Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সুন্দৰ
মৰম সহ ধন্যবাদ ❤️
Nice sharing ba ❤❤ bhut hundar video agbohala, hundar podhotire Hundar testy recipe postut krila agbohala vllgil dai ❤️❤️ Big like Full support
Bht dhunia 👌👌👌👌🌹🌹❤️🙏
হয়…ধন্যবাদ
কম তেলত বনোৱা অতি সুন্দৰ আৰু লোভনীয় আমৰ আচাৰ ৷ দেখি বৰ ভাল লাগিল
মৰম সহ ধন্যবাদ
সুন্দৰ,,,,,,,,,।
❤️…ধন্যবাদ
ভাল লাগিল চায় ❤
Thanks ❤️
Nice
Thanks
Nice vlg baidew,,,,❤❤❤
Val lagil ba
Bor dhuniaa hoise baa ,banabo lagibo
চিংকী ❤️
Val lagil sai.
বয সুন্দৰ হৈছে ❤❤❤❤
Aamor achar dhuniya hoise baa 👍
বহুত ভাল লাগিল। ❤❤ধন্যবাদ😊
মৰম দিলো
বহুত ধুনীয়াকৈ আমৰ আচাৰ বনালে আপোনাৰ ভিডিঅ চাই ভাল লাগে❤সময় পালে মোৰ চাব ❤❤❤
নিশ্চয়…মৰম সহ ধন্যবাদ ❤️
🤤🤤
❤️
মই আমৰ আচাৰৰ এই শুকানকৈ বনোৱা পদ্ধতিতোৱেই ইমান দিনে বিচাৰি আছিলো জানেনে বা ।বিচাৰি বিচাৰি কিমান যে ভিডিঅ'চালো নহয়। শেষত উপায় নাপায় নিজৰ মতে ভাবি ভাবি বনালো । কিন্তু আজি এই ভিডিঅ'তো পাই বহুত ভাল লাগিল। মোৰো প্ৰায় এনেকুৱায়েই হৈছে, মই মাত্ৰ আচাৰখিনি বনাই উঠি বটল এটাত ভৰাই ৰ'দত দিছো। আপোনাৰ ভিডিঅ'টো চাই এনে লাগিছে যে মোৰ আচাৰখিনিও বেয়া নহ'ব চাগে।কিন্তু nx time মইও আপোনাৰ দৰেই বনাম। 😊😊Thanku so much for the video 🫶🫶🫶
সুন্দৰ ভীডিঅ নতুন বান্ধবী হলো দেই আপুনি ও হ'ব
বহুতে লোভনীয় হৈছে৷বাইদেউ আপোনাৰ ফুলনিখন এদিন দেখাবছোন৷
নিশ্চয়…
❤❤❤😂
আজি মইও বনালো ।আপোনাৰ বহুত ধুনীয়া হৈছে👌👌👌
খুউব ভাল লাগিল বাইদেউ আমৰ ৰেচিপিটো ৷ কম তেলত বনোৱা এনেকুৱা ৰেচিপিয়ে মই বিচাৰি আছিলো ৷
Bonabo lagibo thank you
Dhonyobad ❤️
বাইদেউ ৰ ভিদিও মোৰ খুব ভাল লাগে। মই এতিয়া হে আৰম্ভ কৰিছো মোকো সহায় কৰিব ।,
Moi anedore bonam
নিশ্চয়…ধন্যবাদ
মই ও এনেকৈ য়ে বনাও বাইদেউ। বহুত দিনৰ পাছত আপোনাৰ ভিডিঅ' চাবলৈ পাইছো।
Baidau bohut diner past.apnr vdo dekhisu vl lgle
বাইদেউ ইমান দিনৰ মূৰত ।যি শিকিছো সকলো আপোনাৰ পৰা।
Bhal lagil ❤❤ back koribo buli asha thakil 😊😊
Moja ba .....nice recipe ba..muk sini paisa ne ba ..moi Debajani...moiu new koi khulisu ba..support koriba dei❤❤❤❤❤
নিশ্চয় দেৱযানী …চিনি পাইছো
Eman din kiy video Diya nasil baideo
অলপ ব্যক্তিগত জৰুৰী কাম আছিল…মৰম দিলো
মই এইদৰে বনাইছো।
Hoi
Baideu masala porimaan tu lekhi dibo lagisil
১চামুচকৈ বুলি কৈ দিছো
বাইদেও মইও বনাইছো আঠ কজি
হয়…
Ba vl na apunar mango chack recipe ata dbo ssun
দিম বাৰু …ভালে আছো…
Ki Khabar baa .Iman dine video kio Dia nasile
ভালে আছো…তোমাৰ ভালনে
@@TaruPhukan Hoi baa .vale asu
সুন্দৰ
মৰম সহ ধন্যবাদ ❤️
Nice sharing ba ❤❤ bhut hundar video agbohala, hundar podhotire Hundar testy recipe postut krila agbohala vllgil dai ❤️❤️ Big like Full support
মৰম সহ ধন্যবাদ ❤️
Bht dhunia 👌👌👌👌🌹🌹❤️🙏
হয়…ধন্যবাদ
কম তেলত বনোৱা অতি সুন্দৰ আৰু লোভনীয় আমৰ আচাৰ ৷ দেখি বৰ ভাল লাগিল
মৰম সহ ধন্যবাদ
সুন্দৰ,,,,,,,,,।
❤️…ধন্যবাদ
ভাল লাগিল চায় ❤
Thanks ❤️
Nice
Thanks
Nice vlg baidew,,,,❤❤❤
Thanks ❤️
Val lagil ba
Thanks ❤️
Bor dhuniaa hoise baa ,banabo lagibo
চিংকী ❤️
Val lagil sai.
Thanks ❤️
বয সুন্দৰ হৈছে ❤❤❤❤
Thanks ❤️
Aamor achar dhuniya hoise baa 👍
Thanks ❤️
বহুত ভাল লাগিল। ❤❤ধন্যবাদ😊
মৰম দিলো
বহুত ধুনীয়াকৈ আমৰ আচাৰ বনালে আপোনাৰ ভিডিঅ চাই ভাল লাগে❤সময় পালে মোৰ চাব ❤❤❤
নিশ্চয়…মৰম সহ ধন্যবাদ ❤️
🤤🤤
❤️
মই আমৰ আচাৰৰ এই শুকানকৈ বনোৱা পদ্ধতিতোৱেই ইমান দিনে বিচাৰি আছিলো জানেনে বা ।
বিচাৰি বিচাৰি কিমান যে ভিডিঅ'চালো নহয়। শেষত উপায় নাপায় নিজৰ মতে ভাবি ভাবি বনালো । কিন্তু আজি এই ভিডিঅ'তো পাই বহুত ভাল লাগিল। মোৰো প্ৰায় এনেকুৱায়েই হৈছে, মই মাত্ৰ আচাৰখিনি বনাই উঠি বটল এটাত ভৰাই ৰ'দত দিছো। আপোনাৰ ভিডিঅ'টো চাই এনে লাগিছে যে মোৰ আচাৰখিনিও বেয়া নহ'ব চাগে।
কিন্তু nx time মইও আপোনাৰ দৰেই বনাম। 😊😊
Thanku so much for the video 🫶🫶🫶
মৰম সহ ধন্যবাদ ❤️
সুন্দৰ ভীডিঅ নতুন বান্ধবী হলো দেই আপুনি ও হ'ব
হয়…ধন্যবাদ
বহুতে লোভনীয় হৈছে৷
বাইদেউ আপোনাৰ ফুলনিখন এদিন দেখাবছোন৷