur
Toi marbal guti Khali thak
@@mahanjitkurmi5287 marbal goti nohoi o treading kora kotha kowk moha hoi
.Tomar kotha Bilak KhuniJe kiman Bhal Lagil Baba Bhakhere Bujabo Noyaro.
nice
Bhal lagil aru lakhanisina child birth hak.
What is jun ?
God bless you
❤
❤❤❤❤
❤❤❤
❤