Kailash Kher Uchcha Shiv Bhakta Hain O Daridra Narayan Ke Bhakta Hain Aap Jamin Se Jute Hain Aap Jamin Se Jure Logon Ke Bare Mein Sonch Te Hain Aur Kahte Hain Aap Garibi Dekhi Hain Aap Mein Atma Gyan Hain. Aap Allah Aur Bhagwan Ke Bhakt Hain Aap Alpa Me Santust Hain Aap Prakriti Premi Hain Aap Krma Yog Mein Hain Aap Bibekananda Ke Path Par Chal Rahe Hain.
I'm from ASSAM... Really Kailash sir.. Unbelievable.. Apne Respected Lt Bhupen Hazarika ki harmoniyam rakhh liyaaa issss liye humne comment nahi kiya he sir.. Wht is ur mind set sir !!! Salute u Respected Kailash sirrrr❤❤❤❤❤We know ur a unbelievable singer but your thoughts r amazing sir salute u sir 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
ইমান গভীৰ চিন্তন কেৱল এজন সমৰ্পিত ভক্ত এ হে অনুভৱ কৰিব পাৰে 🙏🏼 অনন্য ব্যক্তিত্ব .... ❤❤
বহুত বহুত ধন্যবাদ পৰাশৰ দাদা,ইমান জ্ঞানী ব্যক্তি এজনৰ বহুমূলীয়া বাৰ্তালাপ শুনিবলৈ পালো।প্ৰতিটো কথাই যেন কিবা নহয় কিবা শিকাই গৈছে।
সুন্দৰ মাতৰ সংগীতৰ সৈতে কি সুন্দৰ কথা, কি সুন্দৰ গাথা, কি অদ্ভুত ব্যক্তিত্ব, সঁচাই অদ্বিতীয়, আকৰ্ষণীয় শ্ৰদ্ধাৰ পদ্মশ্ৰী কৈলাশ খেৰ ডাঙৰীয়া। বাৰ্তালাপৰ শ্ৰেষ্ঠতম পডকাষ্ট অভিহিত কৰিব পাৰে চক্ৰপাণি পৰাশৰ দা।
আলে বালে জয় শ্ৰী ৰাম কোৱা কেইটা , আৰু হাবিয়ে বননিয়ে ফুকি নিজক বৰ সনাতনী বুলি কৈ থকা কেইটাক কৈছো শিকি ল অলপ মান প্ৰভু আৰাধনা কি । বাকী নকও আৰু শুনিয়ে মন প্ৰাণ ভৰি গৈছে । নেদেখা জনৰ চৰণ ছায়াঁলৈ যেন ধাৱমান হৈছো । ধন্য হলো কৈলাস দা । চক্ৰপাণি দা আপুনাকো চাগে হাজাৰ ধৈন্যবাদ দিলেও ক'ম পৰিব ইমান এটা সাৱলীল বিতুপন অনুষ্ঠান পৰিবেশন কৰাৰ বাবে । আধ্যামিকতাক লগত লৈ জীৱন এটাক কি দৰে সফল কৰিব পাৰি এই বাৰ্তালাপৰ যোগেদি অনুধাৱন কৰিব পাৰিছোঁ লগতে বহুতখিনিয়ে প্ৰভাম্বিত হলো । কুশলে থাকক দুয়োজন🙏🙏
বহুত বহুত বহুতে ভাল লাগিল অনুষ্ঠানটি চাই, north east ৰ বিষয়ে কোৱা kelash kher ৰ মন্তব্য য়ে অন্তৰ চুই গ'ল।❤ মহান কলাকাৰ । তেওঁ কোৱাৰ দৰে মনোমোহা ভাৰতবৰ্ষ এটি জনমত ঘূৰি শেষ কৰিব নোৱাৰি ।।।।
সৰু এ পৰা তেওঁৰ গান শুনি ভাল পাওঁ ।ধন্যবাদ চক্ৰ দা..ইমান এটা সুন্দৰ সাক্ষাৎকাৰ হৈছে ।❤
Har Har Mahadev
মোৰ প্ৰিয় শিল্পীকেইজন হৈছে-
Kishore kumar ,Lata Mangeshkar,Bhupen Hazarika,Zubeen Garg,Krishnakumar kunnath,Arjit Singh,
আৰু ❤❤❤❤❤Kailash Kher ❤❤❤❤❤❤❤❤❤❤
কি কম সঁচাই, একো ভাষা নাই। এইবোৰ আত্মা সঁচাই বৰ বেলেগ। কিমান জ্ঞানী আৰু কিমান শক্তিৰে সমৃদ্ধ। এটা এটা কথা যেন কথা নহয় মহৎ বাণী। কিমান সমর্পিত, সুললিত, একাগ্র। আজি প্ৰথমবাৰ জানিলো এওঁক ভালকৈ, অধ্যয়ন কৰিম মানুহজনক। উৰ্যা বুলি কোৱা বাক্য কেইটাই তেওঁৰ শক্তিৰ পৰিচয়।❤
সচাঁই, এক অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী🙏 মন প্ৰাণ ভৰি গ'ল। ধন্যবাদ চক্ৰপাণি পৰাশৰ দাদা এই অমূল্য সময় খিনি আমাক বিলায় দিয়াৰ বাবে। ধন্য হ'লো🙏
Really, greatful kailash sir and we assamese people always proud to Dr Hazarika sir.
ভাই ইংৰাজী নাজানিলে অসমীয়াতেই লিখি দিবি৷ একো নহয়।
@@nathanbravo6944 kio ki bhul hol🙏. Jonabo sun.
@@nathanbravo6944 😂😂
@@tanmoykalita2653toi manuhtuei vul o bhai
Skip কৰিব মন নোযোৱা কথাবার্তা ❤❤❤❤ হেপাহেৰে শুনিলো 🙏
Always Favourite singer 💖💖
❤❤❤ Really great full. Unique and ultimate interview. Grand salute to kailash kher ji. God bless you. ❤❤❤
Har har Mahadev.... Mahadev sabko kripa karein..
One of my favorite singer. Love you kailash ji
Bht bht dhanyabad❤❤❤❤❤ai bartalaploi
বাৰ্তালাপৰ সৰ্বশ্ৰেষ্ঠ episode দাদা । বহুতো শুভকামনা, মৰম বাৰ্তালাপলৈ ❤❤❤
Kailash sir is the most simple man 13:30 in the Bollywood industry singer ❤🎉🎉🎉 .... He is my most favourite singer after Arijit Singh 😊
ইমান সুন্দৰ তেওঁৰ প্ৰতিটো শব্দ প্ৰতিটো বাক্য শুনিলে শুনি থাকিব মন যায়।ধন্যবাদ চক্ৰ দা তেওঁৰ মন্ত্ৰমূগ্ধ কথাৰে অনুস্থানতো জিপাল কৰি তুলিলে।❤
किया बात है sir दिल ❤ सु लिया
ইমান সুন্দৰ মনৰ অধিকাৰী, আৰু ইমান ধুনীয়া সাৱলীল ভাবে তেখেতৰ জ্ঞানৰ চমক প্ৰদ কথা খিনি বুজাই কলে সঁচাকৈ বৰ ভাল লাগিল।
My eyes are blessed
my ears are lucky enough to hear .. Thanks to God that i clicked in this video and got learn some useful things❤❤❤😊
ॐ नमः शिवाय 🙏🏻❤
ৱাও কৈশাল খেৰ 🙏যাৰ গান শুনি আপ্লুত হৈ থাকো …আজি সাৰগৰ্ভ কথাবোৰে ধন্য কৰিলে | কুশলে থাকক …😊ধন্যবাদ চক্ৰপাণি ইমান সুন্দৰ অনুষ্ঠান এটি আগবঢ়াই দিয়া বাবে…
Sir ko dill se selut❤etni kubsurat batein oyee hoiii💚
Mind-blowing very Spiritual best ever podcast Chakrapani Dada❤️❤️🤗😍🙏🙏Har Har Mahadev 🍀❤️🚩🙏🙏 Kailash Kher Ji jeise Sant Ko sat sat Naman❤️🙏🙏
Ufff ...1st time Kailash sir interview saisu ...
Emn bur bisar , knowledge. ...
Thank you Porasakhr Daa❤
Kailash Kher Uchcha Shiv Bhakta Hain
O Daridra Narayan Ke Bhakta Hain
Aap Jamin Se Jute Hain
Aap Jamin Se Jure Logon Ke Bare Mein Sonch Te Hain Aur Kahte Hain
Aap Garibi Dekhi Hain
Aap Mein Atma Gyan Hain.
Aap Allah Aur Bhagwan Ke Bhakt Hain
Aap Alpa Me Santust Hain
Aap Prakriti Premi Hain
Aap Krma Yog Mein Hain
Aap Bibekananda Ke Path Par Chal Rahe Hain.
বহুত ভাল লাগিল অনুষ্ঠানটো। ভূপেন হাজৰিকা দেৱৰ হাৰমনিয়াম খন তেঁও ইমান ধুনীয়াকৈ ৰাখি থোৱা বুলি শুনি বৰ ভাল লাগিল। আৰু ভূপেন হাজৰিকাদেৱৰ বিষয়ে তেওঁ কোৱা কথাবোৰ শুনি ও বৰ ভাল লাগিল।
What a greatful interview ❤❤❤
Love you kailash kher....my all time favourite singer 😊
ভাষা নাই ক'বলৈ। শতকৌটি প্ৰণাম সেই নমস্য ব্যক্তিগৰাকীলৈ🙏🙏🙏🙏🙏🙏🙏🙏🙏
অদ্ভূত জ্ঞানৰ অধিকাৰী ❣️❣️❣️❣️
Moi tu bohu agor porai salute diu teuk..bohu gyani byokti tekhet.
Wow ❤️har har Mahadev ❤️
A wonderful artist - Kailash Kher
When he started singing Literally got goosbumps😢
Iman bhal kotha koise .....bohut bhal lagil.
Thanks for inviting this real gem ❤
Awesome Kailash sir ji 💟 thank you baartalap chakrapani sir
Duikhon hatoy ghori pindise mojja❤ bhut val lage kailash sir r gaan bilak❤
Aap Pabitrata Par Jor Dete Hain Aur Bibekandaji Bhi Pabitrata Par Jor Dete Hain .
সঁচাই আপ্লুত হলোঁ তেখেতৰ কথা শুনি, কি সুন্দৰ কথা, কি সুন্দৰ বিচাৰ তেখেতৰ ।
❤❤❤❤
বহুত খিনি জ্ঞান অৰ্জন কৰিব পাৰিলো 😊 ধন্যবাদ চক্ৰ দা🙏
great salute K.K sir.. Chakra da bohut bohut dhoinyobad apunaloi..❤
আজিৰ সন্ধ্যাপৰতো বৰ মধুৰ কৰিলে ধন্যবাদ 🙏🙏 ভগৱানে আপোনাক কুশলে ৰাখক🙏
Really great person kailash ji ❤🙏
কাক যে দৰ্শন কৰালা আজি চক্ৰপাণি পৰাশৰ ! জীৱন ধন্য , তোমাক ধন্য, পৰম পিতা পৰমাত্মাক ধন্য মানিছোঁ ।তোমাৰ চেনেলৰ দ্বাৰাই কৈলাশ খেৰজী লৈ শতকোতি প্ৰণাম জনালোঁ ।
Bohot sikh liya aaj💚
One of my favorite singer ❤
Wow.... কথাবোৰ শুনি ভাল লাগিল.... বহুত নতুন কথা জনিলো
কৈৱৰ্ত সন্তান।।
অসমীয়াৰ সন্মান।।
ডা ভূপেন হাজৰিকা💙
A real Gem❤
সাক্ষাৎ মহেশ্বৰ যেন অনুভৱ হৈছে, ত্ৰিলোকৰ সৰ্বজ্ঞান তেওঁৰ লগত বিৰাজমান, সেয়ে হয়টো তেওঁৰ প্ৰতিটো গীতত শুনিবলৈ পাওঁ ক্যা কভি অম্বৰ পে সূৰ্য্য নিকলতা হ্যে,,,
জয় জয় নাড়া স্বামী নাৰেহগী সাথ হামাৰা,, ❤❤❤
ইশ্বৰৰ এক ৰূপ যেন অনুমান হয় তেওঁক মোক, সেয়ে হয়তো আশ্ৰমৰ পৰাই আৱিৰ্ভাৱ হৈছিল এইজন মহান শিল্পীৰ ❤❤❤❤
Bohut val lagil Chakrapani daa and Kailash Sir ji Lots of love. ❤️❤️❤️
লাগিছিলে যেন মই ভাগৱত পুৰাণ হে শুনি আছো ❣️❣️❣️ বহুত আধ্যাত্মিক ব্যক্তি
Wahh, asorit kotha koi gol.❤❤❤❤
Bohut bhal lagil❤
I m speechless.... Really dil ko chu gaya..... ❤
I'm from ASSAM... Really Kailash sir.. Unbelievable.. Apne Respected Lt Bhupen Hazarika ki harmoniyam rakhh liyaaa issss liye humne comment nahi kiya he sir.. Wht is ur mind set sir !!! Salute u Respected Kailash sirrrr❤❤❤❤❤We know ur a unbelievable singer but your thoughts r amazing sir salute u sir 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Big achievement chakrapani daa❤... Kelash ji ka podcast ke liye..
ধন্যবাদ চক্ৰ দা , ইমান ধুনীয়া অনুষ্ঠান এটা আমাক দিয়া বাবে
Wow. What a personality. I think it isthe best podcast ever till now. Thanks to chakrapani da.
Proud to be Indian as well as proud chakra da from gohpur❤❤
বাৰ্তালাপৰ এই খণ্ডটি চাই খুব ভাল লাগিল ৷ সচাকৈ কথাবোৰ ইমান সুন্দৰকৈ ব্যখ্যা কৰিছে ৷
Hosai bor dhuniya kotha koise dei 😊❤
All time favourite singer ❤....love you kailash kher ❤❤... thank you চক্ৰপানি দাদা
Kailash kher sir..ap great hooo ❤... thanks for coming to our Assam..
So pleased to hear from this great personality ❤
Edit: 9:50 goosebumps ❣️
Val lagile .Eman hundor kotha One of my fav singer🙏🙏🙏🙏🙏
❤ wow beautiful ❤️
Salute kailash sir ji 🙏 aap se bohot kuch janneko Mila🙏
22:30awesome and beautiful lines🙏🙏
Proud to be an Assamese ❤
Best ever episode of all time
Wonderful podcast.👍
Really.........really unique
Dada aitu episode sobostse val lagil....thank you
বহুত ভাল লাগিলে
মোৰ জীৱনৰ আটাইতকৈ ভাল লগা episode এইটো ❤ Outstanding দাদা
Unexpected guist. Love from tezpur
Eman vall lagil bhakhare bujabo nuari ❤❤
Sir ur voice ♥️ can't express in words
Bartalap r xorbosesto episode hoise....kinto sawk views kenekuwa ....xosai beya ...lge...emn dhuniaa kotha koise xosai val lgise ...proud of India.... proud of Aasam 🙏
What a voice ❤
সুন্দৰ কৱলৈ ভাষা নাই ।। jai mahakal
Best episode ever✨
বহুত ভাল লাগিল। তেওঁৰ চিন্তাধাৰা অতুলনীয়।
❤❤❤ buhut val lagil
Ekdum best interview... Next level
The way Kailash sir explaining spritually about the edible is so magnificent..
Hats off for the content ❤
Life changing Bartalap. বহুত ভাল লাগিল 🙏🏻
বহুত ভাল লাগিল কৈলাশ খেৰ ডাঙৰীয়াৰ তত্ব গধুৰ বাৰ্তালাপ শুনি ধন্যবাদ চক্ৰপানী পৰাশৰ তেখেতৰ পৰা সুন্দৰ সুন্দৰ গান উপহাৰ পাম বুলি আশা থাকিল
Bhut bhut val lagil ❤❤❤
My also favourite koilash sir... always God belesing
এটি সুন্দৰ অনুস্থান উপভোগ কৰিলোঁ।❤
আপোনাৰ এই interview চাই বহুত ভাল লাগিল
One of the great episode......🙏..... thanks parashar da......for this episode......
One of the great episode
Kailash ji..., aap ne chawal ke bare me itna sundor bat botaya... Aha.. Ha... Ha... Me dhoinya ho gayi.... Aap sassi me ak sant hai... 🙏🙏
Happy birthday.. Sakrapani parasar 🎉🎉🎉
Iman positive manuhjon...val lagi gol...
Wow great thinking ❤
❤🎉❤ Heart touching video. All the best wishes to kailash ji❤🎉❤