Sunday Special | বেলেগ একো নকওঁ ১২ মিনিটৰ video চাওঁকছোন?বছৰ ধৰি খাই থাকিব পৰা বিশেষ জুতি
HTML-код
- Опубликовано: 8 фев 2025
- #Assamesepicklerecipe #Taruphukan #Assam
_____________
Three types of Recipe
1) Fermented bamboo shoot
2)Bhoot jolokia pickle
3)Fermented bamboo shoot pickle
১) বাঁহগাজৰ খৰিচা বনোৱা পদ্ধতি
২) ভূত জলকীয়াৰ আচাৰ
৩) খৰিচাৰ আচাৰ
--------------------------------------------
Pickle Spices / pickle masala
Methi - 1 tsp
jeera -- 1 tsp
coriander seeds -- 1 tsp
fennel seeds - 2 tsp
black mustard - 1 tsp
white mustard -1/2 cup
Bhoot jolokia
Ajwain - 1 tsp
__________________________
আগতে দিয়া খৰিচা ৰেচিপি লিংক 👇
1) A-z 👉 • Sunday Special | বেলেগ...
2) • Fermenting Bamboo shoo...
3) • Two ways of fermenting...
4) • খৰিচা প্ৰস্তুত পদ্ধতি ...
__________________________
Music credit : Thanks for C Music House ❤️💚
নিজৰ বাঁহী ,পেপা,ঢোলৰ সুৰে সদায়ে মুগ্ধ কৰে |আজি প্ৰথম ব্যৱহাৰ কৰিলো…ধন্যবাদ C Music House
🙏 তৰু বাইদেউ ।মই বহুত খিনি ৰন্ধন প্ৰণালী আপোনাৰ পৰা শিকিছো।মোৰ দৃষ্টিত তৰু বাইদেউ এটা BRAND. ভবিষ্যতে আপোনাৰ পৰা আৰু আমি শিকিম।
Bah gaj r asar bonalu , bohut bohut dhoinyobad. Apunar pora Sai bonuwa asar khai muk bohut prasankha korise . Sobe bohut val paise khai.
Val laga aapunar recipe bilak.tips bilak uoju.
Val lagile😊
বৰ সুন্দৰ হৈছে লোভনীয় ।
সুন্দৰ। বহুত ধন্যবাদ
ধুনীয়া লাগিছে
Khuwb dhuniya hoise baidew
Bahut xundor hoise
বৰ ভাল লাগিল
ধুনীয়া লাগিল
Khub vl lagil baido
Khub hundor❤
Bohut val lagil bonab lagib
Thank you baideu eman dhuniya k dekhai diya babe
আপোনাৰ রেচেপিবোরসচাইবহুতভালধন্যবাদ
Hundar recipe ❤❤
সুন্দৰ 😘
বৰ ধুনীয়াকৈ বনাই দেখুৱাইছে বাইদেউ ॥নিশ্চয় বনাম
Bahut dhunia hoise Baidew
বৰ ভাল লাগিল।
মৰম সহ ধন্যবাদ ❤️
বৰ লোভ লাগিছে
ভাল লাগিছে।
Mojaa
Bhal lagil
Luvoniyo hoise😋😋👌👌👌
Bhal lagise ba
বহুত ভাল লাগিল দেই বাইদেউ ।ধন্যবাদ।
খুবেই ধুনীয়া হৈছে।মই আপোনাৰ দৰেই বনাইছিলো বৰ ভাল হৈছিল।খৰিছাও বনাই থৈছো।
অতি সুন্দৰ আৰু সহজ ৰেচিপি। বৰ ভাল লাগিল বাইদেউ
ধুনীয়া হৈছে বা
Bohut val lagil baideu
বাহগাজৰ আচাৰ বনোবা সহজ উপায় পালো সুব ভাল লাগিল❤❤
Val lagil baidew apunar video
মৰম সহ ধন্যবাদ ❤️
বহুত বহুত ধন্যবাদ, বহুত ধুনীয়া হৈছে
ধন্যবাদ
Bhut val lagil baidew..
Bohut val lagil
ধন্যবাদ
Bohut dhunia bonaise.val lagil
Thanks a lot ❤️
Thank you Bohut Bhal lagil
❤khuri apunak Bor Val lage
Xunder huisa
Vdo2 sai bor vl lgil aunty
Bohut vl lagil v d o tu sai,aponer xakolu bur recipe ai mor khub vl lage.xai dore moi u bonao ketiyaba.khaboloi bes tasty hoi.
বহুত ধুনীয়া
ধুনীয়া হৈছে বাইদেও
Dhuniya hoise baideu.
Thanku for your amazing recipe. I will try
বৰ ধুনীয়া আছাৰ বাইদেউ
লোভনীয়😋
বহুত ধুনীয়া বাইদেউ
আপোনাৰ পদ্ধতিৰে মই বাঁহৰ গাজৰ খৰিচাখিনি বনালো।বৰ ধুনীয়াকৈ তেঙা হৈছে। এতিয়া ভোট জলকীয়া দিয়া আচাৰ টো বনাম বুলি ভাবিছো। আপোনাৰ ৰেচিপিৰ পৰা মই বহুটো উপকৃত হৈছো। আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ বাইদেউ।
Val lagil baa
Bonaboloi try korem
সুন্দৰ পদ্ধতি ভাল লাগিল। আম আচাৰ বনোৱা পদ্ধতি দেখুৱাব চোন
নিশ্চয়
Bor hundor huad loga asar bonala baido❤🎉❤🎉
Bohut Val lagil mam
Baideu apunar vdo sai bohu khini xikibo parisu❤❤
খুবেই ধুনীয়া হৈছে বহুতভাল লাগিল আপোনাৰ পৰামৰ্শ পায় আমি উপকৃৎ হলো
ভাল লাগিল।
বৰ ভাল লাগে খৰিচাৰ আচাৰ খাই । বৰ সুন্দৰকৈ বনাইছে ❤️
Apunar ....bonua bur sob val lage...specially special hoi mur krne....khub xundor ke sincere ke kore ...kambur...👌
Thank u baidew, eman dhuniya khorisa achar recipe diar babe
Bhal lagel.
বহু ভাল লাগিল বাইদেউ
ভাল লাগিছে
Baideu bisari asilu aeibidh recipe... thanks a lot 🙏🙏
বাইদেউ বৰ ভাল লাগিল
Val lagil ❤️❤️❤️ Thanks
Bahut val lagil❤❤
Mur maa ye bnaise..khaboloi bhut vl lge😋
Val lagise
Bor bhal lagil🙏
Mem sahab bohut val lagil ok thanks 👍👍👍 mem sahab
Thanks a lot Bhai sahab
অতি সুন্দৰ
Very nice, thank you so much
দুয়ো বিধ আছাৰেই ভাল লাগিছে আৰু দেখিবলৈ ও ধুনীয়া লাগিছে।আপোনি দেখুৱাই দিয়া খাৰলি কোমোৰা কালি বনাই খাইছিলো সছাকৈয়ে বৰ সোৱাদ হৈছিল আৰু চুজিৰ লাৰু ও বনাই খালো এইবোৰ শিকাই দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জনালো।
Wao..........
Majja lagila baidew
Khub dhunia hoise baideu....
Madam, thanks for exhibiting the process of homemade delicious pickle.
Most welcome...
Thank you so much 🌹
Very nice
সঁচাকৈ বাইদেউ বহুত ভাল লাগিল।আপোনাৰ দৰেই বনাব লাগিব।
আপোনাৰ ভিডিঅ'বোৰ চাই ভাল লাগিল
ধন্যবাদ
val lagil
Bar hundar bhal lagil
মৰম সহ ধন্যবাদ ❤️
মই বনালো আচাৰ কাইবিধ বাইদেউ, খাবলৈ বহুত ভাল লাগিল।
Mur dekhie Jiva Pani ulai goise
Bor vhal lagil sai
Nice baa
সহজে বজাব পৰাকৈ সম্পূৰ্ণ পদ্ধতি বিচাৰি আছিলোঁ বাইদেউ সঁচাকৈ বহুত উপকৃত হলো তিনিবিধ আচাৰে ভাল লাগিল 👍🏻
Baidew khau khau lagise.
Great👍👍👍
Val lagil baa.
Apunar video Sai Val Lage bai
Vhal lagil
মৰম সহ ধন্যবাদ ❤️
উফ , কি যে সুন্দৰ হৈছে , সঁচা এ আপোনাৰ হাতৰ যাদু 🙏 । বৰ ভাল লাগিল । আপোনাৰ ষ্টাইল ত বনাব লাগিব খৰিচাৰ আচাৰ ।
Nice,
বৰ ধুনীয়া লাগিছে বা, ৰঙেছঙে দেখি ভাল লাগিছে।
তৰু বাইদেউ আপোনি বনোৱা দৰেই ময়ু বনাই চাম বহুত ভাল লাগে আপোনাৰ ভিডিঅ চাই ❤😊
Bor Val lagil
Bhal palu